Invitation

js

Sunday, July 20, 2025

ASSAM HSLC 2024 Social science Common Question Answer. Social Science Geography Chapter 2 Class 10.

 ASSAM HSLC 2024 Social science Common Question Answer. Social Science Geography Chapter 2 Class 10.

(১) সেউজ গৃহ গেছবোৰৰ ভিতৰত তলৰ কোনবিধ গেছ, গোলকীয় উত্তাপ বৃদ্ধিৰ বাবে দায়ী?
(ক) কার্বন ডাই অক্সাইড
(খ) আর্গন
উত্তৰঃ কার্বন ডাই অক্সাইড

(২) বায়ুমণ্ডল ভূ-পৃষ্ঠৰপৰা প্ৰায় কিমান কিলো'মিটাৰ উচ্চতালৈ বিয়পি আছে?
(ক) 480 কিলো'মিটাৰ
(খ) 280 কিলো'মিটাৰ
উত্তৰঃ 480 কিলো'মিটাৰ

(৩) স্থলমণ্ডলে ভূ-পৃষ্ঠৰ প্ৰায় কিমান শতাংশ আগুৰি আছে?
(ক) 29 শতাংশ।
(খ) 60 শতাংশ
উত্তৰঃ 29 শতাংশ

(৪) গেছবোৰৰ ভিতৰত কোনটো গোলকীয় উত্তাপ, বৃদ্ধিৰ বাবে দায়ী নহয়?
(ক) অ'জন
(খ) মিথেন
উত্তৰঃ অ'জন

(৫) বননি ধবংস কাৰ্য্যক কি বুলি কোৱা হয়?
(ক) নিৰ্বনীকৰণ
(খ) উদ্ভিদকৰণ
উত্তৰঃ নিৰ্বনীকৰণ

(৬) বায়ু প্ৰদূষণৰ লগত জড়িত এটা প্রধান সমস্যা কি?
(ক) নাইট্রজেন ডাইঅক্সাইড
(খ) এচিড বৰষুণ
উত্তৰঃ এচিড বৰষুণ

(৭) প্রখ্যাত ভূগোল-বিজ্ঞানী স্থল, জল, বায়ু আৰু জীৱৰ মাজৰ পাৰস্পৰিক সম্পৰ্কৰ পৰিণতিকে পৰিবেশ বুলি কৈছে?
(ক) জর্জ ছিজহ'ম
(খ) পিটাৰ হেগেটে
উত্তৰঃ পিটাৰ হেগেটে

(৮) স্বাভাৱিক অৱস্থাত বায়ুমণ্ডলত কিমান শতাংশ নাইট্ৰ'জেন গেছ থাকে?
(ক) ৭৮.০৮ শতাংশ
(খ) ৮৮.০৮ শতাংশ
উত্তৰঃ ৭৮.০৮ শতাংশ

(৯) জীৱ মণ্ডলত এতিয়ালৈকে চিনাক্ত কৰা উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতিৰ সংখ্যা?
(ক) ১.৭৫ নিযুত
(খ) ৩.৭৫ নিযুত
উত্তৰ ১.৭৫ নিযুত

(১০) বায়ুমণ্ডলত সেউজগৃহ গেছৰ পৰিমান কিমান?
(ক) ০.২ শতাংশ
(খ) ০.১ শতাংশ
উত্তৰ ০.১ শতাংশ

(১১) গোলকীয় উষ্ণতা বৃদ্ধিত আটাইতকৈ বেছি অৰিহণা যোগোৱা গেছটো কি?
(ক) নাইট্রাছ অক্সাইড
(খ) কার্বন ডাইঅক্সাইড
উত্তৰ কার্বন ডাইঅক্সাইড

(১২) এছিড বৰষুণ সাধাৰণতে সৃষ্টি কি অঞ্চলত হয়?
(ক) অৰণ্য অঞ্চলত
(খ) ঔদ্যোগিক অঞ্চলত
উত্তৰ ঔদ্যোগিক অঞ্চলত

(১৩) বায়ুমণ্ডলত কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ কিমান?
(ক) ০.০৩৫%
(খ) ৩.৩৫%
উত্তৰ ০.০৩৫%

(১৪) জলমণ্ডলে ভূ-পৃষ্ঠৰ কিমান শতাংশ আগুৰি আছে?
(ক) 29 শতাংশ
(খ) 71 শতাংশ
উত্তৰ 71 শতাংশ

No comments:

Post a Comment

Comming Soon

Signal acquired · launching soon Something new is on its way W...