প্রঃ
১। এটা বর্তনী বুলিলে কি
বুজা?
উঃ
বিদ্যুৎ প্রবাহৰ নিৰবিচ্ছিন্ন
আৰু বন্ধ পথ এটাকে বর্তনী
বােলে।
প্র
:
২।
প্রবাহৰ এককৰ সংজ্ঞা দিয়া।
উঃ
প্রবাহৰ একক হ’ল এম্পিয়াৰ।
প্রতি ছেকেণ্ডত এক কুলম্ব
প্রবাহ চালিত হলে তাক এক
এম্পিয়াৰ বুলি কোৱা হয়।
প্র
:
৩।
এক কুলম্ব আধান হ’বলৈ প্রয়ােজন
হােৱা ইলেকট্রন সংখ্যা গণনা
কৰা।
উ
:
আমি
জানাে যে,
e=1.6 × 10-19 C এক
কুলম্ব আধানত থকা ইলেকট্রন
সংখ্যা

প্র
:
৪।
পৰিবাহীত বিভৱভেদ বৰ্তাই ৰখা
সঁজুলি এটাৰ নাম লিখা।
উঃ
বেটাৰি বা বিদ্যুৎ কোষ।
প্রঃ
৫। দুটা বিন্দুৰ মাজৰ বিভৱভেদ
1V
বুলি
ক’লে কি বুজায় ?
উঃ
দুটা বিন্দু 1
কুলম্ব
পৰিমাণৰ ধণাত্মক আধান সৰবৰাহ
কৰোঁতে যদি 1
জুল
কার্য কৰিব লগা হয় তেন্তে
বিন্দু দুটাৰ মাজৰ বিভৱভেদ
হয় 1V
প্রঃ
৬। 6V
বেটেৰী
এটাৰ মাজেৰে চালিত প্রতি
কুলম্ব আধানক কিমান শক্তি
দিয়া হয়?
উঃ
ইয়াত,
V=
6V, Q=1C
শক্তিৰ
পৰিমাণ =
সম্পাদিত
কার্য।
W
= Q.V
= 1C × 6V
= 6J
প্রঃ
৭|
পৰিবাহীৰ
ৰােধ কি কি কাৰকৰ ওপৰত নিৰ্ভৰ
কৰে
উঃ
পৰিবাহীৰ ৰােধ তলত দিয়া কাৰকৰ
ওপৰত নিৰ্ভৰ কৰে— (ক)
পৰিবাহীৰ
দৈর্ঘ্য (খ)
পৰিবাহীৰ
পৃষ্ঠকালি (গ)
পৰিবাহীত
ব্যৱহাৰ কৰা পদাৰ্থৰ গুণৰ
ওপৰত।
প্রঃ
৮। একেটা উৎসৰ লগত সংযােজিত,
একে
পদার্থ এডাল শকত আৰু এডাল
ক্ষীণ তাৰৰ কোনডালত বেছি সহজে
প্রবাহ চালিত হয় ?
আৰু
কিয়?
উঃ
এই ক্ষেত্ৰত শকত তাৰডালৰ
মাজেৰে বেছি প্রবাহ চালিত
হয়। কাৰণ,
শকত
তাৰডালৰ ৰােধ ক্ষীণ তাৰতকৈ
কম আৰু যিমানেই ৰােধ কম হয়
সিমানেই বিদ্যুৎ প্রবাহ বেছি
চালিত হয়।
প্রঃ
৯। ধৰা হওঁক বৈদ্যুতিক উপাদান
এটাৰ দুই মূৰৰ মাজৰ বিভেদ আগৰ
মানৰ আধালৈ কমাওঁতে ৰােধৰ
মান একে থাকে। ইয়াৰ মাজেৰে
চালিত প্রবাহৰ কি পৰিৱৰ্তন
হ’ব?
উঃ
বৈদ্যুতিক উপাদানৰ দুই মূৰৰ
মাজৰ বিভৱভেদ আগৰ মানৰ আধা
কৰিলে বৈদ্যুতিক প্রবাহৰ মান
আধা হ’ব।
প্রঃ
১০। পাউৰুটি সেকা বৈদ্যুতিক
সঁজুলি আৰু বৈদ্যুতিক ইস্ত্রি
কুণ্ডলী বিশুদ্ধ ধাতুৰে গঢ়াৰ
বিপৰীতে সংকৰ ধাতুৰে গঢ়া
হয় কিয়?
উঃ
বিশুদ্ধ ধাতুতকৈ সংকৰ ধাতুবােৰৰ
ৰােধ বেছি বাবে সংকৰ ধাতুৰ
মাজেৰে অলপ পৰিমাণে বিদ্যুত
প্রবাহ চালিত হ’লেই সংকৰ ধাতু
অত্যধিক তপত হয় যদিও জাৰণ
নহয়। সেইবাবে এইবােৰ সঁজুলিত
সংকৰ ধাতু ব্যৱহাৰ কৰা হয়।
প্রঃ
১১। তালিকা 12.2ত
দিয়া তথ্য ব্যৱহাৰ কৰি তলৰ
প্রশ্নসমূহৰ উত্তৰ দিয়া
(a)
লাে
আৰু পাৰাৰ ভিতৰত কোনটো অধিক
ভাল পৰিবাহী?
(b)
কোনটো
পদার্থ আটাইতকৈ ভাল পৰিবাহী?
উ
:
(a) পাৰাতকৈ
লােৰ ৰােধ কম হােৱা বাবে লােৰ
মাজেৰে বেছি প্রবাহ চালিত
হয়।
(b)
তালিকাৰ
পৰা পােৱা যায় ছিলভাৰৰ ৰােধ
আটাইতকৈ কম। সেই বাবে ছিলভাৰ
আটাইতকৈ ভাল পৰিবাহী।।
প্রঃ ১২। প্ৰতিটোৰে তিনিটা 2V কোষৰ এটা বেটাৰী, এটা 5Ω ৰােধক, এটা 8Ω ৰােধক, এটা 12Ω ৰােধক আৰু এটা প্লাগ চাবি শ্রেণীবদ্ধভাৱে সংযােগ কৰি এটা বর্তনীৰ নক্সা অংকন কৰা।
উঃ
প্রশ্নমতে তলত তিনিটা বর্তনীৰ
চিত্র অংকন কৰা হল–

প্রঃ
১৩। ৰােধক কেইটাৰ মাজেৰে যােৱা
প্রবাহ জুখিবৰ বাবে এটা এমিটাৰ
আৰু 12Ω
ৰােধকটোৰ
দুই মূৰৰ মাজৰ বিভৱভেদ জুখিবৰ
বাবে এটা ভল্টমিটাৰ সংযােগ
কৰি 1
নং
প্রশ্নত দিয়া বর্তনীটো পুনৰ
অংকন কৰা। এমিটাৰ আৰু ভল্টমিটাৰৰ
পাঠ কি হ’ব?
উ
:

ইয়াত,
R1=5Ω
R2=8Ω
R3=12Ω
মুঠ
ৰােধ R=R1+R2+R3
⇒
5+8+12 = 25Ω
বিভৱভেদ,
V= 6V
I =?
এতিয়া,
I
= V/R
6/25
= 0.24 A
ইয়াত
এমিটাৰৰ পাঠ হ’ৰ 0.24
A
আকৌ,
ইয়াত,
I = 0.24 A
R= 12Ω
V= ?
এতিয়া,
V=IR
=
0.24 x12
= 2.88 V
ভল্টমিটাৰৰ
পাঠ হ’ব 2.88
V.
প্রঃ
১৪। নিম্নোক্তবােৰৰ সমান্তৰাল
সংযােজন ৰােধ নির্ণয়
(a)
1 আৰু
106
(b) 1, 103 আৰু
106
উঃ
(a)
ইয়াত,
R1=1Ω
R2=100
R=?
আমি
জানাে যে,
1/R
= 1/R1 +1/R2
(b)
ইয়াত,
R1=1Ω
R2=10Ω
R3=106
Ω
আমি
জানাে যে,
1/R
= 1/R1 +1/R2 +1/R3

প্রঃ
১৫। 100Ωৰ
এটা বৈদ্যুতিক বাল্ব,
50Ωৰ
এটা পাউৰুটি সেকা সঁজুলি আৰু
500Ω
ৰােধৰ
এটা পানীৰ ফিল্টাৰ 200V
উৎসৰ
লগত সমান্তৰালভাৱে সংযােগ
কৰা হৈছে। যদি এটা বৈদ্যুতিক
ইস্ত্রি একেটা উৎসৰ লগত সংযােগ
কৰা হয় আৰু যদি ই তিনিওটাই
সমান প্রবাহ লয় তেন্তে
ইস্ত্ৰিটোৰ ৰােধ কিমান হ’ব
আৰু ইয়াৰ মাজেৰে চালিত প্রবাহ
কিমান হ’ব?
উ
:
ইয়াত,
R1=100Ω,
R2=50Ω, R3=500 Ω, V=200V
সমতুল্য
ৰােধ
1/R
= 1/R1 +1/R2 +1/R3
R
= = 31.25Ω
ইস্ত্ৰিটোৰ
ৰােধ R=31.252
ইস্ত্ৰিটোৰ
মাজেৰে চালিত প্রবাহ হ’ব,
I
=V/R
⇒200/31.25
⇒ 7.04A
Class 10 Science Chapter 12 Question Answer in Assamese
প্রঃ
১৬। এটা বেটাৰীৰ লগত বৈদ্যুতিক
সঁজুলিবােৰ শ্রেণীবদ্ধ সজ্জাত
সংযােগ কৰাতকৈ সমান্তৰাল
সজ্জাত সংযােগ কৰিলে কি কি
সুবিধা হয় ?
উঃ
সমান্তৰাল সজ্জাত সংযােগ
কৰাৰ সুবিধাসমূহ হ’ল-
(ক)
প্ৰতিটো
আহিলাৰে সমান পৰিমাণে প্রবাহ
প্রবাহিত
(খ)
মুঠ
কার্যকৰী ৰােধৰ মান হ্রাস
পায়।
(গ)
বর্তনীটোৰ
এটা উপাদান বিকল হলে বর্তনীটো
মুক্ত হৈ নাযায়।
(ঘ)
মুঠ
ৰােধৰ মান কমি যায় কাৰণে
যথেষ্ট পৰিমাণে প্রবাহ কঢ়িয়াব
পাৰে।
প্রঃ
১৭। 2Ω,
3Ω আৰু
6Ω
তিনিটা
ৰােধক কেনেকৈ সংযােগ কৰিলে
সিহঁতৰ মুঠ ৰােধ (a)
4Ω আৰু
(b)
1Ω পােৱা
যাব?
উ
:
(a)

3Ω আৰু 6Ωৰােধ দুটা সমান্তৰালভাৱে সংযোগ কৰা হৈছে।
ইয়াত,
R1=2Ω
, R2=3Ω , R3=6Ω
এতিয়া,
1/R=
1/3Ω+1/6Ω
বর্তনীটোৰ
মুঠ ৰােধ R1+R=4Ω
B

2Ω,
3Ω আৰু
6Ω
ৰােধ
তিনিটা সমান্তৰালভাৱে সংযোেগ
কৰিলে মুঠ ৰােধ 1Ω
পােৱা
যায়।
ইয়াত,
R1=2Ω,
R2=3Ω, R3=6Ω
এতিয়া,
1/R
= 1/R1 + 1/R2 + 1/R3
= 1/2 + 1/3 + 1/6
⇒ 3+2+1/6
⇒6/6
⇒
1Ω
মুঠ
সমতুল্য ৰােধ R=
1Ω
প্রঃ
১৮। 52,
82 আৰু
242
ৰােধৰ
চাৰিটা কুণ্ডলী লগ লগাই পাব
পৰা (a)
সর্বোচ্চ
আৰু (b)
সর্বনিম্ন
মুঠ ৰােধৰ মান কিমান হ’ব?
উঃ
ইয়াত,
R1=
5Ω, R2=8Ω, R3=12Ω, R4=24Ω
(a) বােধকেইটা
শ্রেণীবদ্ধভাৱে সংযোগ কৰিলে
ৰােধৰ মান সর্বোচ্চ হয়।
গতিকে,
R
= R1+R2+R3+R4
= 4+8+12+24
= 48Ω
(b) আকৌ,
ৰােধকেইটা
সমান্তৰালভাৱে সংযােগ কৰিলে
সমতুল্য ৰােধ সর্বনিম্ন হয়।
গতিকে ,

প্রঃ
১৯। বৈদ্যুতিক হিটাৰৰ তাপ
উপাদানডাল দীপ্ত হয়। কিন্তু
সংযােগী তাৰবােৰ এনে নহয়,
কিয়?
উঃ
বৈদ্যুতিক হিটাৰৰ তাপ উপাদানডালৰ
ৰােধ যথেষ্ট বেছি গতিকে ইহঁতে
বেছি পৰিমাণে বিদ্যুৎ শক্তি
তাপ শক্তিলৈ ৰূপান্তৰ কৰে
বাবে এইবােৰ দীপ্ত হয়।আনহাতে,
সংযােগী
তাঁৰবােৰৰ ৰােধ কম হয় বাবে
কম পৰিমাণে বিদ্যুৎ প্রবাহ
বহন কৰে ফলত এইবােৰ দীপ্ত
নহয়।
প্র
:
২০।
9600
কুলম্ব
আধান 1
ঘণ্টাত
50V
বিভৱভেদৰ
মাজেৰে সঞ্চালিত হলে,
উৎপাদিত
তাপৰ পৰিমাণ উলিওৱা।
Q=9600C
t
= 1Hour = 60×60=3600s.
V= 50V.
প্রবাহ,
(I) =Q/t
⇒ 9600/3600
= 2.66A
ৰােধ
,
R = V/I
⇒ 50/2.66
⇒18.79Ω
উৎপাদিত
তাপ H
= I²xRxt
= (2.66)²×18.79×3600
= 478621 J
প্রঃ
২১। 20
ৰােধৰ
এটা বৈদ্যুতিক ইস্ত্রিয়ে
5A
প্রবাহ
লয়। 30
ছেকেণ্ডত
উৎপন্ন হােৱা তাপৰ পৰিমাণ
গণনা কৰা।
উ
:
ইয়াত,
I=5A,
R=20, t=30s
উৎপাদিত
তাপ H
= I²xRxt
= 5²×20×30
=25×20×30
= 15000J
প্রঃ
২২। এটা বৈদ্যুতিক প্রবাহে
যােগান ধৰা শক্তিৰ হাৰ কিহে
নিৰূপণ কৰে?
উঃ
বৈদ্যুতিক ক্ষমতাই নিৰূপণ
কৰে।
প্রঃ
২৩। এটা বৈদ্যুতিক মটৰে 220V
লাইনৰ
পৰা 5A
এবাহ
লয়। মটৰটোৰ ক্ষমতা আৰু 2
ঘণ্টাত
ই ব্যয় কৰা শক্তি উলিওৱা।
উঃ
ইয়াত,
I
= 5A, V=220, t =2 hour
ক্ষমতা,
P = VI
= 220×5 W
= 1100W
শক্তি,
E = Pt
=1100×2
= 2200 wh =2.2 kwh
প্রঃ
২৪ |
R ৰােধৰ
এডাল তাৰ পাঁচটা সমান ভাগলৈ
বিভক্ত কৰা হ’ল। এই অংশবােৰ
সমান্তৰালভাৱে সংযােগ। কৰা
হ’ল। যদি সজ্জাটোৰ সমতুলা
বােধ R’
হয়,
তেতিয়া
R/R′
অনুপাত
হ’ব-
(a)
1/25 (b) 1/5 (c) 5 (d) 25
উ
:
(d) 25.
প্রঃ
২৫। তলৰ কোনটো ৰাশিয়ে বৈদ্যুতিক
ক্ষমতা নির্দেশ নকৰে?
(a)
I²R (b) IR² (c) VI (d) V²/R
উঃ
(b)
IR2
প্রঃ
২৬। এটা বৈদ্যুতিক বাৰ 220V
আৰু
100W
চিহ্নিত
কৰা আছে। যেতিয়া 110Vত
ইয়াক ব্যৱহাৰ কৰা হয় ই লােৱা
ক্ষমতা হ’ব
(a)
100W (b) 75W (c) 50w (d) 25W
উ
:
(d) 25W
প্র
:
২৭।
একে পদার্থ দুডাল একে দৈৰ্ঘ্যৰ
আৰু একে ব্যাসৰ পৰিবাহী তাৰ
প্রথমে শ্রেণীবদ্ধ সজাত আৰু
পিছত সমান্তৰাল সজ্জাত এটা
বর্তনীৰ একেটা বিভেদত। সংযােগ
কৰা হ’ল। শ্রেণীবদ্ধ আৰু
সমান্তৰাল সজ্জাত সৃষ্টি
হােৱা তাপৰ অনুপাত
(a)
1:2 (b) 2:1 (c) 1:4 (d) 4:1
উঃ
(c)
1:4
প্রঃ
২৮। দুটা বিন্দুৰ মাজৰ বিভবভেদ
জুখিবলৈ বর্তনী এটাত ভল্টমিটাৰ
কেনেকৈ সংযােগ কৰিবা?
উঃ
দুটা বিন্দুৰ মাজত বিভৱভেদ
নির্ণয় কৰাৰ বাবে বর্তনী
এটাত ভল্টমিটাৰ এটা সদায়
সমান্তৰালভাৱে সংযােগ কৰিব
লাগে।
বিদ্যুৎ Class 10
প্রঃ
২৯ |
এডাল
তামৰ তাৰৰ ব্যাস 0.5
আৰু
ৰােধকতা 1.6
× 10–8 Ω m ৰােধ
পাবৰ বাবে এই তাৰডালৰ দৈৰ্ঘ্য
কিমান হ’ব লাগিব?
যদি
তাৰডালৰ ব্যাস দুগুণ কৰা হয়,
ৰােধৰ
পৰিৱর্তন কিমান হব?
উঃ
ইয়াত,
p=1.6
× 10–8 Ω m, R=10
r=0.5mm =5×10 4⁄ m
আমি
জানাে যে
তাৰডালৰ
দৈর্ঘ্য 122.5
m
আকৌ,
তাৰডালৰ
ব্যাস দুগুণ কৰিলে ৰােধ আগৰ
তুলনাত ¼
হয়।
প্রঃ
৩০৷ যেতিয়া এটা অজ্ঞাত ৰােধ
12Vৰ
এটা বেটাৰীৰ লগত সংযােগ কৰা
হয় তাত 2.5mA
প্রবাহ
চালিত হয়। ৰােধকটোৰ ৰােধ
উলিওৱা।
উঃ
ইয়াত,
V = 12V I = 2.5 mA =10-3⁄A
আমি
জাননা যে,
R,
= V/I
⇒12/2.5×10-3⁄
= 4800Ω
নির্ণেয়
বােধ =
4800Ω
প্রঃ
৩১। এটা প্রদত্ত বােধকৰ মাজেৰে
প্রবাহিত প্রবাহ। Iৰ
মান আৰু পাৰস্পৰিক বিভৱভেদ
Vৰ
মান তলত দিয়া হ’ল-
I
(এম্পিয়াৰ)
0.5, 1.0, 2.0, 3.0, 4.0
v (ভল্ট)
1.6, 3.4, 6.7, 10.2, 13.2
V আৰু
Iৰ
মাজৰলেখ এটা অংকন কৰা আৰু
ৰােধকটোৰ। বােধ উলিওৱা।
উ
:
V আৰু
Iৰ
মাজৰ লেখড়াল-
বােধকটোৰ
ৰােধ R
= V1 – V2/I1-I2
6.7 -3.4/2.0 – 1.0
=3.3/1.0
= 3.3
Ω
প্রঃ
৩২। এটা বেটাৰীৰ লগত 0.2,
0.3, 0.4,0.5 আৰু
12Ω
ৰােধক
কেইটা শ্রেণীবদ্ধভাৱে সংযােগ
কৰা হৈছে। 12
Ω ৰােধৰ
ৰােধকটোৰ মাজেৰে কিমান প্রবাহ
চালিত হৈছে?
উঃ
ইয়াত,
মুঠ
বােধ।
R
= 0.2+0.3+0.4+0.5+12
= 13.4
বিভৱভেদ
V
= 9V
আমি
জাননা যে,
I = V/R
⇒9/13.4
= 0.67 A
ৰােধকৰ
মাজেৰে যােৱা প্রবাহ 0.67
A
প্রঃ
৩৩ |
176Ω কিমানটা
ৰােধক হলে 220V
ৰ
লাইন এটাত 5
A প্রবাহ
পােৱা যাব?
উ
:
ধৰা
হ’ল,
176Ω
nটা
ৰােধ সমান্তৰালভাৱে সংযােগ
কৰা হৈছে।
এতেকে,
1/R
= 1/176 + 1/176+ …..+1/176
⇒n/176
R= 176/n Ω
ওমৰ
সূত্ৰৰ পৰা
R
=V/I
⇒ 176/n = 220/5
n = 176×5/220
= 4
নির্ণেয়
ৰােধকৰ সংখ্যা 4টা।
প্রঃ
৩৪। প্ৰতিটো 6Ω
ৰােধৰ
তিনিটা বােধক কেনেদৰে সংযােগ
কৰিলে সজ্জাটোৰ সমতুল্য ৰােধ
(i)
9Ω আৰু
4Ω
হব?
উ:
ইয়াত,
R1=R2=R3=6Ω
(i) দুটা
ৰােধক সমান্তৰাল সজ্জাত আৰু
তৃতীয়টো শ্রেণীবদ্ধ সজাত
সংযােগ কৰিলে সমতুল্য ৰােধৰ
মান হ’ব
1/R′
= 1/R1 + 1/R2
= 1/6 + 1/6
= 2/6 = 1/3
R′ = 3Ω
R
= R′ + R3
⇒3Ω+6Ω
= 9Ω
(i) আকৌ,
দুটা
ৰােধক শ্রেণীবদ্ধ সজ্জাত আৰু
তৃতীয়টো সমান্তৰাল সজ্জাত
সংযােগ কৰিলে সমতুল্য ৰােধ
হ’ব-
R′
=6Ω+6Ω = 12Ω
1/R = 1/R′ + 1/R2
=1/12 + 1/6
=
3/12
= 1/4
R = 4Ω
প্রঃ
৩৫। বহুকেইটা বৈদ্যুতিক বা
220V
লাইনত
ব্যৱহাৰৰ বাবে তৈয়াৰ কৰা
হৈছে আৰু 10Wৰে
চিহ্নিত কৰা হৈছে। যদি চালিত
হােৱা সর্বোচ্চ প্রবাহ 5A
হয়
কিমানটা বাল্ব সমান্তৰালভাৱে
220V
লাইনৰ
লগত সংযােগ কৰিব লাগিব ?
উ:
ইয়াত,
V
= 220V, I= 5A, P=10W.
প্রতিটো
বাৰ ৰােধ R
= V²/P
220 × 220/10 = 4840Ω
ধৰা
হ’ল,
প্ৰতিটো
ৰােধ সমান্তৰাল সজাত সংযােগ
কৰিলে x
টা
বাল্বৰ বাবে প্রয়ােজনীয়
সমতুল্য ৰােধ হ’ব
প্রঃ
৪১ |
ব্যাখ্যা
কৰা
(a)
বৈদ্যুতিক
চাকিত বেছিভাগ টাংষ্টেনৰ
ফিলামেন্ট কিয় ব্যৱহাৰ কৰা
হয় ?
(b)
বিদ্যুৎ
তাপীয় সঁজুলি যেনে ৰুটিসেকা
সঁজুলি আৰু ইঞ্জিত বিশুদ্ধ
ধাতুৰ পৰিৱর্তে সংকৰ ধাতু
কিয় ব্যৱহাৰ কৰা হয়।
(e)
ঘৰুৱা
বর্তনীবিলাকত শ্রেণীবদ্ধ
সজ্জা কিয় ব্যৱহাৰ কৰা হয়।
(d)
এডাল
পৰিবাহীৰ ৰােধ ইয়াৰ প্রস্থচ্ছেদৰ
কালিৰ লগত কিদৰে পৱির্তন হয়
?
বৈদ্যুতিক
সৰবৰাহৰ বাবে সাধাৰণতে তাম
আৰু এলুমিনিয়ামৰ তাৰ কিয়
ব্যৱহাৰ কৰা হয়?
উঃ
(a)
টাংষ্টেনৰ
ৰােধৰ মান বেছি আৰু গলনাংক
অতি বেছি হােৱা বাবে এইবােৰক
বৈদ্যুতিক বাৰ ফিলামেন্ট
হিচাপে ব্যৱহাৰ কৰা হয়।
(b) সংকৰ ধাতুৰ ৰােধৰ মান বিশুদ্ধ ধাতুৰ তুলনাত অতি বেছি বাবে ৰুটিসেকা সঁজুলি আৰু ইস্ত্রি আদিত সংকৰ তু ব্যৱহাৰ কৰা হয়।
(c)
ঘৰুৱা
বর্তনীবিলাকত শ্রেণীবদ্ধ
সজ্জা ব্যৱহাৰ কৰা নহয়,
কাৰণ
(i)
শ্রেণীবদ্ধ
সজ্জাত প্ৰতিটো সৰঞ্জামৰ
মাজেদি সমপৰিমাণৰ প্রবাহ
চালিত হয়,
যিটোৱে
বস্তু ক্ষতি কৰে।
(ii)
এই
ক্ষেত্ৰত মুঠ বােধৰ পৰিমাণ
বেছি হয়,
ফলত
প্রবাহৰ মান কমি যায়।
(iii)
প্রতিটো
সৰঞ্জামৰ বাবে বেলেগ বেলেগকৈ
চুইচ অফ অন কৰিব নােৱাৰি।।
(iv)
প্রয়ােজন
নাথাকিলেও প্রতিটো সঁজুলি
একেলগে ব্যৱহাৰ কৰিব লগা হয়।
ফলত খৰচৰ পৰিমাণ বাঢ়ি যায়।
(d)
কোনাে
পৰিৰাহীৰ ৰােধ ইয়াৰ পৃষ্ঠকালিৰ
ব্যস্তানুপাতিক। অর্থাৎ,
R ∞1/A
(e) কপাৰ
আৰু এলুমিনিয়ামৰ ৰােধ অতি
কম হােৱা বাৰে ইয়াৰ মাজেৰে
সহজে বিদ্যুৎ চালিত হ’ব পাৰে
আৰু ই কম বিদ্যুৎতে অধিক তাপ
উৎপন্ন কৰিব পাৰে।
প্রঃ ৪৩। তাৰ এডালৰ দৈর্ঘ্য দুগুণলৈ বৃদ্ধি কৰিলে। এমিটাৰৰ পাঠৰ কি পৰিৱৰ্তন হয় ?
উ : এমিটাৰৰ পাঠ আগৰ তুলনাত আধালৈ হ্রাস পায়।
প্রঃ এটা বর্তনী বুলিলে কি বুজা?
উঃ বিদ্যুৎ প্রবাহৰ নিৰবিচ্ছিন্ন আৰু বন্ধ পথ এটাকে বর্তনী বােলে।
প্র : প্রবাহৰ এককৰ সংজ্ঞা দিয়া।
উঃ প্রবাহৰ একক হ’ল এম্পিয়াৰ। প্রতি ছেকেণ্ডত এক কুলম্ব প্রবাহ চালিত হলে তাক এক এম্পিয়াৰ বুলি কোৱা হয়।
প্রঃ ওমৰ সূত্ৰৰ সংজ্ঞা দিয়া।
উঃ উষ্ণতা স্থিৰে থকা অৱস্থাত বর্তনীত সংযােজিত প্রদত্ত ধাতুৰ তাৰ এডালৰ দুই মূৰৰ মাজৰ বিভবভেদ, (V) তাৰডালৰ মাজেৰে যােৱা প্রবাহ (I)ৰ সমানুপাতিক।
No comments:
Post a Comment