Total number of printed pages-6
District Level Internal Examination Committee
Pre-Board Examination, 2022
Class - X
Sub-Assamese (MIL)
(The figures in the margin indicate full marks for the questions.)
('ক'- বিভাগ) মূল্যাংক - ৭৫
-
১।/তলত দিয়া যিকোনো তিনিটা প্রশ্নৰ চমু উত্তৰ লিখা:
১০×৩=৩
- (ক) ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি?
- (খ) বুশ্বেৰ কি?
- (গ) ইৰাণী সকলে নৱবৰ্ষক কি বোলে?
- (ঘ) সুকুমাৰ কলা সমূহৰ ভিতৰত কোনটো শিল্পক বেছি স্থায়ী বোলা হৈছে?
-
২। অতি চমুকৈ উত্তৰ লিখাঃ
১×২=২
- (ক) পূজাৰ বন্ধত কুৱলীহঁতে ক'লৈ যোৱাৰ সিদ্ধান্ত লৈছিল?
- (খ) ড° প্রণয়ী দত্তই কোনটো বিষয়ত গবেষণা কৰি পি. এইচ. ডি ডিগ্রী লাভ কৰিছিল? নাইবা
- (গ) জীৱনৰ সফলতা তথা উন্নতিৰ মূল মন্ত্র কি?
- (ঘ) অৰুণিমা সিন্হাৰ ঘৰ ক'ত?
-
৩। দুটা বা তিনিটা বাক্যত উত্তৰ লিখা (যিকোনো তিনিটা):
২×৩=৬
- (ক) 'ফ্রম ভাল্লা টু গংগা' পুথিখন কোনে ৰচনা কৰিছিল আৰু তেওঁৰ আচল নাম কি?
- (খ) WWW বা ৱেব কি?
- (গ) নিগনা চিকাৰীৰ প্ৰকৃত নাম কি? তেওঁ কাক প্রথমে কাজিৰঙাত গড় দেখুৱাইছিল?
- (ঘ) ভাইৰাচে কম্পিউটাৰ এটাৰ কেনেদৰে বিজুতি ঘটাব পাৰে?
-
৪। 'গাওঁ একাধাৰে নগৰৰ জনক-জননী'- কথাষাৰৰ তাৎপর্য বুজাই লিখা।
৩
নাইবা
সভ্যতা আৰু সংস্কৃতি শব্দ দুটাৰ মাজৰ পাৰ্থক্য বিচাৰ কৰা।
-
৫। ইৰাণী সকলৰ নৱবৰ্ষ উৎসৱৰ বিৱৰণ দাঙি ধৰা।
৩
নাইবা
বেহেষ্ট-ই-জাহাৰ কি? বেহেষ্ট-ই-জাহাৰৰ লগত টেহৰাণবাসীৰ সম্পৰ্কৰ বিষয়ে লিখা।
সিপিঠিত...
৬। 'একো গৰাকী ব্যক্তিয়ে নিজৰ প্রতিভাৰে জাতীয় জীবনত জিলিকি উঠি আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে কথাষাৰৰ যুক্তিযুক্ততা অৰুণিমা সিন্হাৰ জীৱনৰ আধাৰত বুজাই লিখা। 8
নাইবা
ক্রিকেট খেলুৱৈ যুৱৰাজ সিঙে অৰুণিমাক কেনেদৰে অনুপ্রাণিত কৰিছিল?
৭। 'ভাৰতৰ বুৰঞ্জী হৈছে ৰাজ্যৰ উত্থান-পতন, ভঙা-গঢ়াৰ সবিশেষ বুৰঞ্জী'-কথাষাৰ বিশ্লেষণ কৰা।
নাইবা
৮। 'এই কলি সময়ত বিকশিত হৈ ফুল আৰু তাৰ পাছত ফল হৈ মাতৃ পূজাত লাগে। কাইট কলিতে এই সকলক পূজাৰ উপচাৰ স্বৰূপে মাতৃয়ে গ্ৰহণ নকৰে।' কথাষাৰ ব্যাখ্যা কৰা।
৯। তলত দিয়া যিকোনো এটা কবিতাৰ মূলভাৱ লিখা : 8
- (ক) জিকিৰ
- (খ) বৰগীত
১০। চমুকৈ উত্তৰ দিয়া (যিকোনো দুটা) ২x২=৪
- (ক) মন্দিৰৰ উপেক্ষিত কি ফুলে প্রেম পৰিমল যচা বুলি কবিয়ে কৈছে?
- (খ) কবিয়ে কিমান বছৰ আগতে মানুহজনক লগ পাইছিল?
- (গ) ৰঘুনাথ চৌধুৰীক কি কবি বুলি জনা যায়?
- (ঘ) জিকিৰবোৰক কিহৰ লগত তুলনা কৰিব পাৰি?
১১। দুটা বা তিনিটা বাক্যত উত্তৰ দিয়া (যিকোনো দুটা) ২x২=৪
- (ক) মহাপুৰুষ শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱে কেইটাকৈ বৰগীত ৰচনা কৰিছিল?
- (খ) জিকিৰৰ ৰচক কোন? তেওঁৰ আচল নাম কি?
- (গ) কবি হৰেকৃষ্ণ ডেকা কোন দুখন আলোচনীৰ সম্পাদক আছিল?
১২। বৰগীত কাক বোলে? বৰগীতৰ দুটা বৈশিষ্ট্য লিখা। ১+২=৩
১৩। প্রসংগ সংগতি দশাই ব্যাখ্যা কৰা (যেকোনো এছোৱা) ৪
- (ক) মোহ গ'ল দূৰণিৰ বিদেশী মোগল
অসমত যেতিয়া দেখিলে সৰগৰ ৰূপবিনন্দীয়া,
অসমত বন্দী হ'ল অসমৰ ৰূপ-মুগ্ধ
দূৰৰ মোগল আহি হ'ল অসমীয়া।।
- (খ) 'মৰিলে দাহ কৰিবলৈও
এজন মানুহ নাই।'
১৪।(ক) তলৰ যিকোনো এটা শব্দৰ সন্ধি ভাঙা: (২)
ভাৰাক্রান্ত, দেৱালয়, ইত্যাদি
(২)
(খ) তলৰ যিকোনো এটা শব্দত কিয় 'ণ' বা 'ষ' হৈছে লিখা: কষ্ট, ৰামায়ণ, ঋণ
(গ) তলৰ যিকোনো এটা শব্দৰ বিপৰীতার্থক শব্দ লিখা: ঐক্য, পৰাধীন, প্রাচ্য
(ঘ) তলত দিয়া বাক্যটিত যথাস্থানত যতি চিহ্ন বহুওবা: শিক্ষকে ক'লে কি ধুনীয়া ফুল
(ঙ) তলত দিয়া বাক্যটি জটিল বাক্যলৈ পৰিবৰ্তন কৰা শিক্ষকক সন্মান নকৰা ছাত্ৰৰ শিক্ষাই বৃথা।
(চ) তলৰ যিকোনো এটা শব্দৰ প্রত্যয় ভাঙি দেখুওৱা: ফুলনি, গাওঁলীয়া, দয়ালু
(ছ) এটা শব্দত প্রকাশ কৰা (যিকোনো দুটা):
- (ক) চোৱাই খোৱা বস্তু-
- (খ) যি উপকাৰীৰ উপকাৰ স্বীকাৰ নকৰে
- (গ) একে গুৰুৰ শিষ্য-
(জ) তলৰ সমস্ত পদ কেইটাৰ পৰা যিকোনো দুটাৰ ব্যাস বাক্য লিখি সমাসৰ নাম লিখা:
পঞ্চামৃত, উপবন, নীলম্বৰ, কাপুৰুষ
১৪। তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা:
- (ক) ভাৱ সম্প্ৰসাৰণ কৰা- 'অভ্যাসৰ নৰ কৰ্ণ পথে কৰে শৰ।'
- (খ) ঘৰত বাইদেউৰ বিয়া থকা বাবে তুমি তিনিদিন স্কুলত আহিব পৰা নাছিলা, তাৰ বাবে ছুটি বিচাৰি বিদ্যালয় প্রধানলৈ এখনি আবেদন লিখা। (নাম, ঠিকনা, নিলিখিবা)
- (গ) তলত দিয়া যিকোনো চাৰিটা জতুৱা খণ্ড বাক্যৰ অৰ্থ প্ৰকাশ পোৱাকৈ বাক্য বনোৱা: কপাল ফুল, কাণ কটা, চকু ৰোৱা, পেট ভাটো, চুক ভেকুলী।
১৫। তলৰ দিয়া যিকোনো এটা বিষয়ৰ ওপৰত এখনি ৰচনা লিখা:
- (ক) অসমৰ কুটীৰ শিল্প (আৰম্ভণি- কুটীৰ শিল্প কি, অৱনতিৰ কাৰণ, উন্নয়নৰ উপায় আৰু মন্তব্য)
- (খ) দৈনন্দিন জীৱনত বিজ্ঞানৰ প্রভাৱ (আৰম্ভণি- অৱদান, উপকাৰ-অপকাৰ, মন্তব্য)
- (গ) অসমৰ বানপানী (আৰম্ভণি- বানপানীৰ কাৰণ, অপকাৰ, নিয়ন্ত্ৰণৰ উপায় আৰু মন্তব্য)
উপায়, চৰকাৰৰ অবহেলা, মন্তব্য)
১৬। চমুকৈ উত্তৰ দিয়া (নিকোনো তিনিটা):
১-৩-০
(ক) দেউৰী সকলৰ উপাস্য দেবতা কি? ডো/৭
(খ) 'লাল মোহৰীয়া পাণ্ডা' বুলি কলে কি বুজা যায়।
(গ) বড়োসকলৰ অতি পুৰণি ধর্মটোর নাম কি?
(ঘ) মটক শব্দটি কি ভাষার শব্দ।
১৭/ 'বৈচিত্র্যময় অসম' নামন দ্রুত পাঠত সন্নিবিষ্ট যিকোনো এটা জনগোষ্ঠীৰ বিষয়ে চমুকৈ লিখা। ৩
১৮। তোমাৰ দ্রুত পাঠত সন্নিবিষ্ট অসমৰ জনগোষ্ঠীৰ বিশেষ ভাৱে বৰঙণি যোগোরা দুজন ব্যক্তিৰ বিষয়ে চমু টোকা লিখা।
২x২=৪
Group-B (খ-শাখা)
(মূল্যাংক-২৫)
১৯। অতি চমু উত্তৰ লিখা:
১×৪-৪
(ক) কপিল মুনিৰ মাতৃ কোন আছিল?
(খ) কি ৰূপ ধাৰণ কৰি কৃষ্ণই বলিক ছলনা কৰিছিল?
(গ) অম্বিকাগিৰী বায় চৌধুৰীক কি আখ্যা দিয়া হৈছিল?
(ঘ) জাতিৰ জীৱন মনোহৰ কৰিবলৈ কবিয়ে কি বেশেৰে ঝাড়ু ধৰিবলৈ কৈছে?
২০। চমু উত্তৰ লিখাঃ
১/২-২
(ক) নাগার্জুন কোন?
(খ) উদান্তপুৰী বিশ্ববিদ্যালয়ৰ কি সম্পদ মুছলমান বিলাকে ধ্বংস কৰিছিল?
২১। উত্তৰ লিখাঃ
(ক) 'কানাইৰ চাতুৰী' কবিতাটোত 'কাঠবাজী' বুলি কাক কৈছে? ইয়াৰ অৰ্থ কি? ২
(খ) অম্বিকাগিৰী ৰায় চৌধুৰী কিমান চনত কোন ঠাইত অসম সাহিত্য সভাৰ সভাপতি আছিল? ২
২২। উত্তৰ লিখা:
(ক) সেনাপতি ভীষ্মৰ যুদ্ধোৎসৱ দেখি কি কি বণ বাদ্যৰ মহাশব্দ হৈছিল? ২
(খ) কৌৰৱৰ বিশিষ্ট সেনাপতি দুজনৰ নাম লিখা? ২
(গ) তক্ষশিলালৈ কোন কোন দেশৰ পৰা ছাত্ৰ আহিছিল? ১
২৩/ তলত দিয়া শব্দ দুটাৰ আধুনিক ৰূপ লিখা:
(ক) আসি, খেড়ি ২
(খ) হবলা/চোন অনুসর্গ ব্যৱহাৰ কৰি বাক্য গঠন কৰা। ২
(৪).
(গ) তলত দিয়া শব্দ দুটাৰ সমার্থক শব্দ লিখা:
- বিস্তৰ, সহস্র
(ঘ) তলত দিয়া শব্দ দুটাৰ বিপৰীত শব্দ লিখা:
- বিশ্বাস, ঘৃণ্য
(ঙ) উপসর্গ কাক বোলে?
২৪। ছন্দ কাক বোলে? ছন্দ কেইবিধ আৰু কি কি?
অথবা
সূত্র লিখি উদাহৰণ দিয়া যিকোনো দুটাৰ পয়াৰ, দুলৰী, লেছাৰি, চৰণ।
Group C (গ-শাখা)
(মূল্যাংক- ২৫)
1. মাতৃভাষালৈ অনুবাদ কৰা (যিকোনো দুটা ভাগ): 4x2=8
(ক)
ছাত্রজীবনস্য সময়ঃ অতীৱ তাৎপর্যপূর্ণঃ। ছাত্রাবস্থাयां যদি স্বাস্থ্যয়ন্তং ন ভৱতি, তর্হি সম্যগ্রুপেণ কোঽপি কর্ম ন ভবিষ্যতি। সুস্থেন নিৰোগিশৰীৰেণ ছাত্রাঃ স্বকর্ম সম্যগ্রুরূপেণ কর্তুং শক্নোতি । অতৈৱ স্বাস্থ্যরক্ষণায় নিয়মেন সহ ক্রীডা-ৱ্যাযামাদিকং কর্ত্তৱ্যম্।
(খ)
মহাভারতস্য রচকঃ বেদব্যাসঃ। রামঃ অযোধ্যায়াঃ রাজা। এষা নন্দিন্যাঃ লেখনী। বৃक्षস্য শাখানং কर्तनং ন কুরু।
(গ)
পুনঃ একদা কশ্চন কুक्कुरঃ তত্র আগতৱন্। ততঃ স মার্জারঃ কুक्कुर্র দৃষ্ট্বা পলায়িতৱান্ । ততঃ মুনিঃ মার্জারমপি তপঃ প্রভাৱেন কুक्कुरং কৃতৱান্ । তত্র পুনঃ একদা একঃ ব্যাঘ্রঃ আগতৱান্ ।
2. সংস্কৃতত উত্তৰ লিখা (যিকোনো তিনিটা): 1x3=3
- (ক) সর্বদ্রব্যেষু কিম্ অনুত্তমম্ ?
- (খ) মনোজঃ কি বিষয়ং জ্ঞাতুমিচ্ছতি ?
- (গ) কঃ মূষিকশাৱকম্ আশ্রমম্ আনীতৱান্ ?
- (ঘ) কাঃ বিহু নৃত্যাং কুर्वन्ति ?
3. বুৎপত্তি নির্ণয় কৰা (যিকোনো দুটা): পরিত্যজন্তি, জ্ঞাস্যস্তি, শ্রুত্বা 1x2=2
4. বিশেষ্যৰ পৰা বিশেষণ পদ গঠন কৰা: 1x3=3
বেদঃ, সভা, সূর্যঃ
5. সংস্কৃত প্রতিশব্দ লিখা:
1x2=2- সখिভিঃ, कृपया
6. শব্দ ৰূপ লিখা (যিকোনো দুটা):
1x2=2- রাজন: শব্দৰ প্ৰথমা বিভক্তি বহুবচন।
- গো: শব্দৰ ষষ্ঠী বিভক্তি একবচন।
- অস্মদ্ : শব্দৰ পঞ্চমী বিভক্তি বহুবচন।
7. ধাতু ৰূপ লিখা (যিকোনো দুটা):
1x2=2- √হন্ – ধাতুৰ লোট্ মধ্যম পুৰুষ একবচন।
- √অদ্ - ধাতুৰ লঙ্ প্ৰথম পুৰুষ দ্বিবচন।
- √বা - ধাতুৰ বিধিলিঙ্ উত্তম পুৰুষ বহুবচন।
৪. সংস্কৃতলৈ অনুবাদ কৰা :
1x3=3- (ক) আমি সংস্কৃত ভাষা ভাল পাওঁ।
- (খ) সাহসী লোকে মৃত্যুলৈ ভয় নকৰে।
- (গ) ল'ৰাটোৱে গাখীৰ খাইছে।
No comments:
Post a Comment