js

Thursday, September 12, 2024

SEBA Class IX Social Science [History] Chapter 4 MCQ [Assamese medium]

সমাজ বিজ্ঞান : ইতিহাস

অধ্যায় ৪ঃ মানৰ অসম আক্ৰমণ



Multiple Choice Questions & Answers

বহুবিকল্প বাছনি প্রশ্ন:



1. ‘মানৰজা’ বুলিলে কাক বুজায়?

() ভাৰতৰ প্ৰধানমন্ত্রী।

() বাংলা দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী।

() ব্ৰহ্মদেশৰ ৰজা।

() ভূটানৰ ৰজা।

উত্তৰঃ () ব্ৰহ্মদেশৰ ৰজাক।

2. ব্ৰহ্মদেশৰ প্ৰজাক অসমৰ মানুহে কি বুলি কৈছিল?

() মান।

() বর্মা।

() স্বৰ্গদেউ।

() ভূঞা।

উত্তৰঃ () মান।

3. মানে কিমানবাৰ অসম আক্ৰমণ কৰে?

() চাৰিবাৰ।

() পাঁচবাৰ।

() তিনিবাৰ।

() দুবাৰ।

উত্তৰঃ () দুবাৰ৷

4. দন্দোৱাদ্রোহ বুলি বিখ্যাত কোন আছিল?

() হৰদত্ত।

() বীৰদত্ত।

() কলীয়া ভোমোৰা।

() এজনো নহয়।

উত্তৰঃ () কলীয়া ভোমোৰা।

5. কলীয়াভোমোৰা দলং কিমান চনত সাজি উলিওৱা হয়?

() ১৯৮৭ চনত।

() ১৯৮২ চনত।

() ১৯৬১ চনত।

() ১৯৭২ চনত।

উত্তৰঃ () ১৯৮৭ চনত।

6. কলীয়া ভোমোৰা দলঙৰ দৈৰ্ঘ্য কিমান?

() ৩০০০ মিটাৰ।

() ৩০১৫ মিটাৰ।

() ৩০২০ মিটাৰ।

() ৪০০০ মিটাৰ।

উত্তৰঃ () ৩০১৫ মিটাৰ।

7. মানৰ প্ৰথম আক্রমণ—

() ১৯১৭ চন।

() ১৯২০ চন।

() ১৯২৭ চন।

() ১৮১৭ চন।

উত্তৰঃ () ১৮১৭ চন।

8. মানে পতা ৰজা বুলি খ্যাত কোন আছিল?

() চন্দ্ৰকান্ত সিংহ।

() যোগেশ্বৰ সিংহ।

() পুৰন্দৰ সিংহ।

() বদন বৰফুকন।

উত্তৰঃ () যোগেশ্বৰ সিংহ।

9. মহগড় ৰণত কোনজন ৰজা পৰাস্ত হৈছিল?

() চন্দ্ৰকান্ত সিংহ।

() যোগেশ্বৰ সিংহ।

() পুৰন্দৰ সিংহ।

() এজনো নহয়।

উত্তৰঃ () চন্দ্ৰকান্ত সিংহ।

10. অসমৰ স্বাধীনতাৰ পুনৰুদ্ধাৰৰ শেষ ৰণ বুলি কোনটোক বুজায়?

() শৰাইঘাটৰ ৰণ।

() ইংগ-বাৰ্থা যুদ্ধ।

() মঁহ গড়ৰ যুজ।

() এটাও নহয়।

উত্তৰঃ () মঁহ গড়ৰ যুজ।

11. মানৰ দিন বুলি কোনটো সময়ক বুজায়?

() ১৮২১ ৰ পৰা ১৮২০ লৈ।

() ১৮২০ ৰ পৰা ১৮২৫ লৈ।

() ১৮২১ ৰ পৰা ১৮২৫ লৈ।

() ১৮২৫ ৰ পৰা ১৮৩০ লৈ।

উত্তৰঃ () ১৮২১ ৰ পৰা ১৮২৫ লৈ।

12. আহোম সকলে কিমান বছৰ অসমত ৰাজত্ব কৰিছিল?

() দুশ বছৰ।

() চাৰিশ বছৰ।

() পাঁচশ বছৰ।

() ছশ বছৰ।

উত্তৰঃ () ছশ বছৰ।

13. প্রথম ইঙ্গ বার্মা যুদ্ধ হৈছিল?

() ১৮২১-১৮২৬ লৈ।

() ১৮৩০-১৮৩৬ লৈ।

() ১৮৪০-১৮৪৯ লৈ।

() ১৮২৪-১৮২৬ লৈ।

উত্তৰঃ () ১৮২৪-১৮২৬ লৈ।

14. মানসকল কোন দেশৰ পৰা আহিছিল?

() আৰব দেশৰ পৰা।

() ব্ৰহ্মদেশৰ পৰা।

() ইৰাকৰ পৰা।

() জাপানৰ পৰা।

উত্তৰঃ () ব্ৰহ্মদেশৰ পৰা।

15. দ্বিতীয় ইংগ বার্মা যুদ্ধ সংগঠিত হৈছিল?

() ১৮২৫

() ১৮২১

() ১৮২০

() ১৮২৪

উত্তৰঃ () ১৮২৫।

16. তৃতীয় ইংগ বার্মা যুদ্ধ হৈছিল?

() ১৮২১

() ১৮৪০

() ১৮৮৫

() ১৮৮১

উত্তৰঃ () ১৮৮৫

17. ইয়াণ্ডাবু সন্ধি কাৰ কাৰ মাজত হৈছিল?

() ইংৰাজ আৰু আহোম সকলৰ মাজত।

() ইংৰাজ আৰু মোগলৰ মাজত।

() ইংৰাজ আৰু মানসকলৰ মাজত।

() মান আৰু আহোমসকলৰ মাজত।

উত্তৰঃ () ইংৰাজ আৰু মানসকলৰ মাজত।

18. ইয়াণ্ডাবু সন্ধি কিমান চনত হৈছিল?

() ১৮২৪

() ১৮২০

() ১৮২৩

() ১৮২৬

উত্তৰঃ () ১৮২৬

19. কিউভিলে কাক পৰাস্ত কৰিছিল?

() আহোম।

() মোগল।

() চিংফৌ।

() এটাও নহয়।

উত্তৰঃ () চিংফৌ সকলক।

20. বদন বৰফুকনে কিমান সৈন্য লৈ অসমত প্ৰৱেশ কৰে?

() ১৬,০০০

() ১৫,০০০

() ,০০০

() ১০,০০০

উত্তৰঃ () ১৬,০০০

21. চিংফৌসকলে চাহক কি বোলে?

() চাহ।

() ফানাপ।

() পানী।

() মিঠাই।

উত্তৰঃ () ফানাপ।

22. গৌৰীনাথ সিংহ ক’ৰ ৰজা আছিল?

() বংগ।

() বিহাৰ।

() আহোম সকলৰ।

() নগাসকলৰ।

উত্তৰঃ () আহোম সকলৰ।

23. কোন বিদ্ৰোহৰ সূযোগ লৈ মান ৰজাই অসমত প্রবেশ কৰে?

() মোৱামৰীয়া।

() দন্দুৱা।

() লছিমা।

() এটাও নহয়।

উত্তৰঃ () মোৱামৰীয়া।

24. ৰঙ্গিলী কোন আছিল?

() নগা গাভৰু।

() ডফলা গাভৰু।

() আহোম গাভৰু।

() এটাও নহয়।

উত্তৰঃ () আহোম গাভৰু।

25. বিচানাঙে ৰঙ্গিলীক কালৈ উপহাৰ হিচাপে দিছিল?

() পূৰ্ণানন্দ বৰগোঁহাইলৈ।

() বদৌপায়ালৈ।

() সত্ৰামলৈ।

() গৌৰীনাথ সিংহলৈ।

উত্তৰঃ () বদৌপায়ালৈ।

26. হৰদত্ত আৰু বীৰদত্তই কাৰ সহায় লৈ আহোম ৰজাৰ বিৰুদ্ধে থিয় দিছিল?

() কলীয়াভোমোৰা।

() পানীমুৱা।

() বৰকান্দাজ।

() চাৰিঙীয়া ফুকন।

উত্তৰঃ () বৰকান্দাজ।

27. কোনজন ব্যক্তিৰ নামেৰে পানীমুৱা বিদ্ৰোহ জনা গৈছিল?

() পানীকাউৰী।

() পানীমুৱা।

() পানীমূৰ।

() সৎৰাম।

উত্তৰঃ () পানীমুৱা।

28. চাৰিঙীয়া ফুকন খিতাপ কোনে পাইছিল?

() সৎৰাম।

() চন্দ্ৰকান্ত সিংহ।

() হৰদত্ত।

() বীৰদত্ত।

উত্তৰঃ () সৎৰাম।

29. সত্ৰামক ক’লৈ নির্বাসন দিয়া হৈছিল?

() ওৰাংলৈ।

() মাজুলীলৈ।

() শলমাৰালৈ।

() নামৰূপলৈ।

উত্তৰঃ () নামৰূপলৈ।

30. আলং পায়াৰ কোন আছিল?

() মান ৰজা।

() আহোম ৰজা।

() নগা ৰজা।

() এটাও নহয়।

উত্তৰঃ () মান ৰজা।

31. বদৌপায়াৰ আমোলত মান সেনাই কি দখল কৰিছিল?

() ছিলেট।

() বংগ।

() আৰাকান।

() শ্বিলং।

উত্তৰঃ () আৰাকান।

32. বদনচন্দ্ৰই মান ৰজাক কি উপহাৰ দিছিল?

() ৰাজপাট।

() থেমো আইদেউ।

() হাঁতী।

() এটাও নহয়।

উত্তৰঃ () থেমো আইদেউ।

33. ১৮১৯ চনত ব্ৰহ্মৰজাই কাৰ নেতৃত্বত চন্দ্ৰকান্তক পুণৰ সিংহাসনত বহুৱাবলৈ সৈন্য বাহিনী পঠাইছিল?

() আলুমিঙ্গি।

() বদৌপায়া।

() পানীমুৱা।

() লুকু ডেকাফুকন।

উত্তৰঃ () আলুমিঙ্গি।

34. আহোম আৰু মান সেনাৰ প্ৰথম সংঘর্ষ ক’ত হৈছিল?

() শৰাইঘাটত।

() চৰাইদেউত।

() অৰুণাচল প্ৰদেশত।

() জাঁজীৰ ওচৰৰ ফুলপানী ছিগাত।

উত্তৰঃ () জাঁজীৰ ওচৰৰ ফুলপানী ছিগাত।

35. মান সেনা চন্দ্ৰকান্তৰ সহায়ৰ বাবে আলুমিঙ্গি ক’লৈ যায়?

() থাইলেণ্ড।

() ম্যানমাৰ।

() ব্রহ্মদেশ।

() বাংলাদেশ।

উত্তৰঃ () ব্ৰহ্মদেশ।

36. মানে পতা ৰজা বুলি কাক কোৱা হৈছিল?

() গৌৰীনাথ সিংহ।

() চন্দ্রকান্ত সিংহ।

() যোগেশ্বৰ সিংহ।

() ৰূপসিং।

উত্তৰঃ () যোগেশ্বৰ সিংহ।

37. অসমীয়া সেনা ভগনীয়া হৈ দিহিঙে-দিপাঙে যাবলগা হোৱাকে কি বুলি আখ্যা দিছিল?

() অসমৰ দিন।

() মানৰ দিন।

() মান-ভগনৰ দিন।

() এটাও নহয়।

উত্তৰঃ () মান-ভগনৰ দিন।

38. ছদ্মবেশী মান কোনসকল?

() মানৰ বেশত বঙালী।

() মানৰ বেশত কছাৰীসকল।

() মানৰ বেশত খাচীয়া।

() মানৰ বেশত অসমীয়া সকল।

উত্তৰঃ () মানৰ বেশত অসমীয়াসকল।

39. বৃটিছসকলক অসমলৈ অহাৰ সুযোগ কোনটো ঘটনাই সহজ কৰি তোলে?

() মানৰ অসম অধিকাৰ।

() আহোমৰ স্বেচ্ছাচাৰিতা শাসন।

() আহোম সকলৰ মনোমালিন্য।

() এটাও নহয়।

উত্তৰঃ () মানৰ অসম অধিকাৰ।

অতি চমু প্রশ্ন উত্তৰ:

1. ১৭৮৪ চনত মানসকলে কোনখন দেশ জয় কৰিছিল?

উত্তৰঃ আৰাকাণ জয় কৰিছিল।

2. মান আৰু বৃটিছৰ মাজত কেতিয়াৰ পৰা শত্রুতা সৃষ্টি হৈছিল?

উত্তৰঃ ১৮২৪ চনৰ পৰা।

3. মানৰ উপদ্ৰৱত থাকিব নোৱাৰি শ্রীহট্টলৈ পলাই যোৱা কাছাৰৰ ৰজাজনৰ নাম কি?

উত্তৰঃ গোবিন্দ চন্দ্ৰ।

4. কোন যুদ্ধত আহোমৰ পৰাজয়ৰ বাতৰি পাই পুৰ্ণানন্দ বুঢ়াগোহাঁইৰ মৃত্যু হৈছিল?

উত্তৰঃ ঘিলাধাৰী যুদ্ধত।

5. বৈশালী হুকুং কি?

উত্তৰঃ মান লিপিকাৰে লিখা মানৰ সামৰিক অভিযানৰ এটা টোকাৰ নাম ৷

16. বৈশালী মুং-ডুন-চুন খাম কি?

উত্তৰঃ মানৰ সামৰিক অভিযান সম্পর্কে মান লিপিকাৰে লিখা আন এটা টোকাৰ নাম।

7. বদনচন্দ্ৰৰ সৈতে মান সৈন্য আহোতে অসমৰ প্রধানমন্ত্রী কোন আছিল?

উত্তৰঃ পূৰ্ণানন্দ বুঢ়াগোহাঁই।

8. বদনচন্দ্ৰ অসমত সোমাইয়ে কিমান অতিৰিক্ত সৈন্য গোটাইছিল?

উত্তৰঃ প্রায় ৮,০০০ জন।

9. বদনচন্দ্র চন্দ্রকান্ত সিংহই কি উপাধিৰে প্রধানমন্ত্রী পাতিছিল?

উত্তৰঃ মন্ত্ৰী বৰফুকন।

10. মানৰ আক্ৰমন কোন কোন চনত হৈছিল?

উত্তৰঃ ১৮১৭, ১৮১৯ আৰু ১৮২১ চনত।

11. মান সকল কোন দেশৰ লোক?

উত্তৰঃ ব্ৰহ্মদেশৰ।

12. গৌৰিনাথ সিংহৰ পিছত কোনে সিংহাসনত বহিছিল?

উত্তৰঃ কমলেশ্বৰ সিংহ।

13. আহোম ৰজাই কাক প্রতাপবল্লভ উপাধি দিছিল?

উত্তৰঃ বৰফুকন কলীয়া ভোমোৰাক।

14. কিমান চনত কমলেশ্বৰ সিংহৰ মৃত্যু হৈছিল?

উত্তৰঃ ১৮১০ চনত।

15. কমলেশ্বৰ সিংহৰ পিছত অসমৰ নতুন ৰজা কোন আছিল?

উত্তৰঃ চন্দ্ৰকান্ত সিংহই।

16. চন্দ্ৰকান্ত সিংহই কাক চাৰিঙীয়া ফুকন খিতাপ দিছিল?

উত্তৰঃ সৰামক।

17. ওৰেনাথে কাক বিয়া কৰাইছিল?

উত্তৰঃ বদন বৰফুকনৰ জীয়ৰী পিজৌ গাভৰুক।

18. বদন চন্দ্ৰৰ পেহীয়েক কোন আছিল?

উত্তৰঃ ৰঙ্গিলী আইদেউ।

19. বদন চন্দ্ৰই কিমান মান সৈন্য লগত আনিছিল?

উত্তৰঃ প্রায় ৬,০০০ সৈন্য।

20. বদৌপায়াৰ মৃত্যুৰ পিছত ব্ৰহ্মদেশৰ ৰজা কোন হৈছিল?

উত্তৰঃ তেওঁৰেই নাতিয়েক বাপিদাস্ত।

21. মানে পতা ৰজা বুলি কাক কোৱা হয়?

উত্তৰঃ যোগেশ্বৰ সিংহক।

22. অসমৰ স্বাধীনতাৰ পুনৰুদ্ধাৰৰ শেষ ৰণ বুলিলে কোনখনক বুজায়?

উত্তৰঃ মহগড় ৰণক৷

23. কেতিয়া ইংগ বৰ্মীযুদ্ধৰ অন্ত পৰে?

উত্তৰঃ ১৮২৬ চনত।

24. ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল?

উত্তৰঃ ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীত।

25. যোগেশ্বৰ সিংহৰ কেতিয়া মৃত্যু হৈছিল?

উত্তৰঃ ১৮২৬ চনত যোগীগোপাত।

26. সত্ৰামে কাৰ হাতত প্ৰাণ হেৰুৱাইছিল?

উত্তৰঃ নগা আততায়ীৰ হাতত।

27. ভদৰী কোন আছিল?

উত্তৰঃ সন্দিকৈ পৰিয়ালৰ লোক।

No comments:

Post a Comment