Invitation

js

Tuesday, July 23, 2024

SEBA Class 9 Mathematics Chapter 1, Exercise 1.1

 

অনুশীলনী 1.1


1) শূণ্যটো পৰিমেয় সংখ্যা হয়নে? ইয়াক আৰ্হিত (p, q অখণ্ড সংখ্যা, q ≠ 0) প্রকাশ কৰিব পাৰিনে?

সমাধানঃ শূণ্যটো পৰিমেয় সংখ্যা হয় ইয়াক আৰ্হিত (q ≠ 0) প্রকাশ কৰিব পাৰি যেনেইত্যাদি।


2) 3 আৰু 4 মাজত থকা ছটা পৰিমেয় সংখ্যা উলিওৱা

সমাধানঃ 

আৰু

এতিয়া,

21 < 22 < 23 < 24 < 25 < 26 < 27 < 28

⸫3 আৰু 4 মাজত থকা ছটা পৰিমেয় সংখ্যা =

3) আৰু মাজত থকা পাঁচটা পৰিমেয় সংখ্যা উলিওৱা

সমাধানঃ 

আৰু

এতিয়া,

18<19<20<21<22<23<24

আৰু মাজত থকা পাঁচটা পৰিমেয় সংখ্যা =


4. তলৰ উক্তিসমূহ সচাঁনে মিছা লিখা।

(i) প্ৰতিটো স্বাভাৱিক সংখ্যাই এটা পূৰ্ণ সংখ্যা।

সমাধানঃ  সচাঁ। কাৰণ স্বাভাৱিক সংখ্যা বোৰ পূৰ্ণ সংখ্যাৰ অন্তৰ্গত।

(ii) প্ৰতিটো অখণ্ড সংখ্যাই এটা পূৰ্ণ সংখ্যা।

সমাধানঃ  মিছা। কাৰণ ঋণাত্মক সংখ্যাবোৰ –1, –2, –3…. পূৰ্ণ সংখ্যা নহয়।

(iii) প্ৰতিটো পৰিমেয় সংখ্যাই এটা পূৰ্ণ সংখ্যা। 

সমাধানঃ  মিছা। কাৰণ পৰিমেয় সংখ্যা কিন্তু পূৰ্ণ সংখ্যা নহয়।




No comments:

Post a Comment

Comming Soon

Signal acquired · launching soon Something new is on its way W...