Redirect Image

js

Thursday, March 24, 2022

জ্যোতি সংগীত - গছে গছে পাতি দিলে

 

গছে গছে পাতি দিলে

গছে গছে পাতি দিলে
ফুলৰে শৰাই ৰাম ৰাম ফুলৰে শৰাই
গছে গছে পাতি দিলে
কলীয়া ভোমোৰা
গুঞ্জৰী আহে,
গোন্ধকে ধিয়ায়
ৰাম ৰাম গোন্ধকে ধিয়াই,
কোনে গুলাপী সখীক
চেনেহ হাঁহি দিলে
ৰূপতে ৰঙে চৰায়,
ওৰণীৰ তলতে পৰিমলৰেণু
উৰুৱাই পৱনে দিলে বিলায়,
গছে গছে পাতি দিলে
ফুলৰে শৰাই,
ৰাম ৰাম ফুলৰে শৰাই।।

No comments:

Post a Comment

NCERT Class X Mathematics Chapter 1: Real Numbers

Chapter 1: Real Numbers Comprehensive Study Notes, Day-by-Day Explanations, and Question Bank Part 1: Day-to-Day Study Notes ...