Redirect Image

js

Sunday, July 18, 2021

SEBA Class X Assamese Questions

 

A. অতি চমু প্ৰশ্নৱলীঃ মূল্যাংকঃ ১ নম্বৰকৈ


১। সত্যনাথ বৰাই কোন চনত জন্মগ্ৰহণ কৰিছিল ?

২। প্ৰথম অসমীয়া বি. এল. উপাধিধাৰী ব্যক্তিজন কোন ?

৩। ‘সাৰথি’ কাৰ ৰচনা ?

৪। সত্যনাথ বৰাই ৰচনা কৰা গীতৰ পুথিখন কি ?

৫। ‘কেন্দ্ৰসভা’ নামৰ পুথিখনৰ ৰচক কোন ?

৬। সত্যনাথ বৰা ৰচিত ব্যকৰণ পুথিখনৰ নাম কি ?

৭। সত্যনাথ বৰাদেৱৰ কেতিয়া মৃত্যু হৈছিল ?

৮। সত্যনাথ বৰাদেৱৰ জন্ম ক’ত হৈছিল ?

৯। ‘অন্যৰ প্ৰতি ব্যৱহাৰ’ নামৰ পাঠটি লেখকৰ কোনখন পুথিৰ অন্তৰ্গত ?

১০। কোনটো শ্ৰেণীৰ মানুহৰ শত্ৰু সৰহ ?

১১। চাটুকাৰৰ স্বভাৱ কেনেকুৱা ?

১২সজ ব্যৱহাৰৰ অনুপান কি ?

১৩। চাটুকাৰক কোন শ্ৰেণীৰ মানুহে ভাল পায় ?

১৪। মনত অহংকাৰ ৰাখি মুখত নম্ৰ হ’লে মানুহক কি কৰা হয় ?

১৫। কোনবোৰ কথা সদায় লুকাই ৰখা উচিত ?

১৬। সৰু মনৰ চিন কি ?

১৭। কাৰ লগত সম্বন্ধ ৰাখিলে শঠতাক প্ৰশ্ৰই দিয়া হয় ?

১৮। ব্যৱহাৰ প্ৰণালীৰ ঘাই মন্ত্ৰ কি ?

১৯। সত্যনাথ বৰাই সম্পাদনা কৰা কাকতখনৰ নাম কি ?

২০। কপটীয়া-ছলাহী মানুহে কিহৰ গুণত সকলোৰে মৰম পাই ?

২১। ‘চাটুকাৰ’ শব্দৰ অৰ্থ কি ?

২২। নম্ৰটা মনৰ কি ?

২৩। ‘প্ৰোঢ়ী’ মানে কি ?

২৪। সজ ব্যৱহাৰৰ মুখ্য উদ্দেশ্য কি ?

২৫। নিজৰ গুণ নিজে বখানিলে কি হয় ?

২৬। কোনবিলাক মানুহক সদায় মৰম কৰা উচিত ?

২৭। সত্যনাথ বৰাই ৰচনা কৰা এখন পুঠিৰ নাম লিখা ?

২৮। বহল ব্যাকৰণ পুথিখন কাৰ ৰচনা ?


B. চমু প্ৰশ্নৱলীঃ মূল্যাংকঃ ২/৩ নম্বৰকৈ


১। সত্যনাথ বৰাই ৰচনা কৰা বিভিন্ন মৌলিক প্ৰৱন্ধসমূহ কি কি কাকত-আলোচনীত প্ৰথমে প্ৰকাশ পাইছিল ?

২। কি নজনাৰ নিমিত্তে বহুত মানুহে জীৱনত উপদ্ৰৱ ভূগিবলৈ পায় ?

৩। “সেই কাম বন্ধু-বান্ধৱৰ পৰা সিদ্ধ হ’ব লাগে।” – ইয়াত কি কামৰ কথা কোৱা হৈছে বুজাই লিখা।

৪। “সিহতক সম্বোধন কৰোঁতে তুমি বুলি সম্বোধন কৰা উচিত।” – ইয়াত লেখকে কোনবোৰ মানুহক ‘তুমি’ বুলি সম্বোধন কৰিব কৈছে ?

৫। ব্যৱহাৰ প্ৰণালীক সামান্য কথা বুলি কিয় উলাই কৰিব নোৱাৰি ?

৬। পেটত কথা ৰাখিব নোৱাৰা মানুহে কি কৰা উচিত বুলি পাঠটিত কোৱা হৈছে ?

৭। “তেনে কাম আনে কৰা অযুগুত।” – ইয়াত কোনবোৰ কামৰ কথা কোৱা হৈছে চমুকৈ লিখা।

৮। বিনয় ভাবত দান কৰিব লাগে বুলি জ্ঞানী সকলে কিয় কৈছে ?

৯। সত্যনাথ বৰাৰ ৰচনাসমূহৰ দুটা বৈশিষ্ট লিখা।

১০। নম্ৰতা সজ ব্যৱহাৰৰ অনুপান বুলি কিয় কৈছে ?

১১। “এই শ্ৰেণী মানুহৰ স্বভাৱ নিচেই পাতল।” – ইয়াত পাতল বুলি কোন শ্ৰেণী মানুহৰ কথা কোৱা হৈছে।

১২। চাটুকাৰক জ্ঞানী মানুহে কিয় বেয়া পায় ?

১৩। “ব্যৱহাৰ প্ৰণালীক সামান্য কথা বুলি উলাই কৰিব নোৱাৰি।” পাঠৰ সহায়ত লিখা।

১৪। লেখক সত্যনাথ বৰাদেৱে কি কথা লুকাই ৰাখিবলৈ কৈছে ? লুকাই ৰাখিবলৈ দিয়া কথাটি ব্যক্ত কৰিলে সেই শ্ৰেণীৰ লোকক কি কোৱা হয় ? পাঠৰ সহায়ত লিখা।

১৫। বিনয়ভাৱত দান কৰিব লাগে বুলি কিয় উলাই কৰিব নোৱাৰি কথাষাৰৰ তাত্পৰ্য্য ব্যাখ্যা কৰা।


C. ৰচনাধৰ্মী প্ৰশ্নাৱলী মূল্যাংকঃ ৪/৫ নম্বৰকৈ


১। সত্যনাথ বৰাৰ জীৱন আৰু সাহিত্যকৰ্মৰ বিষয়ে কি জানা লিখা।

২। ‘অন্যৰ প্ৰতি ব্যৱহাৰ’ নামৰ পাঠটিৰ মূল কথাখিনি তোমাৰ ভাষাত চমুকৈ লিখা।

৩। মানুহ সজ হোৱাৰ লগতে আনৰ অন্তৰ জয় কৰিবলৈ কেনে ব্যৱহাৰ কৰিব লাগে ‘অন্যৰ প্ৰতি ব্যৱহাৰ’ পাঠটিৰ আধাৰত চমুকৈ লিখা।

৪। “গুপ্ত কথা লুকাই ৰাখিব পৰা এটা ডাঙৰ গুণ” – কথাষাৰ বহলাই লিখা।

৫। মিঠা মাত ব্যৱহাৰ প্ৰণালীত ঘাই মন্ত্ৰ বুলি কিয় কোৱা হৈছে চমুকৈ

No comments:

Post a Comment

Indian Economy MCQ Set-20

Indian Economy MCQ Set-20 Q.1  Which of the following is the biggest contributor of foreign exchang...