অনুশীলনী 5.2
প্রশ্ন : ইউক্লিডৰ পঞ্চম স্বীকাৰ্যটো সহজে বােধগম্য হােৱাকৈ লিখা।
উত্তৰ : AB আৰু CD ৰেখাদুডালক PQ ছেদকে R আৰু S বিন্দুত কাটিছে যাতে
∠ARS + ∠CSR ∠ 180°
AB আৰু CD ক A আৰু C অভিমুখে বঢ়াই দিলে এটা বিন্দুত ছেদ কৰিব।
২. ইউক্লিডৰ পঞ্চম স্বীকাৰ্যটো সমান্তৰাল ৰেখাৰ অৱস্থিতি সূচায়নে? ব্যাখ্যা কৰা।
উত্তৰ : হয়, ইউক্লিডৰ পঞ্চম স্বীকাৰ্যটো সমান্তৰাল ৰেখাৰ অৱস্থিতি সূচায়।
যদি ৰেখা দুডালৰ অন্তকোন দুটাৰ যোগফল দুই সমকোনৰ সমান হয় তেন্তে ৰেখা দুডালে পৰস্পৰ লগ নালাগে। গতিকে ৰেখা দুডাল
সমান্তৰাল হব।
যদি m আৰু n সমান্তৰাল হব
∠1 + ∠3 = 180°
বা ∠3 + ∠4 = 180°
_________________
No comments:
Post a Comment