Redirect Image

js

Thursday, March 24, 2022

জ্যোতি সংগীত - লুইতৰ পাৰৰে আমি ডেকা ল'ৰা

 

লুইতৰ পাৰৰে আমি ডেকা ল'ৰা

লুইতৰ পাৰৰে আমি ডেকা ল'ৰা
মৰিবলৈ ভয় নাই
মুকুতি মেধৰ মহান মেজিৰ
নেজাৰ ফিৰিঙতি চাই
পুৰোহিতো যদি থিতাতে আঁতৰি
ত্ৰাসতে মূৰ্ছা যায়
আমি আগবাঢ়ি
ডিঙি পাতি পাতি
তেজেৰে বলিশাল
যামে বোলাই
তাহানি লাচিতে
এৰি থৈ যোৱাৰে
পৰা জননী তোৰ
লঘু লাঞ্ছনাৰ
দুখে বেজাৰৰ
আজিও নপৰিল ওৰ।
শত কাপুৰুষ পুৰুষে সহিলেও
আমাৰ যে নসহে গায়
আমি ডেকা ল'ৰাই জীৱন পণ কৰিছোঁ
মোহাৰ চকুলো
কলিজাৰ আই।

No comments:

Post a Comment

How to Make Students Fear of Mathematics Disappear

* Welcome to Gyaan Kunja Tuition Centre podcast. I'm your host, Rohan, and today we are tackling a topic that haunts the nightmares of s...