Advance Uses of Tense(বহল অৰ্থত Tense ৰ ব্যৱহাৰ)
Present Tense(বৰ্তমান কাল):-
(a)Indefinite বা Simple Present Tense:-
1. সদায় সত্য বাক্যবোৰৰ ক্ষেত্রত যাক Universal Truth অথবা চিৰসত্য বোলা হয়৷ এনে ধৰণৰ বাক্যবোৰ Present Indefinite Tense ত লিখা হয়৷
Ex- চন্দ্র ৰাতিৰ আকাশত উলায়৷
The moon rises in the night sky.
2. সদায় ব্যৱহিত কৰ্মবোৰ অৰ্থাৎ অভ্যাসগত কৰ্মৰ ক্ষেত্রত যাক Habitual Action বা অভ্যাসগত কাম বোলা হয়৷এনে ধৰণৰ বাক্যবোৰ Present Indefinite Tense ত লিখা হয়৷
Ex- মই দিনে ৮ ঘন্টাকৈ পঢ়ো৷
I read eight hours a day.
3. এতিয়াই এটা কাম লগে লগে হোৱা বুজালে বা কোৱাৰ লগে লগে কামটো হোৱা ধৰণৰ বুজালে, Present Indefinite Tense ব্যৱহিত হয়৷
Ex- তুমি আহিলানে?
Are you come?
হয় মই আহিলো৷
Yes, I come.
4. যিবোৰ বস্তু জগত বিখ্যাত অৰ্থাৎ অতি আচৰিত ধৰণৰ(Thing of Wonder)হয়৷তেনেবোৰ বাক্যক Present Indefinite Tenseত লিখা হয়৷
Ex- ৰাজপুতনাৰ জয়স্তম্ভটো গৌৰৱৰ বস্তু৷
The Victory Tower of Rajputana is a thing of pride.
5. কিছুমান কৰ্ম যি ভৱিষ্যতে ঘটিব কিন্তু তাক এতিয়া বৰ্তমানতে নিৰ্ধাৰণ কৰা হয়৷তেনেবোৰ বাক্যক Present Indefinite Tenseত লিখা হয়৷
Ex- স্কুল সোমবাৰে খুলিব৷
The school reopens on Monday next.
6. সচৰাচৰ যিবোৰ ঘটনা সত্য হয় বা ঘটি থাকে৷তেনেবোৰ বাক্যক Present Indefinite Tenseত লিখা হয়৷
Ex- তেওঁৰ দেউতাক কলেজ এখনত কাম কৰে৷
His father works in a college.
7. অতীতৰ দুটি ঘটনাক উজ্জল অৰ্থাৎ সজীৱকৈ দেখুৱাবলৈ Present Indefinite Tense ব্যৱহাৰ কৰা হয়৷
Ex- অসুকে তেতিয়া এদল সৈন্যৰ সৈতে কালিংগাক আক্রমণ কৰিলে৷
Asoka then invades Kalinga with a large army.
8. কোনো বৃহৎ বৃহৎ গ্রন্থৰ মহত্বপূৰ্ণ উদ্ধৃতিবোৰ দিয়াৰ ক্ষেত্রত Present Indefinite Tense ব্যৱহাৰ কৰা হয়৷
Ex- Shakespeare says, “Neither a borrower nor a lender be.”
Gray says, “Let not ambition mock their useful toil.”
9. Future অৰ্থাৎ ভৱিষ্যত কালৰ লগত ইয়াৰ ব্যৱহাৰ:-
(a) কোনো এটা কাম কোনো স্থিৰ সিদ্ধান্তৰ ক্ষেত্রত ব্যৱহাৰ কৰিলে৷
Ex- কালিলৈ মোৰ দাদা আমেৰিকা এৰিব৷
My brother leaves for America tomorrow.
(b) কেতিয়াবা Future Action ত নিৰ্দেশ লোৱা বাক্যৰ ক্ষেত্রত৷
Ex- ইয়াৰ পিছত মই কি কৰিম৷
What do I do next?
(c) কিছুমান চৰ্ত সাপেক্ষে Future Action ত Present Indefinite Tense ব্যৱহাৰ হয়৷
Ex- যদি সি কাইলৈ আহে, সি তাৰ ভনীয়েকক লগ কৰিব৷
If he comes tomorrow, he will meet his sister.
(d) Future Action ত Time Clause ৰ ক্ষেত্রত Present Indefinite Tense ব্যৱহাৰ হয়৷
Ex- মই সি অহালৈকে অপেক্ষা কৰিম৷
I shall wait until he comes.
10. What is Present Indefinite Tense? Present Indefinite Tense হ’ল অনিশ্চিত বৰ্তমান কাল, ইয়াত ক্রিয়া বৰ্তমান হোৱা স্বত্তেওঁ ই কোনো নিশ্চিত সময়ৰ ইংগিত নিদিয়ে৷ I write অৰ্থাৎ মই লিখো বাক্যটোত কেতিয়া লিখো সেই বিষয়ে একো উল্লেখ কৰা নাই৷
11. Present Indefinite ৰ বাক্যবোৰ নঞৰ্থক বা মই নিলিখো, মই নকৰো আদি বাক্যবোৰ লিখিবলৈ I,we,you আৰ theyৰ লগত do not আৰ he,she,it আদি Third Person singular Number ৰ লগত does not ক প্রয়োগ কৰা হয়৷
Ex- মই নিলিখো- I do not write.
এতিয়া চৰাই নুৰে- Now the birds do not fly.
12. Present Indefinite Tense ৰ বাক্যৰ ক্ষেত্রত যেতিয়া প্রশ্ন সুধা ধৰণৰ পুনৰাবৃত্তি হয়, তেনেহ’লে বাক্যতো স্বীকৃত বাচক হ’লে don’t নাইবা doesn’t প্রয়োগ কৰিব লাগে৷
Ex- সি প্রতেকদিনা স্কুললৈ যায়, নাযায়নে?-
He goes daily to school, doesn’t he?
মোৰ ঘড়ীটোত সময় আচল সময়তকৈ আগবঢ়া/আগত, নহয়নে?
My watch runs fast, doesn’t it?
Structure:- Subject + Verbৰ প্রথম ৰপ + Verb ৰ লগত s/es যোগ যদিহে Third Person singular Number হয় + Extension(Object আৰ Complement)
‘Be’ Verb ৰ Conjugation
|
Person |
Singular number |
Plural Number |
|
1st Person |
I am(মই হয়/মই হওঁ) |
We are(আমি হয়/হওঁ) |
|
2nd Person |
You are(তুমি হয়/হোৱা) |
You are(তোমালোক হয়/হোৱা) |
|
3rd Person |
He/she/it is(সি/তাই/এইটো হয়/আছে |
They are(সিহতে হয়) |
‘Go’ Verb ৰ Conjugation
|
Person |
Singular number |
Plural Number |
|
1st Person |
I go(মই যাওঁ) |
We go(আমি যাওঁ) |
|
2nd Person |
You (তুমি যোৱা) |
You go(তোমালোক যোৱা) |
|
3rd Person |
He/she/it goes(সি/তাই/এইটো যায় |
They go(সিহতে যায়) |
B. Present Continious Tense/ বৰ্তমান সময়ত চলি থকা কৰ্মবোৰ:-
1. বৰ্তমান সময়ত কোনো এটা কাম চলি থাকিলে বা শেষ হোৱা নুবুজালে আৰ কামটো কৰি আছে, গৈ আছে, হৈ আছে আদিৰ যোগেদি এতিয়া কামটো হৈ আছে বুজায়, য’ত কেতিয়াৰ পৰা হৈছে/কিমান সময়ৰ পৰা চলি আছে সেইটো উল্লেখ নাথাকিলে, এইবোৰ বাক্যক Present Continious Tense ত লিখিব লাগে।
Ex- আমি এতিয়া ইংৰাজী ব্যাকৰণ শিকি আছো৷
We are learning English grammar now.
2. ভৱিষ্যতৰ কিছুমান নিৰ্ধাৰিত কাম, যিবোৰ কৰা হোৱা নাই যদিওঁ সেইবোৰ কৰিবলৈ গৈ আছে, এনে অৰ্থ প্রকাশ কৰা বাক্যবোৰক Present Continuous Tense ত ব্যৱহাৰ কৰিব লাগে৷
Ex- এসপ্তহাৰ ভিতৰত মই দিল্লী গৈ আছো/যাম৷
I am going to Delhi within one week.
এই মাহত বৰ পৰিব৷
It is going to be very hot this month.
3. কৰ্তাৰ ইচ্ছা(intension) বুজাবলৈ Present Continuous Tense ব্যৱহাৰ হয় আৰ ইয়াত ‘Going to’ form ব্যৱহাৰ হয়৷
Ex- মই তোমালোকক এটা সাধু কম(মানে তেওঁ কবলৈ গৈ আছে)৷
I am going to tell you a story.
4. সম্ভাৱনামূলক(likelihood)বাক্যবোৰ যিবোৰ অতি সোনকালে হব বা ঘটাৰ আশংকা থাকে অৰ্থাৎ যিবোৰ হ’বলৈ গৈ আছে৷ এনেবোৰ বাক্যক Present Continuous Tense ব্যৱহাৰ হয়৷
Ex- সোনকালে বৰষুণ হব৷
It is going to rain soon.
আমি জিকিমেই এতিয়া৷
We are going to win.
5. a)কৰ্তাৰ অনভূতি বুজোৱা(feel), b)আবেগ বুজোৱা(emotion) c)বোধ বা Understand d)জ্ঞান বা জনা আদি সূচক Verb বা কামবোৰৰ ক্ষেত্রত Present Continuous Tense ব্যৱহিত নহয় আৰ ইয়াৰ ঠাইত Present Indefinite Tense হে ব্যৱহাৰ হয়৷ Example- feel, think, know, hope, love, like, believe, understand, want, see, matter, resemble, contain, belong, posses, consist আদি এনেবোৰ Verb ৰ লগত Present Continuous Tense ব্যৱহাৰ নহয়৷
Ex- মোৰ ভাগৰ লাগি আছে৷
I feel very tired.(not ‘I am feeling')
মই এটা শব্দ শুনিবলৈ পাইছো৷
I hear a sound.
সেই ঘটনাটো এতিয়াওঁ মনত পৰি আছে৷
I still remember that incident.
মই আকাশত এখন উৰাজাহাজ দেখি আছো৷
I see an aeroplane in the sky.(not use ‘I am seeing)
6.Present Continuous বাক্যৰ যোগেদি প্রশ্নসূচক বাক্যৰ ক্ষেত্রত am/is/are ক প্রথমত ৰাখি বাক্য গঠন কৰা হয়৷
Ex- তোমালোকে মৰামৰি কৰিছা কিয়?
Why are you fighting?
মোক মনমাৰি থকাযেন লাগিছেনে?
Am I looking sad?
Structure- Subject+be verb(am/is/are)+ verb + ing + extension
Conjugation of ‘Be’ Verb
|
Person |
Singular number |
Plural Number |
|
1st Person |
I am being |
We are being |
|
2nd Person |
You are being |
You are being |
|
3rd Person |
He/she/it is being |
They are being |
Conjugation of ‘Go Verb’
|
Person |
Singular number |
Plural Number |
|
1st Person |
I am going(মই গৈ আছো) |
We are going(আমি গৈ আছো) |
|
2nd Person |
You are going(তুমি গৈ আছা) |
You are going(তোমালোক গৈ আছা) |
|
3rd Person |
He/she/it is going(সি/তাই/এইটো গৈ আছে) |
They are going(সিহঁতে গৈ আছে) |
C.Present Perfect Tense:-
1. কোনো এক কৰ্ম/কাম এইমাত্র সমাপ্ত হ’ল বা শেষ হ’ল এনে অৰ্থ প্রকাশ কৰিলে Present Perfect Tense ব্যৱহাৰ ৰিব লাগে৷
Ex- মই ইতিমধ্যে ভাত খাই উঠিলো৷
I have already taken my meal.
মই এইমাত্র ঘৰ পালোহি৷
I have arrived house just now. Or I have just arrived house.
2. কোনো এটা কাম অতীততে হৈ গ’ল কিন্তু সেই কামৰ ফল এতিয়ালৈকে আছে বা ফটফটীয়াকৈ মনত থাকিলে আৰ তাৰ ফল এতিয়াও ভোগ কৰিলে এনেবোৰ বাক্যক Present Perfect Tense ব্যৱহাৰ কৰিব লাগে৷
Ex- মই তাজমহল দেখিছো৷
I have seen the Tajmahal.
মই এই কবিতাটো লিখিছো৷
I have written the poem.
3. এটা কাৰ্যৰ ফলাফল যদি এতিয়াওঁ ব্যৱহৃত হৈ আছে তেতিয়া এই Tense ব্যৱহাৰ কৰিব লাগে৷
Ex- মই অষ্টম মানতথাকোতেই ইংৰাজী ব্যাকৰণ শিকিলো৷
I have learnt English grammar when I was in class eight.
দেউতাই নিজৰ কৰ্তব্য ঠিক মতে কৰি থৈ গৈছে৷
Father has done his duty rightly.
মোৰ কোঠাটোত কোনোবা সোমাইছিল৷
Somebody has entered my room.
4. কিছুমান Intransitive(অকৰ্মক) Verb(যেনে- go, come, rise etc) ৰ ‘be’ verb ৰ লগতো Present Perfect Tense ব্যৱহাৰ হয়৷
Ex- The sun is risen=The Sun has rises.
He is gone= He has gone
The sun is set= The sun has set.
Structure:- Subject+have/has+verb ৰ Past participle form+extension
To conjugation of ‘Be Verb’
|
Person |
Singular number |
Plural Number |
|
1st Person |
I have been |
We have been |
|
2nd Person |
You have been |
You have been |
|
3rd Person |
He/she/it has been |
They have been |
To conjugation of ‘Go Verb’
|
Person |
Singular number |
Plural Number |
|
1st Person |
I have gone(মই গ’লো) |
We have gone(আমি গ’লো) |
|
2nd Person |
You have gone(তুমি গ’লা) |
You have gone(তোমালোক গ’লা) |
|
3rd Person |
He/she/it has gone(সি/তাই/এইটো গ’ল) |
They have gone(সিহতে গ’ল) |
D.Present Perfect Continuous Tense:-
1.কোনো এটা কাম অতীতৰ অতীতৰ এক সময়ত আৰম্ভ হৈ বৰ্তমানলৈকে সেই কামটো চলি থাকিলে Present Perfect Tense ব্যৱহাৰ কৰা হয়৷
Ex- মই তিনিঘন্টা ধৰি এখন চিনেমা চাই আছো৷
I have been watching a cinema for three hours.
2. Present Perfect Continuous Tense ত নিদ্দিষ্ট এক সময়ত অৰ্থাৎ ‘Point of time’ যেনে- দুই বজা পৰা, ৰাতিপুৱাৰ পৰা, ১৯৫৬ চনৰ পৰা, জানুৱাৰী মাহৰ পৰা, আদি বাক্যত থাকিলে Present perfect Continuous Tense ব্যৱহাৰ কৰিব লাগে৷
আনহাতে ব্যাপক সময় বা অতিৰিক্ত সময় যাক ‘Period of Time’ বোলা হয়৷যেনে- দুঘণ্টা ধৰি, এসপ্তাহ বা দুবছৰ ধৰি আদি বক্যবোৰত থকিলে for ব্যৱহাৰ কৰিব লাগে৷
To Conjugation of verb ‘Be’
|
Person |
Singular number |
Plural Number |
|
1st Person |
I have been being |
We have been being |
|
2nd Person |
You have been being |
You have been being |
|
3rd Person |
He/she/it has been being |
They have been being |
Conjugation of Verb ‘Go’
|
Person |
Singular number |
Plural Number |
|
1st Person |
I have been going(মই গৈয়েই আছো) |
We have been going(আমি গৈয়েই আছো) |
|
2nd Person |
You have been going(তুমি গৈয়েই আছা) |
You have been going(তোমালোক গৈয়েই আছা) |
|
3rd Person |
He/she/it has been going(সি/তাই/এইটো গৈয়েই আছে) |
They have been going(সিহতেগৈয়েই আছে) |
Past Tense(অতিত কাল)
Past Indefinite Tense:-
1. কোনো এটা কাম অতীতত হৈছিল বা ঘটিছিল বুজালে Past Indefinite Tense ব্যৱহাৰ কৰিব লাগে৷
Ex- মই কালি তেজপুৰলৈ গৈছিলো৷
I went to Tejpur yesterday.
ৰাজীৱে মোক পঢ়াৰ ক্ষেত্রত বৰ সাহাৰ্য কৰিছিল৷
Rajib helped me a lot for my study.
2. যদি কোনো এটা কাম অতীতত হৈছিল কিন্তু কেতিয়া হৈছিল তাৰ সঠিক সময় উল্লেখ নাই এনে অৰ্থত Past Indefinite Tense ব্যৱহাৰ কৰিব লাগে৷
Ex- এবাৰ মই এটা ধুনীয়া চৰাই দেখিছিলো৷
Once I saw a beautiful bird.
আমি হোজাই চহৰত বাস কৰিছিলো৷
We lived at Hojai Town.
3. অতীতৰ কোনো অভ্যাসগত কাম উল্লেখ কৰিবলৈ হ’লে Past Indefinite Tense ব্যৱহাৰ কৰিব লাগে৷
Ex- মই অষ্টমমানত থাকোতে দিনে পাঁচ ঘণ্টাকৈ পঢ়িছিলো৷
I studied five hours a day when I was in class eight.
4. কোনো কোনো বাক্যত যেতিয়া নম্রতা, অনুৰোধ আদি প্রকাশ কৰা হয় তেতিয়া Can, May, Will ৰ সলনি Could, Might আৰ Would ৰ ব্যৱহাৰ কৰা হয়৷
Could=Can you please help me?
Might=May I ask you about him?
Would=Will you kindly give me the book?
Structure:- Subject+Verbৰ Past ৰপ+extension
Conjugation of Verb to ‘Be’
|
Person |
Singular number |
Plural Number |
|
1st Person |
I was(মই আছিলো) |
We were(আমি আছিলো) |
|
2nd Person |
You were(তুমি আছিলা) |
You were(তোমালোক আছিলা) |
|
3rd Person |
He/she/it was(সি/তাই/এইটো আছিলে) |
They were(সিহতে আছিলে) |
Conjugation of verb ‘Go’
|
Person |
Singular number |
Plural Number |
|
1st Person |
I went(মই গৈছিলো) |
We went(আমি গৈছিলো) |
|
2nd Person |
You went(তুমি গৈছিলা) |
You went(তোমালোক গৈছিলো) |
|
3rd Person |
He/she/it went(সি/তাই/এইটো গৈছিলে) |
They went(সিহঁতে গৈছিলে) |
Past Continious Tense:-
1. অতীতৰে কোনো এক সময়ত এটা কাম চলি থকা বুজাবলৈ Past Continuous Tense ব্যৱহাৰ কৰা হয়৷ কিন্তু অতীততে কামটো চলি থাকিলেওঁ কেতিয়াৰ পৰা কামটো চলি আছে সেইটো উল্লেখ নাথাকে৷
Ex- গোটেই ৰাতিপুৱা বৰষুণ দি আছিল৷(কেতিয়াৰ পৰা দি আছিল)
It was raining all through the morning.
সেই সময়ত মই ফুলনিত বহি আছিলো(কোন সময়ত/কেতিয়াৰ পৰা)
At that time I was sitting in the garden.
2. অতীতত ঘটা দুটা কামৰ ক্ষেত্রত যিটো কাম চলি থাকে সেই কামটো Past Continuous Tense ত লিখিব লাগে৷ আৰ আনটো Past Indefinite Tense ত লিখিব লাগে৷
Ex- মই পঢ়ি থাকোতে কোনোবাই দুৱারত টুকুরিয়াইছিল৷
someone knocked of the door which I was reading.
মই তোমাৰ ঘৰ পাওঁতে তোমাৰ মাৰাই ভাত ৰান্ধি আছিল৷
Your mother was cooking meal when I arrived your home.
3. অতীতৰ দুটা চলিত কামৰ ক্ষে্ত্রতো এই tense ব্যৱহাৰ হয়৷
Ex-While I was reading, my sister was singing.
Structure-subject+was/were+v+ing+extension.
‘Be’verbৰ conjugation
|
Person |
Singular number |
Plural Number |
|
1st Person |
I was being |
We were being |
|
2nd Person |
You were being |
You were being |
|
3rd Person |
He/she/it was being |
They were being |
‘Go’ verbৰ conjugation
|
Person |
Singular number |
Plural Number |
|
1st Person |
I was going(মই গৈ আছিলো) |
We were going(আমি গৈ আছিলো) |
|
2nd Person |
You were going(তুমি গৈ আছিলা) |
You were going(তোমালোক গৈ আছিলা) |
|
3rd Person |
He/she/it was going(সি/তাই/এইটো গৈ আছিলে) |
They were going(সিহঁতে গৈ আছিলে) |
Past perfect tense:
1. অতীততে কোনো দুটা কাম একেলগে সংঘটিত হ’লে যিটো কাম আগতে সংঘটিত হয় বা সমাপ্ত হয় ইটো past perfect tenseত ব্যবহৃত আৰ আনটো কাম past indefinite ত ব্যবহাৰ হয়৷
Ex-আন্ধাৰ হোৱাৰ আগেয়ে মই ঘৰ পালো৷ I had reached home before it was dark.
তুমি অহাৰ আগতে তেওঁলোক ভাত খাবলৈ গৈছিল৷ they had gone for meal before you came.
2. অতীতত হৈ যোৱা কোনো ঘটনাৰ সম্পৰ্কে অবাস্তব কল্পনা বা অনুমান কৰা সম্পৰ্কীয় বাক্যৰ ক্ষেত্রটো ইয়াক ব্যবহাৰ কৰা হয়৷ যাক
Ex- যদি তুমি মোক সেই জংঘলখনৰ বিষয়ে ক’লাহেতেন , মই তালৈ নগলোহেতেন৷
If you had told me about the woods, I would not have gone.
মই তোমাক তিনি বছৰৰ আগতে লগ পোৱাটো আশা কৰিছিলো৷ I wish I had met you ten years ago.
Structure-subject+had+vৰ past participle+extention
Be verbৰ conjugation:
|
Person |
Singular number |
Plural Number |
|
1st Person |
I had been |
We had been |
|
2nd Person |
You had been |
You had been |
|
3rd Person |
He/she/it had been |
They had been |
|
|
|
|
Go verbৰ conjugation
|
Person |
Singular number |
Plural Number |
|
1st Person |
I had gone(মই যোৱা হৈছিল) |
We had gone(আমাৰ যোৱা হৈছিল) |
|
2nd Person |
You had gone (তুমাৰ যোৱা হৈছিল) |
You had gone (তোমালোকৰ যোৱা হৈছিল) |
|
3rd Person |
He/she/it had gone (সি/তাই/এইটোৰ যোৱা হৈছিল) |
They had gone (সিহঁতৰ যোৱা হৈছিল) |
Past Perfect Continuous Tense:-
1. অতীতত কোনো এটা কাম আগতে আৰম্ভ হৈ আন এটা অতীত কালৰ কামৰ আগলৈকে চলি আছিল এনে অৰ্থ প্রকাশ কৰিলে Past Perfect Continuous Tense ৰ ব্যৱহাৰ কৰা হয়৷
Ex- যেতিয়া মই বজাৰ পৰা ঘূৰি আহিছিলো, তেতিয়া সি দুঘন্টা ধৰি পঢ়ি আছিল৷
When I returned from market, then he had been reading for two hours.
মই উভতি অহা আগলৈকে ৰীতাই লিখি আছিল৷
Rita had been writing before I came.
2. অতীত কালৰ দুটা কামৰ ভিতৰত আগৰে পৰা চলি থকা কামটোক বুজাবলৈ Past Perfect Continuous Tense ব্যৱহাৰ কৰা হয়৷
Ex- সি অহাৰ আগৰে পৰা বাছখন ৰৈ আছিল৷
The bus had been standing before he came back.
Conjugation of verb ‘be’
|
Person |
Singular number |
Plural Number |
|
1st Person |
I had been being |
We had been being |
|
2nd Person |
You had been being |
You had been being |
|
3rd Person |
He/she/it had been being |
They had been being |
Conjugation of ‘Go’ verb
|
Person |
Singular number |
Plural Number |
|
1st Person |
I had been going(মই গৈয়েই আছিলো) |
We had been going (আমিগৈয়েই আছিলো) |
|
2nd Person |
You had been going (তুমি গৈয়েই আছিলা) |
You had been going (তোমালোক গৈয়েই আছিলা) |
|
3rd Person |
He/she/it had been going (সি/তাই/এইটো গৈয়েই আছিলে) |
They had been going (সিহঁতে গৈয়েই আছিলে) |
FUTURE TENSE
A.Future Indefinite Tense:-
1. কোনো কাম বা ঘটনা ভৱিষ্যতে হ’ব অৰ্থাৎ সংঘটিত হ’ব বা ঘটিব এনে অৰ্থ প্রকাশ কৰিলে আৰ য’ত কেতিয়া হ’ব বা ঘটিব তাৰ সময়ৰ ক্ষেত্রত কোনো নিদ্দিষ্ট নিৰ্ধাৰিত নহ’লে, তেনেবোৰ বাক্যক Future Indefinite Tenseত ব্যৱহাৰ কৰিব লাগে৷ ( ম, ব, বি, বা আদি শব্দ হিচাপে বাক্য শেষত এই Tense ত ব্যৱহাৰ হয়, যেনে- খাম, যাম, হ’ব, কৰিবি, ইত্যাদি৷
Ex- অহা শিক্ষক দিৱসত অংকুৰে এটা গাণ গাব৷
Ankur will sing a song in next teacher day.
আজিৰ পৰা ৰাজুৱে সদায় সঁচা কথাব৷
Raju will always speak the truth from today.
2.সচৰাচৰ ঘটি থকা কিছুমান ঘটনা এইবাৰো ঘটিব বা হ’ব এনে অৰ্থত Future Indefinite Tense ব্যৱহাৰ হয়৷
Ex- এইবাৰ গ্রীষ্মকালত বৰ গৰম পৰিব৷
It will be very hot in summer.
3. আসন্ন ভৱিষ্যতৰ ক্ষেত্রত যদিওঁ Future Indefinite Tense ব্যৱহাৰ কৰিব লাগে কিন্তু এই ক্ষেত্রত ‘going to’ form ব্যৱহাৰ কৰি present continuous tense তহে হয় আৰ ইয়াৰ অৰ্থ হিচাপে ‘গৈ আছে’ বা ‘হ’বই এতিয়া’ এনেদৰে প্রকাশ হয়৷
Ex- এজাক প্রবল ধুমুহা হবই এতিয়া৷
It is going to a heavy storm.
Structure- Subject+shall/will+Verbৰ প্রথম ৰপ+extension
Conjugation of verb ‘Be’
|
Person |
Singular number |
Plural Number |
|
1st Person |
I shall be(মই হম) |
We shall be (আমি হম) |
|
2nd Person |
You will be (তুমি হ’বা) |
You will be (তোমালোকে হ’বা) |
|
3rd Person |
He/she/it will be (সি/তাই/এইটো হ’ব) |
They will be (সিহতে হয়) |
Conjugation of Verb ‘Go’
|
Person |
Singular number |
Plural Number |
|
1st Person |
I shall go(মই যাম) |
We shall go (আমি যাম) |
|
2nd Person |
You will go (তুমি যাবা) |
You will go (তোমালোকে যাবা) |
|
3rd Person |
He/she/it will go (সি/তাই/এইটো যাব) |
They will go (সিহতে যাব) |
B.Future Continuous Tense:-
1. বৰ্তমানে চলি থকা এটা কাম চলি থাকিব, ঘটি থাকিব, গৈ থাকিব, কৰি থাকিম, পঢ়ি থাকিম, আদি প্রকাশৰ যোগেদি ভৱিষ্যতে চলি থাকিব এনে অৰ্থ প্রকাশ কৰিলে য’ত কেতিয়ালৈকে চলি থাকিব তাৰ কোনো নিৰ্ধাৰিত সময় নাথাকিলে৷ Future Continuous Tense ব্যৱহাৰ কৰা হয়৷
Ex- আমি চিলা উৰুৱাই থাকিম৷
We shall be flying kites.
কেচুৱাটোৱে এতিয়া কান্দি থাকিব কাৰণ তাৰ ভূগ লাগিছে৷
The child will be crying now because he is hungry.
Structure- Subject+shall/will+verb+ing+Extension
Conjugation of verb ‘Be’
|
Person |
Singular number |
Plural Number |
|
1st Person |
I shall be being |
We shall be being |
|
2nd Person |
You will be being |
You will be being |
|
3rd Person |
He/she/it will be being |
They will be being |
Conjugation of verb ‘Go’
|
Person |
Singular number |
Plural Number |
|
1st Person |
I shall be going(মই |
We shall be going (আমি |
|
2nd Person |
You will be going (তুমি |
You will be going (তোমালোক |
|
3rd Person |
He/she/it will be going (সি/তাই/এইটো |
They will be going (সিহতে |
C.Future Perfect Tense:-
1. ভৱিষ্যতৰ এক নিদ্দিষ্ট সময়ত বা তাৰ আগতেই কোনো এটা কাম সমাপ্ত হ’ব নাইবা এটা কাম শেষ হোৱাৰ আগতে আন এটা কাম হ’ব বুজালে Future Perfect Tense ৰ ব্যৱহাৰ হয়৷
Ex- মই এই পাঠটো ১বজাৰ ভিতৰত পঢ়ি শেষ কৰিম৷
I shall have read this lesson by 1 o’clock.
বেলি বহাৰ আগতে মই ঘৰলৈ ঘূৰি আহিম৷
I shall have come home before the sun sets.
2.ভৱিষ্যতে হ’ব লগা বা ভৱিষ্যত কালত হোৱা দুটা কামৰ ভিতৰত আগত শেষ হ’ব লগা বাক্যটো Future Perfect Tense ত লিখা হয় আৰ দ্বিতীয় কামটো ভৱিষ্যতে ঘটিলেও বা সম্পাদিত হয় যদিও Present Indefinite Tense তহে লিখা হয়৷
Ex- আমি তাত গৈ পোৱাৰ আগতে তেওঁলোক যাবগৈ৷
They will have gone before we arrive there.
স্কুল পুনৰ খুলাৰ আগতে মই কিতাপখন পঢ়ি শেষ কৰিম৷
I shall have read the book before the school re-opens.
Structure:- subject+shall/will have+past participle of the verb+extension
Conjugation of verb ‘Be’
|
Person |
Singular number |
Plural Number |
|
1st Person |
I shall have been(মই |
We shall have been (আমি |
|
2nd Person |
You will have been (তুমি |
You will have been (তোমালোক |
|
3rd Person |
He/she/it will have been (সি/তাই/এইটো |
They will have been (সিহতে |
Conjugation of verb ‘Go’
|
Person |
Singular number |
Plural Number |
|
1st Person |
I shall have gone(মই |
We shall have gone (আমি |
|
2nd Person |
You will have gone (তুমি |
You will have gone (তোমালোক |
|
3rd Person |
He/she/it will have gone (সি/তাই/এইটো |
They will have gone (সিহতে |
C.Future Perfect Continuous Tense:-
1. ভৱিষ্যতে কোনো এটা কাম আন এটা কাম আৰম্ভ হোৱা আগলৈকে বা আগমূহূৰ্তলৈকে হৈ থাকিব বা চলি থাকিব বুজালে, Future Perfect Continuous Tense ব্যৱহাৰ কৰা হয়৷
Ex- তেওঁ ঘূৰি অহাৰ আগলৈকে মই এই কিতাপখনপঢ়ি থাকিম৷
I shall have been reading the book before he returns.
মই এঘণ্টা ধৰি পঢ়ি থাকিম৷
I shall have been playing for one hours.
2.এটা কাম বা ঘটনা ভৱিষ্যতৰ কোনো নিদ্দিষ্ট এক মূহূৰ্তলৈকে চলি থাকিলেহতেন এনে অৰ্থ প্রকাশ হ’লেওঁ Future Perfect Continuous Tense ব্যৱহাৰ কৰিব লাগে৷
Ex- ছাত্র হোৱা হ’লে পঢ়ি থাকিলোহেতেন৷
If I were a student, I shall have been reading.
Structure:- Subject+shall/will have been+verb+ing+extension
Conjugation of Verb ‘Be’
|
Person |
Singular number |
Plural Number |
|
1st Person |
I shall have been being(মই |
We shall have been being (আমি |
|
2nd Person |
You will have been being (তুমি |
You will have been being (তোমালোক |
|
3rd Person |
He/she/it will have been being(সি/তাই/এইটো |
They will have been being (সিহতে |
Conjugation of Verb ‘Go’
|
Person |
Singular number |
Plural Number |
|
1st Person |
I shall have been going(মই |
We shall have been going (আমি |
|
2nd Person |
You will have been going (তুমি |
You will have been going (তোমালোক |
|
3rd Person |
He/she/it will have been going(সি/তাই/এইটো |
They will have been going (সিহতে |
No comments:
Post a Comment