Invitation

js

Saturday, July 19, 2025

সমোচ্চাৰিত শব্দ অৰ্থৰ পাৰ্থক্য

 সমোচ্চাৰিত শব্দ অৰ্থৰ পাৰ্থক্য

অসমীয়া ভাষাত কিছুমান শব্দ আছে যাৰ উচ্চাৰণ একে, কিন্তু অর্থ বেলেগ বেলেগ, তেনেবোৰ শব্দক সমোচ্চাৰিত শব্দ বোলে।

(নং) শব্দ অৰ্থ
(১)পুথিকিতাপ
(২)পুঠিএবিধ মাছ
(৩)পানীজল
(৪)পাণিহাত
(৫)লক্ষ্যদৃষ্টি
(৬)লক্ষলাখ
(৭)কুলিএবিধ চৰাই
(৮)কুলীবনুৱা
(৯)চাইদেখি
(১০)গ'লযোৱা কার্য
(১১)গড়মাটিৰ ওখ ঢিপ
(১২)গঁড়এবিধ জন্তু (হস্তী)
(১৩)হাতগাৰ অংগ
(১৪)হাটবজাৰ
(১৬)সাৰশস্য ভাল হ'বলৈ দিয়া বস্তু
(১৭)ষাঁড়গৰু
(১৮)পাটৰাজ সিংহাসন
(১৯)পাতগছৰ পাত
(২০)কাচ্চিচা বা আইনা
(২১)কাছপানীত থকা এবিধ জীব
(২২)আচলপ্রকৃত
(২৩)আঁচলকাপোৰৰ আগ
(২৪)আটাঘেঁহুৰ গুড়ি
(২৫)আতাককা
(২৬)গাতদেহত
(২৮)গাঁতমাটি খান্দি কৰা দ ভাগ

No comments:

Post a Comment

Comming Soon

Signal acquired · launching soon Something new is on its way W...