অনুশীলনী 3.3
1) (-2,4), (3,-1), (-1,0) (1,2) আৰু (-3,-5) এই প্ৰতিটো বিন্দু কোনটো চোক বা কোনডাল অক্ষত আছে? কাটীয় সমতলত সংস্হাপন কৰি তোমাৰ উত্তৰ যর্থাৰ্থতা পৰীক্ষা কৰা।
(-2, 4) → চোক – II
(3, -1) → চোক – IV
(-1, 0) → চোক – II
(1, 2) → চোক – I
(-3, -5) → চোক – III
2) তলৰ তালিকাৰ পৰা (x, y) বিন্দুকেইটা দূৰত্বৰ উপযুক্ত একক লৈ সমতলত সংস্থাপন কৰা।
x | -2 | -1 | 0 | 1 | 3 |
y | 8 | 7 | -1.25 | 3 | -1 |
উত্তৰ: 1একক = 1 চেমি
No comments:
Post a Comment