Assamese to English translations:
---
H.S.L.C = 2016
1. আলিবাট পাৰ হওঁতে সাৱধান হ'বা ।
Answer: Be careful while crossing the road.
2. সোণ এটা মূল্যবান ধাতু ।
Answer: Gold is a valuable metal.
3. এইখন কিতাপ মোৰ আৰু সেইখন তোমাৰ ।
Answer: This book is mine and that is yours.
4. অনুগ্ৰহ কৰি তেওঁক দৰ্জাখন খুলিবলৈ কোৱা ।
Answer: Please tell him to open the door.
5. তেওঁ যেতিয়া আহিছিল, মই বাতৰিকাকত পঢ়ি আছিলো ।
Answer: When he came I was reading a newspaper.
H.S.L.C = 2017
6. পৃথিৱীখন ঘূৰণীয়া।
Answer: The earth is round.
7. তেওঁলোকক ভিতৰলৈ আহিব দিয়া।
Answer: Let them come in.
8. আজি ৰাতি বৰষুণ দিব পাৰে।
Answer: It may rain tonight.
9. বুঢ়া মানুহজনে বৰ লাহে লাহে কথা কয়।
Answer: The old man speaks very slowly.
10. তুমি নিতৌ কিমান সময় লিখা পঢ়া কৰা?
Answer: How long/much time do you study every day?
---
H.S.L.C = 2018
11. মীনা যেনেকুৱা বুদ্ধিয়ক, লীলাও তেনেৱুৱা ।
Answer: Lila is as intelligent as Mina.
12. সি ককায়েকক খুউব ভাল পায় ।
Answer: He loves his elder brother very much.
---
H.S.L.C = 2019
13. ৰিণ্টুৱে কৈছিল, "এইটো কি সুন্দৰ পুতলা!"
Answer: Rintu said, "Fine doll this is."
14. জোনে ৰাতিহে পোহৰ দিয়ে।
Answer: The moon gives light only at night.
15. তুমি কালি স্কুললৈ গৈছিলানে ?
Answer: Did you go to school yesterday?
16. মিছা কথা কোৱা উচিত নহয়।
Answer: One should not tell a lie.
17. সেই গছডাল ইমান ওখ !
Answer: How tall that tree is.
18. কিতাপখন টেবুলৰ ওপৰত আছে।
Answer: The book is on the table.
19. যাদুৱে মোক সুধিছিল, "ৰাজু ইংৰাজীত ভাল নে?"
Answer: Jadu said to me, "Is Raju good at English?"
20. দোকমোকালিতে শোৱাৰ পৰা উঠাটো তেওঁৰ অভ্যাস ।
Answer: To get up at dawn is his habit.
---
H.S.L.C = 2020
21. তুমি নৈখন সাঁতুৰি পাৰ হ'ব পাৰিবা নে?
Answer: Can you swim across the river?
22. প্ৰতিজ্ঞা ৰক্ষা কৰিব লাগে।
Answer: Promises should be kept.
23. মৌ খাৱলৈ মিঠা।
Answer: Honey tastes sweet.
24. আকাশত মেঘ নাছিল।
Answer: There was no cloud in the sky.
25. মই এটা কলমৰ প্ৰয়োজন ।
Answer: I am in need of a pen.
---
H.S.L.C = 2022
26. শিক্ষকজনে কৈছিল, "সদায় সঁচা কথা ক'ৱা"।
Answer: The teacher said, "Always speak the truth."

No comments:
Post a Comment