Redirect Image

js

Sunday, July 20, 2025

পৰিবেশ আৰু পৰিবেশৰ সমস্যা। Class 10 Social Science MCQ Questions Answers in Assamese. HSLC social science MCQ Geography SEBA.

পৰিবেশ আৰু পৰিবেশৰ সমস্যা। Class 10 Social Science MCQ Questions Answers in Assamese. HSLC social science MCQ Geography SEBA.

(১) জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰে বৃদ্ধি কৰে -
(i) নাইট্রজেন
(ii) অক্সিজেন
(iii) এটাও নহয়
(iv) কার্বন-ডাই-অক্সাইড
উত্তৰঃ কার্বন-ডাই-অক্সাইড

(২) পৃথিৱীৰ কিমান অংশ জলমণ্ডলে আগুৰি আছে?
(i) ৭৩ শতাংশ
(ii) ২৯ শতাংশ
(iii) ৫১ শতাংশ
(iv) ৭১ শতাংশ
উত্তৰঃ ৭১ শতাংশ

(৩) জীৱমণ্ডলত এতিয়ালৈকে প্রায় কিমান সংখ্যাক উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতি চিনাক্ত কৰা হৈছে?
(i) ২.৭৫ নিযুত
(ii) ৪.৭৫ নিযুত
(iii) ১.৭৫ নিযুত
(iv) ৩.৭৫ নিযুত
উত্তৰঃ ১.৭৫ নিযুত

(৪) মাউন্ট পিনাটুব'ৰ আছে?
(i) ফিলিপিনছত
(ii) ভাৰতবৰ্ষত
(iii) নেপালত
(iv) চীনত
উত্তৰঃ ফিলিপিনছত

(৫) গোলকীয় উষ্ণতা বৃদ্ধিত আটাইতকৈ বেছি অৰিহণা যোগোৱা গেছটো হ'ল -
(i) কার্বনডাই অক্সাইড
(ii) নাইট্রাছ অক্সাইড
(iii) ক্লৰ'ফ্লৰ' কার্বন
(iv) মিথেন
উত্তৰঃ কার্বনডাই অক্সাইড

(৬) গোলকীয় উত্তাপ বৃদ্ধি এটা ---
(i) আঞ্চলিক সমস্যা
(ii) স্থানীয় সমস্যা
(iii) ব্যক্তিগত সমস্যা
(iv) আন্তঃৰাষ্ট্ৰীয় সমস্যা
উত্তৰঃ আন্তঃৰাষ্ট্ৰীয় সমস্যা

(৭) এছিড বৰষুণ সাধাৰণতে সৃষ্টি হয়?
(i) ঘাঁহনি অঞ্চলত
(ii) অৰণ্য অঞ্চলত
(iii) মেৰু অঞ্চলত
(iv) ঔদ্যোগিক অঞ্চলত
উত্তৰঃ ঔদ্যোগিক অঞ্চলত

(৮) ইয়াংছি নদী ক'ত অৱস্থিত?
(i) ইন্দোনেছিয়াত
(ii) চীন
(iii) বাংলাদেশ
(iv) জাপানত
উত্তৰঃ চীন

(৯) স্বাভাৱিক অৰণ্যত বায়ুমণ্ডলত কার্বন-ডাই-অক্সাইডৰ পৰিমাণ কিমান?
(i) ০.৩৫%
(ii) ৩.৩৫%
(iii) ০.০০৩৫%
(iv) ০.০৩৫%
উত্তৰঃ ০.০৩৫%

(১০) এছিড বৰষুণৰ কাৰক গেছ দুটা?
(i) ছালফাৰ ডাই অক্সাইড আৰু নাইট্রজেন ডাই অক্সাইড
(ii) অক্সিজেন আৰু নাইট্ৰজেন
(iii) অক্সিজেন আৰু ছালফাৰ ডাই অক্সাইড
(iv) কার্বন ডাই অক্সাইড আৰু ছালফাৰ ডাই অক্সাইড
উত্তৰঃ ছালফাৰ ডাই অক্সাইড আৰু নাইট্রজেন ডাই অক্সাইড 

(১১) সেউজগৃহ গেছবোৰৰ ভিতৰত তলৰ কোনবিধ গেছ গোলকীয় উত্তাপ বৃদ্ধিৰ বাবে দায়ী?
(i) আর্গন
(ii) নাইট্রজেন
(iii) কার্বন-ডাই-অক্সাইড
(iv) অক্সিজেন
উত্তৰঃ কাৰ্বন-ডাই-অক্সাইড

(১২) তলৰ গেছবোৰৰ ভিতৰত কোনটো গোলকীয় উত্তাপ বৃদ্ধিৰ বাবে দায়ী নহয়?
(i) মিথেন
(ii) কার্বন-ডাই-অক্সাইড
(iii) অ'য'ন
(iv) নাইট্রাছ অক্সাইড
উত্তৰঃ অ'য'ন

(১৩) পিটাৰ হেগেট এজন?
(i) পৰিবেশ বিজ্ঞান
(ii) ভূবিদ
(iii) ভূগোল বিজ্ঞান
(iv) বতৰ বিজ্ঞানী
উত্তৰঃ ভূগোল বিজ্ঞান

No comments:

Post a Comment

NCERT Class X Mathematics Chapter 1: Real Numbers

Chapter 1: Real Numbers Comprehensive Study Notes, Day-by-Day Explanations, and Question Bank Part 1: Day-to-Day Study Notes ...