Redirect Image

js

Thursday, March 24, 2022

জ্যোতি সংগীত - আমাৰে সখিয়া আকুল বিয়াকুলে

 

আমাৰে সখিয়া আকুল বিয়াকুলে
 (শোণিত কুঁৱৰী) 

                          
আমাৰে সখিয়া আকুল বিয়াকুলে
সপোনৰ হাঁহিতি চাই,
সপোনত কোঁৱৰে আহুদি আনিলে
মতলীয়া সখী খাই।
দিঠকৰ বাতৰি সপোনত মিলিলে
আছিল সখী বাটে চাই।
ফাগুনৰ বতাহে গাতে ছাটি মাৰে
গাতে ছাটি মাৰি যায়।
চুমাৰ পৰশনৰ জুতি পাই সখীয়াৰ
গাতে উৱাদিহে নাই
সখিয়া্ৰে গাতে উৱাদিহে নাই।

No comments:

Post a Comment

NCERT Class X Mathematics Chapter 1: Real Numbers

Chapter 1: Real Numbers Comprehensive Study Notes, Day-by-Day Explanations, and Question Bank Part 1: Day-to-Day Study Notes ...