প্ৰশ্ন ১: তলৰ কোনটো এটা পৰিমেয় সংখ্যা?
(ক) √2
(খ)
π
(গ) 0
(ঘ) √3
প্ৰশ্ন ২: দুটা পৰিমেয় সংখ্যাৰ মাজত কিমান পৰিমেয় সংখ্যা থাকে?
(ক)
এটা
(খ) দুটা
(গ) সীমিত
(ঘ) অসীম
প্ৰশ্ন ৩: π (পাই) কি ধৰণৰ সংখ্যা?
(ক) পৰিমেয় সংখ্যা
(খ)
অপৰিমেয় সংখ্যা
(গ) অখণ্ড সংখ্যা
(ঘ) স্বাভাৱিক সংখ্যা
প্ৰশ্ন ৪: 36/100 ৰ দশমিক প্ৰকাশ কি হ’ব?
(ক) পৰিসমাপ্ত
দশমিক
(খ) অপৰিসমাপ্ত আবৃত্ত দশমিক
(গ) অপৰিসমাপ্ত অনাবৃত্ত দশমিক
(ঘ) এটাও নহয়
প্ৰশ্ন ৫: তলৰ কোনটো অপৰিমেয় সংখ্যা?
(ক) √4
(খ) √9
(গ)
√7
(ঘ) √16
প্ৰশ্ন ৬: 2√5 + 3√5 ৰ মান কিমান?
(ক) 5√10
(খ) 6√5
(গ)
5√5
(ঘ) 6√10
প্ৰশ্ন ৭: (√a + √b)(√a – √b) ৰ মান কিমান?
(ক) a + b
(খ) a –
b
(গ) 2√a
(ঘ) 2√b
প্ৰশ্ন ৮: 1/√7 ৰ হৰটো পৰিমেয় কৰিলে কি পোৱা যাব?
(ক)
√7/7
(খ) 7/√7
(গ) √7
(ঘ) 7
প্ৰশ্ন ৯: 2³ × 2⁴ ৰ মান কিমান?
(ক) 2¹²
(খ) 2⁷
(গ)
4⁷
(ঘ) 4¹²
প্ৰশ্ন ১০: (5²)³ ৰ মান কিমান?
(ক) 5⁵
(খ) 5⁶
(গ)
10³
(ঘ) 25⁶
No comments:
Post a Comment