Invitation

js

Sunday, July 21, 2024

SEBA Class 9 Mathematics Chapter 12, Exercise 12.1

 অ নু শী ল নী 12.1


      1.   আগত বিদ্যালয় আছে বুলি লিখা থকা যানবাহনৰ প্ৰতি সংকেত ফলক এখন সমবাহু ত্ৰিভূজ আকাৰৰ যাৰ বাহুৰ দীঘ ‘a’ হিৰণৰ সূত্ৰ  ব্যৱহাৰ কৰি সংকেত ফলকখনৰ কালি উলিওৱা যদি ইয়াৰ পৰিসীমা 180 চে.মি., সংকেত ফলকখনৰ কালি কিমান হ?

সমাধানঃ

ধৰোঁ, সমবাহু ত্ৰিভূজটোৰ এটা বাহুৰ দীঘ = a

ত্ৰিভূজটোৰ অৰ্ধপৰিসীমা,  

                                                                 



     2.   এখন উৰণীয়া সেতুৰ ত্ৰিভূজ আকৃতিৰ দাঁতিৰ বেৰবোৰ বিজ্ঞাপন প্ৰচাৰৰ বাবে ব্যৱহাৰ কৰা হৈছে । প্ৰতিখন বেৰৰ দাঁতিকেইটা 122 মি, 22মি, আৰু 120মি. চিত্ৰ 12.9 চোৱা)বিজ্ঞাপনৰ পৰা প্ৰতিবছৰে উপাৰ্জন হয় প্ৰতি বৰ্গমিটাৰত 5000 টকা। এটা কোম্পানীয়ে ইয়াৰ এখন বেৰ 3 মাহৰ বাবে ভাড়া ললে । কোম্পানীটোৰ কিমান ভাড়া পৰিশোধ কৰিছিল ?


     


সমাধানঃ

 দিয়া আছে,

        এখন উৰণীয়া সেতুৰ ত্ৰিভূজৰ আকৃতিবোৰৰ জোখ,

                122m,  22m,  120m





        

             




3.এখন উদ্যানত চোঁচৰা সেতু (slide)আছে । ইয়াৰ দাঁতিৰ বেৰ এখনত “উদ্যানখন সেউজ আৰু নিকা কৰি ৰাখা” – এই বাৰ্তাটোৰ সৈতে ৰং বোলাই ৰঙীন কৰি থোৱা আছে । (চিত্ৰ 12.10চোৱা)। যদি বেৰখনৰ দাঁতিকেইটা 15মি., 11মি, আৰু 6মি., তেন্তে ৰঙীন কৰি ৰখা ঠাইখিনিৰ কালি উলিওৱা ।


সমাধানঃ

 দিয়া আছে,

        এখন উদ্যানৰ বেৰখনৰ দাঁতিকেইটা জোখ,

              15m, 11m, 6m

   






    4.   এটা ত্ৰিভূজৰ দুটা বাহু 18 চে.মি. আৰু 10 চে.মি. আৰু পৰিসীমা 42 চে.মি. । ত্ৰিভূজৰ কালি উলিওৱা ।

সমাধানঃ

    দিয়া আছে, ত্ৰিভূজৰ বাহুকেইটাৰ জোখ,

         A = 18cm, B = 10cm আৰু C = ?

                    ইয়াত পৰিসীমা = 42cm

প্ৰশ্নমতে,




5.   এটা ত্ৰিভূজৰ বাহুকেইটা 12:17:25 অনুপাত আছে; ইয়াৰ পৰিসীমা 540 চে.মি. ইয়াৰ কালি উলিওৱা ।

সমাধানঃ 

দিয়া আছে,

    ত্ৰিভূজৰ বাহুকেইটা 12:17:25

ধৰোঁ ত্ৰিভূজৰ বাহুকেইটাৰ জোখ 12x, 17x আৰু 25x

 প্ৰশ্নমতে,

    
          

         



6.   সমদ্ধিবাহু ত্ৰিভূজ এটাৰ পৰিসীমা 30 চে.মি. আৰু সমান বাহু দুটাৰ প্ৰত্যেকেই 12 চে.মি.। ত্ৰিভূজটোৰ কালি উলিওৱা ।

সমাধানঃ 

  দিয়া আছে,

            সমবাহু ত্ৰিভূজ দুটাৰ বাহু

                A = 12cm

                            B = 12cm

                            C = ?

        ইয়াৰ পৰিসীমা = 30

প্ৰশ্নমতে, A + B + C = 30

    

এতিয়া,

    




7.   এটা সমবাহু ত্ৰিভূজৰ কালি নিৰ্ণয় কৰা যাৰ পৰিসীমা 24 চে.মি. ।

সমাধান

   দিয়া  আছে, সমবাহু ত্ৰিভূজৰ পৰিসীমা = 24

                    ধৰোঁ ত্ৰিভূজৰ এটা বাহু দীঘ

আমি জানো যে সমবাহু ত্ৰিভূজৰ প্ৰত্যেকটো বাহুৰ জোখ সমান।

প্ৰশ্নমতে,

     

এতিয়া,

    



8.   এটা সমকোণী ত্ৰিভূজৰ অতিভূজৰ মাপ 13 চে.মি. আৰু এটা বাহুৰ মাপ 5 চে.মি  ত্ৰিভূজটোৰ কালি নিৰ্ণয় কৰা

সমাধানঃ



∆ ABC ত পাইথাগোৰাচৰ সূত্ৰ ব্যৱহাৰ কৰি পাওঁ,



এতিয়া, 

      

 




No comments:

Post a Comment

ASSEB HSLC 2025 Mathematics Question paper solutions

MIME-Version: 1.0 Content-Type: multipart/related; boundary="----=_NextPart_01DD1849.5813BA30" This document is a Single File We...