Redirect Image

js

Thursday, March 24, 2022

জ্যোতি সংগীত - লুইতৰে পানী যাবি অ' বৈ

 

লুইতৰে পানী যাবি অ' বৈ

লুইতৰে পানী যাবি অ' বৈ ।
সন্ধিয়া লুইতৰ পানী সোণোৱালী
চহৰে নগৰে যাবি অ’ বৈ
জয়াৰে কীৰিতি দেশে বিদেশে 
সাগৰে নগৰে ফুৰিবি কৈ ।।
মাটিৰে দেহাটি এৰি জয়েমতী 
জ্যোতিৰে দেহাটি লৈ 
যাউতিযুগীয়া কীৰিতি ৰাখিলা 
চানেকি জগতলৈ ।।
এটুপি দুটুপি তেজে তিনি টুপি 
দেশৰ হকে জয়াই গ'লে বিলাই 
অসমৰ জীয়ৰী অসমৰ বোৱাৰী 
এটুপি চকুলো যোৱা পেলাই।।

No comments:

Post a Comment

NCERT Class X Mathematics Chapter 1: Real Numbers

Chapter 1: Real Numbers Comprehensive Study Notes, Day-by-Day Explanations, and Question Bank Part 1: Day-to-Day Study Notes ...