Invitation

js

Tuesday, September 3, 2024

অসমীয়া ব্যাকৰণঃ বিপৰীত শব্দ

 

শব্দ (Word) বিপৰীতাৰ্থক শব্দ বা বিপৰীত শব্দ (Antonyms or Opposite Words)
অণু    বৃহৎ
অলপ বেছি
অমৃত গৰল, বিষ
অসীম সসীম
আচল নকল
আকাশ পাতাল
আৱাহন বিসৰ্জন
ইচ্ছা অনিচ্ছা
উত্তম অধম
উত্তৰ দক্ষিণ, প্ৰশ্ন
উচিত অনুচিত
উচ্চ নীচ, অনুচ্চ
উপহাৰ শাস্তি, দণ্ড
আনন্দ নিৰানন্দ, বিষাদ
জয় পৰাজয়
সপোন দিঠক
কল্পনা বাস্তৱ
ধনী দুখীয়া
নতুন পুৰণা
জন্ম মৃত্যু
আৰম্ভ শেষ
গধুৰ পাতল
হাঁহি কান্দোন
আপোন পৰ
বাহিৰ ভিতৰ
দেশ বিদেশ
প্ৰাচীন আধুনিক
আদি অন্ত, অনাদি
আয় ব্যয়
গ্ৰহণ বৰ্জন, ত্যাগ
গহীন চঞ্চল, উতনুৱা
ঘন সেৰেঙা, পাতল
আশা নিৰাশা
উদয় অস্ত
গুণী মুৰ্খ, নিৰ্গুণী
গুণ দোষ
পবিত্ৰ অপবিত্ৰ
পাতল গধুৰ
চিনাকি অচিনাকি
তপত শীতল, ঠাণ্ডা, চেঁচা
দিন ৰাতি
দীঘল চুটি
বিপদ সম্পদ
প্ৰবেশ প্ৰস্থান
শান্তি অশান্তি
পুৰস্কাৰ তিৰস্কাৰ
সম্পদ বিপদ
উজনি নামনি
স্থাবৰ অস্থাবৰ
দুৰ্বল সবল
আকৰ্ষণ বিকৰ্ষণ
অনুকূল প্ৰতিকূল
ওখ চাপৰ
আৱিৰ্ভাৱ তিৰোভাৱ
সুখী দুখী
মৃত জীৱিত
নিৰ্ভুল ভুল
প্ৰশংসা ককৰ্থনা
জ্যেষ্ঠ কনিষ্ঠ
আশীৰ্বাদ অভিশাপ
ইহলোক পৰলোক
সংযোগ অসংযোগ
সৰল জটিল, কুটিল
সঞ্চয় ব্যয়
মিলন বিৰহ, বিচ্ছেদ
মিত্ৰ শত্ৰু
মুখ্য গৌণ
লঘু গুৰু
স্বাধীন পৰাধীন
সুগম দুৰ্গম
সুলভ দুৰ্লভ
সুবিধা অসুবিধা
সুশ্ৰী কুশ্ৰী, আপচু
স্থিৰ অস্থিৰ, চঞ্চল
সোঁ বাওঁ
হৰ্ষ বিষাদ, শোক
সাধু অসাধু
কঠিন কোমল, সহজ
অকৃতজ্ঞ কৃতজ্ঞ
দেশদ্ৰোহী দেশপ্ৰেমী
অধিকাৰ অনধিকাৰ
অধম উত্তম
অতিবৃষ্টি অনাবৃষ্টি
স্বাৰ্থপৰ পৰাৰ্থপৰ
সুন্দৰ
কুৎসিত, আপচু
সাকাৰ নিৰাকাৰ
বিশ্বাস অবিশ্বাস
বিশ্বাসঘাতক বিশ্বাসী, বিশ্বাসভাজন
আচামী ফৰিয়াদী
গুৰু শিষ্য, লঘু
ভোটা চোকা, তীক্ষ্ণ, জোঙা
ভাল বেয়া
সন্ধি বিসন্ধি, বিগ্ৰহ
হ্ৰাস বৃদ্ধি
ক্ষয় অক্ষয়, বৃদ্ধি
বিনয় দুৰ্বিনয়, গৰ্ব
অভিশাপ আশীৰ্বাদ
বৈচিত্ৰ ঐক্য

No comments:

Post a Comment

ASSEB Class XI Economics Textbook অৰ্থনীতিৰ বাবে পৰিসংখ্যা Chapter 1 Textbook Questions and Answers

১. তলৰ বাক্যবোৰ শুদ্ধনে অশুদ্ধ বিচাৰ কৰা: (i) পৰিসংখ্যা বিজ্ঞানে কেৱল পৰিমাণবাচক তথ্যহে বিচাৰ ...