Redirect Image

js

Thursday, March 24, 2022

জ্যোতি সংগীত - মোৰে ভাৰতৰে

 

মোৰে ভাৰতৰে

মোৰে ভাৰতৰে
মোৰে সপোনৰে
চিৰ সুন্দৰ সংস্কৃতি।
সেউজীয়া বনতে
সেউজীয়া মনতে
বিকশি প্ৰকাশি উঠা
নৱ-জন জীৱনৰে অভিনৱ জ্যোতি।।
আজি শিল্পী মনৰ প্ৰণতি
আজি শিল্পী প্ৰাণৰ ভকতি
জয় অজেয় আলোকময় বিশ্বৰূপী
অনন্ত বিজয়ী
জন গণ মন মুকুতি
প্ৰণতি প্ৰণতি।।

No comments:

Post a Comment

NCERT Class X Mathematics Chapter 1: Real Numbers

Chapter 1: Real Numbers Comprehensive Study Notes, Day-by-Day Explanations, and Question Bank Part 1: Day-to-Day Study Notes ...