js

Tuesday, August 6, 2024

SCERT Class 7 Mathematics Chapter 1:অখণ্ড সংখ্যা [Assamese Medium]


 

অনুশীলনী 1.1

1. 5 আৰু (- 13) ৰ মাজত কিমানটা অখণ্ড সংখ্যা আছে ?

সমাধানঃ 5 আৰু(- 13) ৰ মাজৰ অখণ্ড সংখ্যাবোৰ হৈছে

4,3,2,1,0,-1,-2,-3,-4,-5,-6,-7,-8,-9,-10,-11,-12

2. 13 আৰু (-13) ৰ মাজৰ আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু অখণ্ড সংখ্যা দুটা লিখা।

সমাধানঃ

  1. আৰু (-13) ৰ মাজৰ আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু অখণ্ড সংখ্যা দুটা হল - 11 আৰু -12

3. তলত দিয়া অখণ্ড সংখ্যাবোৰ সংখ্যাৰেখাত বহুওৱা—

-6,- 4, -10, 5, -1

4. – 15 তকৈ ডাঙৰ 5 টা ঋণাত্মক অখণ্ড সংখ্যা লিখা ।

সমাধানঃ

-15 তকৈ ডাঙৰ 5 টা ঋণাত্মক অখণ্ড সংখ্যা হল———– -14,-13,-12,-11,-10

5. সত্য নে অসত্য কোৱা

(i) ধনাত্মক অখণ্ড সংখ্যাবোৰক স্বাভাৱিক সংখ্যা বুলি কোৱা হয় ।

উত্তৰঃ সত্য

(ii) আটাইবোৰ অখণ্ড সংখ্যাই পূর্ণ সংখ্যা।

উত্তৰঃ অসত্য

(iii) সংখ্যাৰেখাডাল ‘0’ (শূন্য) ৰ দুয়োফালে অসীমলৈ বিস্তাৰিত ।

উত্তৰঃ সত্য

(iv) ‘0’ আৰু ঋণাত্মক অখণ্ড সংখ্যাবোৰেৰে পূৰ্ণ সংখ্যাৰ ৰূপটো গঠিত।

উত্তৰঃ অসত্য

(v) যদি a + b = 0, তেন্তে ইহঁতৰ এটা আনটোৰ যোগাত্মক বিপৰীত।

উত্তৰঃ সত্য

6. এযোৰ অখণ্ড সংখ্যা লিখা যাৰ—

(I) যোগফল 3

সমাধানঃ

1 আৰু 2 ৰ যোগফল 3

(ii) বিয়োগফল 5

উত্তৰঃ

6 আৰু 1 ৰ বিয়োগফল 5

(iii) যোগফল 0

উত্তৰঃ

-1 আৰু 1 ৰ যোগফল 0

(iv) বিয়োগফল 2

উত্তৰঃ

3 আৰু 1 ৰ বিয়োগফল 2

7. এযোৰ ঋণাত্মক অখণ্ড সংখ্যা লিখা যাৰ বিয়োগফল

উত্তৰঃ

-1 আৰু -7 ৰ বিয়োগফল 6

= -1-(-7)

= -1+7

= 6

. অখণ্ড সংখ্যা a আৰু b নিৰ্ণয় কৰা যাতে –

(i) a + b ধনাত্মক

সমাধানঃ 

ধৰাহ'ল

a= 2

b = 4

a + b = 2 + 4= 6 (ধনাত্মক )

(ii) a ≠ b

সমাধানঃ

a = 2

b = 7

a ≠ b

(iii) a – b = 0

সমাধানঃ

a = 5

b = 5

a – b = 5-5 = 0

9. বাকচৰ ভিতৰৰ খালী ঠাই পূৰ কৰা

(I) (-15) + ( – 4 ) = (-4) +

উত্তৰঃ -15

(ii) ___________ + {(-7) +8)} = {(5+(-7)} + 8

উত্তৰঃ 5

(iii) (-23) + ___________ =-23= (-23) + ___________

উত্তৰঃ 0

(iv) (-19) + ___________ = (-27)

উত্তৰঃ -6

(v) x + 12 = 0 হলে x

উত্তৰঃ -12

10. এজন মানুহে A স্থানৰ পৰা 14 কিলোমিটাৰ পূবে গ’ল। কিন্তু আন এজন মানুহে A স্থানৰ পৰা 6 কিলোমিটাৰ পশ্চিমে গ’ল। তেতিয়া তেওঁলোকৰ দূৰত্বৰ অন্তৰ কি হ’ব?

উত্তৰঃ

তেওঁলোকৰ দূৰত্বৰ অন্তৰ হ’ব = 14 + 6 = 20 কিলোমিটাৰ

11. এজন মানুহৰ হাতত 35 টকা জমা আছে কিন্তু আন এজনৰ 40 টকা ধাৰ আছে। প্রথমজন মানুহ দ্বিতীয়জন মানুহতকৈ কিমান চহকী ?

উত্তৰঃ

প্রথমজন মানুহ দ্বিতীয়জন মানুহতকৈ

35 –(-40) = 75 টকা চহকী

12. কোনো এটা মঙলবাৰে পুৱা 5 বজাত গুৱাহাটীত তাপমাত্ৰা আছিল 25°C। কিন্তু বিয়লি 2 বজাত তাপমাত্রা 8°C বাঢ়িল আৰু ৰাতি 10 বজাত 3°C কমি তাপমাত্রা কমিল। বুধবাৰে দুপৰীয়া 12 বজাৰ পিছত তাপমাত্রা পুনৰ 5″C বাঢ়িলে। এই সময়ত তাপমাত্রা কিমান হ’ল

সমাধানঃ বুধবাৰে দুপৰীয়া 12 বজাৰ পিছত তাপমাত্রা

= (25 + 8 – 3+5) °C = (38-3) °C = 35 °C

13. অনুৰাধাই বেংকত 3,200 টকা জমা থলে আৰু পিছদিনা তাবে 2,540 টকা উলিয়াই আনিলে। টকাখিনি উলিয়াই অনাৰ পিছত বেংকত অনুৰাধাৰ কিমান টকা জমা থাকিব?

সমাধানঃ পিছত বেংকত অনুৰাধাৰ টকা জমা থাকিব

= 3200 – 2540 = 660 টকা

14. দুটা সংখ্যাৰ যোগফল –5। যদি এটা সংখ্যা 18 হয় আনটো সংখ্যা কিমান হ’ব?

সমাধানঃ

আনটো সংখ্যা = x

X + (-5) = 18

X – 5 = 18

X = 18 + 5

X = 23

15. -23 লগত কি যোগ কৰিলে যোগফল 0 হ’ব ?

উত্তৰঃ

-23 লগত 23 যোগ কৰিলে যোগফল 0 হ’ব

16. দুটা অখণ্ড সংখ্যাৰ যোগফল 48 তাৰে এটা 20 হলে আনটো কিমান হ’ব?

সমাধানঃ

আনটো সংখ্যা = x

X + 20 = 48

X = 48 – 20

X = 28

18. তলৰ উক্তিসমূহৰ শুদ্ধ অশুদ্ধ বিচাৰ কৰা :

I. (-6) + 23 +(-2) = (-2) + (-6) + 23

উত্তৰঃ শুদ্ধ

II. (16-15) + (-7) = 16 – {15+(-7)}

1 -7 =16 – (15-7)

-6=16- 12

-6 ≠ 4

উত্তৰঃ অশুদ্ধ


No comments:

Post a Comment

General Knowledge MCQ

General Knowledge MCQ 1. Which country will be the first foreign country to adopt Indian UPI system:- a) Bhutan b) Ban...