js

Saturday, July 20, 2024

SEBA Science Chapter 8

 

গতি

অণুশীলনীঃ



  

  1.   এজন দৌৰবিদে 200 মিটাৰ ব্যাসৰ বৃত্তাকাৰ পথ এটাৰে 40 ছেকেণ্ড সময়ত এপাক সম্পূৰ্ণ কৰিলে। 2 মিনিট অন্তত তেওঁ অতিক্ৰম কৰা দূৰত্ব আৰু সৰণ কিমান হ?

উত্তৰঃ  

        



ওপৰৰ চিত্ৰত O হৈছে বৃত্তাকাৰ পথৰ ব্যাসৰ কেন্দ্ৰ AB = 200 m

ধৰা হA হৈছে দৌৰবিদজনৰ প্ৰাৰম্ভিৰ অৱস্থা

  



      ইয়াৰ অৰ্থ হৈছে, 3 টা সম্পূৰ্ণ পাকৰ পাছত দৌৰবিদজনে প্ৰাৰম্ভিক অৱস্থান A ত থাকিব আৰু 3.5 পাকৰ পাছত দৌৰবিদজনে সম্পূৰ্ণ ভাৱে বিপৰীত B বিন্দুত উপনীত হ
  
  ∴ A ৰ পৰা B দিশত দৌৰবিদজনৰ সৰণ = AB = 200 m


   
 2.    300 মিটাৰ দৈৰ্ঘ্যৰ পোন পথ এটাৰ এটা মূৰ Aৰ পৰা দৌৰ দি 2 মিনিটত 30 ছেকেণ্ডত যোচেফ আনটো মূৰ Bত উপনীত হল আৰু তাৰ পৰৱৰ্তী 1 মিনিটত C বিন্দুলৈ 100 m উভতি আহিল।
(a)      Aৰ পৰা B লৈ আৰ
(b)    Aৰ পৰা C লৈ যোচেফৰ দৌৰৰ গড় দ্ৰুতি আৰু বেগ নিৰ্ণয় কৰা।
   উত্তৰঃ

(a)         Aৰ পৰা B লৈ = 300 m

     অতিবাহিত সময় = 2 মিনিট 30 ছেকেণ্ডত

                                             = 150 s


    
(b)        Aৰ পৰা B লৈ আৰু তাৰ পাছত Bৰ পৰা C লৈ যোচেফে অতিক্ৰম কৰা মূঠ দূৰত্ব

                = AB + BC

                = 300 m + 100 m

                  = 400 m

যোচেফে অতিবাহিত কৰা মূঠ সময় = 2 মিনিট 30 ছেকেণ্ড +1 মিনিট

                              = 150 s +60 s

                                  = 210 s

         

                               = 1.90 ms-1 (প্ৰায়)

      A বিন্দুৰ পৰৰা C বিন্দুত যোচেফৰ সৰণ হৈছে

      AC = AB – BC = 300 m – 100 m = 200 m   

        



 3.   আব্দুলে স্কুললৈ গাড়ী চলাই যাওঁতে তাৰ গতিৰ গড় দ্ৰুতি 30 km h-1 ল । সম্পূৰ্ণ যাত্ৰাটোত আব্দুলৰ গড় দ্ৰুতি কিমান?

উত্তৰঃ ধৰা হল, আব্দুলৰ স্কুলৰ দূৰত্ব x km

প্ৰথম ক্ষেত্ৰতঃ

           গড় দ্ৰুতি = 20 km h-1

স্কুলত উপনীত হবলৈ আব্দুলে অতিবাহিত কৰা সময়, t1

  দ্বিতীয় ক্ষেত্ৰতঃ

             গড় দ্ৰুতি = 30 km h-1

    উভতি আহোতে আব্দুলে অতিবাহিত কৰা সময়, t2

   গতিকে, আব্দুলৰ যাত্ৰাটোৰ গড় দ্ৰুতি হৈছে 24 km h-1



    4.   হ্ৰদ এটাত ইঞ্জিনচালিত নাও এখন স্থিতিশীল অৱস্থাৰ পৰা 3.0 ms-2 স্থিৰ হাৰত সৰল ৰেখা এডালেদি 8.0 s ৰ বাবে ত্বৰিত হল । এই সময়ত নাওখনে কিমান দূৰ অতিক্ৰম কৰিলে?

উত্তৰঃ ইয়াত, প্ৰাৰম্ভিক বেগ, u = 0

                                ত্বৰণ,  a = 3.0 ms-2

                সময়, t = 8.0 s

                দূৰত্ব,   s = ?

    আমি জানো,

   গতিকে, ইঞ্জিনচালিত নাওখনে এই সময়ত 96 m দূৰত্ব অতিক্ৰম কৰিব। 

    5.   52 km h-1 ত গৈ থকা গাড়ী এখনৰ চালকে ব্ৰেগ প্ৰয়োগ কৰিলে আৰু বিপৰীত দিশত সুষমভাৱে ত্বৰিত হল। গাড়ীখন 5 ছেকেণ্ডত ৰৈ গল। আন এখন গাড়ীৰ চালকে 3 km h-1 ত গৈ থকা অৱস্থাত লাহে লাহে ব্ৰেগ প্ৰয়োগ কৰিলে আৰু 10 ছেকেণ্ডত ৰৈ গল। একেখন লেখ-কাগজত দুয়োখন গাড়ীৰ দ্ৰুতি বনাম সময় লেখ অংকণ কৰা। ব্ৰেগ প্ৰয়োগৰ পিছত কোনখন গাড়ী অধিক দূৰলৈ গ?

     উত্তৰঃ

        
      

    
এতিয়া, AB য়ে প্ৰথম গাড়ীখনৰ দ্ৰুতি-সময় লেখক নিৰ্দেশ কৰিছে আৰু CD য়ে দ্বিতীয় গাড়ীখনৰ দ্ৰুতি-সময় লেখক নিৰ্দেশ কৰিছে।


    প্ৰথম গাড়ীখনে অতিক্ৰম কৰা অধিক দূৰত্ব (s1)       

          দ্বিতীয় গাড়ীখনে অতিক্ৰম কৰা অধিক দূৰত্ব (s2)                       

 গতিকে, ব্ৰেগ প্ৰয়োগৰ পিছত প্ৰথম গাড়ীখন অধিক দূৰলৈ গৈছিল।

    6.   8.11 চিত্ৰত A, B আৰু C তিনিটা বস্তৰ দূৰত্ব-সময় লেখ দেখুৱা হৈছে। লেখকেইটা অধ্যয়ন কৰি তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়াঃ

       
     
(a)           তিনিটাৰ ভিতৰত আটাইতকৈ বেগী কোন?

(b) কেতিয়াবা তিনিওটাই পথৰ কোনো বিন্দুত একলগ হৈছিলনে?

(c)        ABএ পিঠ পেলোৱাৰ মুহূৰ্তত C কিমান দূৰলৈ গৈছিল?

(d)          Cক পিছ পেলোৱাৰ মুহূৰ্তত B কিমান দূৰলৈ গৈছিল?

উত্তৰঃ 

(a)       সময় অক্ষ (X- অক্ষ) 5 টা সৰু বৰ্গই 0.4 ঘণ্টা নিৰ্দেশ কৰিছে।


 দূৰত্ব অক্ষ (Y- অক্ষ) ত 7 টা সৰু বৰ্গ বৰ্গই 4km নিৰ্দেশ কৰিছে।

               যিহেতু, B বস্তৰ বাবে লেখৰ নতি সৰ্বাধিক, গতিকে তিনিটাৰ ভিতৰত আটাইতকৈ বেগী হৈছে B

(b)                       কেতিয়াবা তিনিওটাই পথৰ কোনো বিন্দুত একলগ হোৱা নাচিল।

(c)                      যেতিয়া, B য়ে AP ত পিছ পেলাই তেতিয়া C বস্তটো E ত আছিল অৰ্থাৎ C য়ে অতিক্ৰম কৰা দূৰত্ব হৈছে ES


   7.   20 মি. উচ্চতাৰ পৰা বল এটা লাহেকৈ পোলাই দিয়া হল। ইয়াৰ বেগ 10 ms-2 সুষম হাৰত বাঢ়িলে ই কিমান বেগেৰে ভূমিত পৰিব? কিমান সময়ৰ পিছত ই ভূমিত পৰিব?

উত্তৰঃ ইয়াত, প্ৰাৰম্ভিক বেগ, u = 0 ms-1

              উচ্চতা, s = 20 m

               ত্বৰণ, a = 10 ms-2

           অন্তিম বেগ, v = ?

               সময়,t = ?

   আমি জানো,

                        2 as = v2 – u2

     ⇒ 2 × 10 ms-2 × 20 m = v2 – 0

     ⇒                           v2 = 400 m2 s-2

                                  v = 20 ms-1

 গতিকে, বলটোৱে 20 ms-1 বেগত ভূমিত পৰিব।

  আকৌ, আমাক দিয়া আছে,

     গতিকে, বলটোৱে 2 ছেকেণ্ডতৰ পিছত ভূমিত পৰিব।

   8.   8.12 চিত্ৰত গাড়ী এখনৰ দ্ৰুতি-সময় লেখ দেখুৱা হৈছে।

        

     (a)        প্ৰথম 4 ছেকেণ্ডত গাড়ীখন কিমান দূৰলৈ যাব নিৰ্ণয়         কৰা। এইখিনি সময়ত গাড়ীখনে অতিক্ৰম কৰা দূৰত্ব বুজোৱা        লেখৰ অঞ্চলটোত ৰং দিয়া।

    (b)       লেখৰ কোনটো অংশই গাড়ীখনৰ সুষম গতি নিৰ্দেশ কৰিছে?

উত্তৰঃ (a)

    

ৰং দিয়া অঞ্চলটোৱে প্ৰথম 4 ছেকেণ্ডত গাড়ীখনে অতিক্ৰম কৰা দূৰত্ব সূচাইছে।

এতিয়া, সময় অক্ষৰ সৈতে;

     10 টা সৰু বৰ্গক্ষেত্ৰ = 4 s

     দ্ৰুতি অক্ষৰ সৈতে

     6 টা সৰু বৰ্গক্ষেত্ৰ = ms-1

গতিক, 60 টা সৰু বৰ্গক্ষেত্ৰৰ কালি = 4 s × 4 ms-1 = 16m

   এতিয়া, ৰং দিয়া অঞ্চলটো 58 টা সম্পূৰ্ণ সৰু বৰ্গক্ষেত্ৰ আৰু 5 টা অৰ্ধ সৰু বৰ্গক্ষেত্ৰৰে গঠিত হৈছে।

  প্ৰথম 4 ছেকেণ্ডত গাড়ীখনে অতিক্ৰম কৰা দূৰত্ব

    

(b)        লেখৰ পোন অংশটোৱে গাড়ীখনৰ সুষম গতি নিৰ্দেশ কৰিছে অৰ্থাৎ 6 ছেকেণ্ড পিছত গাড়ীখনৰ এক সুষম গতি কেখা যায়।

9.   তলত দিয়া পৰিস্থিতিবোৰৰ ভিতৰত যিবোৰ সম্ভৱপৰ সেইবোৰ উল্লেখ কৰা আৰু প্ৰত্যেকৰে একোটাকৈ উদাহৰণ দিয়া।

(a)        স্থিৰ ত্বৰণ কিন্ত শূণ্য বেগৰ বস্ত।

(b)       কোনো এক দিশত গতিশীল বস্ত এটাৰ

  উত্তৰঃ

(a)        হয়, প্ৰদত্ত পৰিস্থিতিটো সম্ভৱপৰ।

উদাহৰণস্বৰুপেঃ যেতিয়া এটা শিলগুটি ওপৰলৈ দলিয়াই দিয়া হয় তেতিয়াহে সৰ্বোচ্চ বিন্দুত ইয়াৰ বেগ শূণ্য হয় কিন্ত ত্বৰণৰ মান মাধ্যাকৰ্ষণিক ত্বৰণৰ সমান হয় অৰ্থাৎ 9.8 ms-1

(b)       হয়, প্ৰদত্ত পৰিস্থিতিটো সম্ভৱপৰ।

উদাহৰণস্বৰুপেঃ অনুভূমিকভাৱে উৰণকাৰ্য সম্পন্ন কৰা চৰাই এটাৰ ওপৰত মাধ্যাকৰ্ষণিক ত্বৰণে উলম্বভাৱে নিম্নদিশত অৰ্থাৎ উৰণৰ দিশত সম্বভাৱে ক্ৰিয়া কৰে।

   10.   42250 km ব্যাসাৰ্ধৰ বৃত্তীয় কক্ষপথেদি কৃত্ৰিম উপগ্ৰহ এটা প্ৰদক্ষিণৰত হৈ আছে । যদি ই 24 ঘণ্টাত পৃথিৱীক এবাৰ প্ৰদক্ষিণ কৰে তেন্তে তাৰ দ্ৰুতি নিৰ্ণয় কৰা ।

উত্তৰঃ

   দিয়া আছে

    বৃত্তীয় কক্ষপথটোৰ ব্যাসাৰ্ধ, r = 42250 km

   



        

No comments:

Post a Comment

SEBA English Questions and Answer Bank of H.S.L.C.QUESTIONS From 2011 to 2020

  Answer Bank of H.S.L.C.QUESTIONS From 2011 to 2020   PROSE SECTION:   (Section-A)   1. A Letter to God G.L. Fuentes   ...