Invitation

js

Saturday, December 27, 2025

SEBA Solution for Class 10 Chapter 15 Probability Exercise 15.1

অনুশীলনী 15.1

1. তলৰ উক্তিবোৰ সম্পূৰ্ণ কৰাঃ

(i) ঘটনা E ৰ সম্ভাৱিতা + ঘটনা ‘E নহয়’ ৰ সম্ভাৱিতা = _______

উত্তৰঃ 1

(ii) কেতিয়াও নঘটা ঘটনাৰ সম্ভাৱিতা হ'ল _______। এনেকুৱা ঘটনাক _______ কয়।

উত্তৰঃ 0, অসম্ভৱ ঘটনা

(iii) নিশ্চিতভাৱে ঘটা ঘটনাৰ সম্ভাৱিতা হ'ল _______। এনেকুৱা ঘটনাক _______ বোলে।

উত্তৰঃ 1, নিশ্চিত ঘটনা

(iv) এটা পৰীক্ষাৰ সকলো প্ৰাথমিক ঘটনাৰ সম্ভাৱিতাৰ সমষ্টি হ'ল _______।

উত্তৰঃ 1

(v) এটা ঘটনাৰ সম্ভাৱিতা _______ তকৈ ডাঙৰ বা সমান আৰু _______ তকৈ সৰু বা সমান।

উত্তৰঃ 0, 1

2. তলৰ কোনবোৰ পৰীক্ষাৰ ফলাফল সমশক্য? ব্যাখ্যা কৰা।

(i) এজন ড্ৰাইভাৰে এখন গাড়ী ষ্টার্ট দিবলৈ চেষ্টা কৰে।

সমাধানঃ

গাড়ীখন স্বাভাৱিক অৱস্থাত ষ্টার্ট হ'ব। ত্ৰুটি থাকিলে ষ্টার্ট নহ'ব। সেয়ে ফলাফলসমূহ সমশক্য নহয়।

(ii) এজন খেলুৱৈয়ে বাস্কেট বল ভৰাব চেষ্টা কৰে।

সমাধানঃ

খেলুৱৈৰ দক্ষতা, অভ্যাস আদিৰ ওপৰত ফল নিৰ্ভৰ কৰে। সেয়ে ফলাফলসমূহ সমশক্য নহয়।

(iii) এটা প্ৰশ্নৰ উত্তৰ সত্য বা অসত্য হ'ব পাৰে।

সমাধানঃ

দুয়োটা ফলাফলৰ সম্ভাৱনা সমান। সেয়ে ফলাফলসমূহ সমশক্য।

(iv) এটা কেঁচুৱা জন্ম হ'ল।

সমাধানঃ

কেঁচুৱাটো ল'ৰা বা ছোৱালী হ'ব পাৰে। সেয়ে ফলাফলসমূহ সমশক্য।

4. তলৰ কোনটো এটা ঘটনাৰ সম্ভাৱিতা হ'ব নোৱাৰে?

(A) \( \frac{2}{3} \)   (B) -1.5   (C) 15%   (D) 0.7

যিহেতু এটা ঘটনাৰ সম্ভাৱিতা \( 0 \leq P(E) \leq 1 \) সেয়ে -1.5 সম্ভাৱিতা হ'ব নোৱাৰে।

শুদ্ধ উত্তৰঃ (B)

5. যদি \( P(E) = 0.05 \), তেন্তে \( P(E নহয়) \) কিমান?

\( P(E) + P(E নহয়) = 1 \) \( P(E নহয়) = 1 - 0.05 = 0.95 \)

8. এটা মোনাত 3 টা ৰঙা আৰু 5 টা ক'লা বল আছে।

মুঠ বল = \( 3 + 5 = 8 \)

(i) ৰঙা বল টনাৰ সম্ভাৱিতা

\( P(R) = \frac{3}{8} \)

(ii) ৰঙা নোহোৱাৰ সম্ভাৱিতা

\( P(\text{ৰঙা নহয়}) = 1 - \frac{3}{8} = \frac{5}{8} \)

No comments:

Post a Comment

CBSE Class VII English (Poorvi) Unit 5: Bravehearts — Rani Abbakka Questions and Answers

Let us do these activities before we read I. Solve the riddle given below and share your answer with your classmates and the...