js

Friday, July 26, 2024

SEBA Class 9 Mathematics Chapter 5: Exercise 5.2

অনুশীলনী 5.2

প্রশ্ন : ইউক্লিডৰ পঞ্চম স্বীকাৰ্যটো সহজে বােধগম্য হােৱাকৈ লিখা।
উত্তৰ : AB আৰু CD ৰেখাদুডালক PQ ছেদকে R আৰু S বিন্দুত কাটিছে যাতে


∠ARS + ∠CSR ∠ 180°
AB আৰু CD ক A আৰু C অভিমুখে বঢ়াই দিলে এটা বিন্দুত ছেদ কৰিব।

২. ইউক্লিডৰ পঞ্চম স্বীকাৰ্যটো সমান্তৰাল ৰেখাৰ অৱস্থিতি সূচায়নে? ব্যাখ্যা কৰা।

উত্তৰ : হয়, ইউক্লিডৰ পঞ্চম স্বীকাৰ্যটো সমান্তৰাল ৰেখাৰ অৱস্থিতি সূচায়।
যদি ৰেখা দুডালৰ অন্তকোন দুটাৰ যোগফল দুই সমকোনৰ সমান হয় তেন্তে ৰেখা দুডালে পৰস্পৰ লগ নালাগে। গতিকে ৰেখা দুডাল সমান্তৰাল হব।

যদি m আৰু n সমান্তৰাল হব
∠1 + ∠3 = 180°
বা ∠3 + ∠4 = 180°

_________________

No comments:

Post a Comment

পাচলি শস্যত সাৰ প্ৰয়োগৰ বিভিন্ন পদ্ধতি কি কি?

  পাচলি শস্যত সাৰ প্ৰয়োগৰ বিভিন্ন পদ্ধতি কি কি?  উত্তৰ: শাক-পাচলি শস্যত সাৰ প্ৰয়োগৰ পদ্ধতি মাটিৰ প্ৰকাৰ, শস্যৰ প্ৰয়োজনীয়তা, বৃদ্ধিৰ প...