js

Sunday, July 21, 2024

SEBA Class 9 Mathematics Chapter 9, Exercise 9.1

 

অণুশীলনী 9.1


1. তলৰ চিত্ৰবোৰৰ কোনবোৰ একে ভূমি আৰু একে সমান্তৰালৰ মাজত অৱস্থিত ? এনেক্ষেত্ৰত সাধাৰণ ভূমিটো আৰু সমান্তৰাল ৰেখা দুটা উল্লেখ কৰা। 

class 9 maths chapter 9 ex 9.1 fig 9.8

Solutions:

(i) ট্ৰেপিজিয়াম ABCD আৰু ত্ৰিভুজ PCD একে ভূমি DC আৰু একে সমান্তৰালৰ ৰেখা AB আৰু DC ৰ মাজত অৱস্থিত।


(ii) সামান্তৰিক PQRS আৰু ট্ৰেপিজিয়াম MNRS একে ভূমি SR ৰ ওপৰত আছে। কিন্তু একে সমান্তৰাল ৰেখাৰ মাজত নাই।


(iii) সামান্তৰিক PQRS আৰু ত্ৰিভুজ QRT একে ভূমি QR আৰু একে সমান্তৰাল ৰেখা PS আৰু QR ৰ মাজত আছে।


(iv) সামান্তৰিক আৰু ত্ৰিভুজ একে ভূমি নাই। কিন্তু একে সমান্তৰাল ৰেখা আৰু ৰ মাজত আছে।


(v) চতুৰ্ভুজ ABQD আৰু ট্ৰেপিজিয়াম APCD একে ভূমি AD আৰু একে সমান্তৰাল ৰেখা BQ আৰু AD ৰ মাজত অৱস্থিত।


(vi) সামান্তৰিক PQRS আৰু সামান্তৰিক ABCD একে ভূমিত নাই কিন্তু একে সমান্তৰাল ৰেখা PQ আৰু SR ৰ মাজত আছে।

No comments:

Post a Comment

General Knowledge

1. A and B are brothers. C and D are sisters. A's son is D's brother. How is B related to C ? A. Father B. Brother C. Uncle D. Gr...