js

Tuesday, March 15, 2022

বিপৰীত শব্দ


 
১) নিৰস- ৰসাল

২) আনন্দ- বিষাদ , নিবানন্দ

৩) সুখ- দুখ

৪) ভুল- শুদ্ধ

৫) অগ্ৰগতি-

৬) প্ৰকাণ্ড- সৰু

৭) টেঙৰ- চতুৰ

৮) চহকী- দুখীয়া

৯) নিৰাশা- আশা

১০) অনুচিত-উচিত

১১) বিশ্বাস- অবিশ্বাস

১২) সমাপ্তি- আৰম্ভনি

১৩) দৃষ্টিহীন-

১৪) অক্ষম - সক্ষম

১৫) বিদেশী- স্বদেশী

১৬) অচল- সচল

১৭) জটিল- সৰল

১৮) বৃহং- ক্ষুদ্ৰ

১৯) সফলতা- বিফলতা

২০) আন্ধাৰ- পোহৰ

২১) শৃংখল - বিশৃংখল

২২) মিতব্যয়ী -

২৩) সহজ- টান

২৪) দূৰদশী- অদুৰদৰ্শী

২৫) শান্তি- অশান্তি

২৬) ধবংস-সৃষ্টি

২৭) ওৰ-

২৮) আগুৱা-

২৯) সঞ্চয়-

৩০) ধিয়াস-

৩১) কৃতকাৰ্যতা - অকৃতকাৰ্যতা

৩২) সফল- বিফল

 ৩৩) ধোৱাখুলীয়া-

৩৪) শান্তি- অশান্তি

৩৫) সুযোগ্য- অযোগ্য

৩৬) সুখ্যাতি- কুখ্যাতি

৩৭) কৃতজ্ঞ- অকৃতজ্ঞ

৩৮) অৰ্থপূৰ্ণ- অৰ্থহীন

৩৯) অমূুল্য- মূল্যহীন

৪০) সফলতা- বিফলতা

৪১) পুৰস্কাৰ - তিৰস্কাৰ

৪২) গধুৰ- পাতল

৪৩) দুখ- সুখ

৪৪) বলী- দুৰ্বলী

৪৫)সাহসী- ভয়াতুৰ

৪৬) বন্ধুত- শক্ৰতী

৪৭) মিলা- প্ৰীতি-

৪৮) একগোট-

৪৯) প্ৰকাশ-অপ্ৰকাশ

৫০) ভোগ-

৫১) স্মৃতি-

৫২) সমাপ্ত- আৰম্ভ

৫৩) আড়ম্বৰ-

৫৪) ভাগ্য- দুৰ্ভাগ্য

৫৫) ধৈৰ্য- অধৈৰ্য

৫৬) মৃত্যু-জন্ম

৫৭) জয়-পৰাজয়

৫৮) কাপুৰুষ-

৫৯) ভয়- নিৰ্ভয়

৬০) শত্ৰু - মিত্ৰ

৬১) দুৰ্বল- সৰল

৬২) কঠিন- সহজ

৬৩) নবীন- প্ৰবীন

৬৪) পৰনিৰ্ভৰশীল- আত্মনিৰ্ভৰশীল

৬৫) দুৰ্লভ-

৬৬) খৰগতি- বীৰগতি

৬৭)পূৰ্ণিমা- অমাৱশ্যা

৬৮) অনধিকাৰ-

৬৯) নিন্দা  - প্ৰশংসাৰ

৭০) অনাৱশ্যক- আবশ্যক

৭১) জাগ্ৰত-

৭২) ধ্বংস- সূষ্টি

৭৩) অসম্ভৱ- সম্ভব

৭৪) অতীত- বৰ্তমান

৭৫) পুণ্য-পাপ

৭৬) পৱিত্ৰ- অপবিত্ৰ

৭৭) প্ৰেম-

৭৮) জীৱন-মৰণ

৭৯) অশেষ-

৮০) প্ৰজা -ৰজা

৮১) প্ৰশংসা-নিন্দা

৮২) নিম্ন-উচ্চ

৮৩) উপকাৰ-অপকাৰ

৮৪) শান্ত-অশান্ত

৮৫) ন্যায়-অন্যায

৮৬) সুখ- দুখ

৮৭) অসমৰ্থ-সমৰ্থ

৮৮) উপস্থিত-অনুপস্থিত

৮৯) ধ্বংস-সূষ্টি

৯০) চিনাকি-অচিনাকি

৯১) নৱীন- প্ৰবীন

৯২)  প্ৰাচীন-নতুন

৯৩) দুৰ্বল-শক্তিশালী

৯৪) পৰিকল্পিত-অপৰিকল্পিত

৯৫) বৈসাদৃশ্য-সাদূশ্য

৯৬) সফল-বিফল

৯৭) তীক্ষ্ণ-

৯৮) বিসংগতি- সংগতি

৯৯) মৃত্যু-জন্ম

১০০) বৃদ্ধি-

১০১) গভীৰ-তৰল

১০২) সুন্দৰী-

১০৩) পুত্ৰ-জীয়ৰী

১০৪) ভাই-ভনী

১০৫) আই-পিতাই

১০৬) দাদা-বৌ

১০৭) নাৰী-পুৰুষ

১০৮) মিল- অমিল

১০৯) বুঢ়া-ডেকা

১১০) সোমোৱা-ওলোৱা

১১১) পোহনীয়া-বনৰীয়া

১১২) উত্তৰ- প্ৰশ্ন

১১৩) জঁয় পৰ-

১১৪) অধঃ-উধঃ

১১৫) বটাঁ-

১১৬) মুকুতি- বন্দী

১১৭) অধম- ধম

১১৮) গাফিলতি-

১১৯) পোনপটীয়া- আওপটীয়া

১২০) ক্ষমা-দয়া

১২১) অনিচ্ছা- ইচ্ছা

১২২) ভীৰু- নিৰ্ভীক

১২৩) খৰালি-জহকালি

১২৪) তৰাং-

১২৫) দুখ-সুখ

১২৬) ৰঙ-

১২৭) আঁতৰ-ওচৰ

১২৮) ভাল-বেয়া

১২৯) প্ৰশংসা- নিন্দা

১৩০) সুদক্ষ- অদক্ষ

১৩১)  গভীৰ- তৰল

১৩২) মেধাবী- ভোঁটা

১৩৩) আশা- নিৰাশা

১৩৪) অনুকূল- নিৰাশা

১৩৫) সূষ্টি- ধ্বংস

১৩৬) দুখিয়া-ধনী

১৩৭) প্ৰবল-

১৩৮) উন্নতি- অধোন্নতি

১৩৯) বিশুদ্ধ-

১৪০) দেখা-নেদেখা

১৪১) থকা-নথকা

১৪২) উপকাৰ- অপকাৰ

১৪৩) সৰু- ডাঙৰ

১৪৪) ক্ষুদ্ৰ - বৃহত

১৪৫) ধুনীয়া- কুংসিং-

১৪৬) তংক্ষণাং-

১৪৭) শকত- ক্ষীন

১৪৮) চুটি-ওখ

১৪৯)  সুখ-দুখ

১৫০) পোহৰ-আন্ধাৰ

১৫১) বেয়া-ভাল

১৫২) ধুনিয়া-কুতসিত

১৫৩) মেলি-

১৫৪) ওপৰত- তলত

১৫৫) শুৱনি-

১৫৬) মৰা-জীয়া

১৫৭) স্বাধীন-পৰাধীন

১৫৮) জন্ম- মৃত্যু

১৮৯) শেষ- আৰম্ভ

১৯০) বিদেশী-স্বদেশী

১৯১) ত্যাগ- গ্ৰহন

১৯২) বুঢ়া-ডেকা

১৯৩) নিৰানন্দ-আনন্দ

১৯৪) শেষ-আৰম্ভ

১৯৫) খালী-ভৰ্তি

১৯৬) জপাই-

১৯৭) দীঘল- চুটি

১৯৮) আন্ধাৰ-পোহৰ

১৯৯) পুৰণি-নতুন

২০০) অসহায়-সহায়

২০১) বলী-দুৰ্বলী

২০২) ৰাতি-দিন

২০৩) গভীৰ-তৰল

২০৪) আনন্দ-নিৰানন্দ

২০৫) ধনী-দুখীয়া

২০৬) গুৰু-লঘু

২০৭) উজু-

২০৮) প্ৰাচীন-নতুন

২০৯) অসাধু-সাধু

২১০) জ্ঞান-অঞ্জান

২১১) নেদেখা-দেখা

২১২) হিত-অহিত

২১৩) ন্যায়-অন্যায়

২১৪) সংচৰিত-

২১৫) সাধু-অসাধু

২১৬) বিশ্বাস-অবিশ্বাস

২১৭) হিত-অহিত

২১৮) বেয়া-ভাল

২১৯) ধুনীয়া-কুতসিত

২২০) মেলি-

২২১) ওপৰত-তলত

২২২) মৰা-জীয়া

২২৩) স্বাধীন- পৰাধীন

২২৪) জন্ম- মৃত্যু

২২৫) শেষ-আৰম্ভ

২২৬) বিদেশী-স্বদেশী

২২৭) ত্যাগ-গ্ৰহন

২২৮) নিৰস-ৰসাল

২২৯) আনন্দ-নিৰানন্দ

২৩০) সুখ-দুখ

২৩১) ভুল-শুদ্ধ

২৩২) অগ্ৰগতি-

২৩৩) প্ৰকাণ্ড-সৰু

২৩৪) টেঙৰ- চতুৰ

২৩৫) চহকী-দুখীয়া

২৩৬) নিৰাশা- আশা

২৩৬) অনুচিত-উচিত

২৩৭) ওৰ-

২৩৮) আগুৱা- পিচোৱা

২৩৯) সঞ্চয়-

২৪০) ধিয়ায়-

২৪১)  কৃতকাৰ্যতা- অকৃতকাৰ্যতা

২৪২) সফল-বিফল
২৪৩)  সুযোগ্য- অযোগ্য

২৪৪) সুখ্যাতি- কুখ্যাতি

২৪৫) কৃতজ্ঞ- কৃতঘ্ন

২৪৬) সফলতা- বিফলতা-

২৪৭) অৰ্থপূৰ্ণ- অৰ্থহীন-

২৪৮) অমূল্য-মূল্যহীন

২৪৯) পুৰস্কাৰ- শাস্তি

২৫০) বলী- দুৰ্বল

২৫১) গধুৰ- পাতল

২৫২) দুখ- সুখ

২৫৩) সাহসী-

২৫৪)  বন্ধুত্ব-

২৫৫) মিলা - প্ৰীতি-

২৫৬) একগোট-

২৫৭) অণু- বৃহং

২৫৮) অলপ- বেছি

২৫৯) অন্ধ- চাক্ষুষ

২৬০) অন্তৰ-বাহিৰ

২৬১) অনুৰাগ- বিৰাগ

২৬২) অতিবৃষ্টি- অনাবৃষ্টি

২৬৩) অনুগ্ৰহ-নিগ্ৰহ

২৬৪) অমৃত-গৰল

২৬৫) অভাৱ- উভৈনদী

২৬৬) অনুকূল- প্ৰতিকূল

২৬৭) অসীম- সসীম

২৬৮) অহংকাৰ- নিৰহংকাৰ

২৬৯) আচল- নকল

২৭০) আদান-প্ৰদান

২৭১) আকাশ-পাতাল

২৭২) আধুনিক- নতুন

২৭৩)আন্ধাৰ-পোহৰ

২৭৪) ইচ্ছা-অনিচ্ছা

২৭৫) ইহলোক-পৰলোক

২৭৬) ইষ্ট-অনিষ্ট

২৭৭) উদাৰ-সংকীৰ্ণ

২৭৮) উন্নতি-অৱনতি

২৭৯) উত্তৰ-দক্ষিণ

২৮০) উপকাৰ-অপকাৰ

২৮১) উত্তম-অধম

২৮২) উদয়-অস্ত

২৮৩) উচিত-অনুচিত

২৮৪) উপযুক্ত-অনুপযুক্ত

২৮৫) উত্তম-অধম

২৮৬) উচ্চ-নীচ

২৮৭) উৰ্বৰ- অনুৰ্বৰ

২৮৮) উণ্থান - পতন

২৮৯) উংকৃষ্ট- নিকৃষ্ট

২৯০) উপস্থিত- অনুপস্থিত

২৯১) ওখ-চাপৰ

২৯২) ওপৰত- তলত

২৯৩) এতিয়া-তেতিয়া

২৯৪) কৃতজ্ঞ-অকৃতজ্ঞ

২৯৫) কোমল-কঠিন

২৯৬) কৃশ-স্থৃল

২৯৭)  খাল-বাম

২৯৮) খোৱা-নোখোৱা

২৯৯)  খাদ্য-অখাদ্য

৩০০) গুণ- দোষ

৩০১) গুণী- নিৰ্গুণী

৩০২) গুৰু-শিষ্য

৩০৩) দেশপ্ৰেমিক-দেশদ্ৰোহী

৩০৪) ধৰ্ম- অধম

৩০৪) ধনী- দুখীয়া

৩০৫) নিৰাপদ- বিপদজনক

৩০৭) নতুণ- পুৰণি

৩০৮) ন্যায়- অন্যায়

৩০৯) নিৰ্মল- মলিণ

৩১০)  নিৰাকাৰ- সাকাৰ

৩১১) নিৰ্দোষী- দোষী

৩১২) নিভীক- ভীৰু

৩১৩)  পাতল- ডাঠ

৩১৪) পৰিশ্ৰমীা- অপৰিশ্ৰমীা

৩১৫) পণ্ডিত- মূৰ্খ

৩১৬) পৰিমিত- অপৰিমিত

৩১৭) প্ৰেৰণা- নিৰুংসাহ

৩১৮) প্ৰকৃত-অপ্ৰকৃত

৩১৯) প্ৰশ্ন-ওত্তৰ

৩২০) পুণ্য- পাপ

৩২১) প্ৰৱেশ- প্ৰস্থান

৩২২) পৰিষ্কাৰ- লেতেৰা

৩২৩) পৱিত্ৰ- অপৱিত্ৰ   

৩২৪) প্ৰতক্ষ্য- পৰোক্ষ

৩২৫) প্ৰচুৰ- অল্প

৩২৬) পুৱা- গধূলি

৩২৭) পুৰস্কাৰ- তিৰস্কাৰ

৩২৮)  প্ৰাচীন- নবীন

৩২৯)  প্ৰাচ্য- পাশ্চাত্য

৩৩০) প্ৰভু- ভূত্য

৩৩১) প্ৰকাশ- গোপণ

৩৩২) বহল- ঠেক

৩৩৩) বগা- ক'লা

৩৩৪) বন্ধু- শত্ৰু

৩৩৫) শুক্ল-কৃষ্ণ

৩৩৬) শান- অশান্ত

৩৩৭) শুভ-অশুভ

৩৩৮) শান্তি- অশান্তি

৩৩৯)   শুদ্ধ-ভুল

৩৪০) শকত- ক্ষীণ

৩৪১) সাধু-অসাধু

৩৪২)সচাঁ- মিছা

৩৪৩) সহযোগী- প্ৰতিযোগী

৩৪৪) সমষ্টি- ব্যষ্টি

৩৪৫) সজীৱ-নিৰ্জীৱ

৩৪৬)সপক্ষ-বিপক্ষ

৩৪৭) সম্পদ-বিপদ

৩৪৮) সভ্য- অসভ্য

৩৪৯) সংযোগ- বিয়োগ

৩৫০) সন্মান-  অপমান

৩৫১) সশ্ৰম- বিনাশ্ৰম

৩৫২) সজ-অসজ

৩৫৩) সধবা- বিধৱা

৩৫৪) স্বৰ্গ- নৰক

৩৫৫) সুকৃতি- দুষ্কৃতি

৩৫৬) সুগম-দুৰ্গম

৩৫৭) সুস্থ-অসুস্থ

৩৫৮) সঞ্চয়-অপচয়

৩৫৯) সদয়-নিৰ্দয়

৩৬০) স্পষ্ট-অস্পষ্ট

৩৬১) সন্ধি-বিগ্ৰহ

৩৬২) সৰল- জটিল

৩৬৩)সুৱিধা-অস্বিধা

৩৬৪) সৃষ্টি- প্ৰলয়

৩৬৫) সুচল- অচল

৩৬৬) সুগন্ধ- দুগন্ধ

৩৬৭) সুৰ-অসুৰ

৩৬৮) সুযোগ-দুৰ্যোগ

৩৬৯) সুশ্ৰী-কুশ্ৰী

৩৭০) সুখ্যাতি- অখ্যাতি

৩৭১) সুলভ-দুৰ্ল্লভ

৩৭২) স্থিৰ- অস্থিৰ

৩৭৩) সুন্দৰ- কুংসিত

৩৭৪) স্বাধীন- পৰাধীন

৩৭৫) সোঁ - বাঁও

৩৭৬) স্থাৱৰ- জংগম

৩৭৭) আৰম্ভ- শেষ

৩৭৮) আৱিৰ্ভাৱ- তিৰোভাৱ

৩৭৯) আগ-গুৰি

৩৮০) আশা -নিৰাশা

৩৮১) আকৰ্ষণ-বিকৰ্ষণ

৩৮২) আশীবাদ-অভিশাপ

৩৮৩) আয়- ব্যয়

৩৮৪) আৰোহণ- অবহোৰণ

৩৮৫) আনন্দ- বিষাদ

৩৮৬) আস্তিক- নাস্তিক

৩৮৭) আচাৰ-অনাচাৰ

৩৮৮) আদি-অন্ত

৩৮৯) আয়তী-বিধৱা

৩৯০) আস্থা- অনাস্থা

৩৯১) আচামী- ফৰিয়াদী

৩৯২) আগমণ- প্ৰত্যাদমণ

৩৯৩) আপোন- পৰ

৩৯৪) আদৰ- অনাদৰ

৩৯৫) গহীন- চঞ্চল

৩৯৬) গ্ৰহণ- বৰ্জন

৩৯৭) গোপণ- প্ৰকাশ

৩৯৮) গধুৰ- পাতল

৩৯৯) গৰিষ্ঠি- লঘিষ্ঠ

৪০০) গভীৰ- তৰাং

৪০১) গৃহস্থী- সন্ন্যাসী

৪০২) গোচৰীয়া- পদকীয়া

৪০৩) ঘৰচীয়া- বনৰীয়া

৪০৫) চৰম- নৰম

৪০৬) চহকী- দুখীয়া

৪০৭) ঘন- পাতল

৪০৮) চেতন- জড়

৪০৯) চল- অচল

৪১০) চিনাকি- অচিনাকি

৪১১) জ্ঞানী- মূৰ্খ

৪১২) জমা-খৰচ

৪১৩) জন্ম- মূত্যু

৪১৪) জোখ- অজোখ

৪১৫) জাগৰণ- নিদ্ৰা

৪১৬) জয়- পৰাজয়

৪১৭) জীৱন- মৰণ

৪১৮) ডাঠ- পাতল

৪১৯) ডেকা- বুঢ়া

৪২০)  তপত- চেঁচা

৪২১) দ'-বাম

৪২২) দেৱতা- অসুৰ

৪২৩) দিন- ৰাতি

৪২৪)  দয়ালু- নিৰ্দয়

৪২৫) দীঘল- চুটি

৪২৬) দাতা- কৃপণ

৪২৭) দীৰ্ঘ-হ্ৰস্ব

৪২৮) বিপদ-সম্পদ

৪২৯) বিদ্যা- অবিদ্যা

৪৩০) বিৰহ- মিলন

৪৩১) বাজ- ভিতৰ

৪৩২) বৈধ- অবৈধ

৪৩৩) বিনীত- উদ্ধত

৪৩৪) বিখ্যাত- অখ্যাত

৪৩৫)  বিধি- অবিধি

৪৩৬)  বিনয়-গৰ্ব

৪৩৭) বাদী- বিবাদী

৪৩৮) বিস্তৃত- সংক্ষিত

৪৩৯) বিশ্বাসী- বিশ্বাসঘাতক

৪৪০) বিফলতা- সফলতা

৪৪১) ভাল- বেয়া

৪৪২) ভোতা -চোকা

৪৪৩) ভীৰু-সাহসী

৪৪৫) ভূত- ভৱিষ্যত

৪৪৬) ভক্তি- ঘৃণা

৪৪৭) মিতব্যয়ী- অমিতব্যয়ী

৪৪৮) মুক্ত- বন্ধ

৪৪৯) মান-অপমান

৪৫০) মুখ্য- গৌণ

৪৫১) মানুহ- দানৱ

৪৫২) মিলন- বিৰহ

৪৫৩) যশ- অপযশ

৪৫৪) যত্ন- আওকাণ

৪৫৫) যোগ- বিযোগ

৪৫৬) ৰোগী-নিৰোগী

৪৫৭) ৰজা- প্ৰজা

৪৫৮) লাভ- লোকচান

৪৫৯) লঘু- গুৰু

৪৬০) হৰ্ষ- বিষাদ

৪৬১) হ্ৰাস- বৃদ্ধি

৪৬২) হঁহা - কন্দা

৪৬৩) হাঁহি- কান্দোন

৪৬৪) হৰা-জিকা

৪৬৫) হৰণ- পূৰণ

৪৬৭) হিংসা-  প্ৰেম

৪৬৮)  ক্ষয়- বৃদ্ধি

৪৬৯) ক্ষমা- প্ৰতিশোধ

৪৭০) অকাৰণ   -   কাৰণ

৪৭১) অকথনীয় - কথনীয়

৪৭২) অকল - লগ

৪৭৩) অকাজী   -  কাজী

৪৭৪) অকল্যাণ  -  কল্যাণ

৪৭৫) অকথিত   -   কথিত

৪৭৬) অকল্পনীয়  -  কল্পনীয়

৪৭৭) অকঠিন  - কঠিন

৪৭৮) অকৃত্য  -  কৃত্য

৪৭৯) অকথ্য - কথ্য

৪৮০) অকৃতকাৰ্য  -  কৃতকাৰ্য

৪৮১) অকপট  -  কপট

৪৮২) অকৃতজ্ঞ  -  কৃতজ্ঞ

৪৮৩) অকীৰ্তি  - কৃতি

৪৮৪) অকৃত্ৰিম  - কৃত্ৰিম

৪৮৫) অকপটীয়া  - কপটীয়া

৪৮৬) অক্লান্ত  - ক্লান্ত

৪৮৭) অকামিলা  -  কামিলা

৪৮৮) অক্লেশ  -  ক্লেশ

৪৮৯) অকৰ্ম  -  কৰ্ম

৪৯০) অখণ্ডনীয়  -  খণ্ডনীয়

৪৯১) অকৰ্মী  -  কৰ্মী

৪৯২) অখণ্ডিত  -  খণ্ডিত

৪৯৩) অকুমাৰ   - কুমাৰ

৪৯৪) অখ্যাত  - বিখ্যাত

৪৯৫) অক্ৰূৰ  - ক্ৰূৰ

৪৯৬) অগৰ্বী  - গৰ্বী

৪৯৭) অকৃতঘ্ন   -  কৃতঘ্ন

৪৯৮) অগৰ্হিত  - গৰ্হিত

৪৯৯) অকৃতজ্ঞতা  -  কৃতজ্ঞতা

৫০০) অগ্ৰসৰ - অনগ্ৰসৰ

৫০১) অকৃপণ  -  কৃপণ

৫০২) অগ্ৰাহ্য  -  গ্ৰাহ্য

৫০৩) অকৰ্মক  -  সকৰ্মক

৫০৪) অচল  - সচল

৫০৫) অকৰণীয় - কৰণীয়

৫০৬) অগভীৰ   -  সুগভীৰ

৫০৭) অঋণী  -  ঋণী

৫০৮) অগ্ৰ  - পশ্চ

৫০৯) অংশকালীন  -  পূৰ্ণকালীন

৫১০) অংগচ্ছেদন  - অংগসংস্থাপন

৫১১) অনাদি - আদি

৫১২) অনিয়ন্ত্ৰিত - নিয়ন্ত্ৰিত

৫১৩) অনৰ্থক   -  সদৰ্থক

৫১৪) অনীতি  - নীতি

৫১৫) অনাবৃষ্টি  - অতিবৃষ্টি

৫১৬) অনাস্থা  - আস্থা

৫১৭) অনাবৃত  - আবৃত

৫১৮) অনাশক্তি  -  আসক্তি

৫১৯) অনিয়ন্ত্ৰণ  -  নিয়ন্ত্ৰণ

৫২০) অনাৱশ্যক - আৱশ্যক

৫২১) অনুপম  - উপযোগী

৫২২) অনিচ্ছা  - ইচ্ছা

৫২৩) অনুচিত - উচিত

৫২৪) অন্ত  -  আৰম্ভ

৫২৫) অনিৰ্বাণ  -  নিৰ্বাণ

৫২৬) অনিষ্ট  -  উপকাৰ, হিত

৫২৭) অনুদ্বিগ্ন  -  উদ্বিগ্ন

৫২৮) অনিচ্ছুক   -   ইচ্ছুক

৫২৯) অনিষ্টকাৰী   - উপকাৰী

৫৩০) অনতিক্ৰম  - অতিক্ৰম

৫৩১) অনিৰ্নিত  -  নিৰ্মিত

৫৩২) অনাদৃত   - আদৃত

৫৩৩) অনাড়ম্বৰ  - আড়ম্বৰপূৰ্ণ

৫৩৪) অনধিকাৰ  - অধিকাৰ

৫৩৫) অনিয়ম - নিয়ম

৫৩৬) অনিমন্ত্ৰিত  -  নিমন্ত্ৰিত

৫৩৭) অন্তৰ  - বাহিৰ

৫৩৮) অনিয়মিত - নিয়মিত

৫৩৯) অনীহা -  স্পৃহা

৫৪০)  অনুগত - অবাধ্য

৫৪১) অনুকৰণ - অননুকৰণ

৫৪২) অনুজ -  অগ্ৰজ

৫৪৩) অন্তৰ্গত  -  বৰ্হিগত

৫৪৪) অনুগ্ৰহ  - নিগ্ৰহ

৫৪৫) অনুকূল  -  প্ৰতিকূল

৫৪৬) অনন্ত  - অন্ত

৫৪৭) অনুত্তীৰ্ণ  - উত্তীৰ্ণ

৫৪৮) অন্তমুৰ্খী - বহিৰ্মুখী

৫৪৯) অনুদ্যমী  - উদ্যমী

৫৫০) অন্ধ  -   চাক্ষুস, দৃষ্টিসম্পন্ন

৫৫১) অনভ্যাস   -  অভ্যাস

৫৫২) অনবদ্য  -  নিন্দনীয়

৫৫৩) অনমনীয়  -  নমনীয়া, সহজ

৫৫৪) অনুদ্দিষ্ট  -  উদ্দিষ্ট

৫৫৫) অনভিজ্ঞ  -   অভিজ্ঞ

৫৫৬) অনভ্যস্ত   -   অভ্যস্ত

৫৫৭) অনুদ্ধত  - উদ্ধত

৫৫৮) অনভিপ্ৰেত   -   অভিপ্ৰেত

৫৫৯) অনুপলব্ধি   -  উপলব্ধি

৫৬০) অমংগল - মংগল

৫৬১) অনৈক্য - ঐক্য

৫৬২) অপকাৰ - উপকাৰ

৫৬৩) অপৰিপক্ক - পৰিপক্ক

৫৬৪) অনৈতিক - নৈতিক

৫৬৫) অপকেন্দ্ৰিক - অভিকেন্দ্ৰিক

৫৬৭) অপাৰ্থিৱ - পাৰ্থিৱ

৫৬৮) অপৰিচিত - পৰিচিত

৫৬৯) অন্যায় - ন্যায়

৫৭০) অনুসৰ্গ - উপসৰ্স

৫৭১) অপকৰ্ম - সুকৰ্ম

৫৭২) অপচন্দ - পচন্দ

৫৭৩) অনুৰাগ - বিৰাগ

৫৭৪) অপকৰ্ষ - উতকৰ্ষ

৫৭৫)  অপথ্য - পথ্য

৫৭৬) অনুপস্থিত - উপস্থিত

৫৭৭) অনুৰ্বৰ - উৰ্বৰা , সাৰুৱা

৫৭৮) অনুৰূপ - বিৰূপ

৫৭৯) অবিবেচক - বিবেচক

৫৮০) অভিজ্ঞ - অনভিজ্ঞ

৫৮১) অভ্যা, - অনভ্যাষ

৫৮২) অভাৱ - উভৈনদী

৫৮৩) অৰ্বাচীন - প্ৰাচীন

৫৮৪) অবিচ্ছেদ্য - বিচ্ছেদ্য

৫৮৫) অভদ্ৰ - ভদ্ৰ

৫৮৬) অভ্যন্তৰ - বাহিৰ

৫৮৭) অব্যৰ্থ - ব্যৰ্থ

৫৮৮) অবিভক্ত - বিভক্ত

৫৮৯) অব্যভিচাৰী - ব্যভিচাৰী

৫৯০) অভব্য - ভব্য

৫৯১) অভিলাষ - অনিচ্ছা

৫৯২) অবিশ্ৰান্ত - বিশ্ৰান্ত

৫৯৩) অবিদ্যমান - বিদ্যমান

৫৯৪) অবৈদিক - বৈদিক

৫৯৫) অভ্ৰষ্ট - ভ্ৰষ্ট

৫৯৬) অবিবাহিত - বিবাহিত

৫৯৭) অব্যাহত - ব্যাহত

৫৯৮) অভিশাপ - আশীৰ্বাদ

৫৯৯) অভ্যন্ত - অনভ্যন্ত

৬০০) অভিমানী - নিৰভিমানী

৬০১) অবিন্যন্ত - সুবিন্যন্ত

৬০২) অভেদ্য - ভেদ্য

৬০৩) অশ্ৰদ্ধা - শ্ৰদ্ধা

৬০৪) অসজ - সজ

৬০৫) অসমৰ্থ - সমৰ্থ

৬০৬) অসম্পূৰ্ণ - সম্পূৰ্ণ

৬০৭) অৱসাদ - উদ্যম

৬০৮) অশান্ত - শান্ত

৬০৯) অসন্তোষ - সন্তোষ

৬১০) অশ্লীল - শ্লীল

৬১১) অৱলম্বন - অসহায়

৬১২) অসীম - সসীম

৬১৩) অসংযত - সংযত

৬১৪) অসংৰক্ষিত - সংৰক্ষিত

৬১৫) অশুচি - শুচি

৬১৬) অশালীন - শালীন

৬১৭) অশুৱনি - শুৱনি

৬১৮) অসত্য - সত্য

৬১৯) অসমান - সমান

৬২০) অসংলগ্ন - সংলগ্ন

৬২১) অশুভ - শুভ

৬২২) অসংযম - সংযম

৬২৩) অশৰীৰী - শৰীৰী

৬২৪) অশ্ৰাব্য - শ্ৰাব্য

৬২৫) অশক্ত - শক্ত

৬২৬) অসন্তোষ - সন্তোষ

৬২৭) অশিষ্ট - শিষ্ট

৬২৮) আগ - গুৰি

৬২৯) অক্ষম - সক্ষম

৬৩০) আগ - পিছ

৬৩১) আগমন - প্ৰত্যাগমন

৬৩২) অস্ত - উদয়

৬৩৩) অহংকাৰ - নিৰুহংকাৰ

৬৩৪) অশ্লীলতা - শ্লীলতা

৬৩৫) অসাম্য - সাম্য

৬৩৬) আকৰ্ষণ - বিকৰ্ষণ

৬৩৭) অসুশ্থ - সুস্থ

৬৩৮) অসামৰিক - সামৰিক

৬৩৯) আংশিক - পূৰ্ণ

৬৪০) অসাৰুৱা - সাৰুৱা

৬৪১) অস্তাচল - উদয়াচল

৬৪২) আগ - পাছ

৬৪৩) অসহিষ্ণু - সহিষ্ণু

৬৪৪) অসামান্য - সামান্য

৬৪৫) আকাশ - পাতাল

৬৪৬) অসাৰ্থক - সাৰ্থক

৬৪৭) আওকাণ - মনোযোগ

৬৪৮) আওকাঠী - সুকাঠী

৬৪৯) অস্বাভাৱিক - স্বাভাৱিক

৬৫০) আঁউসী - পূৰ্ণিমা

৬৫১) আগঢ়ী - সুগঢ়ী

৬৫২) অস্থায়ী - স্থায়ী

৬৫৩) অস্বাস্থ্যকৰ - স্বাস্থ্যকৰ

৬৫৪) আচামী - ফৰিয়াদী

৬৫৫) আধুনিক - পৌৰাণিক

৬৫৬) আপোন - পৰ

৬৫৭) আন্ধাৰ - পোহৰ

৬৫৮) আদি - অন্ত

৬৫৯) আজি - কালি

৬৬০) আদৃত - অনাদৃত

৬৬১) আবাদী - অনাবাদী

৬৬২) আদান - প্ৰদান

৬৬৩) আটিল - সোলোক - ঢোলোক

৬৬৪) আৰ্দ্ৰ - শুষ্ক

৬৬৫) আবতৰ - বতৰ

৬৬৬) আদৰ - অনাদৰ

৬৬৭) আন্তীয় - অনাত্মীয়

৬৬৮) আচল - নকল

৬৬৯) আনন্দ - বেজাৰ

৬৭০) আদায় - অনাদায়

৬৭১) আপইঁতা - পূৰঠ

৬৭২) আত্মশ্লাঘা - আত্মগ্লানি

৬৭৩) আদৰণি - বিদায়

৬৭৪) আচ্ছাদিত - অনাচ্ছাদিত

৬৭৫) আধৰুৱা - সম্পূৰ্ণ

৬৭৬) আধুনিক - প্ৰাচীন

৬৭৭) আনুষ্ঠানিক - অনানুষ্ঠানিক

৬৭৮) আটকধুনীয়া - কুন্ধচ

৬৭৯) আটোম - টোকাৰী - বিশৃংশল

৬৮০) আমিৰ - গৰীব

৬৮১) আস্থা - অনাস্থা

৬৮২) আসা - নিৰাশা

৬৮৩) আৰ্ৱিভাৱ - তিৰোভাৱ

৬৮৪) আয়তী - বিধৱা

৬৮৫) ইচ্ছা - অনিচ্ছা

৬৮৬) ইপাৰ - সিপাৰ

৬৮৭) আহুত - অনাহুত

৬৮৮) আবুৰ - মুকলি

৬৮৯) আৰম্ভ - শেষ

৬৯০) আবৃত - অনাবৃত

৬৯১) ইতিবাচক - নেতিবাচক

৬৯২) আৱাহন - বিসৰ্জন

৬৯৩) আমদানী - ৰপ্তানি

৬৯৪) আস্তিক - নাস্তিক

৬৯৫) আৰোহণ - অৱৰোহণ

৬৯৬) আব্যন্তৰিন - বাহ্যিক

৬৯৭) আড়ম্বৰপূৰ্ণ - অনাড়ম্বৰ

৬৯৮) আসক্ত - অনাসক্ত

৬৯৯) আমিষ - নিৰামিষ

৭০০) আহ্লাদ - বিষাদ

৭০১) আমিষহাৰী - নিৰামিষহাৰী

৭০২) আহুকাল - সুচল

৭০৩) ইচ্ছুক - অনিচ্ছুক

৭০৪) উচ্চ - অনুচ্চ

৭০৫) উচ্চ - নিম্ন

৭০৬) উদয় - অস্ত

৭০৭) উত্তম - অধম

৭০৮) উন্নতি - অনুন্নতি

৭০৯) উত্তৰ - প্ৰশ্ন

৭১০) উগ্ৰ - অনুগ্ৰ

৭১১) ইয়াত - তাত

৭১২) উণ্থান - পতন

৭১৩) উজু - টান

৭১৪) ইহকাল - পৰকাল

৭১৫) উক্ত - অনুক্ত

৭১৬) উদ্যমী - অনুদ্যমী

৭১৭) উজনি - নামনি

৭১৮) উদয়াচল - অস্তাচল

৭১৯) উপকাৰ - অপকাৰ

৭২০) ইহলোক - পৰকাল

৭২১) উন্নত - অনুন্নত

৭২২) উত্তমাংগ - অধমাংগ

৭২৩) উত্তৰ - দক্ষিণ

৭২৪) উজ্জল - অনুজ্জল
                         
৭২৫) উখোৱা - আৰৈ

৭২৬) উদ্যত - অনুদ্যত

৭২৭) উচ্চ - নীচ

৭২৮) ইদানীত্ন - তদানীন্তন

৭২৯) উতকৃষ্ট - নিকৃষ্ট

৭৩০) উদাস - বিষয়ী

৭৩১) উষ্ণ - শীতল

৭৩২) উৰ্ধ্ব - অনুৰ্ধ্ব

৭৩৩) উচিত - উনুচিত

৭৩৪) উৰ্বৰ - অনুৰ্বৰ

৭৩৫) উদিত - অস্তমিত

৭৩৬) উত্তীৰ্ণ - অৱতীৰ্ণ

৭৩৭) উপস্থিত - অনুপস্থিত

৭৩৮) উপযুক্ত - অনুপযুক্ত

৭৩৯) উদাৰ - সংকীৰ্ণ

৭৪০) উভৈনদী - অভাৱ

৭৪১) উপসৰ্গ - অনুসৰ্গ

৭৪২) উতপতিয়া - শান্ত

৭৪৩) উদগ্ৰীৱ - নিৰুদ্বেগ

৭৪৫) উন্মুক্ত - আৱদ্ধ

৭৪৬) উৰ্দ্ধ - অধঃ

৭৪৭) উদ্দিষ্ট - অনুদ্দিষ্ট

৭৪৮) উপসংহাৰ - অবতৰণিকা

৭৪৯) উৰুঙা - উখল - মাখল

৭৫০) উমৈহতিয়া - গাইগুটিয়া

৭৫১) উত্তমৰ্ণ - অধমৰ্ণ

৭৫২) উদ্বিগ্ন - অনুদ্বিগ্ন

৭৫৩) উদগতি - অধোগতি

৭৫৪) উদ্ধদৃত - অনুদ্ধৃত

৭৫৫) এঁৱা - দৈ

৭৫৬) ওচৰ - দূৰ

৭৫৭) ক'লা - বগা

৭৫৮) একত্ব - বহুত্ব

৭৫৯) ককৰ্থনা - প্ৰশংসা

৭৬০) কৰ্কশ - মিহি

৭৬১) এতিয়া - তেতিয়া

৭৬২) ঊৰ্ধ্বচাপ - নিম্নচাপ

৭৬৩) ঐতিহাসিক - অনৈতিহাসিক

৭৬৪) ঋনাত্মক - ধনাত্মক

৭৬৫) এলাগী - লাগী

৭৬৬) ওখ - চাপৰ

৭৬৭) ক'লী - বগী

৭৬৮) একমুখী - বহুমুখী

৭৬৯) ধৰ্ধ্বতন - তলতীয়া

৭৭০) ঐহিক - পাৰলৌকিক

৭৭১) কইনা - বৰ

৭৭২) ওপৰ - তল

৭৭৩) এনাইদেও - পোথাদেও

৭৭৪) ঐক্য - অনৈক্য

৭৭৫) কৰ্কশ - শুৱলা

৭৭৬) এন্ধাৰ - পোহৰ

৭৭৭) ঔচিত্য - অনৌচিত্য

৭৭৮) ঊৰ্ধ্বগতি - অধোগতি

৭৭৯) ঐচ্ছিক - অনৈচ্ছিক

৭৮০) কঙালী - ভূগালী

৭৮১) কৰ্ম - অকৰ্ম

৭৮২) কান্দোন - হাঁহি

৭৮৩) ক্লান্ত - অক্লান্ত

৭৮৪) কৰণীয় - অকৰণীয়

৭৮৫) কল্পনা - বাস্তৱ

৭৮৬) ক্ৰয় - বিক্ৰয়

৭৮৭) কনিষ্ঠ - জ্যেষ্ট

৭৮৮) কপট - অকপট

৭৮৯) কাৰ্যকৰী - অকাৰ্যকৰী

৭৯০) কিঞ্চিত - প্ৰচুৰ

৭৯১) কান্দ - হাঁহ

৭৯২) কম - বেছি

৭৯৩) কথনীয় - অকথনীয়

৭৯৪) কম্পিত - অকম্পিত

৭৯৫) কৰ্তৃত্ব - অকৰ্তৃত্ব

৭৯৬) কাপুৰুষ - সাহসী

৭৯৭) কপটীয়া - অকপটীয়া

৭৯৮) কৰ্তব্য - অকৰ্তব্য

৭৯৯) কৰযুক্ত - কৰমুক্ত

৮০০) কৰাইচ - খৰছী

৮০১) কাল্পনিক - বাস্তৱিক

৮০২) কন্যা - পুত্ৰ

৮০৩) কদৰ্য - ধুনীয়া

৮০৪) কথিত - অকথিত

৮০৫) অপমান - সন্মান

৮০৬) অপৈণত - পৈণত

৮০৭) অবাধ্য - বাধ্য

৮০৮) অবিচলিত - বিচলিত

৮০৯) অপ্ৰমাদ - প্ৰমাদ

৮১০) অপৰিষ্কাৰ - পৰিষ্কাৰ

৮১১) অপৱিত্ৰ - প্ৰৱিত্ৰ

৮১২) অবাঞ্ছিত - বাঞ্ছিত

৮১৩) অপুত্ৰক - পুত্ৰক

৮১৪) অপ্ৰধান - প্ৰধান

৮১৫) অৰ্বাচীন - প্ৰাচীন

৮১৬) অপাত্ৰ - পাত্ৰ

৮১৭) অবাস্তৱ - বাস্তৱ

৮১৮) অপ্ৰাসংগিক - প্ৰাসংগিক

৮১৯) অপ্ৰাকৃতিক - প্ৰাকৃতিক

৮২০) অপ্ৰয়োগ - প্ৰয়োগ

৮২১) অপ্ৰচলিত - প্ৰচলিত

৮২২) অপুষ্পক - সুপুষ্পক

৮২৩) অপূৰ্ণ - পূৰ্ণ

৮২৪) অপ্ৰৰোচিত - প্ৰৰোচিত

৮২৫) অপুষ্টি - পুষ্টি

৮২৬) অপৰিসীম - সসীম

৮২৭) অপেস্বৰী - ফেদেলী

৮২৮) অপৰাজিত - পৰাজিত

৮২৯) অপৰিহাৰ্য - পৰিহাৰ্য

৮৩০) অমাৰ্জিত - মাৰ্জিত

৮৩১) অমৃত - গৰল

৮৩২) অলীক - বাস্তৱ

৮৩৩) অৱনতি - উন্নতি

৮৩৪) অলপ - বেছি

৮৩৫) অযুক্তি - যুক্তি

৮৩৬) অমাৱস্যা - পূৰ্ণিমা

৯৩৭) অলৌকিক - লৌকিক

৮৩৮) অৰাজনৈতিক - ৰাজনৈতিক

৮৩৯) অৰূমোদয় - সূৰ্যাস্ত

৮৪০) অমেধ্য - মেধ্য

৮৪১) অমত - মত

৮৪২) অৱজ্ঞা - আদৰ

৯৪৩) অমিল - মিল

৮৪৪) অৱৰোহন - আৰোহন

৮৪৫) অযৌগিক - যৌগিক

৮৪৬) অলংওঘনীয় - লংঘনীয়

৮৪৭) অমান্য - মান্য

৮৪৮) অল্পায়ু - দীৰ্ঘায়ু

৮৪৯) অৱতল - উত্তল

৮৫০) অমনোযোগ - মনোযোগ

৮৫১) অযুগুত - যুগুত

৮৫২) অৰুচি - ৰুচি

৮৫৩) অম্লান - ম্লান

৮৫৪) অমিতব্যয়ী - মিতব্যয়ী

৮৫৫) কুপথ - সুপথ

৮৫৬) কুৰুছি - সুৰুছি

৮৫৭) কুশ্ৰী - সুশ্ৰী

৮৫৮) কৃষ্ণাংগ - শ্বেতাংগ

৮৫৯) কু-বাদ - সু-বাদ

৮৬০) কুখ্যাত - সুখ্যাত

৮৬১) কুটিল - সৰল

৮৬২) কীৰ্তন - ৰতন

৮৬৩) কুলক্ষণ - সুলক্ষণ

৮৬৪) কুন্ধচ - শুৱনী

৮৬৫) কুমেৰু - সুমেৰু

৮৬৬) কুতসা - প্ৰশংসা

৮৬৭) কুফল - সুফল

৮৬৮) কিন - বিক

৮৬৯) কুনাম - সুনাম

৮৭০) কুৰূপ - সুৰূপ

৮৭১) কৃতজ্ঞ - অকৃতজ্ঞ


৮৭২) কু - পৰিবাহী - পু পৰিবাহী

৮৭৩) কুতসিত - সুন্দৰ

৮৭৪) কৃষ্ণপক্ষ - সুপক্ষ

৮৭৫) কিশোৰ - কিশোৰী

৮৭৬) কুলক্ষণী - সুলক্ষণী

৮৭৭) কুমলীয়া - পূৰঠ

৮৭৮) কুদৃষ্টি - শুভদৃষ্টি

৮৭৯) কৃতকাৰ্য - অকৃতকাৰ্য

৮৮০) খং - ৰং

৮৮১) খৰচ - জমা

৮৮২) খহটা - মিহী

৮৮৩) কৃত্ৰিম - অকৃত্ৰিম

৮৮৪) খণ্ড - অখণ্ড

৮৮৫) কৃশ - স্থুল

৮৮৬) কৃপণ - খৰছী

৮৮৭) খৰখেদা - লাহে - ধীৰে

৮৮৯) খৰালি - বাৰিষা

৮৯০) কোমন - কঠিন

৮৯১) খলনাময়ক - নায়ক

৮৯২) ক্লেশ - অক্লেশ

৮৯৩) কেঁকুৰি - পোন

৮৯৪) কৃত্য - অকৃত্য

৮৯৫) খৰচী - মিতব্যয়ী

৮৯৬) কৃপাময় - কৃপাহীন

৮৯৭) খণ্ডিত - অখণ্ডিত

৮৯৮) ক্ৰেতা - বিক্ৰেতা

৮৯৯) কৰ্মেন্দ্ৰিয় - জ্ঞানেন্দ্ৰিয়

৯০০) খণ্ডবাক্য - পূৰ্ণবাক্য

৯০১) খঙাল - ৰঙিয়াল

৯০২) কৃষিপ্ৰধান - উদ্যোগপ্ৰধান

৯০৩) কেঁচা - পকা

৯০৪) খৰতকীয়া - লেহেমীয়া

৯০৫) খাদ্য - অকাদ্য

৯০৬) খুচুৰা - পাইকাৰী

৯০৭) খ্যাত - অখ্যাত

৯০৮) গগন - পাতাল

৯০৯) গদ্য - পদ্য

৯১০) গমন - আগমন

৯১১) গত - অনাগত

৯১২) খাঁতি - ভেজাল

৯১৩) খাল - বাম

৯১৪) গতি - স্থিতি

৯১৫) গণিকা - সতী

৯১৬) গতিশীল - স্থিতিশীল

৯১৭) গধুৰ - পাতল

৯১৮) গভীৰ - অগভীৰ

৯১৯)  গতানুগতিক - অগতানুগতিক

৯২০) খোলা - বন্ধ

৯২১) খীণ - শকত

৯২২) খাৰিফশস্য - ৰবিশস্য

৯২৩) খোকোজা - খলখলীয়া

৯২৪) গতিশক্তি - স্থিতিশক্তি

৯২৫) গধূলি - পুৱা

৯২৬) গঠন - ভাঙোন

৯২৭) খ্যাতি - অখ্যাতি

৯২৮) খুৰা - খুৰী

৯২৯) খালী - ভৰ্তি

৯৩০) গম্ভীৰ - চঞ্চল

৯৩১) গুণী - নিৰ্গুণী

৯৩২) গুৰু - শিষ্য

৯৩৪) গায়ক - গায়িকা

৯৩৫) গাই - বলদ

৯৩৬) গৰিষ্ঠ - লঘিষ্ঠ

৯৩৭) গ্ৰীষ্মকাল - শীতকাল

৯৩৮) গাভৰু - ডেকা

৯৩৯) গহীন - চঞ্চল

৯৪০) গুৰি - আগ

৯৪১) গাওঁ - নগৰ

৯৪২) গৰল - অমৃত

৯৪৩) গৰিহণা - প্ৰশংসা

৯৪৪) গুচৰীয়া - পদকীয়া

৯৪৫) গুণফল - ভাগফল

৯৪৬) গুৰু - লঘু

৯৪৭) গিৰীয়েক - ঘৈণিয়েক

৯৪৮) গা - গধুৰ - গা - পাতল

৯৪৯) গুৰি - আগ

৯৫০) গৰ্হিত - প্ৰশংসনীয়

৯৫১) গম্য - অগম্য

৯৫২) গুপ্ত - মুক্ত

৯৫৩) গিৰীহঁত - গিৰীহঁতনী

৯৫৪) গুণ - দোষ

৯৫৫) গাঁৱলীয়া - চহৰীয়া

৯৫৬) গ্লানি - যশচ্যা

৯৫৭) গৰম - ঠাণ্ডা

৯৫৮) গুৰুত্ব - লঘুত্ব

৯৫৯) গৌৰ - শ্যাম

৯৬০) গ্ৰহণ - বৰ্জন

৯৬১) ঘাইপথ - উপপথ

৯৬২) গ্ৰীষ্ম - শীত

৯৬৩) ঘৈণিয়েক - গিৰীয়েক

৯৬৪) গ্ৰামাঞ্চল - নগৰাঞ্চল

৯৬৫) গোটা - চেপেটা

৯৬৬) ঘৃমা - প্ৰেম

৯৬৭) গোপনীয় - অগোপনীয়

৯৬৮) গ্ৰহ - নক্ষত্ৰ

৯৬৭) ঘন - সেৰেঙা

৯৬৮) ঘাটি - ৰাহি

৯৬৯) গোলাম - মালিক

৯৭০) ঘৰচীয়া - বনৰীয়া

৯৭১) গৌৰৱ - অগৌৰৱ

৯৭২) গ্ৰেপ্তাৰ - মুক্তি

৯৭৩) গ্ৰহীতা - দাতা

৯৭৪) গ্ৰাহ্য - বৰ্জ্য

৯৭৫) গৌণ - মূখ্য

৯৭৬) গোপন - আকাশ

৯৭৭) ঘুমটি - নিদ্ৰাহীন

৯৭৮) গ্ৰহণীয় - বৰ্জনীয়

৯৭৯) গোচৰীয়া - পদকীয়া

৯৮০) গোমা - ফৰকাল

৯৮১) ঘোষ - অঘোষ

৯৮২) চনকা - লিটকীয়া

৯৮৩) চহকী - দুখিয়া

৯৮৪) চাকৰ - মালিক

৯৮৫) চাফা - লেতেৰা

৯৮৬) চৰ্ব্য - পেয়

৯৮৭) চৰকাৰী - বেচৰকাৰী

৯৮৮) চেপেটা - গোটা

৯৮৯) চল - অচল

৯৯০) চামোন - কথকী

৯৯১) চতুৰ - হোজা

৯৯২) চফেদ - ক'লা

৯৯৩) চঞ্চল - ধীৰ

৯৯৪) চামিল - বহিষ্কাৰ

৯৯৫) চৰকাৰ - জনসাৰাৰণ

৯৯৬) চাপৰ - ওখ

৯৯৭) চৰিত্ৰৱান - চৰিত্ৰহীন

৯৯৮) ঘোদা - নিজনী

৯৯৯) চন্দ্ৰ - সূৰ্য

১০০০)  চৰ্ত - চৰ্তহীন

১০০১) চিজিল - বেচিজিল

১০০২) চিনাকি - অচিনাকি

১০০৩) চিপচিপিয়া - দোপালপিটা

১০০৪) চিৰকুমাৰ - বিবাহিত

১০০৫) চেঁচুকিয়া - ৰ'দঘাই

১০০৬) চিৰবিচ্ছেদ - চিৰলগৰী

১০০৭) চতুম্বকীয় - অচুম্বকীয়

১০০৮) চিজিল - বে- চিজিল

১০০৯) চিনাক্ত - অচিনাক্ত

১০১০) চিন্তিত - চিন্তাহীন

১০১১) চিন্তান্বিত - চিন্তামুক্ত

১০১১) চুটি - চাপৰ - হটঙা

১০১১) চোকা - ভোটা

১০১২) জন্ম - মৃত্যু

১০১৩) জলজ - স্থলজ

১০১৪) জহকালি - জাৰকালি

১০১৫) ছিদ্ৰ - নিছিদ্ৰ

১০১৬) জমা - খৰচ

১০১৭) চৈতন্যাৱস্থা - জড়াবস্থা

১০১৮) জহ - জাৰ

১০১৯) ছোৱালী - ল'ৰা

১০২০) ছঁয়াময়া - ফটফটীয়া

১০২১) জনমভূমি - বিদেশ

১০২২) জধলা - পৰিপাটি

১০২৩) জল - স্থল

১০২৪) জনপ্ৰিয় - অজনপ্ৰিয়

১০২৫) চৈতন্য - অচৈত্য

১০২৬) জলপথ - স্থলপথ

১০২৭) চোকা - বদুৱা

১০২৮) ছহিদ - দেশদ্ৰোহী

১০২৯) জনশূন্য - জনাকীৰ্ণ

১০৩০) জলচৰ - স্থলচৰ

১০৩১) জলবতাহ - স্থলবতাহ

১০৩২) চোকৰা - চোকৰী

১০৩৩) ছেদ্য - অছেদ্য

১০৩৪) জনম - মৰণ

১০৩৫) জটিল - সৰল

১০৩৬) জাগৰণ - শয়ন

১০৩৭) জী - পো

১০৩৮) জীৱিত - মৃত

১০৩৯) জীয়েক - জোৱায়েক

১০৪০) জ্ঞান - অজ্ঞান

১০৪১) জাৰ - জহ

১০৪২) জীৱন - মৰণ

১০৪৩) জাই - মাইকী মেকুৰী

১০৪৪) জ্ঞাত - অজ্ঞাত

১০৪৫) জীৱন্ত - মৃত

১০৪৬) জিত - পৰাজিত

১০৪৭) জড়জগত - জীৱজগত

১০৪৮) জীয়াৰী - পো

১০৪৯) জ্ঞানবন্ত - অজ্ঞানী

১০৫০) জড় - জীৱ

১০৫১) জাগ্ৰত - সুপ্ত

১০৫২) জীৱ - জড়

১০৫৩) জনাকীৰ্ণ - জনাশূন্য

১০৫৪) জীৱাত্মা - পৰমাত্মা

১০৫৫) জিন্দাবাদ - মুৰ্দাবাদ

১০৫৬) জীয়েক - পুতেক

১০৫৭) জ্ঞানৱান - অজ্ঞানী

১০৫৮) জাৰকালি - জহকালি

১০৫৯) জাজ্বল্যমান - তমসাচ্ছন্ন

১০৬০) জীৰ্ণ - অজীৰ্ণ

১০৬১) জ্ঞানী - মুৰ্খ

১০৬২) চেঙা - মিঠা

১০৬৩) ডেকেৰী - বুঢ়ী

১০৬৪) তপত - চেঁচা

১০৬৫) ডাঠ - পাতল

১০৬৬) টেক - বহল

১০৬৭) ততেক - ছতেক

১০৬৮) জৈৱ - অজৈৱ

১০৬৯) জোখ - অজোখ

১০৭০) ঠাণ্ডা - গৰম

১০৭১) জ্যেষ্ঠ - কনিষ্ঠ

১০৭২) ডাৱৰীয়া - ফৰকাল

১০৭৩) তনয় - তনয়া

১০৭৪) ডাঙৰ - সৰু

১০৭৫) ডেকা - গাভৰু

১০৭৬) ঢিলা - টান

১০৭৭) ঠিক - বেঠিক

১০৭৮) জৈৱিক - অজৈৱিক

১০৭৯) টেঙৰ - অজলা

১০৮০) জাঁৱায়েক - জীয়েক

১০৮১) টকটকীয়া - মেহেকা

১০৮২) ঢেলঢেলীয়া - সতেজ

১০৮৩) তদানীন্তন - ইদানীন্তন

১০৮৪) ডিম্বাণু - শুক্ৰাণু

১০৮৫) টান - ঢিলা

১০৮৬) জ্ঞেয় - অজ্ঞেয়

১০৮৭) টেটেৰা - নোদাকা

১০৮৮) ডালদৰিদ্ৰ - আঢ্যৱন্ত

১০৮৯) তাত - ইয়াত

১০৯০) তৃপ্তি - অতৃপ্তি

১০৯১) তৰাং - গভীৰ

১০৯২) থিয় - পথালি

১০৯৩) তুষ্ট - বিতুষ্ট

১০৯৪) তল - ওপৰ

১০৯৫) ত্যাগ - গ্ৰহণ

১০৯৬) তাকৰ - সৰহ

১০৯৭) তৃণাহাৰী - মাংসাহাৰী

১০৯৮) তীব্ৰ - মৃদু

১০৯৯) তিমিৰ - প্ৰভা

১১০০) তিৰোভাৱ - আৰ্ৱিভাৱ

১১০১) তমসাচ্ছন্ন - জাজ্বল্যমান

১১০২) তিৰস্কাৰ - পুৰস্কাৰ

১১০৩) তুলনাবিহীন - তুলনীয়

১১০৪) তিতা - শুকান

১১০৫)  থিয়চকুৱা - পথালিচকুৱা

১১০৬) তৰুণ - তৰুণী

১১০৭) তৃণবোজী - মাংসভোজী

১১০৮) তীখৰ - হেবাং

১১০৯) থলুৱা - চালানী

১১১০) তৃপ্ত - অতৃপ্ত

১১১১) তুলনীয় - অতুলনীয়

১১১২) তাকৰীয়া - সৰহীয়া

১১১৩) তিৰোতা - পূৰুষ

১১১৪) দগ্ধ - অদগ্ধ

১১১৫) দাতা - গ্ৰহীতা

১১১৬) দাৰক - দাৰিকা

১১১৭) দিন - ৰাতি

১১১৮) দৰা - কইনা

১১১৯) দয়ালু - নিষ্ঠুৰ

১১২০) দানৱ - মানৱ

১১২১) দীপ্ত - ম্লান

১১২৩) দমনীয় - অদমনীয়

১১২৪) দীঘল - চপটি

১১২৫) দ - বাম

১১২৬) দিটক - সপোন

১১২৭) দলীয় - একক

১১২৮) লদদাই - খুৰী

১১২৯) দৰকাৰী - অদৰকাৰী

১১৩০) দাম্ভিক - বিনয়ী

১১৩১) দীৰ্ঘ - হ্ৰস্ব

১১৩২) দয়া - হিংসা

১১৩৩) দক্ষিণায়ন - উত্তৰায়ণ

১১৩৪) দাতা - কৃপণ

১১৩৫) দণ্ডনীয় - ক্ষমাৰ্হ

১১৩৬) দম্য - অদম্য

১১৩৭) দক্ষিণ - উত্তৰ

১১৩৮) দাহ্য - অদাহ্য

১১৩৯) দীৰ্ঘম্যাদী - হ্ৰস্বম্যাদী

১১৪০) দুৰ্বল - সবল

১১৪১) দুৰ্লভ - সুলভ

১১৪২) দুখ - সুখ

১১৪৩) দুৰ্দন - সজ্জন

১১৪৪) দুৰ্ভগা - সুভগা

১১৪৫) দুঃখবৰ - সুখূবৰ

১১৪৬) দুখীয়া - ধনী

১১৪৭)  দুৰ্নাম - সুনাম

১১৪৮) দুৰ্বহ - সুবহ

১১৪৯) দুৰ্মতি - সুমতি

১১৫০) দুখী - সুখী

১১৫১) ধৰ্ম - অধৰ্ম

১১৫২) দুঃসংবাদ - সুসংবাদ

১১৫৩) দুৰ্বুদ্ধি - সুবুদ্ধি

১১৫৪) দুখানুভূটি - সুখানুভূতি

১১৫৫) দুৰ্ভাগ্য - সৌভাগ্য

১১৫৬) দুপৰীয়া - দুভাগ নিশা

১১৫৭) দেহী - অদেহী

১১৫৮) দুৰ্গম - সুগম

১১৫৯) ধাৰ্মিক - অধাৰ্মিক

১১৬০) দেওৰ - ননদ

১১৬১) ধৰুৱা - নিধৰুৱা

১১৬২) ধুতি - বিধুতি

১১৬৩) দুঃশীল - সুশীল

১১৬৪) ধনী - দুখীয়া

১১৬৫) ধ্বংস - সৃষ্টি

১১৬৬) দৃশ্য - অদৃশ্য

১১৬৭) দুৰ্বাসনা - সুবাসনা

১১৬৮) দুঃসাধ্য - সুসাধ্য

১১৬৯) দুবিনীত - সুবিনীত

১১৭০) দৈহিক - মানসিক

১১৭১) ধ্বংসমুখী - সৃষ্টিমুখী

১১৭২) দুৰ্ভেদ্য - সুবেদ্য

১১৭৩) দুৰ্নীতি - সুনীতি

১১৭৪) দুৰিষশ - সুষশ

১১৭৫) দুচমন - দোস্ত

১১৭৬) দেৱতা - অসুৰ

১১৭৭) ধাতু - অধাতু

১১৭৮) ধনাত্মক - ঋনাত্মক

১১৭৯) দ৭ৰৱতী - নিকটৱতী

১১৮০) দৃঢ় - শিথিল

১১৮১) দেশদ্ৰোহী - দেশপ্ৰেমিক

১১৮২) ধ্বংসাত্মক - সৃজনাত্মক

১১৮৩) দেশপ্ৰেমিক - দেশদ্ৰোহী

১১৮৪) ধৰ্মী - অধৰ্মী

১১৮৫) ধ্বংসকাৰী - সৃষ্টিকাৰী

১১৮৬) দেৱ - অদৈৱ

১১৮৭) ধাদুমি - ল-নি

১১৮৮) দেনা - পাওন

১১৮৯) ধীৰ - চঞ্চল

১১৯০) ন - পূৰণি

১১৯১) নৰক - স্বৰ্গ

১১৯২) নিকৃষ্ট - উতকৃষ্ট

১১৯৩) দ্ৰৱণীয় - অদ্ৰৱণীয়

১১৯৪) নামী - বেনামী

১১৯৫) নিকট - নিলগ

১১৯৬) নিবোকা - কথাচহকী

১১৯৭) নট - নটী

১১৯৮) নিলগ - ওচৰ

১১৯৯) নিশ্বাস - শ্বাস

১২০০) নিম্ন - উচ্চ

১২০১) নিৰ্মল - মলিন

১২০২) নিৰস্ত্ৰ - সশস্ত্ৰ

১২০৩) নিশ্চিন্ত - চিন্তিত

১২০৪) নিৰমৰমিয়াল - মৰমিয়াল

১২০৫) নিৰ্মেঘ - মেঘাচ্ছন্ন

১২০৬) নিম্নলিখিত - উল্লিখিত

১২০৭) নিত্যতা - অনিত্যতা

১২০৮) নিৰ্ভীক - ভীৰু

১২০৯) নাকচ - মঞ্জুৰ

১২১০) ধুনীয়া - কুতচিত

১২১১) নিজনি - ঘোদা

১২১২) নৰম - টান

১২১৩) ন্যায় - অন্যায়

১২১৪) নিৰ্দোষী - দোষী

১১১৫) নামনি - উজনি

১২১৬) ধোঁৱাখুলীয়া - মিতব্যয়ী

১২১৭) নিম্নতা - উচ্চতা

১২১৮) নিশ্চিদ্ৰ - সছিদ্ৰ

১২১৯) নিষ্ঠুৰ - মৰমিয়াল

১২২০) নিৰাপদ - বিপদজনক

১২২১) নিমন্ত্ৰিত - অনিমন্ত্ৰিত

১২২২) নিৰ্মিত - অনিৰ্মিত

১২২৩) নিৰ্জীৱ - সজীৱ

১২২৪) নিৰ্দয় - সদয়

১২২৫) নিকটৱতী - দূৰৱতী

১২২৬) নিৰুদ্বিগ্ন - উদ্বিগ্ন

১২২৭) নকল - আচল

১২২৮) নিষ্কাম - সকাম

১২২৯) নিৰৰ্থক - সদৰ্থক

১২৩০) নিশ্চেষ্ট - সচেষ্ট

১২৩১) নিৰভিমানী - অভিমানী

১২৩২) নিমাওমাও - কোলাহলপূৰ্ণ

১২৩৩) নিশাহ - উশাহ

১২৩৪) নিৰুতসাহী - উতসাহী

১২৩৫) নিশ্চিত - অনিশ্চিত

১২৩৬) নিষ্ক্ৰিয় - সক্ৰিয়

১২৩৭) নিৰক্ষৰ - সাক্ষৰ

১২৩৮) নৰম - চৰম

১২৩৯) নৈশ - দিবা

১২৪০) পাছ - আগ

১২৪১) পদ্য - গদ্য

১২৪২) পতি - পত্নী

১২৪৩) পঠন - লিখন

১২৪৪) নিষ্ফল - সাম্ফল

১২৪৫) পাতল - ডাঠ

১২৪৬) পিছ - আগ

১২৪৭) পৰিপক্ক - অপৰিপক্ক

১২৪৮) পৱিত্ৰ - অপৱিত্ৰ

১২৪৯) পৰাধীন - স্বাধীন

১২৫০) পৰিবৃত - অনাবৃত

১২৫১) নীতি - অনীতি

১২৫২) পথ্য - অপথ্য

১২৫৩) পাপ - পূণ্য

১২৫৪) নীচ - উচ্চ

১২৫৫) পাঠ্য - অপাঠ্য

১২৫৬) পাতাল - আকাশ

১২৫৭) পণ্ডিত - মূৰ্খ

১২৫৮) পচন্দ - অপচন্দ

১২৫৯) নিয়মিত - অনিয়মিত

১২৬০) পৰিচিত - অপৰিচিত

১২৬১) নৈতিক - অনৈতিক

১২৬২) পৰিষ্কাৰ - অপৰিষ্কাৰ

১২৬৩) পশ্চাদগামী - অগ্ৰগামী

১২৬৪) পঠিত - লিখিত

১২৬৫) পদত্যাগ - পদগ্ৰহণ

১২৬৬) পৰজীৱী - স্বজীৱী

১২৬৭) নীচাত্মিকা - উচ্চাত্মিকা

১২৬৮) নিস্তেজ - সতেজ

১২৬৯) নীৰৱ - সৰৱ

১২৭০) পৰিপুষ্ট - অপৰিপুষ্ট

১২৭১) পাৰ্থিৱ - অপাৰ্থিৱ

১২৭২) পৰকাল - ইহকাল

১২৭৩) নৈষ্ঠিক - অনৈষ্ঠিক

১২৭৪) পাঠক - পাঠিকা

১২৭৫) পাৰ্থক্য - সাদৃশ্য

১২৭৬) পতন - উণ্থান

১২৭৭) পৰাধীনতা - স্বাধীনতা

১২৭৮) পিতা - মাতা

১২৭৯) পথান - শিতান

১২৮০) পশ্চিম - পূব

১২৮১) পশ্চ - অগ্ৰ

১২৮২) পাতল - গধুৰ

১২৮৩) পৰিত্যক্ত - অপৰিত্যক্ত

১২৮৪) পৰিশ্ৰমী - অপৰিশ্ৰমী

১২৮৫) পৰিপাটি - অপৰিপাটি

১২৮৬) পৰোক্ষ - প্ৰত্যক্ষ

১২৮৭) পঠিত - অপঠিত

১২৮৮) পৰিমিত - অপৰিমিত

১২৮৯) পাঠক - লেখক

১২৯০) পৃণ্য - পাপ

১২৯১) পো - জী

১২৯২) প্ৰকৃত - অপ্ৰকৃত

১২৯৩) পূব - পশ্চিম

১২৯৪) পূৱা - গধুলি

১২৯৫) পুৰষ্কাৰ - তিৰষ্কাৰ

১২৯৬) পোন - বেঁকা

১২৯৭) পিতৃত্ব - মাতৃত্ব

১২৯৮) প্ৰখ্যাত - অখ্যাত

১২৯৯) পুত্ৰ - কন্যা

১৩০০) প্ৰচণ্ড - মৃদু

১৩০১) প্ৰভূ - ভৃত্য

১৩০২) প্ৰশ্বাস - শ্বাস

১৩০৩) প্ৰতিবাদ - সমৰ্থন

১৩০৪) প্ৰথম - শেষ

১৩০৫) পোহৰ - আন্ধা

১৩০৬) প্ৰসন্নতা - বিষণ্ণতা

১৩০৭) প্ৰকাশ - অপ্ৰকাশ

১৩০৮) প্ৰশান্ত - অসান্ত

১৩০৯) প্ৰজা - ৰজা

১৩১০) পূৰ্বৱতী - পৰৱতী

১৩১১) পুষ্টি - অপুষ্টি

১৩১২) প্ৰগতিশীল - ৰক্ষণশীল

১৩১৩) পো - বোৱাৰী

১৩১৪) প্ৰফুল্ল - বিষণ্ণ

১৩১৫) প্ৰতিক্ৰিয়া - ক্ৰিয়া

১৩১৬) পূৰ্ণকালীন - অংশকালীন

১৩১৭) প্ৰত্যক্ষ - পৰোক্ষ

১৩১৮) প্ৰসন্ন - বিষণ্ণ

১৩১৯) প্ৰতিকূল - অনুকূল

১৩২০) পৈণত - অপৈণত

১৩২১) পূৰ্ণগ্ৰাস - খণ্ডগ্ৰাস

১৩২২) প্ৰকাণ্ড - ক্ষুদ্ৰ

১৩২৩) প্ৰচুৰ - অল্প

১৩২৪) প্ৰতিহিংসা - হিংসা

১৩২৫) প্ৰকৃষ্ট - নিকৃষ্ট

১৩২৬) প্ৰভাত - সন্ধ্যা

১৩২৭) পূৰ্বজন্ম - পৰজন্ম

১৩২৮) পোহনীয়া - বনৰীয়া

১৩২৯) পুতেক - জীয়েক

১৩৩০) প্ৰৱেশ - প্ৰস্থান

১৩৩১) প্ৰবৃত্তি - নিবৃত্তি

১৩৩২) প্ৰধান - অপ্ৰধান

১৩৩৩) প্ৰতিসৰণ - প্ৰতিফলন

১৩৩৪) প্ৰত্যুক্তি - উক্তি

১৩৩৫) প্ৰচেষ্টা - অপ্ৰচেষ্টা

১৩৩৬) পূৰ্বাহ্ণ - অপৰাহ্ণ

১৩৩৭) পূৰ্ণ - অপূৰ্ণ

১৩৩৮) প্ৰকৃতিস্থ - অপ্ৰকৃতিস্থ

১৩৩৯) পূৰ্বপূৰুষ - উত্তৰপূৰুষ

১৩৪০) পূৰণি - নতুন

১৩৪১) প্ৰক্ষিক্ষক - প্ৰশিক্ষাৰ্থী

১৩৪২) প্ৰেম - ঘৃণা

১৩৪৩) বগা - ক'লা

১৩৪৪) বতৰ - আবতৰ

১৩৪৫) প্ৰাচ্য - পাশ্চাত্য

১৩৪৬) প্ৰাসাদ - কুটীৰ

১৩৪৭) প্ৰেৰমা - নিৰুতসাহ

১৩৪৮) বক্তা - শ্ৰোতা

১৩৪৯) প্ৰশ্ন - উত্তৰ

১৩৫০) বৰ - সৰু

১৩৫১) বক্ষ - পৃষ্ঠ

১৩৫২) বাণি - দীঘ

১৩৫৩) বৰ - কইনা

১৩৫৪) বনৰীয়া - ঘৰচীয়া

১৩৫৫) বাজ - ভিতৰ

১৩৫৬) বদুৱা - চোকা

১৩৫৭) বহল - ঠেক

১৩৫৮) বদনাম - সদনাম

১৩৫৯) বৰ্ধক - হ্ৰাসক

১৩৬০) বহিষ্কাৰ - চামিল

১৩৬১) বৰ্জন - গ্ৰহণ

১৩৬২) বলদ - গাই

১৩৬৩) প্ৰাচীন - আধুনিক

১৩৬৪) বাদী - বিবাদী

১৩৬৫) প্ৰাণী - উদ্ভিদ

১৩৬৬) প্ৰসাৰণ - সংকোচন

১৩৬৭) বহুকোষী - এককোষী

১৩৬৮) বন্ধুতা - শত্ৰুতা

১৩৬৯) বৰ্জনীয় - গ্ৰহণীয়

১৩৭০) বদগুণ - সদগুণ

১৩৭১) বন্ধু - শত্ৰু

১৩৭২) বাকী - নগদ

১৩৭৩) বহিৰ্ভাগ -অন্তৰ্ভাগ

১৩৭৪) বিখ্যাত - অক্যাত

১৩৭৫) বিস্মৃত - স্মৃত

১৩৭৬) বিনাশ - স্ৰজন

১৩৭৭) বিশৃংখল - সুশৃংখল

১৩৭৮) বিফল - সফল

১৩৭৯) বৃহত - ক্ষুদ্ৰ

১৩৮০) বিবেচক - অবিবেচক

১৩৮১) বহিঃ - অন্ত

১৩৮২) বুকু - পিঠি

১৩৮৩) বিতুষ্ট - সন্তুষ্ট

১৩৮৪) বাহ্যিক - আভ্যন্তৰিণ

১৩৮৫) বোৱাৰী - জীয়ৰী

১৩৮৬) বেচৰকাৰী - চৰকাৰী

১৩৮৭) বাৰিষা - খৰালি

১৩৮৮) বিয়ৈ - বিয়নী

১৩৮৯) বিভাজন - সংযোজন

১৩৯০) বালক - বালিকা

১৩৯১) বিকৰ্ষণ - আকৰ্ষণ

১৩৯২) বিসৰ্জন - আৱাহণ

১৩৯৩) বিযুৰীয়া - যুৰীয়া

১৩৯৪) ভব্য - অভব্য

১৩৯৫) মৰা - জীৱা

১৩৯৬) যুৱক - যুৱতী

১৩৯৭) ৰট - ৰঠান

১৩৯৮) মৌন - মুখৰ

১৩৯৯) যুক্তি - অযুক্তি

১৪০০) মৃত - জীৱিত

১৪০১) যৌথ - একক

১৪০২) ৰাগ - বিৰাগ

১৪০৩) ৰাতি - দিন

১৪০৪) লাগী - এলাগী

১৪০৫) শকত - ক্ষীণ

১৪০৬) শাও - আশীৰ্বাদ

১৪০৭) লংঘন - পালন

১৪০৮) শিষ্য - গুৰু

১৪০৯) শুক্ল - কৃষ্ণ

১৪১০) শাহু - শহুৰ

১৪১১) শৰীৰী - অশৰীৰী

১৪১২) শ্ৰোতা - বক্তা

১৪১৩) সচল - অচল

১৪১৪) সদৃশ - বিসদৃশ

১৪১৫) সংযত - অসংযত

১৪১৬) সংযোগ - বিয়োগ

১৪১৭) শুদ্ধ - ভূল

১৪১৮) শুষ্ক - আৰ্দ্ৰ

১৪১৯) সঁচা - মিছা

১৪২০) লটৰা - ছোৱালী

১৪২১) সত্য - অসত্য

১৪২২) স্বৰ্গ - নৰক

১৪২৩) সম্পদ - বিপদ

১৪২৫) সন্তোষ - অসন্তোষ

১৪২৬) সম - বিষম

১৪২৭) সশ্ৰম - বিনাশ্ৰম

১৪২৮) সাৰ্ছথক - অসাৰ্থক

১৪২৯) হ্ৰাস - বৃদ্ধি

১৪৩০) ক্ষীণ - শকত

১৪৩১) হৰণ - পূৰণ

১৪৩২) হেবাং - টিমক

১৪৩৩) লঘু - গুৰু

১৪৩৪) সোঁ - বাও

১৪৩৫) লব - হৰ

১৪৩৬) সন্ধি - বিগ্ৰহ

১৪৩৭) সুমতি - দুৰ্মতি

১৪৩৮) স্পষ্ট - অস্পষ্ট

১৪৩৯) হোডা - চতুৰ

১৪৪০) ক্ষয় - বৃদ্ধি

১৪৪১) বিধৱা - সধৱা

১৪৪২) ফৰকাল - ডাৱৰীয়া

১৪৪৩) বিয়োগ - যোগ

১৪৪৪) প্ৰেৰক - প্ৰাপক

১৪৪৫) বাহাল - বাতিল

১৪৪৬) নিঃশব্দ - সশব্দ

১৪৪৭) বিচ্ছেদ - মিলন

১৪৪৮) বিনয়ী - দাম্ভিক

১৪৪৯) বাঞ্ছিত - অবাঞ্ছিত

১৪৫০) ভ্ৰষ্ট - অভ্ৰষ্ট

১৪৫১) মিলন - বিৰহ

১৪৫২) মুক্ত - বন্ধ

১৪৫৩) যৌগ - মৌল

১৪৫৪) মিল - অমিল

১৪৫৫) মত - অমত

১৪৫৬) মান - অপমান

১৪৫৭) ম্লান - অম্লান

১৪৫৮) ষত্ন - অয়ত্ন

১৪৫৯) সংকোচ - নিঃসংকোচ

১৪৬০) সংৰক্ষিত - অসংৰক্ষিত

১৪৬১) লুধুমী - লু - নী

১৪৬২) সদম - নিৰ্দয়

১৪৬৩) শ্ৰাব্য - অশ্ৰাব্য

১৪৬৪) সাৰুৱা - অসাৰুৱা

১৪৬৫) সুগম - দুৰ্গম

১৪৬৬) স্থিতিশীল -গতিশীল

১৪৬৭) হাৰ - জিক

১৪৬৮) সুবিধা - অসুবিধা

১৪৬৯)ক্ষুদাতুৰ - ক্ষুধাহীন

১৪৭০) শীাত - গ্ৰীষ্ম

১৪৭১) ভিন্ন - অভিন্ন

১৪৭২) যোগান - চাহিদা

১৪৭৩) ভাবানুবাদ - শব্দানুবাদ

১৪৭৪) মৰণ - জীৱণ

১৪৭৫) সান্তি - অসান্তি

১৪৭৬) ক্ষয়িষ্ণু - বৰ্ধিষ্ণু

১৪৭৭) সমতা - বিষমতা

১৪৭৮) অখ্যাত - বিখ্যাত  

১৪৭৯) অধম - উত্তম

১৪৮০) অতল - বাম

১৪৮১) অতৃপ্তি - তৃপ্তি

১৪৮২) উচ্ছাহ - নিৰুতসাহ

১৪৮৩) বিনয় - গৰ্ব

১৪৮৪) বিক্ৰয় - ক্ৰয়

১৪৮৫) বীভতস - বিতোপন

১৪৮৬) বিক - কিন

১৪৮৭) বিশ্বাসী - অবিশ্বাসী

১৪৮৮) বিফলতা - সফলতা

১৪৮৯) বিস্তৃত - সংক্ষিপ্ত

১৪৯০) বাৰবনিতা - সতী

১৪৯১) ৰ'দঘাই - চেচুকীয়া

১৪৯২) মেলাহী - গোতোং

১৪৯৩) ৰপতানি - আমদানি

১৪৯৪) যুগ্ম - অযুগ্ম

১৪৯৫) সজ - অসজ

১৪৯৬) সকৰ্মক - অকৰ্মক

১৪৯৭) ক্ষমা - প্ৰতিশোধ

১৪৯৮) সোঁৱৰণ - পাহৰণ

১৪৯৯) সুখ - দুখ

১৫০০) সুন্দৰৱ - কূতচিট

১৫০১) ক্ষিপ্ৰ - মন্থৰ

১৫০২)অজ্ঞ - বিজ্ঞ

১৫০৩) অনাদায় - আদায়

১৫০৪) অধোগামী - ঊৰ্ধগামী

১৫০৫) অদৰকাৰ - দৰকাৰ

১৫০৬) অজলা - বুধিয়ক

১৫০৭) অধিকাৰ - অনধিকাৰ

১৫০৮) মাউৰা - মাউৰী

১৫০৯) বৰ্খাস্ত - নিযুক্তি

১৫১০) অনিশ্চিত - নিশ্চিত

১৫১১) অজ্ঞানী - জ্ঞানৱন্ত

১৫১২) অগ্ৰদজ - অনুজ

১৫১৩) অতীত - ভৱিষ্যত

১৫১৪) অদম্য - দম্য

১৫১৫) অদাহ্য - দাহ্য

১৫১৬) অচেতন - সচেতন

১৫১৭) অচিনাকি - চিনাকি

১৫১৮) বস্তুনিষ্ঠ - ব্যক্তিনিষ্ঠ

১৫১৯) বিগত - অনাগত

১৫২০) হ্ৰস্ব - দীৰ্ঘ

১৫২১) সাধু - অসাধু

১৫২২) হাঁহি - কান্দোন

১৫২৩) সুলভ - দুৰ্লভ

১৫২৪) সৰল - জটিল

১৫২৫) ক্ষুদ্ৰ - বৃহত

১৫২৬) ভক্তি - ঘৃণা

১৫২৭) ভেদ্য - অভেদ্য১৫২৮) অজীণ - জীণ

১৫২৯) অতিক্ৰম - অনতিক্ৰম

১৫৩০) অনাগত - গত

১৫৩১) অনাচাৰ - সদাচাৰ

১৫৩২) নিকন্টকীয়া - কন্টকাকীৰ্ণ

১৫৩৩) ৰজক - ৰজকী

১৫৩৪) বিদ্যা - অবিদ্যা

১৫৩৫) বগী - ক'লী

১৫৩৬) ফৌজদাৰী - দেৱানী

১৫৩৭) বিষয়ী - বৈৰাগী

১৫৩৮) বানপীড়িত - খৰাংপীড়িত

১৫৩৯) বিধৰ্ম - সধৰ্ম

১৫৪০) প্ৰেৰণ - গ্ৰহণ

১৫৪১) বাওঁ - সো

১৫৪২) প্ৰাচীন - নবীন

১৫৪৩) বদ - অভ্যাস - সদ - অভ্যাস

১৫৪৪) বিজ্ঞ - অজ্ঞ

১৫৪৫) বহুবল্কী - মিতভাষী

১৫৪৬) ব্যাহত - অব্যাহত

১৫৪৭) বিভাজক - সংযোজক

১৫৪৮) বৰ - অভিশাপ

১৫৪৯) বুৰ - ওপঙ

১৫৫০) বালক - বৃদ্ধ

১৫৫১) প্ৰায়োগিক - তাত্ত্বিক

১৫৫২) বলৱত - বাতিল

১৫৫৩) বতৰীয়া - আবতৰীয়া

১৫৫৪) বিশ্বাসঘাটক - বিশ্বাসভাজক

১৫৫৫) বৃদ্ধি - হ্ৰাস

১৫৫৬) বিনীত - উদ্ধত

১৫৫৭) বেঁকা - পোন

১৫৫৮) বিশ্ৰান্ত - অবিশ্ৰান্ত

১৫৫৯) সংকোচিত - প্ৰসাৰিত

১৫৬০) শ্লীল - অশ্লীল

১৫৬১) শিতান - পথান

১৫৬২) সন্তুষ্ট - বিতুষ্ট

১৫৬৩) সতেজ - নিস্তেজ

১৫৬৪) শ্বেতাংগ - কৃষ্ণাংগ

১৫৬৫) শ্যাম - গৌৰ

১৫৬৬) শহুৰ - শাহু

১৫৬৭) লেতেৰা - চাফা

১৫৬৮) ৰাজনৈতিক - অৰাজনৈতিক

১৫৬৯) শিক্ষক - শিক্ষাৰ্থী

১৫৭০) শাপ - বৰ

১৫৭১) শত্ৰু - মিত্ৰ

১৫৭২) শুৱনি - অশুৱনি

১৫৭৩) সদাচাৰী - কদাচাৰী

১৫৭৪) সংগ্ৰহ - বিতৰণ

১৫৭৫) সক্ৰিয় - নিষ্ক্ৰিয়

১৫৭৬) শুক্লপক্ষ - কৃষ্ণপক্ষ

১৫৭৭) শাসক - শাসিত

১৫৭৮) ৰোগী - নিৰোগী

১৫৭৯) সংযুক্ত - বিযুক্ত

১৫৮০) সজীৱ - নিৰ্জীৱ

১৫৮১) ভয় - সাহ

১৫৮২) মিঠা - তিতা

১৫৮৩) ভোগালী - কঙালী

১৫৮৪) যশ - অপযশ

১৫৮৫) ভাজ - পোৰ

১৫৮৬) লংঘনীয় - অলংঘনীয়

১৫৮৭) শান্ত - অশান্ত

১৫৮৮) সংক্ষিপ্ত - বিস্তৃত

১৫৮৯) সধৱা - বিধৱা

১৫৯০) ক্ষতি - লাভ

১৫৯১) স্থলচৰ - জলচৰ

১৫৯২) সফলতা - বিফলতা

১৫৯৩) মিলনান্ত  - বিয়োগান্ত

১৫৯৪) ৰসিক - বেৰসিক

১৫৯৫) যৌগিক - মৌলিক

১৫৯৬) ভিতৰ - বাহিৰ

১৫৯৭) মিহি - খহটা  

১৫৯৮) ৰজা - প্ৰজা

১৫৯৯) ভুল শুদ্ধ

১৬০০) মহিলা - পূৰুষ

১৬০১) লাভ - লোকচান

১৬০২) সচেতন - অচেতন

১৬০৩) ক্ষীণকায় - স্থলকায়

১৬০৪) সামৰিক - অসামৰিক

১৬০৫) হৰা - জিকা

১৬০৬) সুবহ - দুৰ্বহ

১৬০৭) সুখ্যাত - কুখ্যাত

১৬০৮) হিত - অহিত

১৬০৯) ক্ষুদ্ৰাকাৰ - বৃহদাকাৰ

১৬১০) দানৱীয় - মানৱীয়

১৬১১) মৌখিক - লিখিত

১৬১২) যুগুত - অযুগুত

১৬১৩) মৰণ - জনম

১৬১৪) ৰাজকন্যা - ৰাজপুত্ৰ

১৬১৫) মিথ্যাবাদী - সত্যবাদী

১৬১৬) ৰ'দ - বৰষুণ

১৬১৭) মুৰ্দাবাদ - জিন্দাবাদ

১৬১৮) বৈৰী - মিত্ৰ

১৬১৯) মানুহ - দানৱ

১৬২০) লাওমূৰা - শিয়াল

১৬২১) ৰক্ষণশীল - প্ৰগতিশীল

১৬২২) মৰদ -তিৰী

১৬২৩) ভৰ্তসিত - প্ৰশংসিত

১৬২৪) মাংসভোজী - তৃণভোজী

১৬২৫) ক্ষয় - বৃদ্ধি

১৬২৬) মিছা - সঁচা

১৬২৭) বৈধ - অবৈধ

১৬২৮)বিমূৰ্ত - মূৰ্ত

১৬২৯) বিয়োগান্ত - মিলকান্ত

১৬৩০) বিসম্বাসী - অবিসম্বাসী

১৬৩১) বিৰহ - মিলন

১৬৩২) মনতুন - পূৰণি

১৬৩৩) অতুলনীয় - তুলনীয়

১৬৩৪) অজ্ঞান - বোধ

১৬৩৫) অজৈৱ - জৈৱ

১৬৩৬) অধ্যায়ী - অধ্যাপক

১৬৩৭) সুস্থ - অসুস্থ

১৬৩৮) সুমেৰু - কুমেৰু

১৬৩৯) ক্ষুদ্ৰায়তন - বৃহতায়ন

১৬৪০) হেমাহি - খৰখেদা

১৬৪১) সৃষ্টি - প্ৰলয়

১৬৪২) সবল - দৰ্বল

১৬৪৩) স্থায়ী - অস্থায়ী

১৬৪৪) শুকুলা - ক'লীয়া

১৬৪৫) সদাচাৰ - কদাচাৰ

১৬৪৬) সকাম - নিষ্কাম

১৬৪৭) বহিৰ্ভুক্ত - অন্তৰ্ভুক্ত

১৬৪৮) প্ৰাকৃতিক - অপ্ৰাকৃতিক

১৬৪৯) অহোপূৰুষাৰ্থ - অনুদ্যমী

১৬৫০) মিত্ৰতা - শত্ৰুতা

১৬৫১) ভাজক - ভাজ্য

১৬৫২) ভোতা - চোকা

১৬৫৩) মুনিহ - তিৰোতা

১৬৫৪) যুক্তিযুক্ত - যুক্তিহীন

১৬৫৫) মিলন - বিচ্ছেদ

১৬৫৬) মন্থৰ - দ্ৰুত

১৬৫৭) ভোটা - চোকা

১৬৫৮) যুৰীয়া - বিযুৰীয়া

১৬৫৯) মস্তক - চৰণ

১৬৬০) ভৰদুপৰ - দুভাগ ৰাতি

১৬৬১) মুখ্য - গৌণ

১৬৬২) যোগ্য - অযোগ্য

১৬৬৩) ব্যয় - আয়

১৬৬৪) বোৱাৰী - পো

১৬৬৫) বহিৰ্মুখী - অন্তৰ্মুখী

১৬৬৬) ভদ্ৰ - অভদ্ৰ

১৬৬৭) মাতৃ - পিতৃ

১৬৬৮) ভীৰু - সাহসী

১৬৬৯) মাৰ্জিত - অমাৰ্জিত

১৬৭০) ব্যৰ্থ - অব্যৰ্থ

১৬৭১) মেৰুদণ্ডী - অমেৰুদণ্ডী

১৬৭২) মিতব্য়যী - ধোঁৱাখুলীয়া

১৬৭৩) ভৌতিক - ৰাখায়নিক

১৬৭৪) মৌলিক - যৌগিগ

১৬৭৫) মাতৃত্ব - পিতৃত্ব

১৬৭৬) মন্থৰতা - ক্ষিপ্ৰতা

১৬৭৭) ভূমিকা - পৰিশিষ্ট

১৬৭৮) মতদ্বৈধ - ঐকমত্য

১৬৭৯) মান্য - অমান্য

১৬৮০) ৰটন - কীৰ্তন

১৬৮১) ভঊত - ভৱিষ্যত

১৬৮২) বেৰসিক - ৰসিক

১৬৮৩) হ্ৰসন - বৰ্ধন

১৮৬৪) শ্ৰদ্ধা - অশ্ৰদ্ধা

১৬৮৫) বৈতনিক - অবৈতনিক

১৬৮৬) মিতব্যয়ী - অমিতব্যয়ী

১৬৮৭) সঞ্চয় - অপচয়

১৬৮৮) হৰ - লব

১৬৮৯) সৰু - ডাঙৰ

১৬৯০) ক্ষাৰ - অম্ল

১৬৯১) হ্ৰাসক - বৰ্ধক

১৬৯১) সৃষ্টিকাৰী - ধ্বংসকাৰী

১৬৯২) ক্ষমণীয় - অক্ষমণীয়

১৬৯৩) হিংসা - অহিংসা

১৬৯৪) সুৰ - অসুৰ

১৬৯৫) স্থিৰ - অস্থিৰ

১৬৯৬) সুচল - অচল

১৬৯৭) হঁহা - কন্দা

১৬৯৮) সবাক - নিবাক

১৬৯৯) অধীন - স্বাধীন

১৭০০) অচিন্তিত - চিন্তিত

১৭০১) অদৰকাৰী - দৰকাৰী

১৭০২) অতীৱ - সীমিত

১৭০৩) অচুম্বকীয় - চুম্বকীয়

১৭০৪) অনাটন - সূলভ

১৭০৫) সপুষ্পক - অপুষ্পক

১৭০৬) সুকৃতি - দুষ্কৃতি

১৭০৭) সাকাৰ - নিৰাকাৰ

১৭০৮) সমান - অপমান

১৭০৯) সুগন্ধ - দুৰ্গন্ধ

১৭১০) সাম্য - অসাম্য

১৭১১)  অদূৰ্ষণী - দূৰ্ষণী

১৭১২) অগ্ৰগামী - পশ্চাদগামী

১৭১৩) স্থিতিশক্তি - গতিশক্তি

১৭১৪) সুপ্ত - জাগ্ৰত

১৭১৫) সহযোগী - প্ৰতিযোগী

১৭১৬) স্থিতি - গতি

১৭১৭) ক্ষিপ্ৰতা - মন্থৰতা

১৭১৮) লিকটীয়া - চণকা

১৭১৯) ৰাজহুৱা - ব্যক্তিগত

১৭২০) লঘিষ্ঠ - গৰিষ্ঠ

১৭২১) শিৰ - পদ

১৭২২) শুচি - অশুচি

১৭২৩) শুভ - অশুভ

১৭২৪) শিষ্ট - অশিষ্ট

১৭২৫) ল-নি - ধাদুমী

১৭২৬) ৰুগ্ন - সুস্থ

১৭২৭) অধ্যাপক - অধ্যায়ী

১৭২৮) অত্যুটকৃষ্ট - বেয়া

১৭২৯) অচিনাক্ত - চিনাক্ত

১৭৩০) অধ্যৱসায় - এলাহ

১৭৩১) অচিন্তনীয় - চিন্তনীয়

১৭৩২) অধোমুখ - ঊৰ্ধ্বমুখ

১৭৩৩) অজৰ - অমৰ - মৃত্যুশীল

১৭৩৪) সব্য - অসভ্য

১৭৩৫) সপক্ষ - বিপক্ষ

১৭৩৬) বাতিল - বাহাল

১৭৩৭) দুৰ্বোধ্য - সুবোধ্য

১৭৩৮) লৌকিক - অলৌকিক

১৭৩৯) ল'ৰা - বুঢ়া

১৭৪০) সন্মান - অপমান

১৭৪১) সুগভীৰ - অগভীৰ

১৭৪২) সভল - নিষ্ফল

১৭৪৩) সুখ্যাতি - অখ্যাতি

১৭৪৪) সুশৃংশল - বিশৃংখল

১৭৪৫) সুভেদ্য - দুৰ্ভেদ্য

১৭৪৬) সমবাহু - বিষমবাহু

১৭৪৭) সমষ্টি - ব্যষ্টি

১৭৪৮) স্বাধীন - পৰাধীন

১৭৪৯) স্বাভাৱিক - অস্বাভাৱিক

১৭৫০) অজ্ঞেয় - জ্ঞেয়

১৭৫১) অজ্ঞানী - জ্ঞানী

১৭৫২) অধোগতি - ঊৰ্ধ্বগতি

১৭৫৩) অদ্ৰৱণীয় - দ্ৰৱণীয়

১৭৫৪) অতিবৃষ্টি - অনাবৃষ্টি

১৭৫৫) অচৈতন্য - চৈতন্য

১৭৫৬) অত্যধিক - অনধিক

১৭৫৭) অজীৰ্ণ - জীৰ্ণ

১৭৫৮) অত্যাৱশ্যকীয় - অনাৱশ্যকীয়

১৭৫৯) অদগ্ধ - দগ্ধ

১৭৬০) শায়িত - উণ্থিত

১৭৬১) শাক্ত - বৈষ্ণৱ

১৭৬২) শেযষ - আৰম্ভ

১৭৬৩) শুৱলা - কৰ্কষ

১৭৬৪) সংকুচিত - প্ৰসাৰিত

১৭৬৫) সংযম - অসংযম

১৭৬৬) শীতলতা - উষ্ণতা

১৭৬৭) সংগতি - বিসংগতি

১৭৬৮) শূণ্য - পূৰ্ণ

১৭৬৯) শতুৰালি - মিতিৰালি

১৭৭০) সদৰ্থক -  নঞৰ্থক

১৭৭১) শ্লীলতা - অশ্লীলতা

১৭৭২) শ্ৰুতিকট - শ্ৰুটিমধুৰ

১৭৭৩) শীতল - উষ্ণ

১৭৭৪) শত্ৰুতা - মিত্ৰতা

১৭৭৫) শুক্ৰানু - ডিম্বাণু

১৭৭৬) শিক্ষক - শিক্ষয়ত্ৰী

১৭৭৭) শয়ন - জাগৰণ

১৭৭৮) সংযোগিত - বিয়োজিত

১৭৭৯) সৃষ্টিমুখী - ধ্বংসমুখী

১৭৮০) হৰ্য - বিষাদ

১৭৮১) সুশ্ৰী - কুশ্ৰী

১৭৮২) শক্ত - অশক্ত

১৭৮৩) স্থাৱৰ - অস্থাৱৰ

১৭৮৪) সূৰ্যাস্ত - সূৰ্যাস্ত

১৭৮৫) অদূৰ্দষিতা - দূৰদৰ্ষিতা

১৭৮৬) অনিৰ্দিষ্ট - নিৰ্দিষ্ট


No comments:

Post a Comment

Gauhati High Court: Library Assistant for the Judicial Academy, February, 2026, (Assam)

 GAUHATI HIGH COURT AT GUWAHATI The Gauhati High Cour (THE HIGH COURT OF ASSAM, NAGALAND, MIZORAM AND ARUNACHAL PRADESH) WRITTEN EXAMINATI...