Redirect Image

js

Thursday, March 24, 2022

জ্যোতি সংগীত - মোৰ জীৱনৰে সখা কৃষ্ণ (কাৰেঙৰ লিগিৰী)

 

মোৰ জীৱনৰে সখা কৃষ্ণ
            (কাৰেঙৰ লিগিৰী)

মোৰে জীৱনৰে সখা কৃষ্ণ
বজাৱ কি সুৰে বেণু
কপালতে তোৰ কোনে আঁকি দিলে
ইন্দ্ৰধনু।
পুৱতি নিয়ৰে সানে চৰণতে
শুকুলা মুকুতা ৰেণু
শ্যামল গাতে কোনে
চন্দন পিন্ধালে
' তোৰ ফুল কুমলীয়া তনু
বজাৱ কি সুৰে বেণু কৃষ্ণ তই
বজাৱ কি সুৰে বেণু।।
সুৰৰে জিঞ্জিৰি পিন্ধালি মোক
সুৰৰে জিঞ্জিৰি।।

No comments:

Post a Comment

NCERT Class X Mathematics Chapter 1: Real Numbers

Chapter 1: Real Numbers Comprehensive Study Notes, Day-by-Day Explanations, and Question Bank Part 1: Day-to-Day Study Notes ...