js

Tuesday, August 20, 2024

Class 9 Science Chapter 7: জীৱৰ বিচিত্ৰতা MCQ draft

SET-1

Question 1: তলৰ কোনটো ভাগৰ উদ্ভিদৰ পানী পৰিবহনৰ বাবে বিশেষ কলা আছে?
A. সমাংগদেহী উদ্ভিদ
B. মচ জাতীয় উদ্ভিদ
C.  ঢেঁকীয়া জাতীয় উদ্ভিদ
D. সকলোবোৰতে
Correct Option: C. ঢেঁকীয়া জাতীয় উদ্ভিদ
Question 2: তলৰ কোনবিধ উদ্ভিদৰ গুটি থাকে?
A. সমাংগদেহী
B. মচ জাতীয় উদ্ভিদ
C. গুপ্তবীজী উদ্ভিদ
D. ঢেঁকীয়া জাতীয় উদ্ভিদ  
Correct Option: C. গুপ্তবীজী উদ্ভিদ
Question 3: ঢেঁকীয়া জাতীয় উদ্ভিদৰ দেহত তলৰ কোনবিধ অংগ নাথাকে?
A. শিপা
B. কাণ্ড
C. ফুল
D. পাত
Correct Option: C. ফুল
Question 4: তলৰ কোনবিধ সম্পূৰ্ণ সাগৰীয় প্ৰাণী?
A. কণ্টকচৰ্মী প্ৰাণী
B. কোমলদেহী প্ৰাণী
C. মিছামাছ
D. বলয়ী প্ৰাণী
Correct Option: A. কণ্টকচৰ্মী প্ৰাণী
Question 5: তলৰ কোনটো ভাগত দেহ গহ্বৰ তেজেৰে পৰিপূৰ্ণ হৈ থাকে?
A. সন্ধীপদী প্ৰাণী
B. বলয়ী প্ৰাণী
C. ঘুৰণীয়া কৃমি
D. কণ্টকচৰ্মী প্ৰাণী
Correct Option: A. সন্ধীপদী প্ৰাণী

Question 6: গোধা বেমাৰ কোনবিধ জীৱই সৃষ্টি কৰে?
A. ফিটাপেলু
B. প্লেনেৰিয়া
C. ফাইলেৰিয়া পেলু
D. বৃশ্চিক
Correct Option: C. ফাইলেৰিয়া পেলু
Question 7: তলৰ কোনবিধ ৰন্ধ্ৰীপ্ৰাণী?
A. প্লেনেৰিয়া
B. মাছেল
C. স্পঞ্জিলা
D. তৰামাছ
Correct Option: C. স্পঞ্জিলা
Question 8: কণ্টকচৰ্মী প্ৰাণীয়ে কিহৰ সহায়ত চলাচল কৰে?
A. নলতন্ত্ৰ
B. সন্ধিযুক্ত ঠেং
C. দেহপদ
D. জল পৰিবহণ নলীকা তন্ত্ৰ
Correct Option: D. জল পৰিবহণ নলীকা তন্ত্ৰ
Question 9: তলৰ কোনবোৰ প্ৰাণীৰ দেহ আৱৰণত বাকলি থাকে?
A. মৎস্য আৰু সৰীসৃপ প্ৰাণী
B. কোমলদেহী আৰু প্ৰটকৰ দেটা
C. উভচৰ প্ৰাণী আৰু পক্ষী
D. স্তন্যপায়ী প্ৰাণী আৰু উভচৰ প্ৰাণী
Correct Option: A. মৎস্য আৰু সৰীসৃপ প্ৰাণী
Question 10: পঞ্চৰাজ্য বিভাজনৰ ধাৰণা আগবঢ়াইছিল -
A. R. H. Whittaker-এ
B. Earnst Haeckel-এ
C. Carl Woese-এ
D. এটাও নহয়
Correct Option: A. R. H. Whittaker-এ

No comments:

Post a Comment