js

Thursday, September 12, 2024

SEBA Class IX Social Science [GEOGRAPHY] Chapter 1 MCQ [Assamese medium]

সমাজ বিজ্ঞান : ভূগোল

অধ্যায় ৬ঃ ভূ-পৃষ্ঠৰ পৰিৱৰ্তন

Multiple Choice Questions & Answers

বহুবিকল্প বাছনি প্রশ্ন:



1. পৃথিৱীৰ উপৰিভাগ কিহেৰে গঠিত?

() পানী আৰু বায়ু।

() মহাদেশ আৰু দেশ।

() পানী আৰু মাটি।

() এটাও নহয়।

উত্তৰঃ () পানী আৰু মাটি।

2. পৃথিৱীৰ উপৰিভাগ কিহেৰে পৰিপূৰ্ণ–

() দেশ আৰু মহাদেশ।

() পানী আৰু বতাহ।

() পানী আৰু মাটি।

() মহাদেশ আৰু মহাসাগৰ।

উত্তৰঃ () মহাদেশ আৰু মহাসাগৰ ৷

3. পৃথিৱীৰ উপৰিভাগ কিমান শতাংশ পানীৰে আগুৰা?

() ৭১ শতাংশ।

() ২৯ শতাংশ।

() ৯৯ শতাংশ।

() ১০০ শতাংশ।

উত্তৰঃ () ৭১ শতাংশ।

5. পৃথিৱীৰ খোলাটো কিহেৰে গঠিত?

() পানী।

() মাটি।

() ফলক।

() বায়ু।

উত্তৰঃ () ফলক।

6. ভূ-পৃষ্ঠৰ বাহ্যিক কাৰকবোৰ মূলতঃ ক’ৰ পৰা ক্রিয়া কৰে?

() ওপৰৰ পৰা।

() বাহিৰৰ পৰা।

() ভিতৰৰ পৰা।

() মাজৰ পৰা।

উত্তৰঃ () বাহিৰৰ পৰা।

7. নিম্নলিখিত কোনটো বাহ্যিক কাৰক?

() বৰষুণ।

() ভূমিকম্প।

() সাগৰ।

() নদী।

উত্তৰঃ () বৰষুণ।

8. হিমযুগত পৃথিৱীৰ উপৰিভাগ কিহেৰে ঢাকি ৰাখিছিল?

() শিল।

() ডাৱৰ।

() তুষাৰ।

() এটাও নহয়।

উত্তৰঃ () তুষাৰ ৷

9. নদীৰ পানীৰ এটা উৎস হৈছে—

() পুখুৰীৰ পানী।

() সাগৰৰ পানী।

() বৰষুণৰ পানী।

() এটাও নহয়।

উত্তৰঃ () বৰষুণৰ পানী।

10. নদীৰ কাৰ্যক কেইটা ভাগত ভাগ কৰিব পাৰি?

() এটা।

() দুটা।

() তিনিটা।

() চাৰিটা।

উত্তৰঃ () তিনিটা।

11. অসমৰ কোনটো নদীৰ এটা কাৰ্য?

() খনন।

() চলন।

() স্খলন।

() এটাও নহয়।

উত্তৰঃ () খনন।

12. উৎসৰ পৰা মোহনালৈকে যি পথেৰে নদীয়ে গতি কৰে তাক কি বোলে?

() নদীৰ খনন।

() পৰিবহন।

() নদীৰ গতিপথ।

() জমাকৰণ।

উত্তৰঃ () নদীৰ গতিপথ।

13. উচ্চ ভূমি অঞ্চলত নদীৰ গতিবেগ—

() নিম্ন।

() ক্ষীপ্র।

() প্রবল।

() মন্থৰ।

উত্তৰঃ () প্রবল

14. ভৈয়াম অঞ্চলত নদীৰ গভীৰতা—

() বৃদ্ধি।

() হ্রাস পায়।

() গহীন।

() এটাও নহয়।

উত্তৰঃ () হ্রাস পায়।

15. পার্শ্বখনন বুলিলে–

() স্খলন।

() খনন।

() দমন।

() এটাও নহয়।

উত্তৰঃ () খনন।

16. অশ্বখুৰা হ্রদ ক’ত অৱস্থিত?

() কাঠমাণ্ডু।

() ছিডনী।

() এৰিজ’না।

() চেন্নাই।

উত্তৰঃ () এৰিজ’না।

17. দ্বীপৰ বিল ক’ত অৱস্থিত?

() তেজপুৰ।

() গুৱাহাটী।

() সৰ্থেবাৰী।

() লক্ষীপুঞ্জ।

উত্তৰঃ () গুৱাহাটী।

18. নদীয়ে কেইধৰণৰ গেদ কঢ়িয়াই?

() দুই।

() এক।

() চাৰি।

() তিনি।

উত্তৰঃ () তিনি।

19. নদীৰ খনন কাৰ্য ক’ত চলে?

() নিম্নগতি অংশত।

() উচ্চগতি অংশত।

() মধ্যগতি অংশত।

() উচ্চ-নিম্নগতি অংশত।

উত্তৰঃ () উচ্চগতি অংশত।

20. দ্বীপবোৰৰ আকৃতি অসমীয়া কোন আখৰৰ দৰে?

()

()

()

()

উত্তৰঃ () ব।

21. ঘৰ্ষণৰ যোগেদি ঘটা ক্ষয় প্রক্রিয়াক কি বোলে?

() হিমবাহ।

() বালিয়াৰি।

() অপঘর্ষণ।

() অৱনমন।

উত্তৰঃ () অপঘৰ্ষণ

22. ইয়াৰদাং শব্দটো কোনে ব্যৱহাৰ কৰিছিল?

() ল’প্ৰ বাসিন্দা।

() আন্দামানৰ বাসিন্দা।

() কেলিয়াৰ বাসিন্দা।

() চিকিমৰ বাসিন্দা।

উত্তৰঃ () ল’পনুৰৰ বাসিন্দা।

23. শুভ্ৰ মৰুভূমি ক’ত আছে?

() আৰৱ।

() ছিংগাপুৰ।

() তুৰষ্ক।

() ইজিপ্ত।

উত্তৰঃ () ইজিপ্ত।

24. হিমবাহ কেইপ্ৰকাৰৰ–

() তিনি।

() দুই।

() এক।

() চাৰি।

উত্তৰঃ () দুই।

25. হিমবাহৰ গতিবেগ দিনটোৰ ভিতৰত কিমান?

() ২ মিটাৰতকৈ কম।

() তিনি মিটাৰতকৈ কম।

() এক মিটাৰতকৈ কম।

() .৫ মিটাৰতকৈ কম।

উত্তৰঃ () এক মিটাৰতকৈ কম।

26. হিমবাহৰ গতিপথ দীঘলীয়া-পথালিয়ে কি আকৃতিৰ?

() V আকৃতিৰ।

() U আকৃতিৰ।

() W আকৃতিৰ।

() Y আকৃতিৰ।

উত্তৰঃ () U আকৃতিৰ।

27. গ্ৰাব কেইপ্ৰকাৰৰ?

() চাৰি।

() তিনি।

() দুই।

() পাঁচ।

উত্তৰঃ () চাৰি।

28. তলৰ কোনটো অৱক্ষেপ জনিত অৱক্ষেপ?

() প্ৰান্তগ্ৰাৱ।

() গেদ।

() ইয়াৰদাং।

() কেম।

উত্তৰঃ () কেম।

29. পৃথিৱীৰ উপকূলৰেখাৰ সৰ্বমুঠ দৈৰ্ঘ্য কিমান?

() .৫ নিযুত কিলোমিটাৰ।

() ৫ নিযুত কিলোমিটাৰ।

().১৫ নিযুত কিলোমিটাৰ।

() এটাও নহয়।

উত্তৰঃ () .৫ নিযুত কিলোমিটাৰ।

30. বালি জমা হৈ সৃষ্টি ঢালযুক্ত অৱয়বক কি বোলে?

() তউ।

() বালিয়াৰি।

() গেদ।

() বালিয়াতট।

উত্তৰঃ () বালিয়াতট।

31. ছুনামি হৈছে—

() সাগৰীয় ঢৌ।

() নদীৰ ঢৌ।

() সমুদ্ৰৰ ঢৌ।

() এটাও নহয়।

উত্তৰঃ () সাগৰীয় ঢৌ।

32. অসমত কিমান চনত ডাঙৰ ভূমিকম্প হৈছিল?

() ১৯০১ চনত।

() ১৯৫০ চনত।

() ১৯৭০ চনত।

() ১৮৫০ চনত।

উত্তৰঃ () ১৯৫০ চনত।

33. জাপানত প্ৰলয়ংকাৰী ছুনামি কিমান চনত হৈছিল?

() ১৯৫০ চনত। 

() ২০১১ চনত।

() ২০০০ চনত।

() এটাও নহয়।

উত্তৰঃ () ২০১১ চনত।

34. পৃথিৱীৰ মহাসাগৰ কেইখন?

() পাঁচখন।

() চাৰিখন।

() সাতখন।

() ছয়খন।

উত্তৰঃ () পাঁচখন।

35. মহাদেশ আৰু মহাসাগৰত নানা ধৰণৰ পৰিবৰ্তন কিহে কৰে?

() পাহাৰ-পৰ্বতে।

() সাগৰ-উপসাগৰে।

() নদ-নদীয়ে।

() এটাও নহয়।

উত্তৰঃ () নদ-নদীয়ে।

36. অৱবাহিকাৰ সৃষ্টি কিহে কৰে?

() পর্বতে।

() হ্রদে।

() উপনদী, শাখা-নদী।

() মাটিয়ে।

উত্তৰঃ () উপনদী, শাখানদীয়ে।

37. নদীৰ পানীৰ মূল উৎস কি?

() পুখুৰীৰ পানী।

() বৰষুণৰ পানী।

() সাগৰৰ পানী।

() এটাও নহয়।

উত্তৰঃ () বৰষুণৰ পানী।

38. সর্পিল গতি বুলিলে কোনটোক বুজায়?

() সৰল পথেৰে কৰা গতি।

() আহল-বহল পথেৰে কৰা গতি।

() তলপিনে কৰা গতি।

() বেঁকা পথেৰে কৰা গতি।

উত্তৰঃ () বেঁকা পথেৰে কৰা গতি।

39. অশ্বখুৰা হ্রদ ক’ত সৃষ্টি হৈছিল?

() ৰাছিয়া।

() জাপান।

() ভাৰত।

() আমেৰিকা।

উত্তৰঃ () আমেৰিকাত।

40. দ্বীপৰ বিল কিহৰ বিচৰণভূমি?

() গঁড়ৰ।

() পৰিভ্ৰমী চৰাইৰ।

() হৰিণৰ।

() হলৌ বান্দৰৰ।

উত্তৰঃ () পৰিভ্ৰমী চৰাইৰ।

41. গেদ জমা হোৱাৰ ফলত পলসুৱা সমতল ভূমি সৃষ্টি হোৱাকে কি বোলে?

() প্লাৱনভূমি।

() হিউমাছ।

() বালিয়ৰি।

() দ্বীপ।

উত্তৰঃ () প্লাৱনভূমি।

42. বতাহে ধূলি-বালি উৰুৱাই নিয়া কাৰ্যক কি বোলে?

() অৱক্ষেপন।

() ইয়াৰদাং।

() অৱনমন।

() এটাও নহয়।

উত্তৰঃ () অৱনমন।

43. ঘৰ্ষণৰ যোগেদি ঘটা ক্ষয় প্রক্রিয়াক কি বোলে?

() অপঘর্ষণ।

() অপক্ষেপন।

() টর্নেড’।

() হিমবাহ।

উত্তৰঃ () অপঘর্ষণ।

44. ল’পনুৰ বাসিন্দা সকলে ভূ-প্রকৃতিক বুজাবলৈ কি শব্দ ব্যৱহাৰ কৰিছিল?

() ডেল্টা।

() ইয়াদাং।

() গ্ৰাৱ।

() কেম।

উত্তৰঃ () ইয়াদাং।

45. হিমালয় পর্বত কোন মহাদেশত অৱস্থিত?

() আফ্রিকা।

() উত্তৰ আমেৰিকা।

() এছিয়া।

() ওছেনিয়া।

উত্তৰঃ () এছিয়া মহাদেশত।

46. সাগৰৰ ঢৌৱে ক্ৰিয়া কৰি যি থিয় গৰাৰ সৃষ্টি কৰে তাক কি বোলে?

() সমুদ্রগৰা।

() হিমগিৰি।

() হিমবাহ।

() তৰংগ।

উত্তৰঃ () সমুদ্রগৰা।

অতি চমু প্রশ্ন উত্তৰ:

1. পৃথিৱীৰ উপৰিভাগত কিমান শতাংশ মাটি আছে?

উত্তৰঃ ২৯ শতাংশ।

2. হিমযুগ কেতিয়া আছিল বুলি কোৱা হৈছে?

উত্তৰঃ আজিৰ পৰা দুই নিযুত বছৰ পূৰ্বে।

3. ভূ-পৃষ্ঠৰ এটা আভ্যন্তৰীণ কাৰক হ’ল—

উত্তৰঃ আগ্নেয়গিৰিৰ উদগীৰণ।

4. বাহ্যিক কাৰক বুলিলে কি বুজা?

উত্তৰঃ ভূ-পৃষ্ঠৰ বাহিৰৰ পৰা হোৱা পৰিৱৰ্তনক বুজায়।

5. এটা বাহ্যিক কাৰকৰ উদাহৰণ দিয়া।

উত্তৰঃ বৰষুণ।

6. অৱবাহিকা কাক বোলে?

উত্তৰঃ এখন নদীয়ে পানী কঢ়িয়াই নিয়া একোটা এলেকাক অৱবাহিকা বোলে৷

7. উপনদী কি?

উত্তৰঃ উৎসৰ পৰা সমভূমিৰ মাজেৰে বৈ অহা প্রধান নদীসমূহত মিলিত হোৱা শাখানদীসমূহক উপনদী বোলে।

. ব্ৰহ্মপুত্ৰৰ দুখন উপনদীৰ নাম লিখা।

উত্তৰঃ পুঠিমাৰী, ধনশ্রী।

9. অৱনমন বুলিলে কি বুজা?

উত্তৰঃ বতাহে কোনো অংশৰ পৰা ধূলি-বালি উৰুৱাই নিয়া কাৰ্যক অৱনমন বোলে।

10. ইনছেলবার্গ কি?

উত্তৰঃ মৰুভূমিত অৱস্থিত একো একোটা ক্ষয়প্রাপ্ত চাপৰ পাহাৰ।

11. ইনছেলবার্গ শব্দৰ অৰ্থ কি?

উত্তৰঃ দ্বীপৰ দৰে অকলশৰীয়া পৰ্বত বা পাহাৰ।

12. দ্বীপবোৰৰ আকৃতি অসমীয়াত কি আখৰৰ দৰে?

উত্তৰঃ অসমীয়া ‘ব’ আখৰৰ দৰে।

13. বালিয়াৰি কাক বোলে?

উত্তৰঃ অৱনমন প্ৰক্ৰিয়াৰে কঢ়িয়াই নিয়া ধূলি-বালিবোৰ যি ঠাইত জমা হয়, তাত ক্ৰমে ওখ হৈ পাহাৰৰ ৰূপ লয়৷ এনে পাহাৰক বালিয়াৰি বোলে।

14. হিমবাহৰ গতিপথ কেনেকুৱা?

উত্তৰঃ দীঘলীয়া।

15. আল্লছ পর্বতমালা কোন দেশৰ?

উত্তৰঃ ছুইজাৰলেণ্ডৰ।

16. হিমবাহেহ কি আকৃতিৰ উপত্যকাৰ বৃষ্টি কৰে?

উত্তৰঃ ‘U’ আকৃতিৰ।

17. উচ্চ ভূমি অঞ্চলত নদীৰ গতিবেগ কি?

উত্তৰঃ প্রবল।

18. ভৈয়াম অঞ্চলৰ নদীৰ গভীৰতা কি?

উত্তৰঃ হ্রাস পায়।

19. নদীৰ পাশ্বখননৰ পৰিণতি কি?

উত্তৰঃ গৰাখহনীয়া।

20. অসমৰ একমাত্ৰ ৰামছাৰ এলেকাটোৰ নাম কি?

উত্তৰঃ দ্বীপৰ বিল।

21. নদীয়ে কিহৰ সহায়ত গেদৰ সৃষ্টি কৰে?

উত্তৰঃ খনন কাৰ্যৰ জৰিয়তে।

22. প্লাৱন ভূমি কাক বোলে?

উত্তৰঃ নদীৰ দুয়োপাৰে যুগ যুগ ধৰি গেদ জমা হৈ সৃষ্টি কৰা পলসুৱা সমতল ভূমিক প্লাৱনভূমি বোলে।

23. ইয়াদাং শব্দটো কোনে ব্যৱহাৰ কৰিছিল?

উত্তৰঃ টাৰিম অৱবাহিকাৰ ল’পনুৰ সকলে।

No comments:

Post a Comment