অধ্যায়ঃ ১১
১। ডিমাছাসকল প্ৰধানতঃ কেইটা অংশত বিভক্ত ?
উত্তৰঃ ডিমাছাসকল প্ৰধানতঃ ৪০ টা অংশত বিভক্ত ।
২। ডিমাছা ভাষাৰ অসমৰ আন কোন ভাষাৰ সৈতে মিল থকা দেখা যায় ?
উত্তৰঃ ডিমাছা ভাষাৰ অসমৰ আন বড়ো ভাষাৰ সৈতে মিল থকা দেখা যায় ।
৩। ডিমাছাসকলে খেতিৰ শেষত পতা উৎসৱটোৰ নাম কি?
উত্তৰঃ ডিমাছাসকলে খেতিৰ শেষত পতা উৎসৱটোৰ নাম হ'ল বিছু ডিমা ।
৪। ডিমাছাসকলৰ গোত্ৰসমূহৰ নামবোৰৰ শেষ আখৰটো সাধাৰণতে কি হয়?
উত্তৰঃ ডিমাছাসকলৰ গোত্ৰসমূহৰ নামবোৰৰ শেষ আখৰটো সাধাৰণতে 'চা' হয় ।
৫। ডিমাছাসকলৰ কেইটিমান গোত্ৰৰ নাম লিখা ।
উত্তৰঃ ডিমাছাসকলৰ কেইটিমান গোত্ৰৰ নাম হ'লঃ লাংথাচা, ডিফুচা, গাৰ্লোচা, হোজাইচা, মাইবংচা আদি ।
js
Tuesday, March 15, 2022
SEBA Class IX বৈচিত্রময় অসমঃ ডিমাছাসকল
Subscribe to:
Post Comments (Atom)
Indian History MCQ GK Set-10
Indian History MCQ GK Set-10 Q.1 Which of the following conspiracy is related to the attack on Lord...
No comments:
Post a Comment