Redirect Image

js

Thursday, March 24, 2022

জ্যোতি সংগীত - আগবাৰীত ফুলিলে

 

আগবাৰীত ফুলিলে

আগবাৰীত ফুলিলে
সোণে মোৰ চম্পা
সেউতী মালতী
সোণে মোৰ চম্পা
গোন্ধৰ গুটিমালী
ৰঙাকৈ ৰেৱতী
আমোলে মোলে ঐ
সোণে মোৰ চম্পা।
সোণেৰে পখিলা
ৰূপৰে পখিলা
ফুলনি জিলিকি উৰে মোৰ
সোণে মোৰ চম্পা।
'ৰে বনৰীয়া
ফুটুকা ধুনীয়া
চৰায়ে বিনালে
অময়া সুৰেৰে
সোণে মোৰ চম্পা।

No comments:

Post a Comment

NCERT Class X Mathematics Chapter 1: Real Numbers

Chapter 1: Real Numbers Comprehensive Study Notes, Day-by-Day Explanations, and Question Bank Part 1: Day-to-Day Study Notes ...