TENSES
কিছুমান Time Expressionৰ যোগেদি Tense ৰ চিনাক্ট কৰণ আরু কিছু নিয়ম---
নিয়ম: তলত দিয়াৰ দৰে, শব্দবোৰ যি Tense ত আছে সেই Tense তেই বাক্যটো হ’ব বুলি অনুমান কৰিব পাৰি ৷
Present indefinite:-
Always(সদায়), every day/week/month etc (প্রতি দিন/সপ্তাহ/মাহ), often (প্রায় বা সঘনাই), now and then (মাজে মাজে), usually (সাধাৰণতে), occasionally (কাতচিৎ বা মাজে মাজে), regularly (নিয়মিত), normally (স্বাভাৱিক ভাৱে), seldom (খুব কমেই বা কাতচিৎ), sometimes (কেতিয়াবা কেতিয়াবা), Look, *বৰ্তমানৰ অভ্যাসগত কাম, *চিৰসত্য বাক্য,
Present Continuous:-
Now (এতিয়া), at this moment (এই খিনি সময়ত), right now (এতিয়াই), Hurry up! (Sometime use in present continuous), don't disturb (sometime use in present continuous), busy (ব্যস্ত), and running verb provided a meaning of continue with present sense, আরু চলিত Verb ৰ ক্ষেত্রত যিটো বৰ্তমানৰ লগত সংলগ্ন থাকে আরু বৰ্তমানত চলি থকা বাক্যবোৰৰ ক্ষেত্রত যত সময় নিৰ্দ্দিষ্টকৈ উল্লেখ নাথাকে অৰ্থাৎ কিমান সময় ধৰি (for) বা কিমান সময়ৰ পৰা (since) উল্লেখ নাথাকে ।
Present Perfect:-
Already (ইতিমধ্যে), ultimately (শেষ পৰ্যন্ত বা চূড়ান্তভাৱে), just now (এই মাত্র), just (মাত্রই), yet (এই পৰ্যন্ত), never (কেতিয়াও নোহোৱা), ever (কেতিয়াও বা কেতিয়াবা বা নিৰন্তৰ), not yet (এই পৰ্যন্তলৈকে নোহোৱা), so far (এই পৰ্যন্তলৈকে), till now (এই পৰ্যন্তলৈকে), up to now (এই পৰ্যন্তলৈকে) আরু বৰ্তমানত শেষ হোৱা সকলো কামৰ বাবে আরু অতীতত শেষ হোৱা কিন্তূ বৰ্তমানলৈকে প্রভাৱ পৰা বাক্যবোৰৰ ক্ষেত্রত etc
Present Perfect Continuous:-
Since(পৰা), and For(ধৰি), আরু সময় লৈ/ধৰি বা বহু সময়ৰ পৰা/ধৰি বৰ্তমানত চলি থকা বাক্যবোৰৰ ক্ষেত্রত
Past Indefinite:-
When(যেতিয়া), while (যেতিয়া), last day/night/month etc (শেষ দিন/ৰাতি/মাহ ইত্যাদি), yesterday(কালি), used to(ব্যৱহাৰ কৰিছিল/হৈছিল), once upon a time(এসময়ৰ কথা), once or once a day/month/year etc (এবাৰ/এদিনাখন/এটা মাহত/এক বছৰত ইত্যাদি),., recently(অলপতে), ago(পূৰ্বতে বা আগতে), it is time(এই খিনি সময়ত), as if (এনে যেন), as though (যদিওবা), the other day (অন্য দিন), I wish (Sometime use in past indefinite), আরু লগতে অতীতত হৈছিল বা ঘটিছিল বাক্যবোৰত যিবোৰ চলিত বা শেষ হোৱা নুবুযায় ।
Past Continuous:-
When(যেতিয়া) and while(যেতিয়া) with running sense, আরু অতীতৰ চলিত বাক্যৰ লগত য’ত সময় নিৰ্দ্দিষ্টকৈ উল্লেখ নাথাকে অৰ্থাৎ কিমান সময় ধৰি (for) বা কিমান সময়ৰ পৰা (since) উল্লেখ নাথাকে ।
Past Perfect:-
Before and After with finished work (Before আরু After ৰ সৈতে অতীতৰ সমাপ্ত কাম), আরু অতীতত সমাপ্ত হোৱা কামসমূহৰ সৈতে
Past Perfect Continuous:-
অতীতত কোনো নিৰ্দ্দিষ্ট সময় ধৰি (for) বা নিৰ্দ্দিষ্ট সময়ৰ পৰা (since) কোনো কাম চলি আছিল এনে অৰ্থত
Future Indefinite:-
Tomorrow (কালিলৈ), the next day (পিছৰ দিনা), after
an hour(এঘন্টাৰ পাছত), tonight (আজি ৰাতি),
shortly (অলপতে ভৱিষ্যতত), assumption
বা ধাৰণা কৰাৰ বাক্যৰ ক্ষেত্রত, Example: I think, probably, we might,
perhaps etc
Future Continuous:-
At this time tomorrow (কালিলৈ এইখিনি সময়ত), আরু ভৱিষ্যতত কোনো কাম চলি থাকিব)
Future Perfect:-
ভৱিষ্যতত কোনো কাম সমাপ্ত হ’ব বুজালে
Future Perfect Continuous:
ভৱিষ্যতত কোনো কাম সময় লৈ বা ধৰি চলি থাকিব ।
Present Indefinite- Subject + present form of the verb + s/es, with 3rd person singular number
He always goes to school on foot.
Some Examples on Technique No-1
(ex-feel, think, know, hope, love, like, believe, understand, want, see, matter, resemble, contain, belong, posses, consist etc)
|
Technique No-4 :
No comments:
Post a Comment