js

Sunday, July 20, 2025

HSLC EXAM 2026 দশম শ্ৰেণীৰ Science বিজ্ঞান 100 % Common MCQ

 HSLC EXAM 2026 দশম শ্ৰেণীৰ Science বিজ্ঞান 100 % Common MCQ 


1. মেন্ডেলিভে প্রস্তুত কৰা পর্যাবৃত্ত তালিকাত মৌলবোৰ সজোৱা হৈছিল
The elements were arranged in the periodic table prepared by Mendeleev -
(A) পাৰমাণবিক বৰ্দ্ধিত অধঃক্ৰমত
In increasing descending order of atomic mass
(B) পাৰমাণবিক ভৰৰ বৰ্দ্ধিত ক্ৰমত 
In increasing order of atomic mass
(C) পাৰমাণবিক সংখ্যাৰ অধঃক্রমত 
In descending order of atomic number
(D) পাৰমাণবিক সংখ্যাৰ ঊর্ধ্বক্ৰমত 
In ascending order of atomic number


Answer: (B) In increasing order of atomic mass

2. তলৰ কোনটো দ্বিতীয় পৰ্যায়ৰ মৌল নহয়?
Which of the following is not a secondary element?
(a) F / Fluorine
(b) C / Carbon
(c) Li / Lithium
(a) Ca / Calcium

Answer: D

দ্বিতীয় পৰ্যায়ৰ মৌলকেইটা হৈছে Li, Be, B, C, N, O, F আৰু Ne (neon)
The second phase elements are Li, Be, B, C, N, O, F and Ne

3.  ____________ ৰ যোজক ইলেক্ট্ৰণৰ সংখ্যা সৰ্বাধিক।
has the highest number of valence electrons.
(a) Al
(b) P / Phosphorus
(c) Si / Silicon
(d) Na / Sodium

Answer: B)
Al, P, Si আৰু Naৰ যোতকি ইলেক্ট্রনৰ সংখ্যা ক্রমে 3, 5, 4 আৰু 1
The number of valence electrons of Al, P, Si and Na is 3, 5, 4 and 1 respectively

4. নিশ্চয়োক্তি (A): একে বৰ্গৰ মৌলবোৰে একেধৰণৰ ৰাসায়নিক ধৰ্ম প্ৰদৰ্শন কৰে।
Assertion (A): Elements of the same class exhibit the same chemical properties
কাৰণ (R): একে বৰ্গৰ মৌলবোৰৰ যোজক ইলেক্ট্ৰ'নৰ সংখ্যা ভিন ভিন.
Reason (R): Elements of the same class have different numbers of valence electrons
(A) A আৰু R উভয়ে সত্য আৰু R হৈছে A ৰ শুদ্ধ ব্যাখ্যা / Both A and R are true and R is the correct interpretation of A
(B) A আৰু R উভয়ে সত্য কিন্তু R, Aৰ শুদ্ধ ব্যাখ্যা নহয় / Both A and R are true but R is not the correct interpretation of A
(C) A সত্য কিন্তু R অসত্য। / A is true but R is false.
(D) A অসত্য, কিন্তু R সত্য। / A is false, but R is true.
(E) A আৰু R. উভয়ে অসত্য / Both A and R. are false

Answer: C

5. নিশ্চয়োক্তি (A): বৰ্গ 16 ৰ মৌলবোৰ একযোজী।
Assertion (A): The elements of square 16 are monotonic.
কাৰণ (R): বৰ্গ 16 ৰ মৌলবোৰৰ যোজক কক্ষত 7 টা ইলেক্ট্রন থাকে।
Reason (R): Group 16 elements have 7 electrons in their valence orbitals.
(A) A আৰু R উভয়ে সত্য আৰু R হৈছে A ৰ শুদ্ধ ব্যাখ্যা / Both A and R are true and R is the correct interpretation of A
(B) A আৰু R উভয়ে সত্য কিন্তু R, Aৰ শুদ্ধ ব্যাখ্যা নহয় / Both A and R are true butR is not the correct interpretation of A
(C) A সত্য কিন্তু R অসত্য। / A is true but R is false.
(D) A অসত্য, কিন্তু R সত্য। / A is false, but R is true.
(E) A আৰু R. উভয়ে অসত্য / Both A and R. are false

Answer: E

7. নিশ্চয়োক্তি (A): সালোক সংশ্লেষণৰ বাবে আবশ্যকীয় উপাদানকেইটা হৈছে কার্বন ডাই-অক্সাইড,
পানী আৰু খনিজ পদার্থ।
Assertion (A): The components required for photosynthesis are carbon dioxide, water and minerals.
(R): পোষক দ্রব্যই এটা জীবক শক্তি যোগায়।
Reason (R): Nutrients provide energy to an organism energy to an organ
(A) Both A and R are true and R is the correct interpretation of A
A আৰু R উভয়ে সত্য আৰু R হৈছে A ৰ শুদ্ধ ব্যাখ্যা
(B) Both A and R are true but R is not the correct interpretation of A
A আৰু R উভয়ে সত্য কিন্তু R, Aৰ শুদ্ধ ব্যাখ্যা নহয়
(C) A is true but R is false.
(D) A is false, but R is true.
(E) Both A and R. are false

Answer: B

8. নিশ্চয়োক্তি (A): সেউজীয়া উদ্ভিদসমূহত স্বপোষীয় পৰিপুষ্টি সাধন হয়।
Assertion (A): Green plants provide self-nutrition.
কাৰণ (R): সেউজীয়া উদ্ভিদে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে।
Reason (R): Green plants prepare their own food.
(A) A আৰু R উভয়ে সত্য আৰু R হৈছে A ৰ শুদ্ধ ব্যাখ্যা
(B) A আৰু R উভয়ে সত্য কিন্তু R, Aৰ শুদ্ধ ব্যাখ্যা নহয়
(C) A সত্য কিন্তু R অসত্য।
(D) A অসত্য, কিন্তু R সত্য।
(E) A আৰু R. উভয়ে অসত্য

Answer: A

9.নিশ্চয়োক্তি (A): এমিবা এবিধ সর্বভক্ষী প্রাণী।
Assertion (A): Amoebae are omnivores
কাৰণ (R): সিংহ এবিধ মাংসভোজী প্রাণী
Reason (R): The lion is a carnivore
(A) A আৰু R উভয়ে সত্য আৰু R হৈছে A ৰ শুদ্ধ ব্যাখ্যা
(B) A আৰু R উভয়ে সত্য কিন্তু R, Aৰ শুদ্ধ ব্যাখ্যা নহয়
(C) A সত্য কিন্তু R অসত্য।
(D) A অসত্য, কিন্তু R সত্য।
(E) A আৰু R. উভয়ে অসত্য

Answer: B

10. নিশ্চয়োক্তি (A): যকৃত হৈছে দেহৰ ক্ষুদ্রতম গ্রন্থি। 
Assertion (A): The liver is the smallest gland in the body.
কোৱা (R): ই লালটি এমাইলেজ নিঃসৰণ কৰে।
Reason (R): It secretes red amylase
(A) A আৰু R উভয়ে সত্য আৰু R হৈছে A ৰ শুদ্ধ ব্যাখ্যা
(B) A আৰু R উভয়ে সত্য কিন্তু R, Aৰ শুদ্ধ ব্যাখ্যা নহয়
(C) A সত্য কিন্তু R অসত্য।
(D) A অসত্য, কিন্তু R সত্য।
(E) A আৰু R. উভয়ে অসত্য

Answer: E

11.মৌলৰ পর্যাবৃত্ত তালিকাৰ পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ পাৰমাণবিক ব্যাসার্ধ ক্রমান্বয়ে-
At a stage in the periodic table of elements, the atomic radius from left to right is gradually
(a) বাঢ়ে increases
(b) কমে decreases
(c) একেই থাকে remains the same
(d) ওপৰৰ এটাও নহয়। none of the above.

Answer: B

12. এটা পৰমাণুৰ ইলেকট্ৰনীয় বিন্যাস হ'ল 2, 8, 7। তলৰ মৌলবোৰৰ কোনটোৰ সৈতে ইয়াব ৰাসায়নিক সাদৃশ্য থাকিব? (বন্ধনিৰ ভিতৰত পাৰমাণৱিক সংখ্যাবোৰ দিয়া হৈছে।
The electronic configuration of an atom is 2, 8, 7 Which of the following elements would lab be chemically similar to? (Atomic numbers are given in parentheses.
(a) N (7)
(b) F (9)
(c) P(15)
(d) Ar (18)

Answer: B

13. Element X forms the chloride of the symbol XCI2. It is a solid with a high melting point. Element X is most likely to be in the same class as which of the following?
মৌল X য়ে XCI₂ সংকেতৰ ক্ল'ৰাইড গঠন কৰে। ই উচ্চ গলনাংকযুক্ত এটা গোটা পদার্থ। মৌল X তলৰ কোনটোৰ সৈতে একেটা বৰ্গত থকাৰ সম্ভাৱনা সবাতোকৈ বেছি?
(a) Na
(b) Mg
(c) Al
(d) Si

Answer: B

14. মেন্ডেলিভৰ পৰ্যাবৃত্ত তালিকা ব্যৱহাৰ কৰি নিৰ্ণয় কৰা "K" মৌলৰ অক্সাইডটোৰ সংকেত হ'ল
The symbol for the oxide of element 'K' determined using Mendeleev's periodic table is
(a) KO2
(b) K₂O
(c) K2O3
(d) K2O2

Answer: B

15. তলৰ কোনটো ধাতুকল্প?
Which of the following is a synonym?
(a) এলুমিনিয়াম Aluminum
(b) লিথিয়াম Lithium
(c) ছিলিকন Silicon
(d) ছ'ডিয়াম Sodium

Answer: C

16. তলত কোনটো ধাতুও নহয়, অধাতুও নহয়?
Which of the following is neither a metal nor a non-metal?
(a) ব্র'মিন / Bromine
(b) ব'ৰ'ন / Boron
(c) বিছমুথ / Bismuth
(d) বেৰিলিয়াম / Beryllium

Answer: B

17. তলত দিয়া মৌলবােৰৰ কোনটো নিয়ন গেছৰ ওচৰত?
Which of the following elements is closest to neon gas?
(a) O
(b) N
(c) Cl / Chlorine
(d) F / Fluorine

Answer: D

18. তৃতীয় পৰ্যায়ৰ মৌলৰ সংখ্যা-
Number of elements of the third stage-
(a) 18
(b) 16
(c) 8
(d) 10

Answer: C

19. এটা পৰমাণুৰ ইলেক্ট্রনীয় বিন্যাস হ'ল 2, 8, 7 এই মৌলটোৰ পাৰমাণবিক সংখ্যা কি?
The electronic configuration of an atom is 2, 8, 7. What is the atomic number of this element?
A) 17
B) 16
C) 19
D) 21

Answer: A

20. এটা মৌলৰ পৰমাণুৰ ইলেকট্ৰনীয় বিন্যাস হ'ল 2. 8. 1. মৌলটোৰ পাৰমাণবিক সংখ্যা কিমান.
The electronic configuration of an atom of an element is 2. 8. 1. What is the atomic number of the element
A) 2
B) 1
C) 8
D) 11

Answer: D

No comments:

Post a Comment

Class 10 Assamese lesson 10 অৰুণিমা সিনহা Question answer

 (১) চমুকৈ উত্তৰঃ লিখা। (ক) অৰুণিমা সিনহাৰ কোনবিধ খেলত বিশেষ দক্ষতা আছিল ?  উত্তৰঃ অৰুণিমা সিনহাৰ ভলীবল খেলত বিশেষ দক্ষতা আছিল। (খ) অৰুনি...