js

Thursday, September 12, 2024

SEBA Class IX Social Science [GEOGRAPHY] Chapter 2 MCQ [Assamese medium]

সমাজ বিজ্ঞান : ভূগোল

অধ্যায় ৭ঃ বায়ুমণ্ডল: গঠন, বায়ুৰ চাপ আৰু বায়ুপ্ৰবাহ

Multiple Choice Questions & Answers

বহুবিকল্প বাছনি প্রশ্ন:



1. বায়ু আমাৰ কোনফালে আছে?

() চাৰিওফালে।

() দুফালে।

() ওপৰফালে।

() এটাও নহয়।

উত্তৰঃ () চাৰিওফালে।

2. চাৰিওফালে গেছীয় অৱস্থাত থকা বায়ুৰ আৱৰণটোক কি বোলে?

() স্থলমণ্ডল।

() শিলামণ্ডল।

() জলমণ্ডল।

() বায়ুমণ্ডল।

উত্তৰঃ () বায়ুমণ্ডল।

3. পৃথিৱীপৃষ্ঠৰ পৰা কিমান কিলোমিটাৰ পৰ্যন্ত বায়ুমণ্ডল বিস্তৃত?

() ১০০০ কিলোমিটাৰ।

() ১০,০০০ কিলোমিটাৰ।

() ১১,০০০ কিলোমিটাৰ।

() ৫০০ কিলোমিটাৰ।

উত্তৰঃ () ১০,০০০ কিলোমিটাৰ।

4. অশ্মমণ্ডল বুলিলে কি বুজা?

() পানীৰে পৰিপূৰ্ণ।

() মাটি আৰু পানী।

() মাটি আৰু বায়ু।

() এটাও নহয়।

উত্তৰঃ () মাটি আৰু পানী।

5. সৌৰজগতৰ গ্ৰহবোৰৰ ভিতৰত পৃথিৱীৰ স্থান কি?

() নিম্ন স্থান।

() স্থান নাই।

() সর্বোচ্চ।

() কোনাটোৱে নহয়।

উত্তৰঃ () সর্বোচ্চ।

6. শতকৰা হিচাপত নাইট্ৰ’জেনৰ আয়তন কিমান?

() .০৩

() ২০.৯৪

() .০১৪

() ৭৮.০৮

উত্তৰঃ () ৭৮.০৮

7. শতকৰা হিচাপত বায়ুমণ্ডলত অক্সিজেনৰ পৰিমাণ কিমান?

() ২০.৯৪

() .৯৩

() ৭৮.০৮

() .০৩৬

উত্তৰঃ () ২০.৯৪

8. নাইট্ৰ’জেনৰ ৰাসায়নিক সংকেত কি?

() NE

() N₂

() Xe

() Kr

উত্তৰঃ () N₂

9. বায়ুমণ্ডলত থকা সৰ্বাধিক পৰিমাণৰ গেছটোৰ নাম কি?

() অক্সিজেন।

() আর্গন।

() নাইট্ৰ’জেন।

() এটাও নহয়।

উত্তৰঃ () নাইট্ৰ’জেন।

10. পৃথিৱীত জীৱ-জন্তু তথা উদ্ভিদ জীয়াই থকাৰ প্রয়োজনীয় উষ্ণতা হৈছে–

() ১৫° ছেণ্টিগ্রেড।

() ২০° ছেণ্টিগ্রেড।

() ° ছেণ্টিগ্রেড।

() ° ছেণ্টিগ্রেড।

উত্তৰঃ () ১৫° ছেণ্টিগ্রেড।

11. বায়ুমণ্ডলৰ কোনটো গেছে জীৱ-জগতক বিপদৰ পৰা ৰক্ষা কৰে?

() নাইট্ৰ’জেন।

() অ’জন।

() অক্সিজেন।

() এটাও নহয়।

উত্তৰঃ () অ’জন।

12. বায়ুমণ্ডলৰ গেছীয় গঠন কিমান কিলোমিটাৰ লৈ আছে?

() ১০০০ কিলোমিটাৰ।

() ,০০০ কিলোমিটাৰ।

() ১ কিলোমিটাৰ।

() ১০,০০০ কিলোমিটাৰ।

উত্তৰঃ () ১০,০০০ কিলোমিটাৰ৷

13. বিজ্ঞানীসকলে বায়ুমণ্ডলক কেইটা ভাগত ভাগ কৰিছে?

() দুটা।

() তিনিটা।

() চাৰিটা।

() পাঁচটা।

উত্তৰঃ () দুটা।

14. আনৱিক ভৰ অনুসৰি বায়ুমণ্ডলৰ তৰপ কেইটা—

() দুই।

() তিনি।

() চাৰি।

() পাঁচ।

উত্তৰঃ () চাৰি।

15. ভূ-পৃষ্ঠত লাগি থকা বায়ুমণ্ডলৰ স্তৰ কোনটো?

() ষ্টেট’স্ফিয়েৰ।

() ট্র’প’স্ফিয়েৰ।

() থামস্ফিয়েৰ।

() এটাও নহয়।

উত্তৰঃ () ট্র’প’স্ফিয়েৰ।

16. ট্র’পস্ফিয়েৰৰ গড় উচ্চতা হৈছে—

() ২০ কি.মি.

() ১২ কি.মি.

() ১০ কি.মি.

() এটাও নহয়।

উত্তৰঃ () ১২ কি.মি.

17. ট্র’পস্ফিয়েৰৰ উৰ্দ্ধসীমাটোৰ নাম কি বুলি জনা যায়?

() ট্ৰপ’পজ।

() অস্ত্ৰ’পজ।

() ষ্ট্রেট’পজ।

() এটাও নহয়।

উত্তৰঃ () ট্ৰপ’জপ।

18. অ’জন গেছৰ অনুৱে কি ৰশ্মি শোষণ কৰে?

() অতি ৰঞ্জিত ৰশ্মি।

() অতি বেঙুণীয়া ৰশ্মি।

() এটাও নহয়।

উত্তৰঃ () অতি বেঙুণীয়া ৰশ্মি।

19. মেছ’পজত নিম্নতম উষ্ণতা কিমান হয়?

() – ১০° ছেন্টিগ্রেড।

() – ৯৫° ছেন্টিগ্রেড।

() – ১০০° ছেন্টিগ্রেড।

() এটাও নহয়।

উত্তৰঃ () – ১০০° ছেন্টিগ্রেড।

20. বায়ুমণ্ডলৰ শীৰ্ষতম তৰপটোৰ নাম কি?

() ট্র’পস্ফিয়েৰ।



() ষ্টেট’স্ফিয়েৰ।

() থার্ম’স্ফিয়েৰ।

() এক্স’স্ফিয়েৰ।

উত্তৰঃ () এক্স’স্ফিয়েৰ।

21. এক্স’স্ফিয়েৰত বায়ুৰ উষ্ণতা কিমান ডিগ্ৰী বৃদ্ধি হয়?

() ৫৫৫০° ছেন্টিগ্রেড।

() ৫৫০০° ছেন্টিগ্রেড।

() ৫০০° ছেন্টিগ্রেড।

() এটাও নহয়।

উত্তৰঃ () ৫৫৫০° ছেন্টিগ্রেড।

22. বায়ুৰ ঘনত্ব বাঢ়িলে চাপৰ পৰিমাণৰ কি হয়?

() সমান থাকে।

() কমে।

() এটাও নহয়।

() বাঢ়ে।

উত্তৰঃ () বাঢ়ে।

23. বায়ুমণ্ডলৰ চাপৰ জোখ ক’ত লোৱা হয়?

() সাগৰৰ তলত। 

() সাগৰ পৃষ্ঠত।

() মহাসাগৰৰ মাজ ভাগত।

() এটাও নহয়।

উত্তৰঃ () সাগৰ পৃষ্ঠত।

24. বায়ুণ্ডলৰ চাপ প্ৰতি বৰ্গ ছেন্টিমিটাৰত কিমান?

() ১ কিলোগ্রাম।

() ৫ কিলোগ্রাম।

() ১০ কিলোগ্রাম।

() ১০০ কিলোগ্রাম।

উত্তৰঃ () ১ কিলোগ্রাম।

25. স্বয়ংক্রিয়ভাৱে বেৰ’মিটাৰৰ সহায়ত কি অংকণ কৰা হয়?

() ছিছম’গ্ৰাফ।

() পাউণ্ড।

() মিলিবাৰ।

() বেৰ’গ্ৰাফ।

উত্তৰঃ () বেৰ’গ্ৰাফ।

26. বায়ুমণ্ডলৰ চাপৰ প্ৰধান কাৰণ কেইটা?

() দুটা।

() তিনিটা।

() চাৰিটা।

() এটাও নহয়।

উত্তৰঃ () দুটা।

27. পাতল বায়ুৰ চাপ কেনেকুৱা?

() বেছি।

() কম।

() নাই।

() এটাও নহয়।

উত্তৰঃ () কম।

28. বায়ুৰ চাপ কিহেৰে জোখা হয়?

() থামমিটাৰ।

() লেক্ট’মিটাৰ।

() অড’মিটাৰ।

() বেৰ’মিটাৰ।

উত্তৰঃ () বেৰ’মিটাৰ।

29. বায়ুমণ্ডলৰ চাপৰ তাৰতম্য অনুসৰি পৃথিবীপৃষ্ঠত কেইটা চাপমণ্ডল চিনাক্ত কৰে?

() তিনিটা।

() পাঁচটা।

() চাৰিটা।

() দুটা।

উত্তৰঃ () চাৰিটা।

30. বায়ুৰ গতি কেই প্ৰকাৰৰ?

() তিনি প্ৰকাৰৰ।

() দুই প্ৰকাৰৰ।

() চাৰি প্ৰকাৰৰ।

() এটাও নহয়।

উত্তৰঃ () দুই প্ৰকাৰৰ।

31. ‘কোৰিওলিচ বল’ বুলিলে কাক বুজায়?

() তাপকেন্দ্রিক শক্তি।

() মাধ্যাকর্ষণ শক্তি।

() চাপনিত শক্তি।

() এটাও নহয়।

উত্তৰঃ () তাপকেন্দ্রিক শক্তি।

32. কোৰিঅলিচ বল কোনে আৱিষ্কাৰ কৰিছিল?

() এডৱাৰ্ড জেনাৰ।

() আলেকজেণ্ডাৰ গ্ৰাহামবেল।

() গেচপাৰ্ড ডি কোৰিঅলিচ।

() এজনো নহয়।

উত্তৰঃ () গেচপাৰ্ড ডি কোৰিঅলিচ।

33. দক্ষিণ গোলার্ধৰ বায়ুপ্রবাহক ঘড়ীৰ কঁটাৰ বিপৰীত দিশত বাওঁফালে বিক্ষেপিত কৰাক কাৰ সূত্র বোলে?

() ফ্লৱেলৰ সূত্ৰ।

() ফেৰেলৰ সূত্র।

() নিউটনৰ সূত্ৰ।

() এজনো নহয়।

উত্তৰঃ () ফেৰেলৰ সূত্ৰ।

34. পশ্চিম দিশৰ পৰা বলা বতাহক কি বতাহ বোলে?

() পশ্চিমা বতাহ।

() পূর্বী বতাহ।

() ধুমুহা বতাহ।

() নীৰৱ বতাহ।

উত্তৰঃ () পশ্চিমা বতাহ।

35. ভূ-পৃষ্ঠৰ যি দিশলৈ বতাহ বলে তাক কি বোলে?

() পৱনবিমুখ।

() পৱনমুখী।

() পৱন পুত্ৰ।

() এটাও।

উত্তৰঃ () পৱনবিমুখ।

36. বতাহৰ সঠিক দিশ কিহৰ সহায়ত নিৰ্ণয় কৰা হয়?

() থামমিটাৰ।

() হাইগ্ৰমিটাৰ।

() উইণ্ড ভেন।

() লেক্টমিটাৰ।

উত্তৰঃ () উইণ্ড ভেন।

37. বতাহৰ গতিকো কিহৰ সহায়ত জোখা হয়?

() কনিমিটাৰ।

() এনিম’মিটাৰ।

() লেক্টমিটাৰ।

() এনিম’মিটাৰ।

উত্তৰঃ () এনিম’মিটাৰ।

38. এক নট মানে কি?

() ২ নটিকেল মাইল।

() ১ কিলোমিটাৰ।

() ১ নটিকেল মাইল।

() এটাও নহয়।

উত্তৰঃ () ১ নটিকেল মাইল।

39. প্রবল বতাহৰ প্ৰভাৱ ক’ত পৰে?

() চকু মুখত কোব পৰে।

() ফটা কাগজ উৰুৱাই নিয়ে।

() পুখুৰীৰ পানীত ঢৌ উঠে।

() গছৰ ডাঙৰ ডাঙৰ ডাল লৰে।

উত্তৰঃ () গছৰ ডাঙৰ ডাঙৰ ডাল লৰে।

40. বায়ুৰাশি পোনে পোনে মিশ্রণ নঘটি বিচ্ছেদক ৰেখাৰ সৃষ্টি কৰাক কি বোলে?

() অন্তর্ধান বতাহ।

() বাতাগ্র।

() গৌণ বতাহ।

() এটাও নহয়।

উত্তৰঃ () বাতাগ্র বোলে।

41. বাতাগ্ৰবোৰক কেই শ্ৰেণীত ভাগ কৰিব পাৰি?

() চাৰি।

() তিনি।

() দুই।

() এক।

উত্তৰঃ () চাৰি শ্ৰেণীত।

42. ক্রান্তীয় ঘূর্ণীবতাহৰ গতিবেগ প্রতি ঘণ্টাত কিমান?

() ১২০ ৰ পৰা ২০০ কিঃমিঃ।

() ১০০ ৰ পৰা ১৫০ কিঃমিঃ।

() ১২০ ৰ পৰা ২৮০ কিঃমিঃ।

() ২৮০ ৰ পৰা ৩৮০ কি.মি.

উত্তৰঃ () ১২০ ৰ পৰা ২৮০ কিঃমিঃ।

43. ঘূর্ণীবতাহৰ চাপ দীঘলীয়া হ’লে কি বোলে?

() উধান।

() জডনি।

() ৰিমাণ্ড।

() মৌছম।

উত্তৰঃ () উধান।

44. ১৮৬১ চনত Anticyclone শব্দটো কোনে ব্যৱহাৰ কৰিছিল?

() নিউটন।

() গেলিলিঅ’।

() ফেৰেল।

() গেল্টন।

উত্তৰঃ () গেল্টন।

45. মৌচুমী শব্দটো আৰবী কোন শব্দৰ পৰা আহিছে?

() মনছিন।

() মছনদ।

() মৌছম।

() এটাও নহয়।

উত্তৰঃ () মৌছম।

46. চিৰোক্কো কি?

() মৌচুমী বতাহ।

() প্রবাহিত বতাহ।

() ঘূর্ণী বতাহ।

() স্থানীয় বতাহ।

উত্তৰঃ () স্থানীয় বতাহ।

47. বায়ুমণ্ডলত কার্বনডাই অক্সাইড গেছৰ শতকৰা পৰিমাণ কিমান?

() ৭৮ শতাংশ।

() .০৩৬ শতাংশ।

() .৯৩ শতাংশ।

() এটাও নহয়।

উত্তৰঃ () .০৩৬ শতাংশ।

48. ট্র’পস্ফিয়েৰত জলীয় বাষ্প আৰু ধুলিকণাৰ পৰিমাণ কিমান?

() /৫ অংশ।

() /২ অংশ।

() /৪ অংশ।

() /৩ অংশ।

উত্তৰঃ () /৪ অংশ।

49. বায়ুৰ গতি কেইপ্ৰকাৰৰ?

() দুই প্ৰকাৰৰ।

() তিনি প্ৰকাৰৰ।

() চাৰি প্ৰকাৰৰ।

() নাই।

উত্তৰঃ () দুই প্ৰকাৰৰ।

50. বায়ুৰ গতি দুটা হ’ল অনুভূমিক আৰু

() যৌগিক।

() নিম্ন শৈলিক।

() উলম্বিক।

() এটাও নহয়।

উত্তৰঃ () উলম্বিক প্রবাহ।

51. এনিম’গ্ৰাফৰ সহায়ত কি কৰা হয়?

() বতাহৰ দিশ আৰু গতিবেগ লিপিবদ্ধ কৰা হয়।

() বতাহৰ বেগ জোখা হয়।

() অকল বতাহৰ বিশুদ্ধতা জোখা হয়।

() বতাহৰ গতিবেগ আৰু ওজন জোখা হয়।

উত্তৰঃ () বতাহৰ দিশ আৰু গতিবেগ লিপিবদ্ধ কৰা হয়।

52. নট হিচাপে সতেজ বতাহৰ গতিবেগ হৈছে—

() ১৫-২০

() ১৭-২১

() ৩০-৩৪

() ১১-১৬

উত্তৰঃ () ১৭-২১

53. সতেজ ধুমুহা বতাহৰ প্ৰভাৱ হ’ল—

() ধুৱাঁ বায়ুৰ দিশ অনুযায়ী।

() বায়ুৰ নিৰ্দেশত ঘূৰে।

() খোজ কঢ়াত বতাহে কোবায়।

() গছৰ কুঁহিপাত ছিগি যায়, খোজকাঢ়ি আগবাঢ়িব নোৱাৰি।

উত্তৰঃ () গছৰ কুঁহিপাত ছিগি যায়, খোজকাঢ়ি আগবাঢ়িব নোৱাৰি।

54. আতংক সৃষ্টিকাৰী, সা-সম্পত্তি, ধন-জনৰ অশেষ ক্ষতিকাৰক বতাহক কি বোলে?

() প্রবল বতাহ।

() পাকঘূৰণি বতাহ।

() হাৰিকেন বতাহ। 

() পাতল বতাহ।

উত্তৰঃ () হাৰিকেন বতাহ।

55. ঘণ্টাত ৬৪০ কিঃমিঃ বেগত তীব্রবেগী বতাহক কি বোলে?

() বাতাগ্র।

() জেট প্রবাহ।

() টর্নেডো।

() হাৰিকেন।

উত্তৰঃ () জেট প্রবাহ।

56. উত্তাপ, আর্দ্রতা আদিৰ সমগুণ সম্পন্ন বৃহৎ আকাৰৰ একোটা বায়ুপুঞ্জক কি বোলে?

() বায়ুৰাশি।

() পছোৱা বতাহ।

() বাতাগ্র।

() নির্বাত।

উত্তৰঃ () বায়ুৰাশি বোলে।

57. আন্তঃক্রান্তীয় অভিসাৰী মণ্ডলৰ দুৰ্বল আৰু মন্থৰ বায়ুপ্রবাহক কি বোলে?

() শান্ত বলয় বা নির্বাত।

() জেট প্রবাহ।

() পশ্চিমা বতাহ।

() নিয়ত বতাহ।

উত্তৰঃ () শান্ত বলয় বা নির্বাত।

58. চিঞৰা ষাঠি হিচাপে কিহঁক অভিহিত কৰে?

() চল্লিশ দশকৰ অঞ্চল।

() পঞ্চাশ দশকৰ অঞ্চল।

() ষাঠিৰ দশকৰ অঞ্চল।

() এটাও নহয়।

উত্তৰঃ () ষাঠিৰ দশকৰ অঞ্চল।

59. বাতাগ্র সৃষ্টি হ’বলৈ বায়ুৰাশিৰ কেইটা অৱস্থাৰ প্রয়োজন?

() তিনিটা।

() দুটা।

() চাৰিটা।

() প্রয়োজন নাই।

উত্তৰঃ () দুটা।

60. যি বাতাগ্রত শীতল বায়ুৰাশিয়ে উষ্ণ বায়ুৰাশিৰ স্থানান্তৰ কৰে তাক কি বোলে?

() শীতল বাতাগ্র।

() উষ্ণ বাতাগ্র।

() অন্তধৃত বাতাগ্র।

() অচল বাতাগ্র।

উত্তৰঃ () শীতল বাতাগ্র।

61. যি বাতাগ্রই সংশ্লিষ্ট বায়ুৰাশিক স্থানান্তৰ হোৱাত সহায় নকৰি এক স্থিৰ অৱস্থাত থাকে তাক কি বোলে?

() শীতল বাতাগ্র।

() অন্তর্ধত বাতাগ্র।

() অচল বাতাগ্র।

() এটাও নহয়।

উত্তৰঃ () অচল বাতাগ্র।

62. শীত তৰঙ্গ কাক বোলে?

() গৰম প্ৰবাহ।

() প্রতীপ প্রবাহ।

() উষ্ণ প্রবাহ।

() শীতল প্রবাহ।

উত্তৰঃ () শীতল প্রবাহ।

63. আল্পছ পর্বতমালাৰ উত্তৰ ফালেদি ব’লা বতাহক কি বোলে?

() ধুমুহা।

() ফ’ন বতাহ।

() টর্নেড’।

() এটাও নহয়।

উত্তৰঃ () ফ’ন বতাহ।

অতি চমু প্রশ্ন উত্তৰ:

1. বায়ুমণ্ডল কিমান উচ্চতালৈ বিস্তৃত?

উত্তৰঃ ১০,০০০ কিঃমিঃ উচ্চতালৈ বিস্তৃত।

2. হম’স্ফিয়েৰ আৰু হেটেস্ফিয়েৰৰ মাজৰ সীমাটোৰ নাম কি?

উত্তৰঃ মেছ’পজ।

3. ফেৰেলৰ সূত্র কি?

উত্তৰঃ উত্তৰ গোলার্ধত বায়ু সোঁফালে আৰু দক্ষিণ গোলার্ধত বায়ু বাওঁফালে সলনি হৈ প্রবাহিত হয়। ইয়াকে ফেৰেলৰ সূত্ৰ বোলে।

4. অ’জন গেছৰ স্তৰটো ক’ত অৱস্থিত?

উত্তৰঃ ষ্ট্ৰেট’স্ফিয়েত।

5. বায়ুমণ্ডলত কিমান শতাংশ অক্সিজেন থাকে?

উত্তৰঃ ২০.৯৪ শতাংশ।

6. বায়ুপ্রবাহৰ মূল কাৰণটো কি?

উত্তৰঃ চাপৰ তাৰতম্য।

7. বতাহৰ গতিবেগ জোখা যন্ত্ৰটোৰ নাম কি?

উত্তৰঃ এনিম’মিটাৰ।

8. বতাহৰ গতিবেগৰ এককটো কি?

উত্তৰঃ নট।

9. মৌচুমী বতাহ কোন শ্রেণীৰ অন্তৰ্গত?

উত্তৰঃ গৌণ বতাহ।

10. প্রশান্ত মহাসাগৰৰ ঘূর্ণীবতাহৰ নাম কি?

উত্তৰঃ হাৰিকেন।

11. ট্রপ’স্ফিয়েৰৰ উৰ্দ্ধ সীমাৰ নাম কি?

উত্তৰঃ ট্রপ’পজ।

12. ষ্ট্ৰেট’স্ফিয়েৰৰ উৰ্দ্ধসীমাটোৰ নাম কি?

উত্তৰঃ ষ্ট্ৰেট’পজ।

13. মেছ’স্ফিয়েৰৰ নিম্নসীমাৰ নাম কি?

উত্তৰঃ মেছ’পজ।

14. মেছ’স্ফিয়েৰৰ নিম্ন সীমাত বায়ুমণ্ডলৰ উত্তাপ কিমান?

উত্তৰঃ ১০০° ছেণ্টিগ্রেড।

15. বায়ুমণ্ডলৰ কোনটো স্তৰত অ’জন গেছ আছে?

উত্তৰঃ ষ্টেটস্ফিয়েৰত।

16. বায়ুমণ্ডলৰ শীৰ্ষতম স্তৰটোৰ নাম কি?

উত্তৰঃ এক্স’স্ফিয়েৰ।

17. চাম মানে কি ?

উত্তৰঃ প্রতি একক ক্ষেত্ৰত বায়ুৱে প্ৰয়োগ কৰা বলৰ মান।

18. বায়ুৰ চাপ কিহেৰে জোখা হয়?

উত্তৰঃ বেৰ’মিটাৰ৷

19. ১ ইঞ্চি উচ্চতাৰ পৰাস্তম্ভৰ চাপৰ মান কিমান?

উত্তৰঃ ৩৩.৯ মিলিবাৰ ৷

20. বতাহৰ গতিবেগ কোনটো শক্তিৰ ওপৰত নিৰ্ভৰশীল?

উত্তৰঃ চাপতি শক্তিৰ ওপৰত।

21. এক্স’স্ফিয়েৰত বায়ুৰ উষ্ণতা কিমান বৃদ্ধি পায়?

উত্তৰঃ ৫৫৫০° ছেণ্টিগ্রেডলৈ বৃদ্ধি পায়।

22. বায়ু উত্তপ্ত হ’লে কোন দিশলৈ গতি কৰে?

উত্তৰঃ উর্দ্ধগামী।

23. বায়ুমণ্ডলৰ চাপৰ তাৰতম্যৰ কাৰণ কেইটা?

উত্তৰঃ দুটা।

24. বতাহ কাক বোলে?

উত্তৰঃ বায়ুৱে চাপ কম থকা ঠাইলৈ গতি কৰে। বায়ুৰ গতিকে বতাহ বোলে।

25. মুখ্য বায়ুপ্রবাহ কাক বোলে?

উত্তৰঃ সমগ্র পৃথিৱীজুৰি যি বায়ুৰ চলাচল হৈ থাকে তাক মুখ্য বায়ুপ্রবাহ বোলে।

26. বায়ুৰাশি কাক বোলে?

উত্তৰঃ উত্তাপ, আৰ্দ্ৰতা আদিৰ সমগুণ সম্পন্ন বৃহৎ আকাৰৰ একো একোটা দ্বীপপুঞ্জক বায়ুৰাশি বোলে।

No comments:

Post a Comment

General Knowledge

1. A and B are brothers. C and D are sisters. A's son is D's brother. How is B related to C ? A. Father B. Brother C. Uncle D. Gr...