Redirect Image

js

Thursday, March 24, 2022

জ্যোতি সংগীত - মোৰ বাৰীত ফুলিলে ইন্দ্ৰজিত মালতী

 

মোৰ বাৰীত ফুলিলে ইন্দ্ৰজিত মালতী
 
মোৰ বাৰীত ফুলিলে ইন্দ্ৰজিত মালতী
তোৰ বাৰীত পৰিলে ছাঁ,
তোৰে মনৰ কথা উটুৱাই আনিলে
সন্ধিয়াৰ বাউলী বা।
বাউলী বাৰে আউলী চুলি
কাৰে কথা কৈয়ে
মাত কু-উ বুলি
ৰূপহ কলীয়া কুলী।

No comments:

Post a Comment

NCERT Class X Mathematics Chapter 1: Real Numbers

Chapter 1: Real Numbers Comprehensive Study Notes, Day-by-Day Explanations, and Question Bank Part 1: Day-to-Day Study Notes ...