Redirect Image

js

Tuesday, August 6, 2024

temp

 Q.এটা বল পেনৰ দাম ,  ফাউণ্টেইন পেনৰ দাম আধাতকৈও ৫টকা কম। এই উক্তিটো দুটা চলকত ৰৈখিক সমীকৰণ হিচাপে লিখা।

Q. এটা পুথিভঁৰালত প্ৰথম তিনিদিনৰ বাবে নিৰ্দিষ্ট চাৰ্জ আৰু তাৰ পিছৰ প্ৰতিটো দিনৰ বাবে অতিৰিক্ত চাৰ্জ থাকে। সাত দিন ৰখা এখন কিতাপৰ বিনিময়ত আৰুশীয়ে ২৭ টকা দিছিল। যদি নিৰ্দিষ্ট চাৰ্জ x টকা আৰু প্ৰতিদিনে চাৰ্জ y টকা হয়। ওপৰৰ তথ্যসমূহক প্ৰতিনিধিত্ব কৰি ৰৈখিক সমীকৰণটো লিখা।

Q. এটা সংখ্যাৰ সংখ্যা ওলোটা কৰি পোৱা সংখ্যাতকৈ ২৭ বেছি। যদি ইয়াৰ এককৰ আৰু দহৰ সংখ্যা ক্ৰমে x আৰু y হয়, তেন্তে বিবৃতিটোক প্ৰতিনিধিত্ব কৰা ৰৈখিক সমীকৰণটো লিখা।

Q. দুটা অংকৰ সংখ্যা আৰু ইয়াৰ অংকৰ ক্ৰম ওলোটা কৰি পোৱা সংখ্যাটোৰ যোগফল ১২১। যদি সংখ্যাটোৰ একক আৰু দহৰ অংক ক্ৰমে x আৰু y হয়, তেন্তে ওপৰৰ উক্তিটোক প্ৰতিনিধিত্ব কৰা ৰৈখিক সমীকৰণটো লিখা।

No comments:

Post a Comment

ASSEB Class IX English Textbook:Moments, Chapter 2: The Adventures of Toto Additional Questions and Answers

Chapter: The Adventures of Toto Addtional Questions and Answers Multiple Choice Questions (MCQs) 1. Who is the author of "The...