Redirect Image

js

Thursday, March 24, 2022

জ্যোতি সংগীত - তোৰে মোৰে আলোকৰে যাত্ৰা

 

তোৰে মোৰে আলোকৰে যাত্ৰা

তোৰে মোৰে আলোকৰে যাত্ৰা
অব্যৰ্থ অব্যৰ্থ
আমি পালো জীৱনৰ অৰ্থ অভিনৱ
স্বাগত স্বাগত সতীৰ্থ।
সেউজীয়া জীৱনৰ জাগৃতি ছন্দ
আহে আহে
জনতাৰ অন্তৰে অন্তৰে
আলোক বসন্ত হাঁহে হাঁহে
প্ৰচাৰিত অৰুণ বাণী
আগবাঢ়ে যুগাগ্ৰগামী তৰুণ সেনানী
আজি সমৃদ্ধ বেগে জাগে জাগে বিপ্লৱী প্ৰাণ
মুখৰিত দিশে দিশে অগনি গান।

No comments:

Post a Comment

MCQs on Class 9 Maths: Chapter 3 Coordinate Geometry

MCQs on Class 9 Maths: Chapter 3 Coordinate Geometry Each question has 4 options. Choose the correct answer to impro...