js

Thursday, September 12, 2024

SEBA Class IX Social Science [History] Chapter 3 MCQ [Assamese medium]

সমাজ বিজ্ঞান : ইতিহাস

অধ্যায় ৩ঃ মোৱামৰীয়া গণবিদ্ৰোহ



Multiple Choice Questions & Answers

বহুবিকল্প বাছনি প্রশ্ন:



1. মোৱামৰীয়া শব্দটো কোনটো শব্দৰ পৰা উপলব্ধি হৈছে?

() মায়ামৰা।

() মায়া-মমতা।

() মায়া-মোহ।

() এটাও নহয়।

উত্তৰঃ () মায়ামৰা।

2. মায়ামৰা কিহৰ নাম?

() শংকৰী সত্ৰ।

() বৈষ্ণৱ সত্ৰ।

() মাধৱ সত্ৰ।

() এটাও নহয়।

উত্তৰঃ () বৈষ্ণৱ সত্ৰ।

3. সত্ৰসমূহৰ কেইটা ভাগ বা সংহতিৰ সৃষ্টি হৈছিল?

() দুটা।

() তিনিটা।

() চাৰিটা।

() পাঁচটা।

উত্তৰঃ () চাৰিটা।

4. লক্ষ্মী সিংহৰ দিনত কোনটো বিদ্ৰোহ হৈছিল?

() কৃষক বিদ্রোহ।

() লছিমা বিদ্রোহ।

() গণ বিদ্রোহ।

() মোৱামৰীয়া বিদ্রোহ।

উত্তৰঃ () মোৱামৰীয়া বিদ্রোহ।

5. মোৱামৰীয়া বিদ্ৰোহ কিমান বছৰ জুৰি আছিল

() ৫৩ বছৰ।

() ৩৫ বছৰ।

() ৩০ বছৰ।

() ২৫ বছৰ।

উত্তৰঃ () ৩৫ বছৰ।

6. মোৱামৰীয়া বিদ্ৰোহ কাৰ দিনত সমাপ্তি ঘটিছিল?

() স্বৰ্গদেউ কমলেশ্বৰ দিনত।

() ৰুদ্ৰসিংহৰ দিনত।

() চুকাফাৰ দিনত।

() ৰাজেশ্বৰ সিংহৰ দিনত।

উত্তৰঃ () স্বৰ্গদেউ কমলেশ্বৰ দিনত।

7. আহোম ৰজাসকলক কি বুলি সম্বোধন কৰা হয়?

() সম্রাট।

() ৰজা।

() বাদস্বাহ।

() স্বৰ্গদেউ।

উত্তৰঃ () স্বৰ্গদেউ।

8. স্বৰ্গদেউ’ বুলি কোৱা প্ৰথা কাৰ দিনৰ পৰা আৰম্ভ হয়?

() চুকাফাৰ দিনৰ পৰা।

() ৰুদ্ৰসিংহৰ দিনৰ পৰা।

() চুতেউফাৰ দিনৰ পৰা।

() চুহুংমুঙৰ দিনৰ পৰা।

উত্তৰঃ () চুহুংমুঙৰ দিনৰ পৰা।

9. ভগাৰজা কোন আছিল?

() চুহুংসুঙ।

() চুৰুমফা।

() ল’ৰাৰ ৰজা।

() চুচেনফা।

উত্তৰঃ () চুৰুমফা।

11. পাইক কোন আছিল?

() আহোম ৰাজ্যৰ সম্ৰাট।

() আহোমৰ প্ৰজাৰ উত্তৰসুৰী।

() আহোম সকলৰ খেতিয়ক।

() আহোমৰ সকলো পুৰুষ-মহিলা।

উত্তৰঃ () আহোমৰ সকলো পুৰুষ-মহিলা।

12. অসমত ইংৰাজৰ প্ৰথম আগমন কোন চনত হৈছিল?

() ১৭৯২

() ১৮৯২

() ১৭৯০

() ১৮২০

উত্তৰঃ () ১৭৯২

13. অসমত ইংৰাজৰ আগমন কোনজন স্বৰ্গদেৱৰ আমন্ত্ৰণত হৈছিল?

() স্বৰ্গদেউ ৰুদ্ৰসিংহ।

() স্বৰ্গদেউ চুকাফা।

() স্বৰ্গদেউ গদাধৰ সিংহ।

() স্বৰ্গদেউ গৌৰীনাথ সিংহ।

উত্তৰঃ () স্বৰ্গদেউ গৌৰীনাথ সিংহ।

14. ১৭৯৩ চনত ৮ ফেব্ৰুৱাৰীত কাৰ কাৰ মাজত চুক্তি হৈছিল?

() গৌৰীনাথ সিংহ আৰু কেপ্তেইন হলৰইড।

() গৌৰীনাথ সিংহ আৰু কেপ্তেইন ওৱেলচ।

() কৃষ্ণকান্ত সিংহ আৰু গৌৰীনাথ সিংহ।

() ওপৰৰ কোনোটোৱে নহয়।

উত্তৰঃ () গৌৰীনাথ সিংহ আৰু কেপ্তেইন ওৱেলচ।

15. ১৭৯৩ চনৰ বাণিজ্যিক চুক্তিৰ চৰ্তকেইটা আছিল?

() পাঁচটা।

() চাৰিটা।

() তিনিটা।

() দুটা।

উত্তৰঃ () পাঁচটা।

16. পৰৰাজ্যত হস্তক্ষেপ বিৰোধী নীতি কোনে গ্রহণ কৰে?

() ছাৰ জন হলচে।

() ছাৰ জন লিনথিগত।

() ছাৰ জন ছোৰে।

() এজনো নহয়।

উত্তৰঃ () ছাৰ জন ছোৰে।

17. কমলেশ্বৰ সিংহৰ আহোম নাম কি?

() চুক্লেনমা।

() চডেউফা।

() চুচেনফা।

() চুডাংফা।

উত্তৰঃ () চুক্লেনমা।

18. স্বৰ্গদেউ গৌৰীনাথ সিংহৰ মৃত্যু হয়।

() ১৮৯৫ চন।

() ১৮৯৩ চন।

() ১৭৯০ চন।

() ১৭৯৫ চন।

উত্তৰঃ () ১৭৯৫ চন।

19. মটক ৰাজ্য প্রতিষ্ঠা কৰিছিল?

() ১৮০৫ চন।

() ১৯০৫ চন।

() ১৮০১ চন।

() ১৮০০ চন।

উত্তৰঃ () ১৮০৫ চন।

20. আহোম শাসনতন্ত্ৰৰ অৱনতি, কোন বিদ্ৰোহৰ পৰিণতি?

() শৰাইঘাটৰ বিদ্ৰোহৰ।

() মোগল আৰু আহোমৰ বিদ্ৰোহৰ।

() মোৱামৰীয়া বিদ্ৰোহৰ।

() এটাও নহয়।

উত্তৰঃ () মোৱাৰমীয়া বিদ্ৰোহৰ।

21. আহোম সকলে অসমত প্ৰথম ৰাজধানী ক’ত স্থাপন কৰিছিল?

() শদিয়াত।

() চৰাইদেউত।

() গুৱাহাটীত।

() ৰংপুৰত।

উত্তৰঃ () চৰাইদেউত।

22. অসমৰ বৰ্তমান ৰাজধানী কোন জিলাত অৱস্থিত?

() দৰং।

() শোণিতপুৰ।

() নগাওঁ।

() কামৰূপ।

উত্তৰঃ () কামৰূপ।

23. কাৰ দিনত মোৱামৰীয়া বিদ্ৰোহ হৈছিল?

() শিৱসিংহ।

() বিশ্বসিংহ।

() লক্ষ্মীসিংহ।

() পোৰন্দৰ সিংহ।

উত্তৰঃ () লক্ষ্মীসিংহ।

24. মায়ামৰা কোন সংহতিৰ অন্তৰ্ভূক্ত?

() পূর্ণ সংহতি।

() কাল সংহতি।

() অপূর্ব সংহতি।

() এটা নহয়।

উত্তৰঃ () কাল সংহতি।

25. মায়ামৰা সত্ৰৰ শিষ্যসকল কোন আছিল?

() মৰাণ।

() চুতীয়া।

() মিচিং।

() বড়ো।

উত্তৰঃ () মৰাণসকল।

26. গদাধৰ সিংহৰ পিছত কোনে আহোম ৰাজপাটত উঠে?

() চুচেনফা।

() ছোমদেউ।

() শিৱসিংহ।

() ৰুদ্ৰসিংহ।

উত্তৰঃ () ৰুদ্ৰসিংহ।

27. আহোম সকলৰ প্ৰধান উপাস্য দেৱতা কোন আছিল?

() চক্ৰধ্বজ সিংহ।

() শিৱ।

() পার্বতী।

() ছোমদেউ।

উত্তৰঃ () ছোমদেউ।

28. শিৱসিংহই ব্রাহ্মণ পণ্ডিতক কোন পাহাৰত স্থাপন কৰিছিল?

() নীলাচল।

() সন্ধ্যাচল।

() ভস্মাচল।

() মদন কামদেৱ।

উত্তৰঃ () নীলাচল।

29. কৃষ্ণৰাম ভট্টাচাৰ্য আৰু উত্তৰপুৰুষ সকলক কি বুলি জনা গৈছিল?

() গোঁসাই।

() কেঁচাই খাইতী।

() পৰ্বতীয়া গোঁসাই।

() এটাও নহয়।

উত্তৰঃ () পৰ্বতীয়া গোঁসাই।

30. বৰকুৱৰী ফলেশ্বৰীক আন কি নামেৰে জনাজাত আছিল?

() বৰবাণী।

() বৰৰজা।

() বৰপাত্ৰ।

() বৰকোঁৱৰ।

উত্তৰঃ () বৰজা।

31. আহোম সকলৰ গঠন হোৱা গোটত আৰম্ভণিতে কেইজন পাইক আছিল?

() ৬ জন।

() ৫ জন।

() ৪ জন।

() ২ জন।

উত্তৰঃ () ৪ জন।

32. পাইকৰ দুটা ভাগ আছিল। প্ৰথমটো কাড়ীপাইক আৰু দ্বিতীয়টো হ’ল—

() ঘড়ী পাইক।

() খেলপাইক।

() পমুৱা পাইক।

() চমুৱ পাইক।

উত্তৰঃ () চমুৱা পাইক।

33. গাগিনি কাৰ পুত্ৰ আছিল?

() মোৱামৰীয়া মহন্ত।

() প্রফুল্ল মহন্ত।

() মিত্ৰদেৱ মহন্ত।

() এজনো নহয়।

উত্তৰঃ () মোৱামৰীয়া মহন্ত।

34. দিহিং সত্ৰৰ শিষ্য কোন আছিল?

() নোমল চন্দ্র।

() নৰনাৰায়ণ।

() কীর্তিচন্দ্ৰ।

() আনন্দচন্দ্র।

উত্তৰঃ () কীৰ্তিচন্দ্র।

35. মোৱামৰীয়াসকলৰ প্ৰধান উদ্দেশ্য কি আছিল?

() আহোম শাসন চহকী কৰা।

() আহোম শাসনৰ অন্ত পেলোৱা।

() আহোম শাসন ভাগ কৰা।

() এটাও নহয়।

উত্তৰঃ () আহোম শাসনৰ অন্ত পেলোৱা।

36. মোৱামৰীয়াসকলে আহোমৰ ৰাজধানী দখল কৰি কোনজনক ৰজা পাতিছিল?

() ৰামানন্দ।

() উমানন্দ।

() ঘনশ্যাম।

() নাহৰখোৱা।

উত্তৰঃ () ৰামানন্দ।

37. নিৰ্যাতনৰ পৰা হাত সাৰিবলৈ মোৱামৰীয়া সকলে ক’লৈ পলাই গৈছিল?

() নগাঁও-দৰং।

() অৰুণাচল-ভূটান।

() তুৰা-জয়ন্তীয়া।

() কছাৰী-জয়ন্তীয়া।

উত্তৰঃ () কছাৰী-জয়ন্তীয়া লৈ।

38. গৌৰীনাথ সিংহই কিমান চনত গুৱাহাটীলৈ যাত্রা কৰে?

() ১৭৮৮

() ১৬৮৮

() ১৭৯০

() ১৭৫৬

উত্তৰঃ () ১৭৮৮ চনত।

39. বৰকান্দাজ আৰু মোৱামৰীয়া বিদ্রোহ দমন কৰি আহোম ৰজাক পুণৰ সিংহাসনত প্ৰতিষ্ঠা কৰাৰ নেতৃত্ব কোনে দিছিল?

() ৰবাৰ্ট ক্লাইভ।

() উইলিয়াম হেনৰি।

() এজনো নহয়।

() থমাছ ওৱেলছ।

উত্তৰঃ () থমাছ ওৱেলছ।

40. গৌৰীনাথ সিংহ আৰু কেপ্তেইন ওৱেলছৰ মাজত কিমান চনত বাণিজ্যিক চুক্তি স্বাক্ষৰিত হৈছিল?

() ১৭৯৪

() ১৭৯৩

() ১৯০০

() ১৭৯৫

উত্তৰঃ () ১৭৯৩ চনত।

41. বাণিজ্যিক চুক্তিমতে কিহৰ ওপৰত কৰ লগোৱা নাছিল?

() চাহ আৰু দাইল।

() ধান আৰু চাউল।

() ঘেঁহু আৰু চাহ।

() এটাও নহয়।

উত্তৰঃ () ধান আৰু চাউল।

42. ওৱেলছৰ টোকাত কি লিখি থৈছিল?

() আহোম ৰাজ্যৰ খাদ্যাভ্যাস।

() আহোম ৰাজ্যৰ ৰাজহ ব্যৱস্থা।

() আহোম ৰাজ্যৰ ৰজা নিৰ্বাচন আৰু ক্ষমতা।

() এটাও নহয়।

উত্তৰঃ () আহোম ৰাজ্যৰ ৰজা নিৰ্বাচন আৰু ক্ষমতা।

43. বংগদেশৰ পৰা বছৰি কিমান লোণ অনা হৈছিল?

() ১২০ মোন।

() ১২০,০০০ মোন।

() ১০২০ মোন।

() ১ মোন।

উত্তৰঃ () ১২০,০০০ মোন।

44. মায়ামৰাসত্ৰৰ জনপ্ৰিয়তা বঢ়াৰ লগে লগে কোনসকলৰ শক্তি বাঢ়িছিল?

() মহন্ত সকলৰ।

() সোনোৱাল সকলৰ।

() দেউৰী সকলৰ।

() এটাও নহয়।

উত্তৰঃ () মহন্ত সকলৰ।

অতি চমু প্রশ্ন উত্তৰ:

1. মায়ামৰা কি?

উত্তৰঃ মায়ামৰা এখন বৈষ্ণৱ সত্ৰৰ নাম।

2. সত্র কি?

উত্তৰঃ সত্ৰ হ’ল— ধৰ্মীয় আৰু সাংস্কৃতিক অনুষ্ঠান।

3. মোৱামৰীয়া বিদ্রোহ কোনজন আহোম ৰজাৰ দিনত আৰম্ভ হৈছিল?

উত্তৰঃ স্বৰ্গদেউ লক্ষ্মীসিংহৰ দিনত।

4. মোৱামৰীয়া বিদ্রোহ কোনজন ৰজাৰ দিনত শেষ হৈছিল?

উত্তৰঃ স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ দিনত।

5. কোনজন আহোম ৰজাই স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰিছিল?

উত্তৰঃ চুহুংমুঙ।

6. চুমফা ভগাৰজাৰ দিনত কোন সত্ৰাধিকাৰক হত্যা কৰা হৈছিল?

উত্তৰঃ নিত্যানন্দদেৱক।

7. ৰুদ্ৰসিংহৰ দিনত কোনজন সত্ৰাধিকাৰক অপমাণ কৰা হৈছিল?

উত্তৰঃ চতুৰ্ভূজদেৱ মহন্তক।

. আহোমসকলৰ প্ৰধান উপাস্য দেৱতাজনৰ নাম কি?

উত্তৰঃ ছোমদেউ।

9. জয়ধ্বজ সিংহই কোনজন সত্ৰাধিকাৰৰ ওচৰত শৰণ লৈছিল?

উত্তৰঃ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ নিৰঞ্জন দেৱৰ ওচৰত।

10. ৰুদ্ৰসিংহই কাৰ ওচৰত শৰণ লৈছিল?

উত্তৰঃ কেশৱ দেৱৰ ওচৰত।

11. কৃষ্ণৰাম ভট্টাচার্য কোন?

উত্তৰঃ বংগদেশৰ নদিয়া জিলাৰ এজন শাক্ত ব্রাহ্মণ।

12. কোনজন আহোম ৰজাৰ দিনত শাক্ত ধৰ্মই অধিক গা কৰি উঠিছিল?

উত্তৰঃ স্বৰ্গদেউ শিৱসিংহৰ দিনত।

13. গাগিনি কোন?

উত্তৰঃ মোৱামৰীয়া মহন্ত অষ্টভুজৰ পুত্ৰ।

14. মোৱামৰীয়া সকলে পোনপ্ৰথমে কাক ৰজা পাতিছিল?

উত্তৰঃ ৰমাকান্ত বা ৰামানন্দক ৷

15. অসমৰ ক’ত লোণ উৎপাদন হৈছিল?

উত্তৰঃ শদিয়া আৰু নগাপাহাৰত৷

16. মায়ামৰা সত্ৰ কোন সংহতিৰ অন্তৰ্ভূক্ত?

উত্তৰঃ কাল সংহতি।

17. বৈকুণ্ঠদেৱৰ মহন্তৰ হত্যা কাৰ নিৰ্দেশত হৈছিল?

উত্তৰঃ গদাধৰ সিংহৰ নিৰ্দেশত।

18. কীর্তিচন্দ্র কোন সত্ৰৰ শিষ্য আছিল?

উত্তৰঃ দিহিং সত্ৰৰ শিষ্য।

19. ঘনশ্যাম বুঢ়াগোহাঞিৰ পুতেকৰ নাম কি?

উত্তৰঃ লাড়ি গোহাঁঞি বুঢ়াগোহাঞি।

20. ইংৰাজ সৈন্যবাহিনীক অসমলৈ আহোতে কোনে নেতৃত্ব দিছিল?

উত্তৰঃ কেপ্তেইন থমাছ ওৱেলছে।

21. কিমান চনত কাছাৰত মোৱামৰীয়া বিদ্রোহ হৈছিল?

উত্তৰঃ ১৮০৫ চনত।

22. বেংমৰাৰ বৰ্তমান নাম কি?

উত্তৰঃ তিনিচুকীয়া।

23. অসমৰ মানুহে বেহা-বেপাৰৰ মাধ্যম হিচাপে কি বস্তু ব্যৱহাৰ কৰিছিল?

উত্তৰঃ সোণ আৰু নিমখ।

24. পইক প্রথম কোনে প্ৰৱৰ্তন কৰিছিল?

উত্তৰঃ প্রতাপ সিংহই।

25. অসমত মোৱামৰীয়া বিদ্ৰোহ কিমান বছৰ ধৰি চলিছিল?

উত্তৰঃ প্রায় ৩৫ বছৰকাল, (১৭৬৯ চনৰ পৰা ১৮০৫ চনলৈ)



No comments:

Post a Comment