Redirect Image

js

Thursday, March 24, 2022

জ্যোতি সংগীত - বিশ্ববিজয়ী নৱজোৱান লভিতা

 

বিশ্ববিজয়ী নৱজোৱান
                           লভিতা

বিশ্ববিজয়ী নৱজোৱান, বিশ্ববিজয়ী নৱজোৱান
শক্তিশালী ভাৰতৰ
ওলাই আহা ওলাই আহা
সন্তান তুমি বিপ্লৱৰ।।
সমুখ সমৰ ভয় নকৰিবি
মুক্তি যুঁজাৰু হুঁচিয়াৰ
মৃত্যু বিজয় কৰিব লাগিব
স্বাধীনতাৰ খুলি দুৱাৰ।
অগ্নিবৃষ্টি আহিব লাগিছে
গৰজে বজ্ৰপাত
শিলাবৃষ্টি ভূমিকম্প
'ব উল্কাপাত।

No comments:

Post a Comment

How to Make Students Fear of Mathematics Disappear

* Welcome to Gyaan Kunja Tuition Centre podcast. I'm your host, Rohan, and today we are tackling a topic that haunts the nightmares of s...