সেউজী সেউজী সেউজী অ'
(নিমাতী কইনা)
সেউজী সেউজী সেউজী অ'
সেউজী ধৰণী ধুনীয়া।
সোণোৱালী শইচৰ
পথাৰ কোলাত শোভে
ৰ'দালীৰে ফুল ফল
সেন্দুৰীয়া।
আমাৰ চকুলোৰে
পানী দি জীয়ালোঁ
মাণিকী-মধুৰী ধান,
তোমালৈ আনিছোঁ
জগতৰে শইচ
এৰা অ' নিমাতী মান।
js
Subscribe to:
Post Comments (Atom)
MCQs on Class 9 Maths: Chapter 3 Coordinate Geometry
MCQs on Class 9 Maths: Chapter 3 Coordinate Geometry Each question has 4 options. Choose the correct answer to impro...
-
ণত্ব বিধি আৰু ষত্ব বিধি ণত্ব বিধিঃ ণত্ব বিধিঃ যি বিধি বা নিয়মৰ দ্বাৰা শব্দ একোটাৰ দন্ত্য 'ন’ই মূদ্ধণ্য ‘ণ’ৰ ৰূপ লয়, তাকে ণত্ব বিধ...
-
অধ্যায়-১২ বিদ্যুৎ নির্বাচিত প্রশ্নোত্তৰ প্রশ্নঃ তাঁৰ এডালৰ দৈর্ঘ্য দুগুণলৈ বৃদ্ধি কৰিলে এমিটাৰৰ পাঠৰ কি পৰিৱৰ্তন হয়? উত্তৰঃ এমিট...
-
Introduction Vegetable crops require frequent irrigation for better growth and development. Irrigation requirement may vary from crop...
No comments:
Post a Comment