ভাঙা । নৱম আৰু দশম শ্ৰেণীৰ অসমীয়া
ব্যকৰণ.
1. সন্ধি কাক বোলে?
উত্তর = কোনো এটা শব্দৰ শেষ বর্ণ আৰু আন এটাৰ প্রথম বর্ণক মিলনকে সন্ধি বোলা হয়।
২। সন্ধি কেই প্ৰকাৰৰ আৰু কি কি?
⇒ সন্ধি তিনি প্ৰকাৰৰ ।
1. স্বৰ সন্ধি
2. ব্যঞ্জন সন্ধি
3. বিসর্গ সন্ধি
1. স্বৰ সন্ধি: স্বৰ বৰ্ণৰ লগত স্বৰ বৰ্ণৰ মিলনঘটিলে তাকে স্বৰ সন্ধি বোলে।
(১) যথার্থ = যথা + অর্থ
(২) উচ্ছল = উৎ + ছল
(৩) ইত্যাদি = ইতি + আদি
(৪) হিতাহিত = হিত + অহিত
(৫) কটুক্তি = কটু + উক্তি
(৬) অতীন্দ্রিয় = অতি + ইন্দ্রিয়
(৭) নীৰৱ = নি: + ৰৱ
(৮) সংস্কৃত = সম + কৃত
(৯) নিশ্চয় = নিঃ+ চয়
(১০) পৰীক্ষা = পৰি + ইক্ষা
(১১) নাবিক = নৌ + ইক
(১২) হিমালয় = হিম + আলয়
(১৩) চন্দ্রোদয় = চন্দ্র + উদয়
(১৪) দেৱর্ষি = দেৱ + ঋষি
(১৫) শীতার্ত = শীত + ঋত
(১৬) হিতৈষী = হিত + এষী
(১৭) ভাবুক = ভৌ + উক
(১৮) ষড়ানন = ষট + আনন
(১৯) যদ্যপি = যদি + অপি
(২০) হিমাচল = হিম + অচল
(২১) হোমাগ্নি = হোম + অগ্নি
(২২) গিৰীন্দ্ৰ = গিৰি + ইন্দ্ৰ
(২৩) যথেষ্ট = যথা + ইষ্ট
(২৪) সংস্কৃতি = সম + কৃতি
(২৫) উচ্ছেদ = উৎ + ছেদ
(২৬) সঞ্চয় = সম + চয়
(২৭) যথার্থ = যথা + অর্থ
(২৮) নমস্কাৰ = নম: + কাৰ
(২৯) ৰাজর্ষি = ৰাজা + ঋষি
(৩০) বিদ্যালয় = বিদ্যা + আলয়
(৩১) সূর্যোদয় = সূর্য + উদয়
(৩২) অম্বেষন = অনু + এষণ
js
Saturday, July 19, 2025
2008-20 চনলৈ মেট্ৰিক পৰীক্ষাত অহা সন্ধি
Subscribe to:
Post Comments (Atom)
Comming Soon
Signal acquired · launching soon Something new is on its way W...
-
ণত্ব বিধি আৰু ষত্ব বিধি ণত্ব বিধিঃ ণত্ব বিধিঃ যি বিধি বা নিয়মৰ দ্বাৰা শব্দ একোটাৰ দন্ত্য 'ন’ই মূদ্ধণ্য ‘ণ’ৰ ৰূপ লয়, তাকে ণত্ব বিধ...
-
Total No. of printed pages: 7 DLIEC/23/2024 District Level Internal Examination Committee, Kamrup Half Yearly Examination, 2023-24 Class:...
-
2023 GENERAL SCIENCE Full Marks: 90 Pass Marks: 27 Time: 3 Hours Assamese Medium The figures in the margin indicate f...
No comments:
Post a Comment