js

Saturday, August 17, 2024

SEBA Class IX Mathematics Chapter 6 MCQ Assamese Medium

SET-1

Question 1: ত্ৰিভুজৰ কোণবিলাকৰ সমষ্টি -
A. 90⁰
B. 120⁰
C.  360⁰
D. 180⁰
Correct Option: D. 180⁰
Question 2: দুটা মূৰ বিন্দু সংযোগী ৰেখাডাল হ'ল-
A. ৰশ্মি
B. কটা-কটি কৰা ৰেখা
C. ৰেখাখণ্ড
D. সমান্তৰাল ৰেখা  
Correct Option: C. ৰেখাখণ্ড
Question 3: সূক্ষ্ম কোণৰ মাপ
A. 90⁰ ৰ সমান
B. 90⁰ তকৈ ডাঙৰ
C. 180⁰ তকৈ ডাঙৰ
D. 90⁰ তকৈ সৰু
Correct Option: D. 90⁰ তকৈ সৰু
Question 4: এটা সৰল কোণৰ মাপ হ'ব- [HYE-K, 2022]
A. 0⁰
B. 90⁰
C. 180⁰
D. 360⁰
Correct Option: C. 180⁰
Question 5: l আৰু m পৰস্পৰ কটাকটি কৰা ৰেখা দুডালৰ ছেদ বিন্দুৰ সংখ্যা- [HYE-K, 2022]
A. শূন্য
B. দুটা
C. এটা
D. এটাও নহয়
Correct Option: C. এটা

Question 6: দুডাল সমান্তৰাল সৰল ৰেখাই কটাকটি কৰা বিন্দুৰ সংখ্যা হ'ব- [HYE-K, 2022]
A. এটা বিন্দু
B. দুটা বিন্দু
C. তিনিটা বিন্দু
D. এটাও নহয়
Correct Option: D. এটাও নহয়
Question 7: এটা প্ৰত্যাৱৰ্তী কোণৰ মাপ - [HYE-K, 2022]
A. 90⁰ তকৈ ডাঙৰ
B. 90⁰ ৰ সমান
C. 180⁰ তকৈ ডাঙৰ আৰু 360⁰ তকৈ সৰু
D. 180⁰ ৰ সমান
Correct Option: C. 180⁰ তকৈ ডাঙৰ আৰু 360⁰ তকৈ সৰু
Question 8: এটা কোণ তাৰ সম্পূৰক কোণৰ সমান হ'লে কোণটো হ'ব - [AE-K, 2022-23]
A. 60⁰
B. 90⁰
C. 120⁰
D. 135⁰
Correct Option: B. 90⁰
Question 9: দুডাল ৰেখাই পৰস্পৰক ছেদ কৰিলে উৎপন্ন হোৱা বিপ্ৰতীপ কোণবোৰ -
A. সমান
B. অসমান
C. অনিৰ্ণেয়
D. এটাও নহয়
Correct Option: A. সমান
Question 10: কাষৰ চিত্ৰৰ পৰা a ৰ মান হ'ব -


A. 50⁰
B. 130⁰
C. 80⁰
D. 40⁰
Correct Option: B. 130⁰



No comments:

Post a Comment