দশম শ্রেণী - গণিত
পাঠ - ১৪
পৰিসংখ্যা
অনুশীলনী 14.1
1. এদল ছাত্রই তেওঁলোকৰ পৰিৱেশ সজাগতা কাৰ্যসূচীৰ অংশহিচাপে এটা অঞ্চলৰ 20টা ঘৰত থকা উদ্ভিদৰ তথ্য ভিক্তিক অধ্যয়ন তলত দেখুওৱা তথ্যসমূহ সংগ্রহিত কৰিলে। প্ৰতিটো ঘৰত থকা উদ্ভিদৰ মাধ্য উলিওৱা।
| উদ্ভিদৰ সংখ্যা | 0 - 2 | 2 - 4 | 4 - 6 | 6 - 8 | 8 - 10 | 10 - 12 | 12 - 14 |
| ঘৰৰ সংখ্যা | 1 | 2 | 1 | 5 | 6 | 2 | 3 |
সমাধানঃ ইয়াত,
মাধ্য উলিৱাবলৈ আমি প্ৰত্যক্ষ পদ্ধতি ব্যৱহাৰ কৰিম। কাৰণ উদ্ভিদৰ সংখ্যা আৰু ঘৰৰ সংখ্যাৰ মান সৰু সৰু।
| উদ্ভিদৰ সংখ্যা | ঘৰৰ সংখ্যা (fi) | xi | fixi |
|---|---|---|---|
| 0 - 2 | 1 | 1 | 1 × 1 = 1 |
| 2 - 4 | 2 | 3 | 2 × 3 = 6 |
| 4 - 6 | 1 | 5 | 1 × 5 = 5 |
| 6 - 8 | 5 | 7 | 5 × 7 = 35 |
| 8 - 10 | 6 | 9 | 6 × 9 = 54 |
| 10 - 12 | 2 | 11 | 2 × 11 = 22 |
| 12 - 14 | 3 | 13 | 3 × 13 = 39 |
| মুঠ | Σ fi = 20 | Σ fixi = 162 |
No comments:
Post a Comment