অণুশীলনী 9.1
1. তলৰ চিত্ৰবোৰৰ কোনবোৰ একে ভূমি আৰু একে সমান্তৰালৰ মাজত অৱস্থিত ? এনেক্ষেত্ৰত সাধাৰণ ভূমিটো আৰু সমান্তৰাল ৰেখা দুটা উল্লেখ কৰা।
Solutions:
(i) ট্ৰেপিজিয়াম ABCD আৰু ত্ৰিভুজ PCD একে ভূমি DC আৰু একে সমান্তৰালৰ ৰেখা AB আৰু DC ৰ মাজত অৱস্থিত।
(ii) সামান্তৰিক PQRS আৰু ট্ৰেপিজিয়াম MNRS একে ভূমি SR ৰ ওপৰত আছে। কিন্তু একে সমান্তৰাল ৰেখাৰ মাজত নাই।
(iii) সামান্তৰিক PQRS আৰু ত্ৰিভুজ QRT একে ভূমি QR আৰু একে সমান্তৰাল ৰেখা PS আৰু QR ৰ মাজত আছে।
(iv) সামান্তৰিক আৰু ত্ৰিভুজ একে ভূমি নাই। কিন্তু একে সমান্তৰাল ৰেখা আৰু ৰ মাজত আছে।
(v) চতুৰ্ভুজ ABQD আৰু ট্ৰেপিজিয়াম APCD একে ভূমি AD আৰু একে সমান্তৰাল ৰেখা BQ আৰু AD ৰ মাজত অৱস্থিত।
(vi) সামান্তৰিক PQRS আৰু সামান্তৰিক ABCD একে ভূমিত নাই কিন্তু একে সমান্তৰাল ৰেখা PQ আৰু SR ৰ মাজত আছে।
No comments:
Post a Comment