Invitation

js

Monday, June 10, 2024

SEBA Class 9 Mathematics Exercise 1.1

অনুশীলনী ১.১


1. শূন্যটো পৰিমেয় সংখ্যা হয়নে? ইয়াক p/q আৰ্হিত প্ৰকাশ কৰিব পাৰিনে?

সমাধানঃ শূন্যটো এটা পৰিমেয় সংখ্যা। কাৰণ ইয়াক p/q আকাৰত প্ৰকাশ কৰিব পাৰি।

যেনেঃ 0, 0/1, 0/5 আৰ্হিত প্ৰকাশ কৰিব পাৰি।



2. 3 আৰু 4 ৰ মাজতে থকা ছয়টা পৰিমেয় সংখ্যা উলিওৱা?

সমাধানঃ

∵ 3 আৰু 4 মধ্যৱতী ছয়টা পৰিমেয় সংখ্যা লাগে। 3 আৰু 4 ক 6+1=7 হৰবিশিষ্ট পৰিমেয় সংখ্যাত লাগিব।

∴ 3 আৰু 4 ৰ মধ্যৱতী ছয়টা পৰিমেয় সংখ্যাঃ—



3. 3/5 আৰু 4/5 ৰ মাজত থকা পাঁচটা পৰিমেয় সংখ্যা উলিওৱা?


সমাধানঃ 3/5 আৰু 4/5 ৰ মাজত থকা পাঁচটা পৰিমেয় সংখ্যাঃ—



4. তলৰ উক্তিসমূহ সচাঁনে মিছা লিখা।


(i) প্ৰতিটো স্বাভাৱিক সংখ্যাই এটা পূৰ্ণ সংখ্যা।

(ii) প্ৰতিটো অখণ্ড সংখ্যাই এটা পূৰ্ণ সংখ্যা।


(iii) প্ৰতিটো পৰিমেয় সংখ্যাই এটা পূৰ্ণ সংখ্যা।


সমাধানঃ (i) সত্য। কাৰণ স্বাভাৱিক সংখ্যা বোৰক অখণ্ড সংখ্যাৰ অন্তৰ্গত কিন্তু সকলো অখণ্ড সংখ্যাবোৰ স্বাভাৱিক সংখ্যা নহয়।

(ii) সত্য নহয়। কাৰণ ঋনাত্মক সংখ্যাবোৰ -1, -2, -3…. অখণ্ড সংখ্যা নহয়।

(iii) সত্য নহয়। কাৰণ অখণ্ড সংখ্যাবোৰ পৰিমেয় সংখ্যাৰ অন্তগৰ্ত। প্ৰতিটো পৰিমেয় সংখ্যা অখণ্ড সংখ্যা নহয়। যেনে 3/5 পৰিমেয় সংখ্যা কিন্তু অখণ্ড সংখ্যা নহয়।


No comments:

Post a Comment

CBSE Class VII English (Poorvi) Unit 5: Bravehearts — Rani Abbakka Questions and Answers

Let us do these activities before we read I. Solve the riddle given below and share your answer with your classmates and the...