Redirect Image

js

Thursday, March 24, 2022

জ্যোতি সংগীত - আইদেউৰে বুলনিতে পোহৰৰে ধেমালি

 

আইদেউৰে বুলনিতে পোহৰৰে ধেমালি

আইদেউৰে বুলনিতে পোহৰৰে ধেমালি
ন চানেকিয়ে জিকেমিকাই
ন চানেকিয়ে জিকেমিকাই
জোনাকী বাটেদি চিত্ৰলেখিয়ে
ন জীৱনৰে ফুলে ফুলায়।।
আইদেউৰে যঁতৰতে সুৰে গুনগুনালে
আইদেউয়ে মিচিকিয়াই
মিচিকি মিচিকিয়াই
সুৰতে কঁপিছে কিনো ন বতৰা
জ্বলে মনে তৰা 
আইদেউৰে বুকু কঁপায়।।

No comments:

Post a Comment

NCERT Class X Mathematics Chapter 1: Real Numbers

Chapter 1: Real Numbers Comprehensive Study Notes, Day-by-Day Explanations, and Question Bank Part 1: Day-to-Day Study Notes ...