Redirect Image

js

Tuesday, June 24, 2025

SEBA Class X সমাজ বিজ্ঞানঃ অর্থনৈতিক ভূগোল অতিৰিক্ত প্রশ্নোত্তৰ

 Class 10 সমাজ বিজ্ঞান অর্থনৈতিক ভূগোল 

(১) সোণ এবিধ -
(i) জৈৱিক সম্পদ
(ii) প্রাকৃতিক সম্পদ
(iii) কৃত্রিম সম্পদ
(iv) মানৱ সম্পদ
উত্তৰঃ প্ৰাকৃতিক সম্পদ

(২) আধুনিক অর্থনৈতিক ভূগোলৰ পিতৃ বুলি কাক কোৱা হয়?
(i) জর্জ ছিজহ'ম
(ii) চি. এফ, জন্স
(iii) জি. জি. জাৰ্কেনৱাল্ড
(iv) আডাম স্মিথ
উত্তৰঃ জর্জ ছিজহ'ম

(৩) মানৱ সম্পদত আগবঢ়া দেশ হ'ল -
(i) বাংলাদেশ
(ii) ভূটান
(iii) ভাৰত
(iv) জাপান
উত্তৰঃ জাপান

(৪) তলৰ কোনটো চতুর্থ ক বৃত্তি নহয় -
(i) শিক্ষা - গৱেষণাৰ লগত জড়িত কার্য
(ii) প্ৰশাসনৰ সৈতে জড়িত কার্য
(iii) পৰ্যটনৰ সৈতে জড়িত কার্য
(iv) প্ৰচাৰ মাধ্যমৰ সৈতে জড়িত কার্য্য
উত্তৰঃ পৰ্যটনৰ সৈতে জড়িত কার্য

(৫) তলৰ কোনটো অর্থনৈতিক ভূগোলৰ শাখা নহয়?
(i) কৃষি ভূগোল
(ii) ঔদ্যোগিক ভূগোল
(iii) পর্যটন ভূগোল
(iv) মানৱ ভূগোেল
উত্তৰঃ:মানৱ ভূগোল

(৬) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন এটা -
(i) প্রাকৃতিক সম্পদ
(ii) উদ্ভিদ সম্পদ
(iii) নৱীকৰণ সম্পদ
(iv) জাতীয় সম্পদ
উত্তৰঃ জাতীয় সম্পদ

(৭) তলৰ কোনটো সম্পদ সম্পত্তি নহয়?
(i) ভূমি
(ii) শিক্ষা
(iii) ঘৰ
(iv) যন্ত্র-পাতি
উত্তৰঃ শিক্ষা

(৮) তলৰ কোনটো তৃতীয়ক বৃত্তি -
(i) বনজ সম্পদ আহৰণ কাৰ্য
(ii) পাইকাৰী বা খুচুৰা বিক্ৰী লগত জড়িত অর্থনৈতিক কার্য
(iii) বিভিন্ন নির্মাণ আৰু পুনৰ নিৰ্মাণ কার্য
(iv) বিত্তীয় প্রতিষ্ঠানৰ সৈতে জড়িত কার্য
উত্তৰঃ পাইকাৰী বা খুচুৰা বিক্ৰী লগত জড়িত অর্থনৈতিক কার্য

(৯) তলৰ কোনটো সম্পদ আৰু সম্পত্তি দুয়োটাই হয়?
(i) ভূমি
(ii) বায়ু
(iii) পানী
(iv) সূৰ্য্যৰ ৰশ্মি
উত্তৰঃ ভূমি

(১০) দামোদৰ নদী -
(i) উৰিষ্যাত
(ii) বিহাৰত
(iii) অসমত
(iv) পশ্চিমবঙ্গত
উত্তৰঃ পশ্চিমবঙ্গত

(১১) তলৰ কোনটো মানৱ সৃষ্ট সম্পদ?
(i) কয়লা
(ii) গছ-গছনি
(iii) কাগজ
(iv) পানী
উত্তৰঃ কাগজ

(১২) তলৰ কোনটো জীবীয় সম্পদ নহয়?
(i) মাছ
(ii) মাটি
(iii) উদ্ভিদ
(iv) শস্য
উত্তৰঃ মাছ

(১৩) তলৰ কোনটো অনৱীকৰণ সম্পদ?
(i) বায়ু
(ii) পানী
(iii) জীৱ-জন্তু
(iv) খনিজ তেল
উত্তৰঃ খনিজ তেল

(১৪) তলৰ কোনটো আন্তর্জাতিক সম্পদ বুলি গণ্য কৰা হয়?
(i) শিক্ষানুষ্ঠান
(ii) চৰকাৰ
(iii) সাগৰ-মহাসাগৰ
(iv) ভাল চৰিত্ৰ
উত্তৰঃ সাগৰ-মহাসাগৰ

(১৫) IUCN (International union for conservation of Nature) কেতিয়া প্রতিষ্ঠা কৰা হৈছিল?
(i) ১৯৪৮ চনত
(ii) ১৯৮৬ চনত
(iii) ১৯৪৮ চনত
(iv) ১৯৫০ চনত
উত্তৰঃ ১৯৪৮ চনত

(১৬) ৫ জুন তাৰিখে কোনটো দিৱস পালন কৰা হয়?
(i) বিশ্ব স্বাস্থ্য দিৱস
(ii) বিশ্ব পৰিবেশ দিৱস
(iii) শিক্ষক দিৱস
(iv) শিশু দিৱস
উত্তৰঃ বিশ্ব পৰিবেশ দিৱস

(১৭) IUCN কোনটো আন্তঃ ৰাষ্ট্ৰীয় সংস্থাৰ অন্তর্গত?
(i) UNICEF
(ii) WWF
(iii) UNESCO
(iv) UNDP
উত্তৰঃ UNESCO

(১৮) তলৰ কোনটো অসমৰ বিলুপ্তপ্রায় সম্পদ/ জীৱ-জন্তু নহয় -
(i) সোণালী বান্দৰ
(ii) হৰিণ
(iii) নল গাহৰি
(iv) দেওহাঁহ
উত্তৰঃ হৰিণ

(১৯) তলৰ কোনটো প্রাথমিক বৃত্তি নহয়?
(i) শিল্পোৎপাদন প্রক্রিয়া
(ii) বনজ সম্পদ আহৰণ
(iii) মাছ ধৰা
(iv) কৃষি কার্য
উত্তৰঃ শিল্পোৎপাদন প্রক্রিয়া

(২০) তলৰ কোনটো দ্বিতীয়ক বৃত্তি -
(i) বিত্তীয় প্ৰতিষ্ঠানৰ সৈতে জড়িত কার্য
(ii) কৃষি কার্য
(iii) যাতায়ত আৰু পৰিবহন
(iv) নির্মাণ কার্য
উত্তৰঃ নিৰ্মাণ কার্য

No comments:

Post a Comment

ASSEB Class IX English Textbook:Moments, Chapter 2: The Adventures of Toto Additional Questions and Answers

Chapter: The Adventures of Toto Addtional Questions and Answers Multiple Choice Questions (MCQs) 1. Who is the author of "The...