js

Wednesday, March 16, 2022

অসমীয়া ব্যাকৰণঃ বিপৰীত শব্দ



__________________ অ __________________

অকৃতজ্ঞ ~ কৃতজ্ঞ [HSLC '11]
অগভীৰ ~ গভীৰ
অগ্ৰগতি ~ পশ্চাৎগতি
অচল ~ সচল
অণু ~ বৃহৎ
অতিবৃষ্টি ~ অনাবৃষ্টি
অধম ~ উত্তম
অধিকাৰ ~ অনাধিকাৰ
অধীন ~ স্বাধীন
অতিবৃষ্টি ~ অনাবৃষ্টি
অনভ্যাস ~ অভ্যাস

অনুকূল ~ প্ৰতিকূল [HSLC '02]
অনুগ্ৰহ ~ নিগ্ৰহ
অনুচিত ~ উচিত
অনুৰাগ ~ বিৰাগ
অপমান ~ মান
অবৈধ ~ বৈধ
অৰ্বাচীন ~ প্ৰাচীন
অভাৱ ~ উভৈনদী
অভিজ্ঞ ~ অনভিজ্ঞ
অভ্যাস ~ অনভ্যাস
অমৃত ~ বিষ, গৰল [HSLC '09]
অলপ ~ বেছি
অসতী ~ সতী
অসভ্য ~ সভ্য
অসহায় ~ সহায়
অসাধু ~ সাধু
অসুস্থ ~ সুস্থ
অস্বাভাৱিক ~ স্বাভাৱিক
অহংকাৰ ~ নিৰহংকাৰী
অক্ষম ~ সক্ষম

__________________ আ _________________
আইনসংগ ~ বে-আইনী
আকৰ্ষণ ~ বিকৰ্ষণ [HSLC '02]
আকাশ ~ পাতাল [HSLC '14]
আচামী ~ ফৰিয়াদী
আচাৰ ~ অনাচাৰ
আঢ্যৱন্ত ~ দৰিদ্ৰ
আদৰ ~ অনাদৰ
আদান ~ প্ৰদান
আদি ~ অন্ত, অনাদি
আধুনিক ~ পুৰণি
আনন্দ ~ বিষাদ, নিৰানন্দ [HSLC '02, '12]
আন্ধাৰ ~ পোহৰ
আপদ ~ নিৰাপদ
আপোন ~ পৰ
আৰম্ভ ~ শেষ
আৰোহন ~ অৱৰোহন
আৱাহন ~ বিসৰ্জন [HSLC '00, '14]
আৰ্ৱিভাৱ ~ তিৰোভাৱ, অন্তৰ্ধান [HSLC '03]
আশা ~ নিৰাশা [HSLC '13]
আশীৰ্বাদ ~ অভিশাপ [HSLC '09]
আস্তিক ~ নাস্তিক
আয় ~ ব্যয়
আয়তী ~ বিধৱা
আঁতৰ ~ ওচৰ

__________________ ই ___________________
ইচ্ছা ~ অনিচ্ছা
ইহলোক ~ পৰলোক [HSLC '09, '14]
ইষ্ট ~ অনিষ্ট

__________________ উ ___________________
উচিত ~ অনুচিত
উচ্চ ~ নীচ [HSLC '03]
উচ্ছৃঙ্খল ~ সুশৃঙ্খল
উজনি ~ নামনি [HSLC '00]
উজু ~ টান, জটিল
উত্তৰ ~ প্ৰশ্ন
উত্তম ~ নৰম, অধম
উত্তমৰ্ণ ~ অধমৰ্ণ
উত্থান ~ পতন
উদয় ~ অস্ত
উদাৰ ~ সংকীৰ্ণ
উদ্গতি ~ অৱনতি
উদং ~ ভৰ্তি
উন্নতি ~ অৱনতি [HSLC '06, '13]
উন্মুক্ত ~ অৱৰুদ্ধ
উপকাৰ ~ অপকাৰ [HSLC '99]
উপযুক্ত ~ অনুপযুক্ত
উপযোগী ~ অনুপযোগী
উপস্থিত ~ অনুপস্থিত
উৰ্বৰ ~ অনুৰ্বৰ
উৎকৃষ্ট ~ নিকৃষ্ট
উৎসাহ ~ নিৰুৎসাহ

__________________ এ __________________
এতিয়া ~ তেতিয়া
__________________ ঐ __________________
ঐক্য ~ অনৈক্য

__________________ ও __________________
ওখ ~ চাপৰ [HSLC '02, '09]
ওপৰ ~ তল
ওপৰত ~ তলত

__________________ ক __________________
ক'লা ~ বগা
ককাইদেউ ~ বাইদেউ
কঠিন ~ উজু, সহজ
কঠোৰ ~ কোমল
কনিষ্ঠ ~ জ্যেষ্ঠ [HSLC '08]
কন্দা ~ হহাঁ
কপটীয়া -- উদাৰ
কাতৰ ~ অকাতৰ
কুটিল ~ সৰল, উদাৰ
কেঁচা ~ পকা
কৃতকাৰ্য ~ অকৃতকাৰ্য
কৃতজ্ঞ ~ অকৃতজ্ঞ [HSLC '13]
কৃত্ৰিম ~ স্বাভাৱিক, অকৃত্ৰিম
কৃপণ ~ খৰচী, ধোঁলাখুলীয়া
কৃশ ~ স্থূল
কোমল ~ টান
ক্ৰন্দন ~ হাঁহি

__________________ খ ___________________
খাদ্য ~ অখাদ্য
খালী ~ ভৰ্তি
খোৱা ~ নোখোৱা

__________________ গ ___________________
গধুৰ ~ পাতল
গধূলি ~ পুৱা
গৰম ~ শীত
গৰিমল ~ মিল
গৰিষ্ঠ ~ লঘিষ্ঠ
গহীন ~ পাতল [HSLC '15]
গুচৰীয়া ~ আচামী
গুণ ~ দোষ
গুপন ~ প্ৰকাশ
গুপ্ত ~ প্ৰকাশ্য
গুৰু ~ শিষ্য
গ্ৰহণ ~ ত্যাগ, বৰ্জন [HSLC '03]

__________________ ঘ ___________________
ঘন ~ পাতল

__________________ চ ___________________
চহকী ~ দৰিদ্ৰ
চৰিত্ৰৱন্ত -- চৰিত্ৰহীন
চৰিত্ৰহীন ~ চৰিত্ৰৱান
চেতন ~ জড়, অচেতন
চুটি ~ দীঘল
চোৰ ~ সাধু

__________________ জ___________________
জটিল ~ সৰল
জপা ~ মেলা
জন্ম ~ মৃত্যু [HSLC '01]
জয় ~ পৰাজয়
জাৰ ~ জহ
জীৱন ~ মৃত্যু, মৰণ
জুটি ~ বিজুটি
জ্যেষ্ঠ ~ কনিষ্ঠ [HSLC '07]
জয় ~ পৰাজয়
জঁয় ~ সতেজ
জ্ঞাত ~ অজ্ঞাত
জ্ঞান ~ অজ্ঞানড়
জ্ঞানী ~ মূৰ্খ [HSLC '02]

__________________ ট ___________________
টান ~ উজু, ঢিলা [HSLC '14]
টেঙৰ ~ সৰল

__________________ ঠ ___________________
ঠেক ~ বহল
__________________ ড___________________
ডাঙৰ ~ সৰু
__________________ ঢ ___________________
ঢিলা ~ কঠিন

__________________ ত ___________________
তপত ~ চেঁচা, ঠাণ্ডা
তল ~ ওপৰ
তাকৰ ~ সৰহ
তিৰস্কাৰ ~ পুৰস্কাৰ
তেজী ~ লেহেম
ত্যাগ ~ গ্ৰহণ
ত্ৰুটী ~ ত্ৰুটীহীন

__________________ দ ___________________
দ' ~ বাম
দণ্ড ~ মুক্তি
দয়ালু ~ নিৰ্দয়
দাতা ~ গ্ৰহীতা
দিঠক ~ সপোন
দিন ~ ৰাতি
দীঘল ~ চুটি
দুখীয়া ~ ধনী
দুৰ্বল ~ সবল [HSLC '00]
দুৰ্বলী ~ ক্ষমতাসম্পন্ন
দূৰ ~ ওচৰ
দৃষ্টিহীন ~ দৃষ্টিক্ষম
দেনা ~ পাওনা
দেৱতা ~ দৈত্য, দানৱ
দেৱত্ব ~ পশুত্ব
দেশ ~ বিদেশ
দেশপ্ৰেম ~ দেশদ্ৰোহী
দেশহিতৈষীতা ~ দেশদ্ৰোহীতা
দেশী ~ বিদেশী
দোষ ~ গুণ, নিৰ্দোষ [HSLC '12]
দ্ৰুত ~ মন্থৰ

__________________ ধ ___________________
ধনৱন্ত ~ দৰিদ্ৰ, ধনহীন
ধনী ~ দুখীয়া
ধৰ্ম ~ অধৰ্ম
ধৈৰ্য ~ অধৈৰ্য
ধ্বংস ~ নিৰ্মাণ

__________________ ন ___________________
ন ~ পুৰণি
নতুন ~ পুৰণি
নবীন ~ প্ৰবীন
নম্ৰতা ~ উগ্ৰতা
নিকৃষ্ট ~ উৎকৃষ্ট
নিন্দা ~ প্ৰশংসা, স্তুতি
নিদ্ৰা ~ জাগ্ৰত, অনিদ্ৰা, জাগৰণ
নিৰ্ভুল ~ ভুল [HSLC '07]
নিম্নোক্ত ~ উপৰোক্ত
নিষ্কৰ্মা ~ কৰ্মী
নিৰস ~ সৰস
নিৰাশা ~ আশা
নিৰানন্দ ~ আনন্দ
নিৰ্মল ~ মলিন
নিলগত ~ ওচৰত
নিশা ~ দিবা
নিষ্ঠুৰ ~ দয়ালু
নিস্তব্ধতা ~ হাহাকাৰ
নিয়ম ~ অনিয়ম
নীতিপৰায়ণ ~ অনীতিপৰায়ণ
নেদেখা ~ দেখা
ন্যায় ~ অন্যায়

__________________ প ___________________
পণ্ডিত ~ মূৰ্খ
পৰনিৰ্ভৰশীল ~ আত্মনিৰ্ভৰশীল
পৰিমিত ~ অপৰিমিত
পৰিশ্ৰমী ~ এলেহুৱা
পৰোক্ষ ~ প্ৰত্যক্ষ [HSLC '08, '10]
পৱিত্ৰ ~ অপৱিত্ৰ
পাপ ~ পুণ্য
পাহাৰ ~ সমতল
পাতল ~ ঘন
পাৰ্থক্য ~ মিল
পুণ্য ~ পাপ
পুৰণি ~ নতুন
পুৰুষ ~ মহিলা
পূব ~ পশ্চিম
পোহৰ ~ আন্ধাৰ
প্ৰচুৰ ~ অলপীয়া, অপ্ৰচুৰ
প্ৰকৃত ~ অপ্ৰকৃত
প্ৰকাণ্ড ~ সৰু, ক্ষুদ্ৰ
প্ৰখ্যাত ~ অখ্যাত
প্ৰতিকূল ~ অনুকূল
প্ৰতিবাদ ~ সমৰ্থন
প্ৰত্যক্ষ ~ পৰোক্ষ
প্ৰবীন ~ নবীন
প্ৰভু ~ ভৃত্য, চাকৰ
প্ৰৱেশ ~ প্ৰস্থান
প্ৰশংসা ~ নিন্দা [HSLC '06]
প্ৰস্থান ~ আগমন
প্ৰাকৃত ~ বিকৃত
প্ৰাচীন ~ নবীন [HSLC '03]
প্ৰাচ্য ~ পাশ্চাত্য, প্ৰতীচ্য
প্ৰৌঢ় ~ অপ্ৰৌঢ়
প্ৰয়োজনীয় ~ অপ্ৰয়োজনীয়
প্ৰাচীন ~ আধুনিক

__________________ ব ___________________
বলী ~ নিৰ্বলী
বন্ধুত্ব ~ শত্ৰুতা
বৰ্তমান ~ অবৰ্তমান
বন্ধ ~ মুক্ত
বন্ধন ~ মুক্তি
বাদী ~ বিবাদী
বাহিৰ ~ ভিতৰ
বিখ্যাত ~ অখ্যাত
বিদেশী ~ স্বদেশী
বিদ্বান ~ মূৰ্খ
বিফলতা ~ সফলতা
বিধি ~ অবিধি
বিনয় ~ উগ্ৰ, গৰ্ব, দুৰ্বিনয়
বিৰহ ~ মিলন
বিৰাম ~ অবিৰাম
বিশ্বাস ~ অবিশ্বাস [HSLC '12]
বিস্তৃত ~ সংক্ষিপ্ত
বুকু ~ পিঠি
বৃহৎ ~ ক্ষুদ্ৰ
বৈচিত্ৰ্য ~ মিল, ঐক্য
বৈধ ~ অবৈধ
বৈসাদৃশ্য ~ সাদৃশ্য

__________________ ভ ___________________
ভক্তি ~ অভক্তি
ভদ্ৰ ~ অভদ্ৰ
ভাই ~ ভনী
ভাল ~ বেয়া, মন্দ
ভুল ~ শুদ্ধ
ভূত ~ ভৱিষ্যৎ
ভৈয়াম ~ পাহাৰ
ভোটা ~ জোঙা, চোকা

__________________ ম ___________________
মান ~ অপমান
মিছা ~ সচাঁ
মিঠা ~ তিতা
মিহি ~ খহটা
মিলন ~ বিচ্ছেদ
মুকলি ~ বন্ধ
মুখ্য ~ গৌণ
মূৰ্খ ~ জ্ঞানী
মূল্যহীন ~ অমূল্য
মৃত ~ জীৱিত [HSLC '06, '10]
মৌখিক ~ লিখিত

__________________ য ___________________
যত্ন ~ অযত্ন
যশ ~ অপযশ
যোগ ~ বিয়োগ

__________________ ৰ ___________________
ৰজনী ~ প্ৰভাত
ৰজা ~ প্ৰজা
ৰূপ ~ কুৰুপ, অৰূপ
ৰূপৱতী ~ কুৎসিত

__________________ ল ___________________
লঘু ~ গুৰু
লাভ ~ লোকচান
লেহেম ~ খৰ

__________________ শ ___________________
শকত ~ খীণ, চেৰেলা
শত্ৰু ~ মিত্ৰ
শয়ন ~ জাগ্ৰত
শান্ত ~ অশান্ত
শান্তি ~ অশান্তি
শিক্ষিত ~ অশিক্ষিত
শীতল ~ গৰম
শুক্ল ~ কৃষ্ণ
শুভ ~ অশুভ
শেষ ~ আৰম্ভ
শোক ~ আনন্দ, হৰ্ষ

__________________ স ___________________
সজ     -- অসজ
সজীৱ ~ নিৰ্জীৱ
সদাচাৰ ~ কদাচাৰ, কুআচাৰ
সদয় ~ নিৰ্দয়
সধৱা ~ বিধৱা
সন্মান ~ অসন্মান, অপমান [HSLC '15]
সন্তোষ -- অসন্তোষ
সন্ধি ~ বিগ্ৰহ, বিসন্ধি
সপক্ষ ~ বিপক্ষ
সপোন ~ দিঠক
সফলতা ~ বিফলতা
সমাপ্তি ~ আৰম্ভণি
সম্পদ ~ অসম্পদ [HSLC '99]
সম্ভৱ ~ অসম্ভৱ
সৰল ~ জটিল, কুটিল
সৰহ ~ কম
সৰু ~ বৰ
সস্তা ~ মহঙা
সহযোগ ~ অসহযোগ
সহযোগিতা ~ প্ৰতিযোগিতা
সাকাৰ ~ নিৰাকাৰ
সাধু ~ দুষ্ট
সাহসিকতা ~ ভীৰুতা
সুকৃতি ~ দুষ্কৃতি
সুখ  ~ দুখ
সুখী ~ দুখী [HSLC '06]
সুখ্যাত ~ কুখ্যাত
সুগম ~ দুৰ্গম
সুন্দৰ ~ কুৎসিত, আপচু
সুপুৰুষ ~ কুপুৰুষ
সুবিধা ~ অসুবিধা
সুযোগ ~ দুৰ্যোগ
সুৰ ~ অসুৰ
সৃষ্টি ~ ধ্বংস, প্ৰলয়
সৌভাগ্য ~ দুৰ্ভাগ্য
স্বদেশী ~ বিদেশ
স্বৰ্গ ~ নৰক
স্বাৰ্থপৰ ~ নিস্বাৰ্থ
স্বাৰ্থ ~ নিস্বাৰ্থ, পৰাৰ্থ
স্বাধীন ~ পৰাধীন [HSLC '00]
স্থাৱৰ ~ অস্থাৱৰ [HSLC '99]
স্থায়ী ~ অস্থায়ী
স্থিৰ ~ অস্থিৰ, চঞ্চল
সৎ ~ অসৎ
সৎচৰিত্ৰ ~ কুচৰিত্ৰ
সংযোগ ~ বিয়োগ, বিচ্ছিন্ন
সংহতি ~ বিভেদ, বিচ্ছিন্নতা

স্তুতি ~ নিন্দা

__________________ হ ___________________
হৰণ ~ পুৰণ
হৰা ~ জিকা
হৰ্ষ ~ বিষাদ [HSLC'99]
হাঁহি ~ কান্দোন
হিত ~ অহিত
হ্ৰাস ~ বৃদ্ধি

__________________ ক্ষ __________________
ক্ষমা ~ প্ৰতিশোধ
ক্ষয় ~ অক্ষয়, বৃদ্ধি [HSLC '15]
ক্ষুদ্ৰ ~ বৃহৎ

No comments:

Post a Comment

General Knowledge

1. A and B are brothers. C and D are sisters. A's son is D's brother. How is B related to C ? A. Father B. Brother C. Uncle D. Gr...