Redirect Image

js

Thursday, March 24, 2022

জ্যোতি সংগীত - লুইতৰ আকাশত তৰাৰ তৰাৱলী

 

লুইতৰ আকাশত তৰাৰ তৰাৱলী

লুইতৰ আকাশত তৰাৰ তৰাৱলী
পাৰত দীপাৱলী তেজেৰে মোৰ
আই নাকান্দিবি
থাপনাত তেজেৰে বন্তি দিছেহি
সন্তানে আজি তোৰ।
লাচিতৰ দিনৰে জ্বলা জুয়েকুৰা
আই অ' নুমুৱা নাই,
নতুন তেজেৰে শলিতা জ্বলিছে
উজলিছে ভমকাই।
চকুলো বোৱাই জুই নুনুমাবি
গুচক তমসা ঘোৰ
লুইতৰ আকাশত তৰাৰ তৰাৱলী
পাৰত দীপাৱলী তেজেৰে মোৰ।

No comments:

Post a Comment

How to Make Students Fear of Mathematics Disappear

* Welcome to Gyaan Kunja Tuition Centre podcast. I'm your host, Rohan, and today we are tackling a topic that haunts the nightmares of s...