Redirect Image

js

Thursday, March 24, 2022

জ্যোতি সংগীত - গাঁৱৰ ল'ৰা গাওেঁ গাওেঁ

 

গাঁৱৰ ল'ৰা গাওেঁ গাওেঁ

গাঁৱৰ ল'ৰা গাওেঁ গাওেঁ
বন্তি জ্বলাই যাম আমি
গাঁৱৰ ল'ৰা
গাঁৱলীয়া ছোৱালী
শেৱালি মই নেৱালি
গাঁৱৰ ল'ৰা
গাঁৱৰ ল'ৰা গাওেঁ গাওেঁ
বন্তি জ্বলাই যাম আমি
গাঁও ল'ৰা আগবাঢ়ি যাম
হাবি কাটি আগবাঢ়ি যাম
পৰ্বত ভাঙি আগবাঢ়ি গৈ
বাট উলিয়াম
নিতৌ নতুন পাম
জুই সুৰীয়া জয় সুৰীয়া
নতুন নাম গাম।
ৰাইজৰ বৰ নামঘৰতে
সোণৰ ৰূপৰ পাট মেৰিওৱা
বৰখুঁটা লগাম।

No comments:

Post a Comment

How to Make Students Fear of Mathematics Disappear

* Welcome to Gyaan Kunja Tuition Centre podcast. I'm your host, Rohan, and today we are tackling a topic that haunts the nightmares of s...