js

Thursday, December 18, 2025

SEBA Pre-Board Social Science Question Paper – 2022, Barpeta District

Total Number of printed pages-7

District Level Internal Examination Committee

Pre-Board Examination, 2022-23

Class - X

Sub - Social Science

Time : 3 hours Full Marks : 90

(The figures in the margin indicates full marks for the questions.)

SECTION-'A' (ক-শাখা)

1. Answer the following questions:

(a) During the Swadeshi Movement who composed the song "Bangalir pran, Bangalir Mon, Ek houk he Bhagawan"?

স্বদেশী আন্দোলনৰ সময়ত 'বাঙালিৰ প্ৰাণ, বাঙালিৰ মন, এক হওঁক হে ভগবান।' গীতটি কোনে ৰচনা কৰিছিল?

  • (i) Bankim Chandra Chatterjee (বঙ্কিম চন্দ্র চেটার্জী)
  • (ii) Rabindra Nath Tagore (ৰবীন্দ্ৰ নাথ ঠাকুৰ)
  • (iii) Md. Iqbal (মঃ ইকবাল)
  • (iv) Abanindra Nath Tagore (অবনীন্দ্ৰ নাথ ঠাকুৰ)

(b) Which one of the programme is not a part of Swadeshi Movement?

তলৰ কোনটো স্বদেশী আন্দোলনৰ কাৰ্যসূচীৰ অংশ নহয়?

  • (i) Swadeshi (স্বদেশী)
  • (ii) Boycott (বয়কট)
  • (iii) National Education (জাতীয় শিক্ষা)
  • (iv) Satyagraha (সত্যাগ্রহ)

(c) Who gave the famous slogan 'Do or die'?

'কৰিম কিম্বা মৰিম' কোনে এই শ্লোগান দিছিল?

  • (i) Mahatma Gandhi (মহাত্মা গান্ধী)
  • (ii) Sardar Vallabh Bhai Patel (চৰ্দ্দাৰ বল্লভ ভাই পেটেল)
  • (iii) Lala Lajpat Rai (লালা লাজপত ৰায়)
  • (iv) Rabindra Nath Tagore (ৰবীন্দ্ৰ নাথ ঠাকুৰ)

(d) Who was the sole Congress representative at the second round table conference in London?

লণ্ডনত অনুষ্ঠিত দ্বিতীয় ঘুৰণীয়া মেজমেলত কোনে কংগ্রেছক এককভাৱে প্রতিনিধিত্ব কৰিছিল?

  • (i) Subhash Chandra Bose (সুভাষ চন্দ্র বসু)
  • (ii) Mahatma Gandhi (মহাত্মা গান্ধী)
  • (iii) Rash Bihari Bose (ৰাস বিহাৰী বসু)
  • (iv) Jawaharlal Nehru (জৱাহৰলাল নেহৰু)

(e) Who was hanged along Maniram Dewan? মণিৰাম দেৱানৰ লগত আৰু কাক ফাঁচী দিছিল?

  • (i) Piyali Baruah (পিয়লি বৰুৱা)
  • (ii) Piyali Phukan (পিয়লি ফুকন)
  • (iii) Kandarpeswar Singha (কন্দপেশ্বৰ সিংহ)
  • (iv) Dutiram Baruah (দুতিৰাম বৰুৱা)

(f) The British took the State of Jayantias under its control in- ইংৰাজে জয়ন্তীয়া ৰাজ্য নিজৰ দখললৈ আনে-

  • (i) 1935 (১৯৩৫)
  • (ii) 1857 (১৮৫৭)
  • (iii) 1835 (১৮৩৫)
  • (iv) 1930 (১৯৩০)

(g) The Assam Association was formed in - আসাম এছ'চিয়েচন গঠন হৈছিল-

  • (i) 1885 AD (১৮৮৫ খ্রীঃত)
  • (ii) 1886 AD (১৮৮৬ খ্রীঃত)
  • (iii) 1903 AD (১৯০৩ খ্রীঃত)
  • (iv) 1930 AD (১৯৩০ খ্রীঃত)

(h) Who was the Author of Arthashastra? অর্থশাস্ত্ৰৰ লিখক কোন আছিল?

  • (i) Kalidas (কালিদাস)
  • (ii) Kautilya (কৌটিল্য)
  • (iii) Madhabacharya (মাধৱাচাৰ্য্য)
  • (iv) Rajtarangini (ৰাজতৰংগিনি)

(i) International "Yoga Divas" is observed on - আন্তৰাষ্ট্ৰীয় 'যোগ দিৱস' হিচাপে পালন কৰা হয়

  • (i) 22 December (২২ ডিচেম্বৰ)
  • (ii) 22 June (২২ জুন)
  • (iii) 21 June (২১ জুন)
  • (iv) 21 July (২১ জুলাই)

(j) Which one of the following resources is a non renewable resource? তলত উল্লেখ কৰা কোনটো সম্পদ অনবীকৰণ যোগ্য?

  • (i) Forest (অৰণ্য)
  • (ii) Crops (শস্য)
  • (iii) Water (পানী)
  • (iv) Natural Gas (প্রাকৃতিক গেছ)

(k) Which of the following is not characteristic of resource is - তলৰ কোনটো সম্পদৰ বৈশিষ্ট্য নহয়-

  • (i) Utility (উপযোগিতা)
  • (ii) Functionality (কার্যকাৰিতা)

(2).

(l) The Oxygen content in the atmosphere is- বায়ুমণ্ডলত অক্সিজেনৰ পৰিমাণ হ'ল-

  • (i) 78.08% (৭৮.০৮%)
  • (ii) 20.94% (২০.৯৪%)
  • (iii) 0.93% (০.৯৩%)
  • (iv) 0.035% (০.০৩৫%)

(m) One cause of natural desertification is - মৰুকৰণৰ এটা প্রাকৃতিক কাৰণ হ'ল-

  • (i) Overgrazing (পশুচাৰণ)
  • (ii) Deforestation (বননি ধ্বংস)
  • (iii) Dry Weather (খৰাং বতৰ)
  • (iv) Agriculture (কৃষি কার্য)

(n) Which is the smallest continent of the world? পৃথিৱীৰ আটাইতকৈ ক্ষুদ্র মহাদেশ কোনখন?

  • (i) Europe (ইউৰোপ)
  • (ii) Asia (এছিয়া)
  • (iii) North America (উত্তৰ আমেৰিকা)
  • (iv) Oceania (ওছেনিয়া)

(o) Which continent lies to the East of Europe? কোনখন মহাদেশ ইউৰোপ মহাদেশৰ পূৱ প্রান্তত অৱস্থিত?

  • (i) Asia (এছিয়া)
  • (ii) North America (উত্তৰ আমেৰিকা)
  • (iii) Africa (আফ্রিকা)
  • (iv) Antarctica (এন্টার্কটিকা)

(p) As per 2011 census, the female literacy rate of Assam is- ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ মহিলাৰ স্বাক্ষৰতাৰ হাৰ হ'ল-

  • (i) 73% (৭৩%)
  • (ii) 65% (৬৫%)
  • (iii) 68% (৬৮%)
  • (iv) 67% (৬৭%)

(q) The President of the first meeting of constituent Assembly was- সংবিধান সভাৰ প্ৰথম বৈঠকৰ সভাপতি আছিল-

  • (i) Dr. Rajendra Prasad (ড° ৰাজেন্দ্ৰ প্ৰসাদ)
  • (ii) Dr. B. R. Ambedkar (ড° বি. আৰ. আম্বেদকাৰ)
  • (iii) K. M. Munshi (কে. এম. মুন্সি)
  • (iv) Dr. Sachidananda Sinha (ড° সচ্ছিদানন্দ সিনহা)

(r) The number of permanent members of the security council is- নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যৰ সংখ্যা হ'ল-

  • (i) 3 (৩ খন)
  • (ii) 4 (৪ খন)
  • (iii) 5 (৫ খন)
  • (iv) 6 (৬ খন)

(s) The Headquarter of NABARD is in- NABARD ৰ মুখ্য কার্যালয় অৱস্থিত -

  • (i) Mumbai (মুম্বাই)
  • (ii) Lucknow (লক্ষ্ণৌ)

(iii) Kolkata (কলকাতা) (iv) New Delhi (নিউ দিল্লী)

(1) The Chairman of NITI Aayog is (নীতি আয়োগৰ অধ্যক্ষহ'ল)-

  • President of India (ভাৰতৰ ৰাষ্ট্ৰপতি)
  • Prime Minister of India (ভাৰতৰ প্রধানমন্ত্রী) ✅
  • Vice-President of India (ভাৰতৰ উপ-ৰাষ্ট্ৰপতি)
  • None of them (এজনো নহয়)

SECTION-B (খ-শাখা)

Part-I (প্রথম খণ্ড)

2. When did the unification of Bengal take place? 1

বংগদেশৰ একত্ৰিকৰণ কেতিয়া হৈছিল?

3. What was the main slogan of the Indian National Army? 1

জাতীয় সেনাবাহিনীৰ মূল শ্লোগান কি আছিল?

4. When did the peasant revolt of Lachima take place? 1

লচিমা কৃষক বিদ্রোহ কেতিয়া সংঘটিত হৈছিল?

5. Who was the first Prime Minister of Assam? 1

অসমৰ প্রথম প্রধানমন্ত্রী কোন আছিল?

6. Who composed Zikir and Zari? 1

জিকিৰ আৰু জাৰি কোনে ৰচনা কৰিছিল?

7. What is the name of the first news Magazine of Assam? 1

অসমৰ প্ৰথম বাৰ্তালোচনীখনৰ নাম কি?

8. Discuss the contributions of Swadeshi Movement towards national education. 4

স্বদেশী আন্দোলনে জাতীয় শিক্ষালৈ আগবঢ়োৱা বৰঙণিৰ বিষয়ে আলোচনা কৰা।

9. Why did Mahatma Gandhi launch the Non Cooperation Movement of 1920-22? What were its programmes? What made Gandhi to suspend the movement. 4

১৯২০-২২ চনত গান্ধীজীয়ে কিয় অসহযোগ আন্দোলন আৰম্ভ কৰিছিল? ইয়াৰ কাৰ্যসূচী কি আছিল? গান্ধীজীয়ে কিয় এই আন্দোলন স্থগিত ৰাখিছিল?

10. Give an account of the peasant revolt of Patharughat in 1894. 4

(4)

১৮৯৪ চনত পথৰুঘাটত সংঘটিত হোৱা কৃষক বিদ্ৰোহৰ এটি খতিয়ান দাঙি ধৰা।
Or/নাইবা

Briefly discuss the importance of the Revolts of 1957 in Assam. 4 অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ গুৰুত্ব সম্পর্কে চমুকৈ আলোচনা কৰা।

11. What is Cunningham Circular? Give an account on the role of Assam in Civil Disobedience Movements. 1+4=5
কানিংহাম চাকুলাৰ কি? আইন অমান্য আন্দোলনত অসমৰ ভূমিকা সম্পর্কে এটি খতিয়ান দাঙি ধৰা।

Or/নাইবা

Write briefly about the problems faced by the Ministry of Gopinath Bordoloi after independence. 5
গোপীনাথ বৰদলৈ মন্ত্রীসভাই স্বাধীনতাৰ পিছত মুখামুখি হোৱা সমস্যা সম্পর্কে চমুকৈ লিখা।

12. What are the three main styles of Indian Sculptures? 3
ভাৰতৰ ভাস্কৰ্য শিল্প কলাৰ তিনিটা প্রধান শৈলী কি কি?

Part - II (দ্বিতীয় খণ্ড)

13. Who is credited as the father of Economic Geography? 1
অর্থনৈতিক ভূগোলৰ পিতৃস্বৰূপ বুলি কাক কোৱা হয়?

14. Give an example of International resource. 1
আন্তর্জাতিক সম্পদৰ এটা উদাহৰণ দিয়া।

15. Which is the longest Mountain range of the world? 1
পৃথিৱীৰ দীর্ঘতম পর্বতমালা কোনটো?

16. How many National Parks are there in Assam? 1
অসমত ৰাষ্ট্ৰীয় উদ্যান কিমানখন আছে?

17. Write the name of the largest Tea Garden of Asia? 1
এছিয়া মহাদেশৰ আটাইতকৈ বৃহৎ চাহ বাগিছাখনৰ নাম লিখা।

18. What is the literacy rate of Assam as per 2011 census? 1
২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ স্বাক্ষৰতাৰ হাৰ কিমান?

19. What is meant by conservation of Resources? Discuss its necessity. 2+2=4

সম্পদ সংৰক্ষণ বুলিলে কি বুজা? ইয়াৰ প্ৰয়োজনীয়তা সম্পর্কে আলোচনা কৰা।

20. What is pollution? How does air pollution occur? 1+3=4

প্ৰদূষণ কি? বায়ু প্ৰদূষণ কেনেকৈ হয়?

21. Write in short about the landforms present on the earth's land surface. 5

পৃথিৱীৰ স্থলভাগৰ উপৰিভাগত থকা ভূ-অবয়ব সমূহৰ বিষয়ে চমুকৈ লিখা।

Or/অথবা

Write the names of five countries and their capitals of the continent of South America. 5

দক্ষিণ আমেৰিকা মহাদেশৰ পাঁচখন দেশৰ নাম ৰাজধানীসহ লিখা।

22. What do you mean by the term 'Natural Resources'? How has the growing population of Assam put impact on the natural resources? 1+4=5

প্ৰাকৃতিক সম্পদ বুলিলে কি বুজা? বৰ্ধিত জনসংখ্যাই অসমৰ প্ৰাকৃতিক সম্পদৰ ওপৰত কেনেদৰে প্ৰভাৱ পেলাইছে?

Or/অথবা

Briefly state how the transport system of Assam has been helping the state's economy. 5

পৰিবহণ ব্যৱস্থাই অসমৰ অৰ্থনৈতিক উন্নতিত কিদৰে সহায় কৰিছে লিখা।

23. Draw the sketch map of Assam and locate the following: 2+2=4

অসমৰ এখন নক্সা মানচিত্ৰ অংকন কৰি তলত দিয়াবোৰ যথাস্থানত বহুওৱা:

  • (i) Manas National Park (মানস ৰাষ্ট্ৰীয় উদ্যান)
  • (ii) Bio-Technology Park (জৈৱ-প্ৰযুক্তি পাৰ্ক)

Part - III (তৃতীয় খণ্ড)

24. When did the "Cabinet Mission" come to India? 1

'কেবিনেট মিছন' ভাৰতলৈ কেতিয়া আহিছিল?

25. What is meant by Human Right? 1

মানৱ অধিকাৰ মানে কি বুজা?

26. Write the name of one Agency related to the U.N.O. 1

ৰাষ্ট্ৰসংঘৰ লগত জড়িত থকা এটা এজেন্সিৰ নাম লিখা।

27. Where is the head office of the U.N.O situated? 1

(6)

V.N.O ৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত?

1

28. Give the name of one treaty which was signed on Disarmament.

নিৰস্ত্ৰীকৰণৰ সম্পৰ্কত সম্পাদিত হোৱা এখন চুক্তিৰ নাম লিখা।
1

29. What is money?

মুদ্রা কি?
1

30. What are the functions of the Regional Rural Bank?

আঞ্চলিক গ্রাম্য বেংকে কি কার্য সম্পাদন কৰে?
1

31. Which characteristic of money is the most Important?

মুদ্রাৰ কোনটো বৈশিষ্ট্য সবাতোকৈ গুৰুত্বপূর্ণ?
1

32. What is current deposit?

চলিত আমানত কি?
1

33. What do you mean by the term "Economic development"?

'আর্থিক উন্নয়ন' মানে কি বুজা?
1

34. When was 'NITI AAYOG' formed?

'NITI AAYOG' কেতিয়া গঠন হৈছিল?
1

35. What is per capita Income?

জনমুৰি আয় কি?
1

36. What is privatization?

ব্যক্তিগতকৰণ কি?

37. Why are the words "We the people of India" have been incorporated in the Preamble?

প্ৰস্তাৱনাত "আমি ভাৰতীয় জনসাধাৰণে” বুলি কিয় উল্লেখ কৰা হৈছে?

Or/নাইবা

Write three characteristics of Indian Federal System.

ভাৰতীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ তিনিটা বৈশিষ্ট্য লিখা। 3
3

No comments:

Post a Comment

SEBA Pre-Board Social Science Question Paper – 2022, Barpeta District

Total Number of printed pages-7 District Level Internal Examination Committee Pre-Board Examination, 2022-23 ...