js

Friday, November 28, 2025

rr

2015 General Science Paper Class 10

1 | 2015, Science Paper, Class 10, Noted by Podmeswar, Reviewed by Maina Mazumder

2015 GENERAL SCIENCE

Class 10

(THEORY)
(NEW COURSE)
Marks: 80, Hours: 3
Noted by Podmeswar Bora

Reference:

  1. Main Book of Class 10, Science
  2. দাপোণ পৰিপুৰিকা, অসম স্কুল অব এডুকেশ্বন,
  3. HSLC MASTER SUGGESTIONS
  4. GOOGLE
  1. এটা দ্ৰৱই গুড়ি কৰি লোৱা কণীৰ সৈতে বিক্ৰিয়া কৰি এটা গেছ উৎপন্ন কৰে। গেছটোৱে চূণপানী ঘোলা কৰে। দ্ৰৱটোত থাকে-

    (a)Nacl
    (b)HCl
    (c) LiCl
    (d) KCI

    উত্তৰঃ (b) HCI

  2. তলৰ কোনটো ধাতুৱে কপাৰ ছালফেটৰ দ্ৰৱৰ পৰা কপাৰক অপসাৰিত কৰিব পাৰে-

    (a) ছিলভাৰ
    (b) গ'ল্ড
    (c) জিংক
    (d) মাৰকিউৰি

    উত্তৰঃ (c) জিংক

  3. প্ৰ'পেনৰ অণু এটাত

    (a) 10 টি সহযোজী বন্ধন থাকে
    (b) 9 টি সহযোজী বন্ধন থাকে
    (c) ৪ টি সহযোজী বন্ধন থাকে
    (d) 11 টি সহযোজী বন্ধন থাকে

    উত্তৰ: (a) 10 টি সহযোজী বন্ধন থাকে

  4. তলত দিয়া মৌলবোৰৰ পৰা ধাতুকৱটো বাছি উলিওৱা।

    (a) ছডিয়াম
    (b) এলুমিনিয়াম
    (c) ক্ল'বিন
    (d) ব'ৰন

    উত্তৰঃ (d) ব'বন

  5. শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ এটা পদাৰ্থৰ ৰোধকতাৰ এচ আই একক

    (a) Ω
    (b) Ωm
    (c) m
    (d) m²

    উত্তৰঃ (b) Ωm

  6. শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ প্ৰবাহযুক্ত দীঘল চ'লেনয়ড এটাৰ ভিতৰত চৌম্বক ক্ষেত্ৰ

    (a) ইয়াৰ প্ৰান্তৰ ফালে ক্ৰমে বাঢ়ি যায়।
    (b) ইয়াৰ প্ৰান্তৰ ফালে ক্ৰমে কমি যায়।
    (c) শূণ্য হয়।
    (d) সকলো বিন্দুতে একে থাকে।

    উত্তৰঃ (d) সকলো বিন্দুতে একে থাকে।

  7. চৰ্বী অণুৰ ইমালচিফিকেচন সংঘটিত কৰে

    (a) ট্ৰিপচিনে
    (b) পেপছিনে
    (c) পিত্ত লবণে
    (d) এমাইলেজে

    উত্তৰঃ (c) পিত্ত লবণে

  8. কোষ বিভাজনত উদ্দীপনা যোগান ধৰা উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ হ'ল

    (a) অক্সিন
    (b) চাইট'কাইনিন
    (c) এবচাইচিক এচিড
    (d) জিবাৰেলিন

    উত্তৰঃ (৪) চাইট'কাইনিন

  9. তলৰ কোনটো জীৱ নিম্নিকৰণ আৱৰ্জনা নহয়?

    (a) পাকঘৰৰ শাক-পাচলিৰ আৱৰ্জনা
    (b) পুৰনি ফটা কাপোৰ
    (c) প্লাষ্টিকৰ মোনা
    (d) পুৰনি বাতৰি কাকত

    উত্তৰঃ (c) প্লাষ্টিকৰ মোনা

  10. 20 Ω ৰোধৰ তাঁৰ এডাল চাৰিটা সমান অংশত ভাগ কৰা হ'ল । অংশ চাৰিটা সমান্তৰাল সজ্জাত সংযোগ কৰা হ'ল। সমান্তৰাল সজ্জাৰ সমতুল্য ৰোধ R ৰে বুজালে 20 : R হ'ব

    (a) 16
    (b) 1/4
    (c) 1/8
    (d) 8

    উত্তৰ: (a) 16

SECTION-B

11. (a) এখন অবতল দাপোণৰ ভাঁজকেন্দ্ৰত এটা লক্ষ্যবস্তু থোৱা হৈছে। ৰশ্মি চিত্ৰৰ সহায়ত প্ৰতিবিম্বৰ গঠন দেখুওৱা।

No comments:

Post a Comment

rr

2015 General Science Paper Class 10 1 | 2015, Science Paper, Class 10, Noted by Podmeswar, Reviewed by Maina Mazumder 2015...